Class 9 Maths
Lesson 1.2
Download and Open PDF 




1. তলৰ উক্তি বিলাক সত্য নে অসত্য উল্লেখ কৰা। তোমাৰ উত্তৰৰ যথাৰ্থতা প্ৰতিপন্ন কৰা।

(i) প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্য়া।

উত্তৰঃ সত্য। কাৰণ পৰিমেয় আৰু অপৰিমেয় সংখ্যাবোৰক একেলগে বাস্তৱ সংখ্য়া বুলি কোৱা হয়।

উত্তৰঃ অসত্য। কাৰণ সংখ্যাৰেখাত থকা ঋনাত্মক সংখ্যা বোৰ বাস্তৱ সংখ্যা। কিন্তু এইবোৰ স্বাভিৱিক সংখ্যাৰ বৰ্গমূল নহয়।

(iii) প্ৰতিটো বাস্তৱ সংখ্যাই এটা অপৰিমেয় সংখ্যা।

উত্তৰঃ অসত্য। কাৰণ বাস্তৱ সংখ্য়াবোৰত অপৰিমেয় সংখ্য়াবোৰৰ লগতে পৰিমেয় সংখ্য়াবোৰো থাকে।










Post Id: DABP001180