সন্ধি-প্ৰকৰণ আৰু সন্ধি ভাঙা আৰু পাতা

( অপূৰ্ব কাকতি )

সন্ধি তিনিবিধ -

১) স্বৰসন্ধি

২) ব্যঞ্জনসন্ধি

৩) আৰু বিসৰ্গসন্ধি

                                            ( ক )  স্বৰসন্ধি

স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ যি সন্ধি হয়, তাক স্বৰসন্ধি বোলে ।

১। অ + অ = আ

জল +  অধিপতি = জলাধিপতি 

পদ  + অৰ্পণ       = পদাৰ্পণ

দেৱ + অসুৰ        = দেবাসুৰ

পঞ্চ + অমৃত       = পঞ্চামৃত

ফল  + অফল     = ফলাফল

স্ব      + অধীন     = স্বাধীন 

শংকৰ + অব্দ     = শংকৰাব্দ

দাব    + অনল     = দাবানল

পুষ্প  + অঞ্জলি   = পুষ্পাঞ্জলি

নৰ     + অধম     = নৰাধম

অজ  + অসুৰ     = অজাসুৰ

পৰ    + অধীন    = পৰাধীন

চৰ     + অচৰ     = চৰাচৰ

অজৰ + অমৰ   = অজৰামৰ    

নীল + অচল       =  নীলাচল

নৰক + অসুৰ     = নৰকাসুৰ

শত  + অব্দ         = শতাব্দ

দেশ + অন্তৰ      = দেশান্তৰ 

সাধ্য + অতীত    = সাধ্যাতীত 

গোল  + অৰ্দ্ধ      = গোলাৰ্দ্ধ

শোক  + অভভূত = শোকাভিভূত

হিত   + অহিত     = হিতাহিত

লাভ  + অলাভ     = লাভালাভ

হস্ত   + অক্ষৰ      = হস্তাক্ষৰ

২। অ + আ = আ

পৰম + আনন্দ  = পৰমানন্দ

হত    + আশা    = হতাশা

ৰত্ন    + আকৰ  = ৰত্নাকৰ

ভোক + আতুৰ  = ভোকাতুৰ

দশ     + আনন  = দশানন

শোক + আতুৰ   = শোকাতুৰ

ষড়     + আনন  = ষড়ানন

মেঘ   + আলয়   = মেঘালয় 

শুভ   + আগমন = শুভাগমন

শৃংখল + আবদ্ধ  = শৃংখলাবদ্ধ

বিবেক + আনন্দ  = বিবেকানন্দ

জীৱন  + আলেখ্য = জীৱনালেখ্য

হিম্     + আলয়     = হিমালয়

পিঞ্জৰ + আবদ্ধ     = পিঞ্জৰাবদ্ধ

পূৰ্ণ      + আহুতি    = পূৰ্ণাহুতি

হত    + আহত      = হতাহত

দেৱ   + আলয়      = হিমালয়

চিত্ত    + আকৰ্ষক = চিত্তাকৰ্ষক

৩। আ + আ = আ

ৰমা  + আনন্দ  = ৰমানন্দ

শ্ৰদ্ধা + আস্পদ = শ্ৰদ্ধাস্পদ

মহা   + আশয়   = মহাশয়

কাৰা  + আগাৰ  = কাৰাগাৰ 

উমা   + আনন্দ  = উমানন্দ

মহা    + আলয়   = মহালয়

বিদ্যা  + আলয়   = বিদ্যালয়

গৱেষণা + আগাৰ  = গৱেষণাগাৰ

সদা     + আনন্দ    = সদানন্দ 

দয়া    + আৰ্দ্ৰ        = দয়াৰ্দ্ৰ

মন্ত্ৰণা  + আলয়    = মন্ত্ৰণালয়

সুধা   + আকাৰ     = সুধাকাৰ

