Class 5 English
Lesson - 9


 Alladin and his Magic lamp 



1. Answer the questions:
প্ৰশ্নসমূহৰ উত্তৰ দিয়া:


a. When did Mustafa die?
মুস্তাফা কেতিয়া মৰিছিল?
Ans:- Mustafa died when Alladin was very young.
আলাদিন বহু সৰু থকা অৱস্থাত মুস্তাফা মৰিছিল।

b. How was Alladin as a child?
সৰুৰে পৰা আলাদিন কেনেকুৱা আছিল?
Ans:- Alladin was a happy child and was satisfied with whatever he got.
সৰুৰে পৰা আলাদিন এটা ফুৰ্তিবান লৰা আছিল আৰু যি পাইছিল তাতেই সন্তুষ্ট হৈছিল।


c. What did the man ask Alladin to do?
মানুহজনে আলাদিনক কি কৰিবলৈ কৈছিল?
Ans:- The man asked Alladin to bring him the magic lamp from the chamber below.
মানুহজনে আলাদিনক তললৈ গৈ মেজিক লেম্পটো লৈ আহিব কৈছিল।


d. What did the man say to Alladin when he was coming out?
যেতিয়া আলাদিন বাহিৰলৈ ওলাই আহিব লৈছিল মানুহজনে তাক কি কৈছিল?
Ans:- When Alladin was coming out, the man asked him to pass the lamp before he comes out.
যেতিয়া আলাদিন বাহিৰলৈ ওলাই আহিব ধৰিছিল, মানুহজনে তাক লেম্পটো আগত দিবলৈ কৈছিল।

e. What did Alladin do when he was trapped inside the cave?
যেতিয়া আলাদিন গুফাটোৰ ভিতৰত ফান্দত পৰি গৈছিল তেতিয়া সি কি কৰিছিল ?
Ans:- When Alladin was trapped inside the cave he started to push the rock from inside.
যেতিয়া আলাদিন গুফাটো ভিতৰত ফান্দত পৰি গৈছিল, সি পাথৰটো ভিতৰৰ পৰা বাহিৰলৈ ঠেলা আৰম্ভ কৰিছিল।

f. What did the Alladin find out about the lamp?
আলাদিনে লেম্পটোৰ বিষয়ে কি গম পাইছিল?
Ans:- Alladin found out that the lamp was magical.
আলাদিন এ গম পাইছিল যে লেম্পটো যাদুকৰী আছিল।

2. Think carefully and answer :-
ভালদৰে ভাবি উত্তৰ দিয়া :-
a. Tick the correct answer - “Sending him to school was a far off dream" means-
শুদ্ধ উত্তৰটো বাচি উলিওৱা -

“তাক স্কুললৈ পঠিওৱা টো সপোনৰ ও বাহিৰত আছিল"- মানে
1. Alladin's mother dreamt of sending him to school for a long time.
আলাদিনৰ মাকে তাক স্কুললৈ পঠিওৱা বহু আগৰে পৰা সপোন দেখি আছিল।

2. They were to poor that they could not think of education even in their dreams.
সিহঁত ইমানেই দুখীয়া আছিল যে সিহঁতে শিক্ষাৰ ( পঢ়োৱা) কথা সপোনতো ভাবিব নোৱাৰিছিল।

b. Tick the correct answer - “I'll look after you and your mother." “Look after" means-
শুদ্ধ উত্তৰটো বাচি উলিওৱা - “মই তোমাক আৰু তোমাৰ মাক চোৱাচিতা কৰিম"। “চোৱাচিতা" মানে -
1. To find out বিচাৰি উলিওৱা
2. To go after পিছত পৰা
3. To take care of যত্ন লোৱা

C. Which incident proves that Alladin was a clever boy?
কোনটো ঘটনায়ে দেখাই যে আলাদিন এটা বুধিয়ক লৰা?
Ans:- The incident when the man asked Alladin the magic lamp before he comes out and Alladin asked the man to pull him out first before giving the lamp proves that Alladin was a clever boy.
যেতিয়া মানুহজনে আলাদিন গুহাটোৰ ভিতৰৰ পৰা ওলোৱাৰ আগতে তাক মেজিক লেম্পটো দিবলৈ কৈছিল আৰু আলাদিনে তেওঁক আগত তাক গুহাটোৰ ভিতৰৰ পৰা উলিয়ালেহে লেম্পটো দিব বুলি কোৱাটোতে তাৰ বুদ্ধিৰ প্ৰমাণ হৈছিল।



