Lesson- 4 


  From the diary of Anne Frank  


1. What makes writing in a diary a strange experience for Anne Frank ? 

ডায়েৰী লিখা অভ্যাস টো এন ফ্ৰাংকৰ বাবে কিয় আচৰিত হল ? 

Ans:- people and  friends no one have interest in the musings of a thirteen year old girl that makes Anne to writing in a diary becomes strange experience . 

কোনো মানুহ আৰু বন্ধু বৰ্গ ই এনৰ জীৱনৰ ঘটনাৰাজিক লৈ আগ্ৰহী নহয় সেইবাবে তাই ডায়েৰী লিখা আৰম্ভ কৰিলে আৰু ই এক আচৰিত অভিজ্ঞতা । 


2. why does Anne want to keep a diary ? 

এনে কিয় নিজৰ লগত ডায়েৰী ৰাখিব বিচাৰিছিল ? 

Ans:- Anne have no friends in her life and she realizes that paper has more patience than people thus she wants to keep a diary . 

এণৰ জীৱনত কোনো বন্ধু নাছিল আৰু তাই অনুভৱ কৰিছিল যে মানুহতকৈ কাগজৰ ধৰ্য্য বেছি সেয়ে তাই নিজৰ সৈতে ডায়েৰী খন ৰাখিছিল । 


3. why did Anne think she could confide more in her diary than in people ?

এনৰ মতে মানুহতকৈ কাগজ বেছি বিশ্বাসী কিয় ? 

Ans: Anne thought she could confide more in her diary than in people because paper have more patience and it could hear her tales for long. 

এনে ভাবিছিল যে তাই মানুহতকৈ কাগজৰ উপৰত বেছি বিশ্বাস কৰিব পাৰি কিয়নো কাগজৰ মানুহতকৈ ধৈৰ্য বহু বেছি আৰু ই তাইৰ কথা বহু দেৰিলৈকে শুনি থাকিব পাৰে । 


4. why does Anne provide a brief sketch of her life ? 

এনে নিজৰ জীৱনৰ চমু আভাস কিয় দাঙি ধৰিছিল ? 

Ans: a brief sketch of her life would give an overview of Anne's  family which will connect her with the readers, that is why she provides her family information .

জীৱনৰ এক চমু আভাস এ তাইৰ পৰিয়ালৰ বিষয়ে আমাক অৱগত কৰাব আৰু ইয়াৰ জৰিয়তে পঢ়ুৱৈসকলে এনৰ হতে সংযোগ স্থাপন কৰিবলৈ সক্ষম । 


5. what tells you that Anne loved her grandmother ? 

এনৰ আইতাকৰ প্ৰতি থকা মৰম কিদৰে প্ৰকাশ পাইছিল ?

Ans:- after Anne's  parents shifted to new Holland she was sent to her grandmother's house along with her sister. From that time and after her grandmother's death she always remember her with heavy heart it shows Annes love for her grandmother. 

এনৰ অভিভাব কে হলেণ্ডলৈ স্থানান্তৰিত হোৱাৰ পাছত তাই বায়েকৰ সতে আইতাকৰ ঘৰত থাকিব গৈছিল ।তেতিয়াৰ পৰা আৰম্ভ কৰি আইতাকৰ মৃত্যুৰ পাছত  এনে সদায় আইতাক ক মনত পেলাই ।


6. Why was Mr. Keesing annoyed with Anne ? What did he ask her to do? 

মিষ্টাৰ কিছিঙে এনক কিয় বেয়া পাইছিল ? তেখেতে তাইক কি কৰিব কৈছিল ? 

Ans:- Mr. Keesing the maths teacher was annoyed with Anne because she talks a lot . He asked her to do extra home work an essay on the subject "A Chatterbox" .

গণিত শিক্ষক মিষ্টাৰ কিছিঙে এণক বেয়া পাই কিয়নো তাই বহুত বেছি কথা পাতিছিল সেয়েহে তেখেতে তাই অতিৰিক্ত গৃহ কাৰ্য্য দিছিল আৰু চেটাৰ বক্স নামৰ বিষয়  টোৰ উপৰত এখন ৰচনা লিখি আনিব দিছিল ।


7. How did Anne justify her being a chatter box in her essay ? 

এনে নিজৰ কথা কোৱা স্বভাৱ টোক কিদৰে উচিত বুলি প্ৰমাণ কৰিছিল? 

Ans: In her essay Anne justified her being a chatterbox that talking is a student trait and above it, talking as a habit came to her from her mother means it is inherited traits . 

এনে নিজৰ ৰচনা খনত তাই কথা কোৱাটো যুক্তিসংগত বুলি কৈছিল কিয়নো কথা কোৱাটো ছাত্ৰ ছাত্ৰীৰ বিশেষত্ব আৰু ইয়াৰ উপৰিও কথা কোৱা অভ্যাস টো তাইৰ মাকৰ পৰা আহিছে অৰ্থাৎ ই এক বংশ গত বিশে খত্ত । 


8. Do you think Mr keesing was a strict teacher? 

তোমাৰ মতে মিষ্টাৰ কিছিং এজন কঠোৰ শিক্ষক হয়নে? 