৪। আ + অ = আ

বিদ্যা + অৰ্ণৱ = বিদ্যাৰ্ণৱ

কথা  + অমূত = কথামূত

মহামহিমা + অৰ্ণৱ = মহামহিমাৰ্ণৱ

আশা + অতীত = আশাতীত

ধাৰণা + অতীত = ধাৰণাতীত

মহা + অৰ্ঘ = মহাৰ্ঘ

বিদ্যা + অলংকাৰ = বিদ্যালংকাৰ

সীমা + অন্ত   = সীমান্ত

আশা + অনুৰূপ = আশানুৰূপ

যাত্ৰা + অভিনয় = যাত্ৰাভিনয়

৫। ই + ই = ঈ

অতি + ইন্দ্ৰিয় = অতীন্দ্ৰিয়

অতি + ইব      = অতীব

অভি + ইষ্ট      = অভীষ্ট

মুনি   + ইন্দ্ৰ    = মুনীন্দ্ৰ

প্ৰতি + ইত      = প্ৰতীতি

অতি + ইত      = অতীত

৬) ই + ঈ = ঈ

ক্ষিতি + ঈশ = ক্ষিতীশ

যতি    + ঈষ  = যতীশ

প্ৰতি    + ঈক্ষা = প্ৰতীতি

গিৰি    + ঈশ   = গিৰীশ

অধি    + ঈশ্বৰ = অধীশ্বৰ

পৰি    + ঈক্ষা   = পৰীক্ষা

৭। ঈ + ঈ = ঈ

দিল্লী + ঈশ্বৰ = দিল্লীশ্বৰ

সতী  + ঈশ   = সতীশ

মহী   + ঈশ   = মহীশ 

শ্ৰী     + ঈশ   = শ্ৰীশ

৮। ঈ + ই = ঈ

শচী + ইন্দ্ৰ = শচীন্দ্ৰ

মহী + ইন্দ্ৰ  = শচীন্দ্ৰ

মহতী + ইচ্ছা = মহতীচ্ছা

সধী  + ইন্দ্ৰ    = সুধীন্দ্ৰ

৯। অ + ই = এ

ভৱ + ইন্দ্ৰ = ভৱেন্দ্ৰ

দেৱ + ইন্দ্ৰ = দেৱেন্দ্ৰ

ইতৰ + ইতৰ = ইতৰেতৰ

গজ  + ইন্দ্ৰ   = গজেন্দ্ৰ

নৰ  + ইন্দ্ৰ      = নৰেন্দ্ৰ

যোগ +  ইন্দ্ৰ   = যোগেন্দ্ৰ

১০। অ + ঈ = এ

পৰম + ঈশ্বৰ = পৰমেশ্বৰ

ভৱ    + ঈশ   = ভৱেশ

গণ     + ঈশ   = গণেশ

দীন   + ঈশ    = দীনেশ

নৰ + ঈশ    = নৰেশ

দেৱ + ঈশ্বৰ =  দেবেশ্বৰ

১১। আ + ই = এ

যথা + ইষ্ট = যথেষ্ট

যথা + ইচ্ছা = যথেচ্ছা

মহা + ইন্দ্ৰ = মহেন্দ্ৰ

১২। আ + ঈ = এ

ৰমা + ঈশ = ৰমেশ

তাৰকা + ঈশ্বৰী = তাৰকেশ্বৰী

মহা + ঈশ = মহেশ

১৩। অ + উ = ও

শীত + উষ্ণ = শীতোষ্ণ

বৃক + উদৰ = বৃকোদৰ 

সূৰ্য + উদয় = সূৰ্যোদয়

নন্দ + উতসব = নন্দতসৱ

প্ৰশ্ন + উত্তৰ = প্ৰশ্নোত্তৰ

 স্নাতক + উত্তৰ = স্নাতকোত্তৰ

পাদ + উদক = পাদোদক

হিত + উপদেশ = হিতোপদেশ

                ১৪। আ + উ = ও

যথা + উচিত = যথোচিত 

গঙ্গা + উদক = গংগোদক

মহা + উদধি = মহোদধি

মহা + উদৰ = মহোদৰ

কথা + উপকথন = কথোপকথ

যথা + উপযুক্ত = যথোপযুক্ত

মহা + উদয় = মহোদয় 

বিদ্যা + উতসাহী = বিদ্যােতসাহী

মহা + উতসৱ = মহোতসৱ

১৫। অ + ঋ = ( ৰে'ফ) আৰু আ +ঋ = ( ৰে'ফ )

