Class 5 English 
Lesson 

  The Pencil Box  

1. Answer the questions
( প্ৰশ্নসমূহৰ উত্তৰ দিয়া)

a. What did the Sagar do when the bell had ring?
( ঘণ্টাটো বজাৰ লগে লগে সাগৰে কি কৰিছিল?)
Ans:- When the bell had rung Sagar hurriedly put his books and copies in the bag.
( ঘণ্টাটো বজাৰ লগে লগে সাগৰে ততাতয়াকৈ কিতাপ বহীবোৰ বেগত ভৰাইছিল)


b. Why did Miss Mitchell become angry and punish Sagar?
( মিছ মিটছেলৰ কিয় খঙ উঠিছিল আৰু সাগৰক কিয় শাস্তি দিছিল?)
Ans:- Bibhas gave false complain against Sagar in front of Miss Mitchell that Sagar pushed him from behind and this make her angry and she gave punishment to Sagar.
       বিভাসে সাগৰৰ বিপক্ষে মিছ মিটছেলৰ আগত মিছা অভিযোগ দিছিল যে সি তাক ঠেলা মাৰিছিল। এই কথাত তাইৰ খঙ উঠিছিল আৰু তাক শাস্তি দিছিল।


c. Why did the Sagar's mother ask him to return the pencil box?
( কিয় সাগৰৰ মাকে তাক পেঞ্চিল বক্সটো ঘূৰাই দিব কৈছিল?)
Ans:- Sagar's mother ask him to return the pencil box because to keep other's thing without permission is like a stealing and it hurt the person to whom it belongs.
      সাগৰৰ মাকে তাক পেঞ্চিল বক্সটো ঘূৰাই দিব কৈছিল কিয়নো অনুমতি অবিহনে আনৰ বস্তু ৰাখি থোৱাটো চুৰ কৰাৰ দৰে হয় আৰু এই কথাই বস্তুৰ গৰাকীজনৰ মনত দুখ দিয়ে।


d. Why mother was proud of Sagar?
( মাকে সাগৰক লৈ কিয় গৌৰৱ অনুভৱ কৰিছিল?)
Ans:- Mother was proud of Sagar because he always did the right thing.
    মাকে সাগৰক লৈ গৌৰৱ অনুভৱ কৰিছিল কিয়নো সি সদায় শুদ্ধ পথত থাকি কাম কৰিছিল।


e. What did Mridul's father say?
( মৃদুলৰ দেউতাকে কি কৈছিল?)
Ans:- Mridul's father said that he had kept one important paper in Mridul's pencil box, if it had been last he would have been in problem.
    মৃদুলৰ দেউতাকে কৈছিল যে তেখেতে মৃদুলৰ পেঞ্চিল বক্সত এখন প্ৰয়োজনীয় কাগজ ভৰাই থৈছিল, সেই কাগজখন হেৰাই থকা হলে তেওঁ অসুবিধাত পৰিলে হয়।


f. What is the most precious gift for someone?
( মানুহৰ বাবে আটাইতকৈ মূল্যৱান উপহাৰ কি?)
Ans:- The most precious gift for someone is the goodwill of the people.
    মানুহৰ বাবে আটাইতকৈ মূল্যৱান উপহাৰ হল মানুহৰ সহানুভূতি।


2. What do these words actually mean? Tick the correct options.
   এই শব্দবোৰে কি বুজাইছে? শুদ্ধ উত্তৰটো বাছি উলিওৱা।
a. “And the whole school was filled with buzz of life instantly" means
আৰু স্কুলখন ঘপহকৈ ভৰপূৰ কোলাহলৰে ভৰি পৰিল অৰ্থাৎ

1. The school was filled with movements and noise.
     স্কুলখন বিভিন্ন কাৰ্য তথা শব্দোৰ ভৰি পৰিল।

a. The students started to buzz.
 লৰা ছোৱালীবোৰে কথা পতা আৰম্ভ কৰিছিল।

b. Miss Mitchell gestured them to make lines and go. means
মিছ মিটছেলে সিঁহতক শাৰী পাতি ওলাই যাবলৈ ইংগিত দিছিল অৰ্থাৎ