d. Which incident proves that Alladin was a brave boy?
কোনটো ঘটনাই এইটো প্ৰমাণ কৰে যে আলাদিন এজন সাহসী লৰা?
Ans:- The incident when Alladin was trapped inside the cave and he started pushing the rock from inside to come out proves that Alladin was a brave boy.
যেতিয়া আলাদিন গুহাটোৰ ভিতৰত আৱদ্ধ হৈ আছিল তেতিয়া সি তাত থকা পাথৰ টো ঠেলি বাহিৰ ওলাব চেষ্টা কৰিছিল সেইটোৱে তাৰ সাহসী হোৱাৰ প্ৰমাণ দিছিল।

e. Do you think Alladin was intelligent to? Why do you think so?
তোমালোকে ভাবা নে যে আলাদিন এজন বুদ্ধিমান লৰা? যদি হয় তেনেহলে কিয় ভাৱা?
Ans:- Yes, Alladin was an intelligent boy.
      I think Alladin was an intelligent boy because after being trapped inside a cave he did not gave up and fought back to come out by pushing the rock which was his brilliant idea.
      I also think that Alladin was an intelligent boy because he did not gave the magic lamp to the man and asked him to pull him before.
  হয়, আলাদিন এটা বুদ্ধিমান লৰা আছিল।
      মই ভাবো আলাদিন এজন বুদ্ধিমান লৰা কাৰণ সি গুহাটোত আৱদ্ধ হোৱাৰ পাছতো হাৰ নামানি পাথৰটো ঠেলি বাহিৰলৈ ওলাব চেষ্টা কৰিছিল তাৰ বুদ্ধি খটোৱাই।

মই এইটো ও ভাবো যে যেতিয়া মানুহজনে আলাদিনক মেজিক লেম্পটো খুজিছিল সি আগতে তাক বাহিৰ উলিয়াবলৈ কৈছিল আৰু লেম্পটো দিয়া নাছিল।


 GRAMMAR
1. Change the sentences to the past tense :
বাক্য কেইটা পাষ্ট টেন্চত ( অতীত কালত) লিখা :-

a. You drive really fast.
তুমি বহুত দ্ৰুতগতিত চলোৱা।
Ans:- You drove really fast.
তুমি বহুত দ্ৰুতগতিত চলাইছিলা।

b. Babli does not talk to Simran.
বাবলীয়ে চীম্ৰণৰ লগত কথা নাপাতিলে।
Ans:- Babli did not talk to Simran.
বাবলীয়ে চীম্ৰণৰ লগত কথা পতা নাছিল।

c. Miss Ritu teaches us English.
মিচ্ ৰিতুআমাক ইংৰাজী শিকাই।
Ans:- Miss Ritu taught us English.
মিচ্ ৰিতুএ আমাক ইংৰাজী শিকাইছিল।

d. They are very talkative.
সিহঁত বহুত কথকী।
Ans:- They were very talkative.
সিহঁত বহুত কথকী আছিল।

e. I know that I am late.
মই জানো যে মোৰ দেৰি হল।
Ans:- I know that I was late.
মই জানো যে মোৰ দেৰি হৈছিল।



2. Turn these sentences negative :
বাক্য সমূহ নেতিবাচক অৰ্থত লিখা :

b. The girl fell down from the stairs.
ছোৱালীজনী চিৰিৰ পৰা পৰি গল।
Ans:- The girl did not fell down from the stairs.
ছোৱালীজনী চিৰিৰ পৰা পৰি নগল।

c. She stitched the dress quickly.
তাই পতকৈ কাপোৰ চিলাই দিলে।
Ans:- She did not stitch the dress quickly.
তাই পতকৈ কাপোৰ চিলাই নিদিলে।

d. The players came back to the field.
খেলুৱৈ সকল ফিল্ডলৈ ঘূৰি আহিল।
Ans:- The players did not come back to the field.
খেলুৱৈ সকল ফিল্ডলৈ ঘূৰি নাহিল।

e. I left my umbrella in the car.
মই মোৰ ছাতিটো গাড়ীতে এৰিলো।
Ans:- I did not leave my umbrella in the car.
মই মোৰ ছাতিটো গাড়ীত এৰা নাছিলো।

3. Ask questions for the given answers:
দি থোৱা উত্তৰ সমূহৰ প্ৰশ্ন বনোৱা :

b. They went out in the rain.
সিহঁত বৰষুণত বাহিৰলৈ গৈছিল।
Ans:- Did they go out in the rain?
সিহঁত বৰষুণত বাহিৰলৈ গৈছিল নে?

c. She wanted to meet you.
তাই তোমাক লগ পাব বিচাৰিছিল।
Ans:- Did she wanted to meet me?
তাই মোক লগ পাব বিচাৰিছিল নেকি?


d. You worked hard for the examination.
তুমি পৰীক্ষাৰ বাবে বহু কষ্ট কৰিছিলা।
Ans:- Did i work hard for the examination?
মই পৰীক্ষাৰ বাবে কষ্ট কৰিছিলো নে?

e. The farmer planted potatoes.
খেতিয়কে আলুবোৰ ৰুইছিল।
Ans:- Did the farmer plant potatoes?
খেতিয়কে আলুবোৰ ৰুইছিল নে?

f. He prayed for our good health.
সি আমাৰ সু-স্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰিছিল।
Ans:- Did he pray for our good health?
সি আমাৰ সু- স্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰিছিল নে?