উত্তম + ঋণ = উত্তমৰ্ণ 

মহা + ঋষি = মহৰ্ষি

দেৱ + ঋষি = দেৱৰ্ষি

অধম + ঋণ = অধমৰ্ণ

ৰাজা + ঋষি = ৰাজৰ্ষি

সপ্ত + ঋষি = সপ্তৰ্ষি

১৬। অ + ঋত = আৰ্ত , আ + ঋত = আৰ্ত

ভোক + ঋত = ভোকাৰ্ত

ক্ষুধা + ঋত = ক্ষুধাৰ্ত

শোক + ক্ষুকাৰ্ত  = শোকাৰ্ত

শীত + ঋত = শীতাৰ্ত

তৃষ্ণা + ঋত =  ভোকাৰ্ত

   ১৭। অ + এ = ঐ , অ + ঐ = ঐ , আ + ঐ = ঐ           

তথা +  এবচ = তথৈবচ

মহা + ঐশ্বৰ্য = মহৈশ্বৰ্য

পৰম + ঐশ্বৰ্য  = পৰমৈশ্বৰ্য

হিত + এষী  = হিতৈষী

এক + এক = একৈক

জন + এক = জনৈক

মত + ঐক্য = মতৈক্য

১৮। অ + ও = ঔ; অ + ঔ = ঔ ; আ + ঔ = ঔ আ + ঔ = ঔ              

বন + ঔষধি = বনৌষধি

জল + ওকা = জলৌকা

মহা + ঔষধ = মহৌষধ

১৯। (ক) ই + অ = ্য ( য-কাৰ)

অতি + অন্ত = অত্যন্ত

আদি + অন্ত = আদ্যন্ত

যদি + অপি = যদ্যপি

অতি + অধিক = অত্যধিক

প্ৰতি + অহ = প্ৰত্যহ

(খ) ই + আ = ্য ( য-কাৰ )

প্ৰতি + আশা = প্ৰত্যাশা

ইতি + আদি = ইত্যাদি

      (গ ) ঈ + অ = ্য ( য-কাৰ )

   নদী + অম্বু = নদ্যম্বু

(ঘ) ই + উ = ্য ( য-কাৰ )   

উপৰি +  উপৰি = উপৰ্যুপৰি

অতি + উদয় = অত্ত্যুদয়

প্ৰতি + উপকাৰ = প্ৰত্যুপকাৰ

অভি + উদয় = অভ্যুদয়

( ঙ ) ই + এ = ্য় ( য-কাৰ )

প্ৰতি + এক = প্ৰত্যেক

২০। উ + অ = ৱ ; উ +আ  = ৱা ; উ + এ = ৱে 

নে + অন = নয়ন 

গৈ + অক = গায়ক 

বিনৈ + অক = বিনায়ক

শে + অন = শয়ন

নৈ + অক = নায়ক

                                    ( খ ) ব্যঞ্জনসন্ধি 

ব্য়ঞ্জনবৰ্ণৰ লগত ব্য়ঞ্জনবৰ্ণৰ বা ব্য়ঞ্জনবৰ্ণৰ লগত স্বৰবৰ্ণৰ লগত ব্য়ঞ্জনবৰ্ণৰ মিলনেই ব্যঞ্জনসন্ধি বোলে ।

