Lesson 9

  Amanda  


Summary of the poem..

(কবিতাৰ মূলভাৱ)

The poem tells us about a young age girl Amanda who Love to live in her imaginary life. She used to do lat of mistakes for which her mother scold her. She is first painted out by her mother for biting her nails and for not sitting in the right pasture. Being a lazy individual Amanda imagines herself as a mermaid who lives a calm and relaxing life in the beautiful green sea. Further, she is nagged for not cleaning her room and shoes and also not doing her homework. Then she imagines herself to be an arphan because she is now fed up of being watched by her parents continuously. She says that she would have enjoyed hes freedom then, by making the patterns of her freedom then, by making the patterns of her bore feet on the sand and would live peaceful life next, Amanda is scalded for not listening to her mother, So now Amanda thinks of being Rapunzel, a character from a faiey tale and wants to live in a huge tawer like her. In the tower she will never allow anyone to come in. Finally, the mother asks her to step being moody because she doesnot want anyone to blame her for harassing her daughter. At this time the poet has not written any reaction from Amandas side. This constant nagging has made her so sad that she has ever stopped to imagine herself as someone else. She used to do so in order to escape from the continuous harassment and dominance of her parents.

        

কবিতাটো এজনী সৰু ছোৱালীৰ বিষয়ে কোৱা হৈছে। যিয়ে নিজৰ কল্পনা ৰাজ্যত থাকি। তাই সঘনাই কৰা ভূলবোৰৰ বাবে মাকে তাইক বৰ খঙ কৰে। প্ৰথম তাইক মাকে নখ কামুৰা আৰু ভালদৰে লবহাৰ বাবে গালি পাৰিছিল। এলেহুৱা প্ৰকৃতিৰ আমান্দাই নিজকে জলপৰীৰ লগত তুলনা কৰিছিল যিয়ে সাগৰত এক আৰামদায়ক জীৱন কটাই। পাছলৈ পুনৰ তাইক মাকে খঙ কৰিছে তাই নিজৰ গৃহকাৰ্য্য, জোতা চেণ্ডেল আৰু কোঠা চাফা নকৰাৰ বাবে এইবাৰ তাই নিজকে মাঠৰা বুলি কল্পনা কৰিছে কিয়নো তাই নিজৰ মাক দেউতাকৰ পৰা অশান্তি পাইছে। মাউৰা হৈ তাই স্বাধীনভাৱে শান্তি পূৰ্ণ জীৱন পাৰ কৰিব সাগৰৰ পাৰৰ বালিত নিজৰ ভৰিৰ চাপ ৰাখিব। আমান্দাক মাকে কথা নুশুনাৰ বাবে গালি পাৰিছে।তেতিয়া তাই নিজকে ৰুপাঞ্জল বুলি কল্পনা কৰিছিলে আৰু তাইৰ দৰে বিশাল ভাৱনত বাস কৰিব বিচাৰিছিল। ভৱনত তাই অকলে থাকিব শান্তিপূৰ্ণভাবে আৰু কাকো সোমাব নিদিয়ে। এতিয়া তাইক মাকে পুনৰ কথা শুনাইছে যাতে তাই আৰু গুমুঠা হৈ নাথাকে কিয়নো তেওঁ নিজৰ ছোৱালীৰ দোষৰ বাবে আনক জগৰীয়া কৰিব নিবিচাৰে। এইবাৰে কবিয়ে আমান্দাৰ কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই, কিয়নো মাক দেউতাকৰ পৰা পোৱা গলিয়ে তাইৰ মনটো বেয়া কৰি তুলিলে। তাই মাথো ঘৰৰ গলিৰ পৰা বাচিবৰ বাবে নিজকে বেলেগ বেলেগ ৰূপত কল্পনা কৰিছিল।



Thinking about the poem

(কবিতাটোৰ বিষয়ে ভাবা)

1. How old do you think Amanda is? How do you know this?

( আমান্দাৰ বয়স কিমান? তাইৰ বয়সৰ বিষয়ে কিদৰে জানিব পাৰিলে?)

Ans:- Amanda could be a Child of ten or twelve years old who loves in a fancy world.

Her age could be guessed by the references she gives about the mermaid and Rapunzel. These stories are read by children of ten or twelve years. 