Ans: No Mr keesing was not a strict teacher he scold Anne as per the class discipline.

নাই মিষ্টাৰ কিচিঙ এজন কঠোৰ শিক্ষক নহয় তেওঁ মাথোঁ শ্ৰেণী কুঠাৰ নিয়মীয়া বৰ্তিতাৰ বাবে এনক খং কৰিছিল । 


9. What made Mr keesing allow Anne to talk  in class ?

এনে মিষ্টাৰ কিছিঙক কিদৰে সন্মত কৰাইছিল ? যাতে তাই কথা কব পাৰে ? 

Ans: Anne's last essay in the form of a poem showed Mr keesing the lighter side of a naughty child . It helped bridge the generation gap between the teacher and the student . 

এনে নিজৰ শেষৰ ৰচনা খন কবিতাৰ আকাৰত লিখি এটা শিশুৰ উৎপতিয়া স্বভাৱ মিষ্টাৰ কিছিঙৰ আগত দাঙি ধৰিছিল ইয়াৰ জৰিয়তে বয়সৰ প্ৰভেৱ নাইকিয়া কৰিছিল শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত ।  


10. was Anne right when she said that the world would not be interested in the musings of a thirteen year old girl ? 

পৃথিৱীৰ কোনো মানুহে তেৰ বছৰেকীয়া শিশুৰ কৰ্ম ৰাজীক লৈ আগ্ৰহী নহয় এন কিমান দূৰ শুদ্ধ এইখাৰ কথাত ? 

Ans:- Anne was right in saying so because people don't give importance to a child's perspective cause they are considered as immature by the world . 

উক্ত বাক্য শাৰীত এণ শুদ্ধ কিয়নো মানুহে শিশুৰ কোনো কথাত আগ্ৰহ প্ৰকাশ নকৰে কিয়নো তেওঁলোকৰ মতে শিশুসকল পৈণত নহয় । 


11. There are some examples of diary or journal entries in the before you read section . Compare these with what Anne writes in her diary ? What language was the diary originally written in ? In what way is Annes diary different ? 

পাঠ টিৰ আৰম্ভণিতে ডায়েৰি লিখাৰ কিছুমান উদাহৰণ দিয়া আছে । এনৰ ডায়েৰীৰ লগত ইয়াৰ তুলনা কৰা । তাই প্রকিততে কি ভাষাৰ ডায়েৰিখন লিখিছিল ? এনৰ ডায়েৰী খন কি ক্ষেত্ৰত বেলেগ ? 

Ans:- Anne's diary was entirely different from most of the examples given before the text. It was somewhere closer to the memories in which the name of Raj Kapoor has been mentioned. It was originally return in Dutch . It has informal tone which exudes the careful nature of a teenager . 

এনৰ ডায়েৰী খন উদাহৰণ ত দিয়া ডায়েৰী খনতকৈ বহু পৃথক । ইয়াত নিজৰ স্মৃতিৰ কথা উল্লেখ কৰাৰ লগতে ৰাজ কাপুৰৰ নাম লিখা আছে । প্ৰকিততে ডায়েৰী খন ডা ট্ চ ভাষাত লিখিছিল । ইয়াত কথাবোৰ সম্পূৰ্ণ শিশুৰ দৃষ্টিৰে লিখা হৈছিল । 


12. Why does Anne need to give a brief sketch about her family ? Does she treat Kitty as an insider or an outsider ? 

এনে নিজৰ পৰিয়ালৰ কথা কিয় উল্লেখ কৰিছিল ? তাই কিটিক অন্ত ৰংগ তাৰে আঁকোৱালি লৈছিল নে বহিৰাগত ভাবে ? 

Ans:- Anne gives a brief sketch about her family because  it was hard to make other realise that a thirteen years old teenager could write about heart loneliness . Kitty was an  outsider which was gifted by her parents on her thirteen birthday but she considered it her best friend and treated it as an insider . 

এনে নিজৰ পৰিয়ালৰ চমু আভাস এইবাবে দিছিল কাৰণ কোনো মানুহে বিশ্বাস নকৰে যে এজনী তে ৰ বছৰীয়া ছোৱালী অকলৰীয়া হব পাৰে বুলি কিটি বহিৰাগত উপহাৰ আছিল যি তাইক মাক দেউতাকে দিছিল আৰু তাই নিজৰ শ্ৰেষ্ঠ বন্ধুৰ দৰে ইয়াক আঁকোৱালি লৈছিল । 


13. How does Anne feel about her father, her  grandmother, Mrs. Kuperus and Mr keesing? What do these tell you about her? 