1. She asked the students to make lines and go.
তাই ছাত্ৰ ছাত্ৰীক শাৰী পাতি যাব কৈছিল।

2. She signaled them to make lines and go.
তাই সিহঁতক শাৰী পাতি যাবলৈ ইংগিত দিছিল।


c. When Mridul hide the truth weren't you hurt. hiding the truth means
যেতিয়া মৃদুলে সচাঁ কথা লুকুৱাইছিল তুমি আঘাত paisila নহয়। সচাঁ কথা লুকুৱা মানে

1. Telling the truth.
সচাঁ কথা কোৱা

2. Not telling the truth.
সচাঁ কথা লুকুৱা।

d. `It amounts to stealing' means
`চুৰ কৰাৰ সমান' অৰ্থাৎ

1. It is equal to stealing.
চুৰ কৰাৰ দৰে একেই।

2. Lots of things is stolen.
বহু বস্তু হেৰুৱা

e. “The goodwill of the people is the most precious gift for someone." Goodwill means
মানুহৰ আশীৰ্বাদ হৈছে আটাইতকৈ মূল্যৱান উপহাৰ আশীৰ্বাদ মানে

1. People will love someone
মানুহে কাৰোবাক ভাল পোৱা।
2. Love and caring.




Grammar

1. Rewrite the paragraph replacing the meaning words with appropriate pronouns.
স্তৱকটোৰ সৰ্বনাম ব্যৱহাৰ কৰি পুনৰ লিখা।
a. Sudhu and Budhu were friends. Sudhu and Budhu were very lazy. But Sudhu and Budhu were clever. One day Sudhu said to Budhu,“I and you have nothing to do in this village. So let you and I go to some place else." So Sudhu and Budhu left Sudhu's and Budhu's village.
  সুধু আৰু বুধু বন্ধু আছিল। সুধু আৰু বুধু দুয়ো বহুত এলেহুৱা আছিল। কিন্তু সুধু আৰু বুধু বৰ বুদ্ধিয়ক আছিল। এদিন সুধুৱে বুধুক কৈছিল,“মোৰ আৰু তোমাৰ গাঁৱত কৰিবলগীয়া কাম একো নাই। গতিকে তুমি আৰু মই বেলেগ ঠাইলৈ যাওগৈ বলা।" তাৰ পাছত সুধু আৰু বুধুৱে সুধু আৰু বুধুৰ গাঁও এৰি গুচি গৈছিল।

Ans:- They were friends. They were very lazy. But they were clever. One day he said to him,“I and you have nothing to do
in this village. So let you and I go to some else place." so they left this village.



b. The lady was looking for the lady's son. When the lady could not find him, the lady began to cry. The lady asked the lady's husband that the lady could not find the lady and her husband's son. The husband said that the lady should not worry ;the lady and her husband's son was with the husband.

Ans:- She was looking for her son. When she could not find him, she began to cry. She asked her husband that she could not find their son. He said that she should not worry ;their son was with him.

মৰম আৰু চেনেহ তাই নিজৰ পুতেকক বিচাৰি ফুৰিছিল। যেতিয়া তাক বিচাৰি পোৱা নাছিল তাই কান্দি আছিল। তাই গিৰিয়েকক কৈছিল যে তাই সিহঁতৰ লৰাটো বিচাৰি উলিয়াব নোৱাৰিলে। সি তাইক কৈছিল যে তাই চিন্তা কৰিব নালাগে কিয়নো সিহঁতৰ লৰাটো তেওঁৰ লগতে আছে।

c. There was a king. The king's name was Hodja. Hodja had two queens, Hina and Gina. Hina was beautiful but Gina was kind and gentle. Everybody loved Gina for Gina's humanity. Hina was very jealous of Gina and Hina always tried to harm Gina.

