Lesson 10
THE BRAVE BOY



 Comprehension 

1. Answer the questions:

a. Who was swami Vivekananda?
স্বামী বিবেকানন্দা কোন আছিল ?
Ans: swami Vivekananda was a young brave boy who later became a great saint. 
স্বামী বিবেকানন্দা আছিল এজন সাহসী ডেকা লৰা যিয়ে পিছলৈ এজন ডাঙৰ মহাত্মা হ'ল ।


b. How was he as a young boy? 
তেওঁ সৰুতে কেনেকুৱা আছিল
Ans: As a young boy he was fearless, curious and always eager to acquire more knowledge. 
সৰুৰে পৰা তেওঁ আছিল সাহসী, উৎকণ্ঠা জনক আৰু সদায়েই জ্ঞান আহৰণ কৰিবলৈ উৎসুক আছিল।


c. What was his real name? Where was he born? 
তেওঁৰ আচল নাম কি আছিল ? তেওঁৰ ক'ত জন্ম হৈছিল ?
Ans: his real name was Naren Dranath Dutta. He was born in Kolkata. 
তেওঁৰ আচল নাম আছিল নৰেন্দ্ৰনাথ দত্ত । তেওঁৰ কলকাতাত জন্ম হৈছিল ।


d. Why did he found the Ramkrishna Mission? 
তেওঁ ৰামকৃষ্ণ মিছন কিয় উলিয়াইছিল
Ans: He founded the ramakrishna Mission to improve the lives of the poor and an educated Indians. 
তেওঁ দুখীয়া মানুহৰ জীৱন উদ্ধাৰ হেতু আৰু অশিক্ষিত ভাৰতীয় বোৰৰ বাবে ৰামকৃষ্ণ মিছন উলিয়াইছিল ।

Page no 2 

e. How should we face the problem and hardships of life? 
আমি জীৱনৰ সমস্যা আৰু কঠিনতা বোৰৰ কি দৰে সন্মুখীন হ'ব লাগে
Ans: We should face the problem and hardships of life by dealing with it. 
আমি জীৱনৰ সমস্যা আৰু কঠিনতা বোৰৰ লগত মুখামুখি হৈ সমাধান কৰিব লাগে ।


f. What is the greatest cause of unhappiness? 
অপ্ৰসন্নতাৰ মূল কাৰণ কি
Ans: Fear is the greatest cause of unhappiness. 
অপ্ৰসন্নতাৰ মূল কাৰণ হৈছে ভয় ।


2. Think and answer: ভাবি চিন্তি উত্তৰ দিয়া: 

a. "But Naren did not see the snake" why did Naren not see the snake?  
"কিন্তু নৰেণ এ সাপটো দেখা নাপালে" কিয় নৰেণে সাপটো দেখা নাপালে
Ans: Naren did not see the snake because he was absorbed in meditation. 
নৰেণে সাপটো দেখা পোৱা নাছিল কাৰণ তেওঁ ধ্যানত মগ্ন হৈ আছিল । 


b. "It will take your mind to the highest state and will strengthen your mind" about what this is said? "এইটোৱে তোমাৰ মনটোক সৰ্বোচ্চ অৱস্থালৈ লৈ ‌যাব আৰু মনটোক শক্তিশালী কৰি তুলিব ।" ইয়াত কিহৰ কথা কৈছে?

Page no 3 
Ans: This is said about meditation. 
ইয়াত ধ্যানৰ কথা কোৱা হৈছে ।

c. "Vivekananda had travelled through about India as a wandering monk ." Why do you think Vivekananda had traveled as a wandering Monk? 
"বিবেকানন্দই সমগ্ৰ ভাৰতবৰ্ষ এজন যাযাবৰী সন্যাসী হৈ ভ্ৰমণ কৰিছিল" বিবেকানন্দই কিয় এজন যাযাবৰী সন্যাসী হৈ ভ্ৰমণ কৰিছিল বুলি তুমালোকে ভাবা
Ans: Vivekananda had traveled through out india as a wandering monk to know the country better.  
বিবেকানন্দই সমগ্ৰ ভাৰতবৰ্ষৰ ভ্ৰমণ এজন যাযাবৰী সন্যাসী হৈ কৰিছিল কাৰণ তেওঁ দেশখনক ভালদৰে জানিব বিচাৰিছিল । 