 VOCABULARY**
1. Fill in the blanks with the following words :
দি থোৱা শব্দ কেইটা বহায় খালী ঠাই পূৰ কৰা :

(a) The uprooted tree blocked the highway.
উঘালী থোৱা গছ বোৰে ঘাইপথটো অবৰুদ্ধ কৰিছিল।

b. We reached early and approached the gate.
আমি সোনকালেই গৈ পাইছিলো আৰু গেট খনৰে প্ৰৱেশ কৰিলো।

c. Don't be scared, it's just a horror movie.
 ভয় নাখাবা, এইখন মাত্ৰ এখন ভোটৰ চিনেমা।

d. The old lady was shocked to know that no one came to see her.
বুঢ়ী মানুহগৰাকী হতভম্ব হৈছিল তেওঁক কোনেও চাবলৈ নহা বুলি গম পাই।

e. The rat was at last trapped last night.
শেষত নিগনী টোক যোৱাৰাতি বন্দী কৰা হল।

f. From now here a black car appeared and someone picked up the suitcase.
কৰবাৰ পৰা কলা গাড়ী এখন ওলালহি আৰু কোনোবাই চুটকেচটো উঠাই লৈছিল।

2. A word have different meanings. Read the following sentences and understand the differences in meaning.
এটা শব্দৰ বেলেগ বেলেগ অৰ্থ থাকিব পাৰে। বাক্য কেইটা পঢ়ি একেটা শব্দৰে বেলেগ বেলেগ অৰ্থ বিচৰা।

a. Mind: I don't know what's going on in his mind.
মই নাজানো তাৰ মনত কি চলি আছিল।
I think he would not mind if we call him now.
মই ভাবো যে তাক আমি এতিয়া কল কৰিলে সি বেয়া নাপায়।
Shekhar will mind the class today.
শ্বেখৰ এ আজিৰ ক্লাছ তোৰ বাবে বেয়া পাব পাৰে।

b. Ring: The Queen wears a gold ring.
ৰাণী জনীয়ে সোণৰ আঙুঠি পিন্ধিছে।
Does the school bell ring loudly?
স্কুলৰ বেলটো জোৰেৰে বাজিল নেকি?
The boxer fell down in the ring.
বক্সাৰ জন ৰিংৰ ভিতৰতে পৰি গল।

c. Pass : I have got a gate pass for the show.
মই শ্ব'টোৰ কাৰণে গেট পাছ পালো।
 Pass me the ball quickly.
বলটো মোলৈ সোনকালে দিয়া ।
I hope he will pass in the examination.
মই আশা কৰোঁ সি যাতে পৰীক্ষাত পাছ কৰে।

d. Fine: The cloth is made of very fine fiber.
কাপোৰ টো বহুত ভাল সূতাৰে বনোৱা হৈছে।
You have to pay Rs. 50 as fine .
তুমি ৫০ টকাৰ জৰিমনা ভৰিব লাগিব।
I am quiet fine, thank for asking.
মই ঠিকেই আছো, সোধাৰ বাবে ধন্যবাদ।





 LISTENING AND SPEAKING

1. Read out this words aloud:
শব্দ কেইটা জোৰেৰে পঢ়া :
Poach (প'তচ্), Broach ( ব্ৰুতচ্), Peach ( পিতচ্), Scorch (স্কৰতচ্), Leach ( লিতচ্), Finch (ফিনচ্), Coach ( ক' তচ), Approach ( এপ্ৰ'তচ), Beach ( বিতচ্), Torch ( তৰ্চ), Screech ( স্কৃতচ), Pinch (পিন্চ)


2. Would is used to express polite request. Read the conversation and practice a similar conversation with your friend asking him to help you with your homework.
Would (ওদ) শব্দ টোৱে নম্ৰ অনুৰোধ প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা হয়। কথোপকথন টো পঢ়ি এনেদৰেই আন এটা কথোপকথন তোমাৰ বন্ধুৰ লগত কৰা আৰু হ'মওৰ্কত সহায় কৰিবলৈ কোৱা।
Raja: Would you mind if i ask you a question?
ৰাজা: আপুনি বেয়া পাব নেকি যদি মই আপোনাক এটা প্ৰশ্ন কৰো?
Teacher: Surely not.
শিক্ষকঃ নিশ্চয় নহও।
Raja: Would you teach us chapter no 2 today?
ৰাজা: আপুনি আজি আমাক ২ নং পাঠটো পঢ়োৱাব নে?
Teacher: Yes.
শিক্ষক: হয়।
Raja: Ma'am, would you explain me the last paragraph again?
ৰাজা: মেম, আপুনি মোক শেষৰ পেৰাগ্ৰাফ টো আকৌ এবাৰ বুজাই দিব নে?
Teacher: Sure, why not.
শিক্ষকঃ নিশ্চয়, কিয় বুজাই নিদিম।
Raja: Thank you Maam.
ৰাজা: ধন্যবাদ মেম।


