নামঃ কুন্দুলি

ইংৰাজী নামঃ Ivy gourd

বৈজ্ঞানিক নামঃ Coccinia grandis

বৰ্ণনাঃ কুন্দুলি এবিধ লতাজাতীয় উদ্ভিদ। ই সাধাৰণতে জেওৰা বা গছত বগাই যায়। কুন্দুলি পাচলি হিচাপে খোৱা হয়। ইয়াৰ ফুলৰ ৰং বগা। পাত আৰু গা-গছত পাতল নোম আছে। ফল ডিম্বাকাৰ। কেঁচা অৱস্থাত ফলৰ ৰং সেউজীয়া। পকিলে উজ্জ্বল হালধীয়া ৰঙৰ হয়।ফলৰ গাটো অতি নিমজ। ওপৰৰ অংশত সৰু সৰু বা ফুট থাকে। ফলৰ ভিতৰত অসংখ্য সৰু সৰু গুটি আছে।

ঔষধি গুণঃ

খোৱাৰ পদ্ধতিঃ 


Name: Kunduli


English Name: Ivy gourd


Scientific Name: Coccinia grandis


Description: Kunduli is a creeper plant. It usually climbs into a joora or tree. Kunduli is eaten as vegetables. Its flower color is white. Leaves and trees have thin hair. Fruit oval. The colour of the fruit is green when raw. Ripening is bright yellow in colour. The fruit is very smooth. The upper part has small or feet. There are numerous small pieces inside the fruit.


Medicinal properties:


Method of eating: 





Post Id: DABP001405