এনে তাইৰ মাক দেউতাক , মিছেছ কুপেৰুচ আৰু মিষ্টাৰ কিচিঙৰ বিষয়ে কি ভাবে ? 

Ans:- Anne has fond of memories of her father, grandmother Mrs kuperus and Mr keesing who have left inevitable impressions on her mind and affected her life a lot. The ways she represents all of them in her diary reveals  that Anne was very good at understanding people and developing interpersonal relations .

এনৰ মনত নিজৰ দেউতাক ,মাক, আইতাকৰ  স্মৃতি সজীৱ হৈ আছে যিহেতু এই সকলোৱে তাইৰ জীৱনত গুৰুতৰ প্ৰভাৱ পেলাইছে । তাই নিজৰ ডায়েৰীত এইসকল ব্যক্তিৰ বিষয়ে যি উল্লেখ কৰিছে ইয়াৰ পৰা অনুমান কৰিব পাৰি যে তাই মানুহক ভালদৰে বুজি পাই । 


14. What does Anne write her first essay ? 

এনে নিজৰ প্ৰথম ৰচনা খনত কি লিখিছিল ? 

Ans:- in her first essay "a chatterbox" Anne writes about her drawbacks of being talkative but  argued that it was in her genes as her mother was also very talkative. It was difficult to give up the habit as it was also a student trait . 

প্ৰথম ৰচনা খনত এনে তাই নিজৰ দুৰ্বলতা যেনে কথা পতা স্বভাৱ টোৰ বিষয়ে লিখিছিল । তাই কৈছিল যে কথা কোৱা গুনটো তাই বংশ গত ভাৱে মাকৰ পৰা লাভ কৰিছে । ইয়াৰ উপৰিও ছাত্ৰী হিচাপে কথা কুৱাতো তাইৰ বিশেষত্ত । 


15. Anne says teachers are most unpredictable . Is Mr keesing unpredictable ? 

এনে কৈছিল শিক্ষক সকল অপ্ৰত্যাশিত  ? মিষ্টাৰ কিছিঙ সঁচাকৈ অপ্ৰত্যাশিত নে ? 

Ans:- Anne took perfect example of Mr keesing as an unpredictable teacher because he seemed to be indifferent towards Anne's behaviour . Earlier he laughed but later he allowed Anne to talk in the class. 

এনৰ মন্তব্য মিষ্টাৰ কিচিং সম্পৰ্কে শুদ্ধ আছিল । কিয়নো এনৰ বাবে প্ৰথমে তেখেতৰ মনোভাৱ সলনি হোৱা নাছিল কিন্তু পিছলৈ তেখেতে তাইক শ্ৰেণীত কথা পাতিবলৈ অনুমতি প্ৰদান কৰিছিল । 


16. What do these statements tell you about Anne Frank as a person ? 

তলৰ বাক্য বোৰে এনৰ বিষয়ে কি ধাৰণা দিয়ে ? 

1. We don't seem to be able to get any closer and that's the problem . Maybe it's my fault that we don't confide in each other . 

আমি কাৰো কাষ চাপিব নোৱাৰোঁ সেইটো এটা অসুবিধা । হয়তু এইয়া মোৰ ভুল যে মই কাকো বিশ্বাস ত লব পৰা নাছিলোঁ । 

Ans: Anne is reserved .  এন গম্ভীৰ স্বভাৱৰ । 


2. I don't want to got down the fact in this diary the way most people would but I want the diary to be my friend . 

মই ডায়েৰী ত আনৰ দৰে সকলো কথা লিখিব বিচৰা নাছিলোঁ । মই ডায়েৰী খনৰ লগত বন্ধুৰ সতে কথা পাতিব বিচাৰো । 

Ans: She is confident and innovative , 

তাই আত্মবিশ্বাখি আৰু প্ৰগতিশীল ।


3 Margot went to Holland in December and I followed in February when I was plunked down on the table as a birthday present for Margot . 

মাৰ্গত ডিচেম্বৰ মাহত হলেও গৈছিল আৰু মই ফেব্ৰৱা ৰী মাহত তাইৰ জন্মদিনৰ উপহাৰ হিচাপে গৈ উপস্থিত হৈছিলো । 

Ans: She is humorous as well . 

তাই খুহুতীয়া স্বভাৱৰ আছিল ।


11. Anyone could ramble on and leave  big spaces between the words, but the trick was to come up with convincing arguments to prove the necessity of talking. 

 যিকোনো মানুহে শব্দৰ মাজত ঠাই এৰি পাৰ কৰিব পাৰি । কিন্তু আচল কথাটো হল যে নিজৰ যুক্তিৰে  

Ans: she has a sense of propriety and convincing attitude . 

তাই যোগ্যতা আৰু যুক্তিগত চৰিত্ৰ আছে ।


Angamitra Dutta

(M.A in English)



-------------------------------

বেলেগ ধৰণৰ উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 👇 

👉Click Here Might Learn

-------------------------------




Post ID: DABP001372