(আমান্দাৰ বয়স দহৰ পৰা বাৰ বছৰৰ ভিতৰত থকি ভাল পায়।

তাইৰ বয়সৰ ধাৰণা তাই দিয়া উদাহৰণবোৰ যেনে মাৰমেইড ৰপাঞ্জল আদিৰ পৰাই পাব পাৰি। এই কাহিনীবোৰ সাধাৰণতে দহৰ পৰা বাৰ বছৰৰ ল’ৰা ছোৱাৱীয়ে পঢ়ে।)


2. Who do you think is speaking to her? 

(তোমাৰ মতে তাই কাৰ লগত কথা পাতিছে? )

Ans:- One of his parents is speaking to her, most probably it is her , mother. In a traditional household mother is held responsible for the conduct of child.

( তাই নিজৰ মাক-দেউতাক খুউব সম্ভৱ মাকৰ সৈতে কথা পতি আছে। পৰমপৰাগত ভাৱে এখন ঘৰত সন্তানৰ দায়িত্ব মাকেই পালন কৰে।)


3. Why are stanzas 2, 4 and 6 given in parenthesis?

  (২, ৩ আৰু ৬ নং স্তৰকেইটা কিয় পেৰেন্টথেছিছ অৰ্থা অন্তৰাল হিচাপে দিয়া হৈছিল। )

Ans:- Stanzas 2, 4 and 6 are given in parenthesis because they reflect the inner thaughts og Amanda. As parenthesis is a remark after used to provide an explaination.

(২, ৪ আৰু ৬ নং স্তৱকটো অন্তৰালত দিয়া আছে কিয়নো এই স্তৱককেইটাই আমান্দাৰ মনৰ ভাৱ প্ৰকাশ কৰিছে। এইবোৰ সাধাৰণতে বৰ্ণনা কৰিবৰ বাবে ব্যৱহাৰ কৰা হয়।)


4. Who is the speaker in stanzas 2, 4, 6? Do you think this speaker is listening to the speaker in stanzas 1, 3, 5 and 7?

 (২, ৪ আৰু ৬ নংস্তৱকত কোনে বক্তা হয়? বক্তাই ১, ৩, ৫ আৰু ৭ নং স্তৱকৰ বক্তাৰ কথা শুনিছে নে?

Ans:- In Stanzas, 2, 4 and 6 Amanda is the speaker paid no attention to her mother’s words. She is last in her own thaughts. She imagines herself as a mermaid, an arphan and Rapunzel.

(২, ৪ আৰু ৬ নং স্তৱকৰ বক্তা হ’ল আমান্দা যিয়ে তাইৰ মাকৰ কথাত গুৰুত্ব প্ৰদান কৰা নাই। নিজৰ ভাৱনাত বুৰ গৈ নিজকে বিভিন্ন ৰূপ যেনে জলপৰী, মাউৰা, ৰূপাঞ্জল আদি ৰূপে কল্পনা কৰি আছে।


5. What could Amanda do if she were a mermaid?

( আমান্দা যদি জলপৰী হ’ল হয় তেতিয়া তাই কি কৰিলে হয়?)

Ans:- The beauty of emerald sea has captured Amanda’s attention. Thus she wants to be a mermaid and thinks of a relax life with her own freedom in the sea.

(সাগৰৰ সৌন্দৰ্য্যই আমান্দাক আকষিত কৰিছিল সেয়ে তাই জলপৰী হৈ স্বাধীনচিতীয়া ভাৱে সাগৰত শান্তিপূৰ্ণ যাপন কৰাৰ কথা ভাবিছিল।)


6. Is Amanda on orphan? Why does she say so?

(আমান্দা অনাথ হয় নেকি? তাই কিয় নিজকে তেনেকৈ কৈছে?)

Ans:- No Amanda is not an orphan, because she is painted out repeatedly by one of her parents. The continuaus nagging and scolding of her parents makes her to say that she is an orphan. She feels that it would have seen much better and peaceful if she have been an orphan.

(নাই আমান্দা সাউৰা নহয় কিয়নো তাই সঘনাই মাক দেউতাকৰ গালি শুনিব লগা হৈছিল। যাৰ বাৰে তাই নিজকে সাউৰা বুলি কল্পনা কৰিছিল কিয়নো তেতিয়া তাই আনৰ কথা নুশুনাকৈ শান্তিপূৰ্ণ ভাৱে থাকিব পাৰিব।


Do you know the story of Rupunzel? Why does she want to be Rapunzel ? 

 তুমি ৰপাঞ্জলৰ কাহিনীটো জানানে?  তাই কিয় ৰপাঞ্জল হব বিছাৰিছিল?