d. "Service to those people is the highest religion" - which people are referred to here? 
"তেওঁলোকৰ দৰে মানুহৰ সেৱা কৰাটো হৈছে পৰম ধৰ্ম" ইয়াত কোনবোৰ মানুহৰ কথা কোৱা হৈছে
Ans: Hear the people - the poor, the illiterate the ignorant are referred. 
ইয়াত - দুখীয়া , অশিক্ষিত আৰু অজান মানুহ সকলৰ কথা কোৱা হৈছে । 


e. "That the monkey stopped chasing him and went back " why do you think the monkeys night have stopped and went back?
Page no 4
 "যে বান্দৰ বোৰে তাক এৰি ৰৈ গুচি গল"। বান্দৰ বোৰে তাক খেদিবলৈ এৰি কিয় গুচি গ'ল বুলি তোমালোকে ভাবা
Ans: The monkeys might have stopped and went back because he faced the monkeys bravely rather than running away, with fear.
বান্দৰ বোৰে তাক খেদিবলৈ এৰি ৰৈ গৈছিল কাৰণ সি ভয়ত পলাই নগৈ সিহঁতৰ সন্মুখীন হৈছিল ।

f. "He also said we should try to make ourselves perfect". how we can make ourselves perfect ? "
তেওঁ এইটোও কৈছিল যে আমি নিজকে পৰিপূৰ্ণ কৰাৰ প্ৰচেষ্টা কৰিব লাগে" । 
Ans: We can make ourselves perfect by accepting our good qualities as well as the bad qualities too. 
আমি নিজকে পৰিপূৰ্ণ কৰিব পাৰিম যেতিয়া আমি আমাৰ ভাল আৰু বেয়া গুণ দুয়োটাই গ্ৰহণ কৰিম‌ । 


GRAMMAR
1. Join the Sentences With "and": বাক্য সমূহ "and" (আৰু) লগায় জোৰা লগোৱা : 
b. I am a student. I am a good painter. 
মই এজন ছাত্ৰ । মই এজন ভাল পেইনতাৰ (চিএকাৰ) ।
Ans: I am a student and a good painter.  
মই এজন ছাত্ৰ আৰু এজন ভাল পেইনতাৰ ( চিএকাৰ) ।

c. The girls are talking loudly. The girls are laughing loudly.

Page no 5 
ছোৱালী বোৰে জোৰে জোৰে কথা পাতি আছে । ছোৱালী বোৰে জোৰে জোৰে হাহি আছে ।
Ans: The girls are talking and laughing loudly. 
ছোৱালী বোৰে জোৰে জোৰে কথা পাতি আৰু হাহি আছে ।

d. You are Monu's sister. You are Biki's cousin. 
তুমি মনোৰ ভণ্টি আৰু বিকিৰ কাজিন ।
Ans: You are Monu's sister and Biki's cousin. 
তুমি মনোৰ ভণ্টি আৰু বিকিৰ কাজিন

e. We have three racquets. We have five Cricket bats. 
আমাৰ তিনিখন ৰেকেত আছে । আমাৰ পাছখন ক্ৰিকেট বেত আছে ।
Ans: We have three racquets and five Cricket bats. 
আমাৰ তিনিখন ৰেকেত আৰু পাছখন ক্ৰিকেট বেত আছে ।

f. She will come to see me. She will return my book. 
তাই মোক চাবলৈ আহিব । তাই মোক কিতাপখন ঘূৰাব ।
Ans: She will come to see me and return my book. 
তাই মোক চাবলৈ আৰু কিতাপখন ঘূৰাবলৈ আহিব । 


2. Join three sentences using 'but': বাক্য সমূহ 'but' (কিন্তু) ব্যৱহাৰ কৰি জোৰা লগোৱা : 

b. Rani is cruel. Her sister is kind. ৰানী হ'ল কঠোৰ । তাইৰ ভনীয়েক হ'ল মৰমিয়াল । 
Ans: Rani is cruel but her sister is kind. ৰানী হ'ল কঠোৰ কিন্তু তাইৰ ভনীয়েক হ'ল মৰমিয়াল ।