 Writing
1. Read the following lines. And answer the questions :
বাক্য কেইষাৰ ভালদৰে পঢ়া আৰু প্ৰশ্নসমূহৰ উত্তৰ দিয়া :
It was a tiring day in school.
আজি এটা ভাগৰুৱা দিন আছিল স্কুলত।

Though you had your Tiffin, you felt really hungry.
যদিও তুমি তোমাৰ টিফিন খালা, তোমাৰ খুব ভোক লাগিল।

You needed some rest very badly.
তোমাক অলপ আৰামৰ প্ৰয়োজন আছিল।

You waited outside the school gate for your parents.
তুমি স্কুল গেটৰ বাহিৰত তোমাৰ মা- দেউতাৰ বাবে ৰৈ আছিলা।

All your friends went away and you were only standing there alone.
তোমাৰ সকলোঁ বন্ধু গুচি গল আৰু তুমি অকলেই ঠিয় হৈ আছিলা।

Then a car stopped.
তেনেকুৱাতে এখন গাড়ী আহি ৰলহি।
A man came down and said that your father had sent him to pick you up.
এজন মানুহ নামি আহিল আৰু তোমাক কলে যে তেওঁক তোমাৰ দেউতাই নিবলৈ পঠাইছে।
a. Will you go with this person?
তুমি মানুহজনৰ লগত যাবা নে?
Ans:- No, I will not go with the person.
নাই, মই মানুহজনৰ লগত নাযাও।

b. Why?
কিয়?
Ans:- Because it is wrong to go anyone with stranger.
কাৰণ অচিনাকী মানুহৰ লগত কৰবালৈ যোৱাটো ভূল হয়।

c. What will you do then?
তুমি তেতিয়া কি কৰিবা?
Ans:- I will go inside the school.
মই স্কুলৰ ভিতৰলৈ সোমাই যাম।

d. Should we trust strangers?
আমি অচিনাকীক বিশ্বাস কৰিব লাগে নে?
Ans:- No, we should not trust strangers.
নাই, আমি অচিনাকীক বিশ্বাস কৰিব নালাগে।

e. Why?
কিয়?
Ans:- Because they might harm us.
কাৰণ সিহঁতে আমাৰ ক্ষতি কৰিব পাৰে।



2. Complete the story using correct from of the verbs:
ভাৰ্বৰ শুদ্ধ ৰূপ দি গল্প টো পূৰ্ণ কৰা

Long ago there lived a panther named Bagheera.
বহু সময় পূৰ্বে এটা বাঘ আছিল যাৰ নাম বাঘিৰা।
One day he found a man cub in the jungle.
এদিন সি জংঘলত এটা মানুহৰ পোৱালি পালে।
Bagheera had no family.
বাঘিৰাৰ কোনো পৰিবাৰ নাছিল।
But he knew a family of wolves.
কিন্তু সি কুকুৰনেছীয়া বাঘৰ এটা পৰিয়াল চিনি পাইছিল।
He took the man cub to the mother wolf.
সি মানুহ পোৱালি টোক কুকুৰনেছীয়া বাঘবোৰৰ মাকজনীৰ ওচৰলৈ লৈ গল।
The mother wolf said, “I already have five cubs of my own.
কুকুৰনেছীয়া বাঘৰ মাকজনীয়ে কলে,“মোৰ আগৰে পৰা পাঁচটাকৈ পোৱালী আছেই।"

Let this man cub stay with me.
এই মানুহ পোৱালী টোক মোৰ লগত থাকিবলৈ দিয়া।
I'll take good care of him.
মই তাক ভালদৰে ৰাখিম।
The father wolf also agreed to look after the man cub.
কুকুৰনেছীয়া বাঘ কেইটাৰ বাপেকটোৱেও মান্তি হৈ মানুহ পোৱালী টোক চোৱাচিতা কৰিব বুলি কলে।
So, the man cub had stayed with them and they named him Mowgli.
সেইবাবে, মানুহৰ পোৱালী টো সিহঁতৰ লগতেই থাকিলে আৰু সিহঁতে তাক নাম দিলে মুগলী।





Post Id: DABP001266