Ans:- Rapunzel is a story about a girl who is captured by an old with in a tower. The old witch climbs up the tower with the help of Rapunzel's very long hair which she lets down for her through a window of the tower. One day a prince visits her by climbing the tower with the help of her long hair. When the witch comes to know this, she separates both of them. But both Rapunzel and Prince meet after a gap of many years and then live their life happily. Amanda wants to be Rapunzel because she knew that in the story , there was no staircase to enter the tower . It was only possible with the help of Rapunzel's long hair that she would let down to help others to climb. Amanda feels that life in the tower will be very calm and nice and also makes it a point to never let her hair down for anyone as she doesn't want to get disturbed by visitors.


ৰপাঞ্জল এজনী ছোৱালী আছিল যাক বুঢ়ী যখিনী এজনীয়ে এটা ভৱনত আবদ্ধ কৰি ৰাখিছিল। ৰপাঞ্জলৰ চুলিত ধৰি বুঢ়ীজনীয়ে ভৱনটোৰ ওপৰলৈ উঠি গৈছিল। এদিন এজন ৰাজকুমাৰ তাইৰ চুলিত ধৰি ভৱনৰ ওপৰলৈ উঠি গৈছিল।  যখিনীজনীয়ে ৰাজকুমাৰ আৰু ৰপাঞ্জলক আঁতৰাই ৰাখিছিল।  কিন্তু কিছুবছৰৰ পাছত সিহঁত দুয়ো একলগে আছিল।  আমান্দা ৰপাঞ্জলৰ দৰে হব বিছাৰিছিল, কিয়নো তাই জানিছিল যে সাধুটোত ভৱনৰ ওপৰলৈ উঠি যাবলৈ কোনো খটখটী নাছিল।  ৰপাঞ্জলৰ চুলিত ধৰিহে ভৱনত উঠিব পাৰি।  আমান্দাই ভাবিছিল যে ভৱনৰ ভিতৰত জীৱনটো  আৰামদায়ক আৰু শান্তিপূৰ্ণ হব যিহেতু ভৱনলৈ কোনো মানুহ নিজ ইচ্ছা মতে অহা যোৱা কৰিব নোৱাৰিব। 


8. What does the girl yearn for?  What does this poem tell you about Amanda?  

ছোৱালীজনীয়ে কি বিচাৰিছে?  এই কবিতাটোৱে তোমাক আমান্দাৰ বিষয়ে কি কৈছে?

The girl Amanda yearns for freedom and peace in her life.  She is constantly reminded of her mistakes.  Her parents want her to follow the code of conduct of good behaviour. They are doing so because they want their child to be well  mannered and obedient.  But while doing this they forget that she is a child and should be allowed some freedom.  The poet has drawn the reader's attention towards the condition of children who are constantly oppressed by their elders in the name of good behaviour. 

 আমান্দাৰ মনে স্বাধীনতা আৰু শান্তি কামনা কৰিছিল নিজৰ জীৱনত।  তাইক সকলো সময়তে ভুলবোৰৰ বাবে গালি পাৰি থাকিছিল।  তাইক মাক মাক দেউতাকে ভাল মানুহৰ দৰে ব্যৱহাৰ কৰিবলৈ আদেশ দিছিল।  তেওঁলোকে আমান্দাই যাতে ভালদৰে জীৱন যাপন কৰিব পাৰে সেই ভাবিয়েই কথাবোৰ কৈছিল, কিন্তু এনে কৰিবলৈ যাওঁতে তেওঁলোকে পাহৰি গৈছিল যে তাই এজনী সৰু ছোৱালী যাক অলপ স্বাধীনতাৰ প্ৰয়োজন।  কবিয়ে দৰাচলতে আমান্দাৰ জৰিয়তে পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিছে কিদৰে পিতৃ মাতৃয়ে ভাল হোৱাৰ নামত গালি শপনি পাৰিছিল। 


9. Read the last stanza.  Do you think Amanda is sulking and moody?

শেষৰ স্তৱকটো পঢ়ি, লিখাচোন আমান্দা দৰাচলতে উদাস মনৰ ছোৱালী নেকি?

No Amanda is neither sulking nor moody.  She is simply not interested enough in the nagging business of her parents.  Amanda  cares more about her imagination anf thought process over the manners her parents are trying to inculcate into her. 

নহয় আমান্দা উদাস অথবা গোমোঠা মনৰ ছোৱালী নহয়।  তাই মাথো মাক দেউতাকৰ আদেশৰ প্রতি অনিহা প্ৰকাশ কৰে।  কিয়নো তাই মাথো নিজৰ কল্পনা জগতখনৰ প্ৰতিহে সচেতন আছিল।


Angamitra Dutta


-------------------------------

বেলেগ ধৰণৰ উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 👇 

👉Click Here Might Learn

-------------------------------




Post Id: DABP001329