Page no 6 
c. Rajiv close the door. Rajiv left the window open. 
ৰাজিবে দৰজাখন বণ্দ্ধ কৰিলে । ৰাজিবে খিৰিকী খন খুলি দলে ।
Ans: Rajiv close the door but left the window open. 
ৰাজিবে দৰজাখন বণ্দ্ধ কৰিলে কিন্তু খিৰিকী খন খুলি থলে ।

d. Mitu ran very fast. He could not come first. 
মিতু বহু জোৰেৰে দৌৰিলে । সি‌ প্ৰথম নহ'ল।
Ans: Mitu ran very fast but could not come first. 
মিতু বহু জোৰেৰে দৌৰিলে কিন্তু সি প্ৰথম নহ'ল । 

e. The teacher is teaching. The pupils are talking. 
শিক্ষক জনে পঢ়াই আছে । ছাত্ৰ বোৰে কথা পাতি আছে ।
Ans: The teacher is teaching but the pupils are talking. 
শিক্ষক জনে পঢ়াই আছে কিন্তু ছাত্ৰ বোৰে কথা পাতি আছে ।

f. The girl cried out loud. Her mother did not hear. 
ছোৱালী জনীয়ে জোৰেৰে চিঞৰিলে । তাইৰ মাকে শুনা নাপালে ।
Ans: The girl cried out loud but her mother did not hear. ছোৱালী জনীয়ে জোৰেৰে চিঞৰিলে কিন্তু তাইৰ মাকে শুনা নাপালে । 



3. Combine the Sentences With "Who": "who" (যাক) ব্যৱহাৰ কৰি বাক্য সমূহ জোৰা লগোৱা : 

b. The thief ran away. The thief was caught by the people. 
চোৰটো পলাই গ'ল । চোৰটোক মানুহবোৰে ধৰিছিল ।
Ans: The thief who was caught by the people ran away. 
চোৰটো যাক মানুহবোৰে ধৰিছিল সি পলাই গ'ল ।


Page no 7 
c. The child cried loudly. The child lost its mother. 
'ৰাটোৱে চিঞৰি কাণ্দিলে । ল'ৰাটোৱে তাৰ মাকক হেৰুৱালে।
Ans: The child who lost its mother cried loudly. 
'ৰাটো যিয়ে তাৰ মাকক হেৰুৱালে সিচিঞৰি কাণ্দিছিল

d. The player scored a century. The player had a leg injury. 
খেলুৱৈ জনে শতক ‌‌শ‌‌্ক্ষা   কৰিলে । খেলুৱৈ জনে ভৰিত দুখ পালে ।
Ans: The player who had a leg injury scored a century. 
খেলুৱৈ জন যিয়ে ভৰিত দুখ পাইছিল তেওঁ শতক ‌‌শ‌‌্ক্ষা   কৰিলে ।

e. We want a teacher. The teacher is strict but loving.
আমাক এজন শিক্ষকৰ দৰকাৰ । শিক্ষক জন যাতে কঠোৰ কিন্তু মৰমিয়াল ।
Ans: We want a teacher who is strict but loving. 
আমাক এজন শিক্ষক লাগে যিয়ে কঠোৰ 
কিন্তু মৰমিয়াল ।

f. This is the lady. The lady brock six glasses in the party. 
এই গৰাকী মহিলা । মহিলা গৰাকীয়ে পাৰ্টি টোত ছটা গ্লাছ ভাগিছিলে ।
Ans. This is the lady who broke six glasses in the party . এই গৰাকী মহিলা যিয়ে পাৰ্টি টোত ছটা গ্লাছ ভাগিছিলে ।


Page no 8 
VOCABULARY
1. 'Gymnasium', also known as 'gym' is a place which is equipped with fitness equipment’s and where people go to do physical exercises and to keep the body fit. 'জিমনেচিয়াম ' যাক জিম বুলিও জনা যায়, এইটো এটা ঠাই য'ত ফিতনেচৰ সজুলিৰে সজোৱা হয় আৰু য'ত মানুহে শাৰীৰিক ব্যায়াম কৰিব যায় জাতে নিজৰ নিজৰ শৰীৰ সুস্থ কৰি ৰাখিবলৈ ।

