Lesson- 7 (II) 

  Glimpse of India  

  Coorg  




1) Where is Coorg?
(ক'ৰ্গ কত আছে?)
Ans:- Coorg is the smallest district of Karnataka, a home to evergreen rainforests, spices and coffee plantation.
   ক'ৰ্গ হল কৰ্ণাটকৰ এখন সৰু জিলা, যি বৰ্ষাৰণ্য, মচলা তথা কফিৰ বাবে জনাজাত।


2) What is the story about kodavu people's descent?
ক'ডাভো লোকসকলৰ বংশগত কাহিনীটো কি?
Ans:- The fiercely independent kodavu people are possibly of Greek or Arabic descent. According to the story, a part of Alexender's army moved south along the coast and settle here when return become impractical. These people married amongst the locals and their Culture is apparent in the martial traditions, marriages and religious rites, which are distinct from the Hindu mainstream.
   অত্যন্ত স্বাধীনচিতীয়া ক'ডাভ' লোকসকল গ্ৰীক অথবা আৰবৰ পৰা অহা বুলি বিশ্বাস কৰা যায়, প্ৰবাদ অনুসৰি আলেকজেণ্ডাৰৰ সৈন্যবাহিনী দক্ষিণৰ দিশে আহি ইয়াত থিতাপি ললে, স্থায়ী মানুহৰ সৈতে বিবাহ সম্পৰ্ক স্থাপন কৰি ইয়াতে তেওঁলোকে নিজৰ সংস্কৃতি বৰ্তাই ৰাখিলে।


3) What are some of the things you know about?
কিছুমান বস্তুৰ বিষয়ে তুমি কি জানা

i ) The people of Coorg?
ক'ৰ্গৰ মানুহসকলৰ বিষয়ে?
Ans:- The Coorg people are independent known for their hospitality and the only people in India permitted to carry firearms without alicence.
  ক'ৰ্গৰ মানুহবোৰ স্বাধীনচিতীয়া আৰু আলহীক কৰা শুশ্ৰূষাৰ বাবে জনাজাত, তেওঁলোক একমাত্ৰ মানুহ যিয়ে অনুমতি পত্ৰ নোহোৱাকৈ অস্ত্ৰ লব পাৰে।

ii) the main crop of Coorg?
(ক' ৰ্গৰ প্ৰধান শস্য কি?)
Ans:- The main crop of Coorg is coffee.
(ক'ৰ্গৰ প্ৰধান শস্য হল কফি)

iii) the sports it offers to tourists?
পৰ্যটকসকলৰ বাবে প্ৰদৰ্শিত খেলসমূহ কি?
Ans:- The sports it offers to Tourists are river rafting, canoeing, rappeling, rock climbing and mountain biking.
    পৰ্যটকসকলৰ বাবে প্ৰদৰ্শিত খেলসমূহ হল নাও খেল, ডিঙা খেল, পৰ্বত আৰোহণ, শিলত বগোৱা, পৰ্বতত স্কুটাৰ চলোৱা আদি।

iv) the animals you are likely to see in Coorg?
(ক'ৰ্গত দেখা পোৱা জীৱ জন্তুসমূহ)
Ans:- In Coorg, you are likely to see the animals like Macaques, Malabar squirrels, Cangurs and slender loris.
    ক'ৰ্গত আমি সচৰাচৰ দেখা পোৱা জন্তুবোৰ হল আফ্ৰিকান লংগুৰ, কেৰ্কেটুৱা আদি।

v ) Its distance from Banglore and how to get there ?
  বেংগলুৰুৰ পৰা ইয়াৰ দুৰত্ব কিমান আৰু ইয়ালৈ কেনেকৈ যাব পাৰি?
Ans:- Its distance from Banglore is around 250-260 km and one can get there by air, rail and road.
  বেংগলুৰুৰ পৰা ইয়াৰ দূৰত্ব ২৫০- ২৬০ কিঃমিঃ আৰু ইয়ালৈ বাছ, ৰেল অথবা উৰাজাহাজেৰে যাব পাৰি।


4. Here are six sentences with some words in italics. Find phrases from the text that have the same meaning.
    ইয়াত ছয়টা বাক্য আছে তাৰে কিছুমান শব্দ ইটালীয় আৰ্হিত লিখা আছে। সেই শব্দ সমূহৰ লগত মিল খোৱাকৈ পাঠটোৰ পৰা অৰ্থবোৰ বাচি উলিওৱা।

i) During monsoons it rains so heavily that tourists do not visit Coorg.
বাৰিষা কালত ক'ৰ্গত বহুত বৰষুণ দিয়া বাবে ভ্ৰমণকাৰীবোৰ নাহে।
Ans:- to keep visitors away.

ii) Some people say that Alexender's army moved south along the coast and settled there. (Para 3)
কিছুমানলোকে কয় যে আলেকজেণ্ডাৰৰ সেনাবাহিনীবোৰ দক্ষিণৰ দিশে আহি তাত থিতাপি লৈছিল।
Ans:- As one story goes.

iii) The Coorg people are always ready to tell stories of their son's and father's valaur. ( Para 4)
ক'ৰ্গ মানুহবোৰে তেওঁলোকৰ পুত্ৰ আৰু পিতৃৰ সাহসৰ কথা কবলৈ প্ৰস্তুত আছিল।
Ans:- Are more than willing to recount.

iv) Even people who normally lead an easy and slow life get smitten by the high energy adventure sports of Coorg. ( Para 6)
ক'ৰ্গৰ সহজ সৰল জীৱন যাপন কৰা মানুহবোৰকো তাৰ খেলৰ উদ্যমে ব্যাকুল কৰি তুলিছিল।
Ans:- The most laidback individuals become converts to.


v) The theory of the Arab origin is supported by the long coat with embroidered waist- belt they wear. (Para 3)
  তেওঁলোকে আৰবৰ পৰিচয় হিচাপে এপাত এম্বইতাৰী কৰা বেল্ট দীঘল কোটৰ সৈতে পৰিধান কৰে।
Ans:- Draws support from.

vi) Macaques, Malabar squirrels observe you carefully from the canapy (Para 7)
 গছৰ ওপৰৰ পৰা ভালদৰে চালে লংগুৰ কেৰ্কেটুৱা আদি দেখিবলৈ পোৱা যায়।
Ans:- Keep a watchful eye.


Angamita Dutta
(M.A in English)


-------------------------------

বেলেগ ধৰণৰ উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 👇 

👉Click Here Might Learn

-------------------------------





Post Id: DABP001141