Ans:- There was a king. The king's name was Hodja. He had two queens, Hina and Gina. Hina was beautiful but Gina was kind and gentle. Everybody loved her for her humanity. She was very jealous of her and she always tried to harm her.
    এজন ৰজা আছিল। ৰজাজনৰ নাম আছিল হোদজা। তেখেতৰ দুজনী ৰাণী আছিল হীনা আৰু গীনা। হীনা ধুনিয়া আছিল আৰু গীনা আছিল দয়ালু। সকলোৱে তাইৰ খুহুতীয়া স্বভাৱৰ বাবে ভাল পাইছিল। তাই তাইক লৈ ঈৰ্ষা কৰিছিল আৰু সদায় তাইক ক্ষতি কৰিব বিচাৰিছিল।


2. Fill in the blanks with appropriate pronouns form.
উপযুক্ত সৰ্বনামেৰে খালী ঠাই পূৰ কৰা

a) The dog is hungry please give *it*a piece of bread.
  কুকুৰটো ভোকত আছে অনুগ্ৰহ কৰি ইয়াক ৰুটি এটুকুৰা খাব দিয়া।

b. They are your neighbors; would you please give this pocket to them ?
    সিহঁত তোমালোকৰ প্ৰতিবেশী ; অনুগ্ৰহ কৰি এই পেকেটতো সিঁহতক দি দিবাচোন।

c. Please don't ask this questions, We don't know anything about it.
অনুগ্ৰহ কৰি আমাক এই প্ৰশ্নটো নুসুধিব, অামি এই বিষয়ে একো নাজানো।

d. Miss Mitchell looked at me very hard, she thought i did it.
   মিছ মিটছেলে কঠোৰ ভাৱে মোক চাইছিল, তেওঁ ভাবিছিল মই এই কামটো কৰিছো।

e. You smiled at me so sweetly do i know you?
তুমি মোলৈ চাই ইমান ধুনীয়াকৈ হাঁহিলা, মই তোমাক চিনি পাওঁ জানো?

f. Haru is going this way please give him a call.
  সৰু এইফালে গৈছে অনুগ্ৰহ কৰি তাক ফোন এটা কৰা।
 

Vocabulary

1. Make sentences with these words.
তলৰ শব্দকেইটাৰে বাক্য বনোৱা
a. Instantly (তৎক্ষণাত) :- The dog instantly recognized his master.
কুকুৰটোৱে তৎক্ষণাত গৰাকীজনৰ চিনি পালে।

b. Hurriedly ( খৰধৰকৈ) :- She went to the school hurriedly yesterday.
যোৱাকালি তাই খৰধৰকৈ স্কুল গৈছিল।

c. Sadly (দুখ পূৰ্বক) :- Sadly speaking, mam has been shedding tears from the meaning after getting the news.
দুখ পূৰ্বক ভাৱে, খবৰটো পোৱাৰ পাছৰে পৰা মায়ে কেৱল কান্দিয়ে আছে।

d. Angrily ( খঙ) :- The teacher went out of the class angrily.
শিক্ষকজন খঙৰে শ্ৰেণী কোঠাৰ পৰা ওলাই গল।

e. Quietly ( মনে মনে) :- He opened the door and spoke quietly to someone.
সি দৰ্জাখন খুলি কাৰোবাৰ লগত মনে মনে কথা পাতি আছিল।

f. Firmly ( দৃঢ়ভাৱে /জোৰকৈ) :- She shut the door firmly and walked away.
তাই জোৰকৈ দৰ্জাখন মাৰি আঁতৰি গুচি গল।



2. Match these words with same meaning words:

a. Gestured        Signaled
    ইংগিত            সংকেত

b. Hugged           Embrace
   আঁকোৱালি      আলিংগন

c. Permission      Approval
    অনুমতি           অনুমোদন

d. Snatch          Seize
   কাঢ়ি অনা        জব্দ কৰা

e. Precocious      Valuable
   মূল্যৱান            বহুমূল্য






Post Id: DABP001265