What are these places called? 
a. Where there are a lot of books; where people can sit and read books; can borrow books for reading - LIBRARY
'ত বহুতো কিতাপ থাকে, 'ত মানুহ বহি কিতাপ পঢ়িব পাৰে; কিতাপ পঢ়িবৰ বাবে লৈ যাই - পুথিভঁৰাল । 

b. Where there are many objects of interests or importance of old days are stored and displayed - Memory 'ত বহু ধৰণৰ ৰুচি আৰু মহত্ব থাকে পুৰণা দিনৰ যিবোৰ সংৰক্ষণ আৰু প্ৰদৰ্শন কৰা যায় - স্মৃতি 

c. where plays and other dramatic performance are shown and people go to enjoy the same - THEATRE 
'ত নাতক আৰু বেলেগ বেলেগ নাটকীয় পৰিৱেশন পৰিবেশ কৰা যায় আৰু তাত মানুহে আনন্দ ল'ব যায় - থিয়েটাৰ ।

d. Where people do scientific experiments for teaching, make drugs or chemicals - LABORATORY


Page no 9 
'ত মানুহে বৈজ্ঞানিক অনুশীলন কৰি শিক্ষা দিয়ে, দৰৱ আৰু ৰাসায়নিক দ্ৰব্য বনাই - লেবৰেটৰী 

e. A place where a meeting or an event is held - VENUE এখন ঠাই য'ত মিটিং নাইবা কাৰ্যাক্ৰম পাতা হয় - ভেনু


2. Fill in the blanks with appropriate words: 

a. Assam is a _STATE __of India. Ice is the solid __STATE __of water. অসম ভাৰতৰ এখন _ৰাজ্য_ বৰফ পানীৰ কঠিন _অৱস্থা হয় ।

b. The actor had acted in many hit times. The Man hit the bull hard with a stick. অভিনেতা জনে বহু সফল চিনেমাত অভিনয় কৰিছে । মানুহজনে ম'হটোক লাঠীৰে বহুত জোৰেৰে মাৰিলে ।

c. Antarctica is in the South Pole. The pole was not so strong to hold up the banner steadily. এণ্টাৰ্কটিকা দক্ষিণ ধ্ৰুৱ আছে । ধ্ৰুৱটোৱে বেনাৰখন ধৰি ৰাখিবলৈ ইমান মজবুত নাছিল ।

d. Viki's father gifted him beautiful watch for his birthday we have to keep watch on the injured cat. বিকিৰ বাপেকে তাক এটা ধুণীয়া ঘড়ী তাৰ জন্ম দিনত দিলে । আমি আহত মেকুৰী টোৰ ওপৰত নজৰ দিব লাগিব ।

e. The lift had stopped working, so we had to climb up the stairs. Raju challenged us to lift the heavy back


Page no 10 
লিফ্টটো ৰৈ গ', সেইবাবে আমি চিৰিৰে উপৰলৈ যাৱ লগা হ'ল । ৰাজুৱে আমাক ওজন থকা বেগটো ডাঙিবলৈ প্ৰত্যাহ্বান জনালে । 

f. The lady applied the paste on her face. I don't know how to face such a situation. মানুহ‌ জনীয়ে লেপটো নিজৰ মুখত লগালে । মই নাজানো এনেকুৱা অৱস্থাৰ কেনেদৰে সন্মুখীন হ'ব লাগে ।


LISTENING AND SPEAKING 
1. Read out these words: 
শব্দ বোৰৰ জোৰকৈ উচ্চাৰণ কৰি পঢ়া : 
Edge (এজ) Ledge (লেজ) Pledge (প্লেজ) Wedge (ওৱেজ) Hedge (হেজ) Fledge (ফ্লেজ) Sledge (চ্লেজ) Knowledge (নলেজ) 


