নামঃ কেহৰাজ \ কেঁহেৰাজ \ এলাঞ্চি

ইংৰাজী নামঃ Ink weed 

বৈজ্ঞানিক নামঃ Eclipta prostrata \ Eclipta alba

বৰ্ণনাঃ কেহৰাজ তিতা স্বাদযুক্ত, তীক্ষ্ণ আৰু শুকনিকাৰক। ই চুলিৰ বাবে মহৌষধ। চুলিৰ বৃদ্ধি আৰু সৌন্দৰ্যবৰ্দ্ধনৰ বাবে ইয়াৰপৰা নিষ্কাসিত তেল ব্যৱহাৰ কৰা হয়। কৃমি, কেঁচুমূৰীয়া, ডাঁহ-বৰলে বিন্ধা আদিত বনৌষধি ৰূপে ব্যৱহাৰ কৰা হয়। 




Post ID: DABP001420