তত + উপৰি =  তদুপৰি

দিক্ + অন্ত = দিগন্ত

আ + ছাদন = আচ্ছাদন

গম্ + তব্য = গন্তব্য

সম্ + লগ্ন = সংলগ্ন

মৃত + ময়  = মৃন্ময়

পৰি+ ছেদ = পৰিচ্ছেদ

উত + ছেদ = উচ্ছেদ

সম্ + যোগ = সংযোগ

ণিচ্ + অন্ত = ণিজন্ত

বাক্ + ময় = বাংময়

তত + হিত  = তদ্ধিত

যাচ্ + না = যাচ্ঞয়

সম্ + ৰাজ + নী = সম্ৰাজ্ঞী

প্ৰ + কৃষ + ত = প্ৰকৃষ্ট

কৃ + অন্ত = কৃদন্ত

পৰি + ছন্ন = পৰিচ্ছন্ন

সম্ + কীৰ্ণ = সংকীৰ্ণ 

সম্ + তান = সন্তান

বৃষ + তি = বৃষ্টি

চলত + চিত্ৰ = চলচ্চিত্ৰ

উত + চাৰণ = উচ্চাৰণ

দিক্ + গজ  = দিগগজ

সম্ + কৃত = সংস্কৃত

জগত + নাথ = জগন্নাথ

উত + মাদ = উন্মাদ

সম্ + গতি = সংগতি

সত + উপদেশ = সদুপদেশ

সম্ + ৰাট্ = সম্ৰাট

উত + মত্ত = উন্মত্ত

সম্ + কীৰ্ণ = সংকীৰ্ণ

সত + আশয় = সদাশয়

সত + জন = সজ্জন

সত + চৰিত্ৰ =  সচ্চৰিত্ৰ 

সম্ + শয় = সংশয়

কিম্ + নৰ = কিন্নৰ

যাবত + জীৱন = যাৱজ্জীৱন

ৰাজ + নী  = ৰাজ্ঞী

সম্ + যোগ = সংযোগ

উত + নতি = উন্নতি

উত + হত = উদ্ধত

আ + ছন্ন = আচ্ছন্ন

বি + ছিন্ন = বিচ্ছিন

উত +ঘাটন =  উদঘাটন

বাক্ + ঈশ = বাগীশ

উত + শ্বাস = উচ্ছ্বাস

সম্ + যুক্ত = সংযুক্ত

ষষ্ + থ  = ষষ্ঠ

পুষ্ + ত = পুষ্ট

সম্ + শয় = সংশয়

আকৃষ + ত = আকৃষ্ট

সম্ + বাদ = সংবাদ

জগত + ঈশ = জগদীশ

উত + যাপন = উদযাপন

সম্ + হাৰ = সংহাৰ

উত + শিষ্ট = উচ্ছিষ্ট

উত + হাৰ = উদ্ধাৰ

ষট্ + আনন = ষড়ানন

উত + গতি = উদ্গতি

বি + ছেদ = বিচ্ছেদ

সম্ + কৰণ = সংস্কৰণ

শম্ + কৰ = শংকৰ

কিম্ + তু = কিন্তু

উত + শৃংখল = উচ্ছৃঙ্খল

সম্ + গীত = সংগীত

আকৃষ্ + ত = আকৃষ্ট

চিত + ময় = চিন্ময়

যজ্ + ন = যজ্ঞ

( গ ) বিসৰ্গসন্ধি

বিৰ্সগ আৰু ব্য়ঞ্জনবৰ্ণ বা স্বৰবৰ্ণৰ মাজত যি সন্ধি হয়, তাক বিসৰ্গসন্ধি বোলে ।

নিঃ + ৰৱ = নীৰৱ

বাচঃ+ পতি  = বাচস্পতি

নিঃ + অৱচ্ছিন্ন = নিৰৱচ্ছন্ন

নিঃ+ তেজ = নিস্তেজ

নিঃ + ৰোগ = নিৰোগ 

মনঃ + তাপ =  মনস্তাপ

মনঃ + ৰম = মনোৰম

নিঃ + আকাৰ = নিৰাকাৰ

দুঃ + অৱস্থা = দুৰৱস্থা 

নিঃ +  চয় = নিশ্চয়

মনঃ + যোগ = মনোযোগ

নিঃ + ৰস্ = নীৰস 

আৱিঃ + কাৰ = আৱিষ্কাৰ

নিঃ + কলংক = নিষ্কলংক

পুনঃ + অপি = পুনৰপি

নিঃ+ চিত = নিশ্চিত

দুঃ + গম = দুৰ্গম

নিঃ + অৱধি = নিৰৱধি

বহিঃ + কাৰ = বহিষ্কাৰ

নিঃ + চিন্ত = নিশিচন্ত

বনঃ + পতি = বনস্পতি

তিৰঃ + কাৰ = তিৰস্কাৰ

সৰঃ + বৰ = সৰোবৰ

শিৰঃ + ছেদ = শিৰশে্ছদ

দুঃ + তৰ = দুস্তৰ

মনঃ + হৰ = মনোহৰ

দঃ + নীতি = দুৰ্নীতি

ততঃ + অধিক = ততোধিক

দুঃ + গতি = দুৰ্গতি

ভাঃ + কৰ = ভাস্কৰ

দুঃ + প্ৰাপ্য = দুষ্প্ৰাপ্য

আশীঃ + বাদ = আশীবাৰ্দ

ইতঃ + ততঃ = ইতস্ততঃ

অহঃ + ৰাত্ৰ = অহোৰাত্ৰ

দুঃ + কৰ = দুষ্কৰ

নিঃ + নয় = নিৰ্ণয়

নিঃ + ঠুৰ = নিষ্ঠুৰ

তপঃ + বন = তপোবন

দুঃ + ঘোৰ = দুৰ্ঘোৰ

নিঃ + তাৰ = নিস্তাৰ

নমঃ + কাৰ = নমস্কাৰ

নিঃ + ফল = নিষ্ফল

বযঃ + অধিক = বয়োধিক

নিঃ + পাপ = নিষ্পাপ

পুৰঃ + কাৰ = পুৰস্কাৰ 

দুঃ + চিন্তা = দুশ্চন্তা

দুঃ + মতি = দুৰ্মতি

অহঃ + নিশা = অহৰ্নিশ




Post ID: DABP001382