2. Read the conversation and practice a similar conversation with your friend about the usefulness of physical exercise. কথোপকথন টো পঢ়া আৰু এনেকোৱা এটা একেই কথোপকথন কৰা শাৰীৰিক ব্যায়ামৰ উপকাৰীতাৰ উপৰত তোমাৰ বণ্দ্ধুৰ লগত ।
Rina: Do you meditate? ৰিণা:  তুমি ধ্যান কৰানে ?
Rekha: Yes, I do. ৰেখা: হয়, মই কৰো ।
Rina: Why? ৰিনা: কিয় ?
Rekha: Because it freshens up my mind. ৰেখা: কাৰণ ইয়ে আমাৰ মন সতেজ কৰে ।
Rina: What are the other uses of meditation? ৰিনা : ধ্যানৰ আৰু অন্য উপকাৰীতা কি কি? Rekha: There are too many. It helps your mind to concentrate, it improves your memory, and it empowers your brain ...... ৰেখা: বহুত আছে । ইয়ে তোমাৰ মনটোক স্হিৰ কৰাত সহায় কৰে, স্মৃতি শক্তি ভাল কৰে, মগজুৰ শক্তি বঢ়াই......

Page no 11 
Rina: Really? Then I must also try it. ৰিনা: সচাকৈ? তেনেহলে ময়ো চেষ্টা কৰিব লাগিব । Rekha : Sure, you should. ৰেখা: নিশ্চয়, তুমি পাৰা । 



WRITING
1. Rewrite the passage by joining two sentences with appropriate conjunctions: 
কনজাংচন ব্যৱহাৰ কৰি দুটা কৈ বাক্য জোৰা লগোৱা: 
=>There was a poor woman who lived alone in a hut. 
এগৰাকী দুখীয়া মহিলা আছিল যিয়ে এটা জুপুৰি ঘৰত অকলে বাস কৰিছিল । 

=>There was greedy fox who lived in the forest near her house. 
এটা লুভিয়া সিয়াল আছিল যি তেওঁৰ উচৰৰ হাবিখনত বাস কৰিছিল ।

=>The fox wanted to kill the old woman, but he was scared of her. সিয়ালটোৱে তেওঁক মাৰি পেলাব বিচাৰিছিল কিন্তু সি তেওঁলৈ ভয় খাইছিল। 

=>One day the fox gathered courage and went to the old woman. এদিনাখন সিয়ালে সাহস গোটালে আৰু বুঢ়া মানুহ গৰাকীৰ ফালে গ'ল। 

=>The old woman saw the fox coming so shehold her walking stick tightly. 
মানুহ গৰাকীয়ে সিয়ালটো অহা দেখিলে সেইবাবে খোজ কঢ়া লাখুতি ডাল জোৰেৰে ধৰিলে।

Page no 12 

2. Use the clue given below and write about the life and works of Mahatma Gandhi: 
তলত দিয়া উদাহৰণ বোৰ লৈ মহাত্মা গান্ধীৰ জীৱন আৰু কৰ্মৰ বিষয়ে লিখা: 
Mohandas Karamchand Gandhi was born on October 2 1869 in Porbandar Gujarat.  
মোহনদাস কৰমচান্দ গান্ধীৰ জন্ম হৈছিল ২ অক্টোবৰ ১৮৬৯ চনত প'ৰবণ্দৰ গোজৰাতত ।

Study in law at the Inner Temple London. 
ল পঢ়িছিল ইনাৰ তেম্পল লণ্ডনত ।

Worked in South Africa at the age of 21 years. 
দক্ষিণ আফ্ৰিকাত কাম কৰিছিল ২১ বছৰ বয়সত ।

In 1915 he returned to India and joined the struggle for independence. 
১৯১৫ চনত তেওঁ ভাৰতলৈ উভতি আহিছিল আৰু স্বাধীনতাৰ হকে সংঘৰ্ষ কৰিলে ।

Used the principle of Satyagraha and Non-Violence. 
সত্যাগ্ৰহ আৰু অহিংসাৰ ধৰ্ম বনাইছিল ।

Told people to love each other and live peacefully. 
মানুহক নিজৰ মাজত ভাল পাবলৈ শিকাইছিল আৰু শান্তিত থাকিব কৈছিল । 
People call him "Bapuji" the Father of the Nation.





Post Id: DABP001295