বক্ৰঃ বহীপাত এখনত আকবাক কৰাকে বক্ৰ বোলে। 
            বক্ৰ দুই প্ৰকাৰৰ--- ১। আবদ্ধ বক্ৰ
                                           ২। খোলা বক্ৰ
ৰেখাঃ আচ এডাল অখিমলৈ বঢ়াই লৈ গলে এডাল ৰেখা সৃষ্টি হয়।
ৰেখাখণ্ডঃ ৰেখা এডাল দুটা বিন্দুত ভাগ কৰিলে ৰেখা খণ্ড বোলে।
ৰশ্মিঃ এটা বিন্দুৰ পৰা অসংখ্য ৰেখা বাহিৰলৈ ওলাই আহিলে ৰেখা বোলে।
ত্ৰিভূজঃ তিনিডাল ৰেখাখণ্ডৰে আগোৰা চিত্ৰটোক ত্ৰিভূজ বোলে।
              ত্ৰিভূজ দুই প্ৰকাৰৰ--- 
                ১। কোণ হিচাপে  আৰু ২। বাহু হিচাপে।
        ১। কোণ হিচাপে তিনিপ্ৰকাৰৰ --
                    ১। সমকোণী ত্ৰিভূজ
                    ২। সূক্ষ্মকোণী ত্ৰিভূজ
                    ৩। স্থূলকোণী ত্ৰিভূজ
        ২। বাহু হিচাপে তিনিপ্ৰকাৰৰ----
                    ১। সমবাহু ত্ৰিভূজ
                    ২। সমদ্ধি বাহু ত্ৰিভূজ
                    ৩। বিষম বাহু ত্ৰিভূজ
চতুভূজঃ
বহুভূজঃ
আয়তীয় ঘনক এটাৰ বিপৰীত পিঠিবােৰ সমান। প্ৰতিখন পিঠিয়েই আয়তাকাৰ । এটা আয়তীয় ঘনকৰাে ৬ খন পিঠি ১২ ডাল দাঁতি আৰু ৮ টা চুক আছে। 
এটা চিলিণ্ডাৰৰ ৩ খন তল আছে ইয়াৰে দুখন সমতল আৰু এখন বক্রতল। ইয়াৰ কিমানটা দাঁতি আছে ? এটা শংকুৰ এখন সমতল আৰু এখন বক্রতল আছে । ইয়াৰ মাত্ৰ এটা দাঁতি আৰু এটা চুক আছে। চুকটোক শীর্ষ বােলে। 
এইটো দেখিবলৈ এটা বলৰ নিচিনা , ইয়াক গােলক বােলে। এটা গােলকৰ কোনাে দাঁতি বা চুক নাই । ইয়াৰ কেবল এখন বতল আছে।
Post Id: DABP001302
 
 
