✔️

The Clever Monkey

        It was a bright sunny morning. A capseller was going to the market taking the box on his head. The weather was hot. Soon the capseller got tired. So he sat down under a tree. He wanted to relax. He closed his eyes and went to sleep.

    When the capseller got up he found the box empty. He looked up. .Several monkeys were sitting on the, branches of the tree. They were wearing caps. The capseller got very angry, but he couldn't do anything. The monkeys were looking at him. They felt very happy.

Suddenly the capseller remembered the saying of his grandfather, "A monkey repeats what he sees". Once on a similar situation, his grandfather had played a trick on monkeys. The capseller decided to use that trick. He stood up, took off his cap, and threw it on the ground. He waited for sometime. He expected the monkeys to copy him. But they didn't.

    The capseller repeated the action, and waited. But nothing happened. He tried the trick again. Then one of the monkeys came down and said, "Do you think only your grandfather told you about the trick? Our grandfather also told us about that, and asked us not to repeat the mistake. Only fools repeat a mistake."

    The monkey took up the cap from the ground and ran away. The Capseller was shocked.

চতুৰ বান্দৰবোৰ

এটা উজ্জ্বল ৰ'দৰ পুৱা এজন টুপী বিক্রেতায় মূৰত বাকছ লৈ বজাৰলৈ গৈ আছিল বতৰটো গৰম আছিল টুপী বিক্রেতায় সোণকালে ক্লান্ত হৈ পৰিছিল সেইকাৰণে তেওঁ গছৰ তলত বহিছিল তেওঁ শিথিল হব বিচাৰিছল তেওঁ চকু বন্ধ কৰে আৰু টোপনি গৈছিল

যেতিয়া টুপী বিক্রেতায় সাৰ পায় তেওঁ দেখে যে বাকচটো খালী তেওঁ ওপৰফালে চালে ভালেমান বান্দৰ গছৰ ডালত বহি আছিল সকলোবোৰে টুপী পৰিধান কৰি আছিল বিক্রেতাৰৰ বহুত খং উঠিল, কিন্তু তেখেতে একো কৰিব পৰা নাছিল বান্দৰবোৰে তেওঁক চাই আছিল সিহঁতে বহুত আনন্দিত পাইছিল

    হঠাৎ টুপী বিক্রেতা্য় নিজৰ ককাদেউতাৰ কথাষাৰলৈ মনত পৰিল, “এটা বান্দৰে যেতিয়া দেখে সি সেই কার্য্যটো পুনৰাবৃত্তি কৰে” এবাৰ এনেকোৱা পৰিস্থিতি, তেখেতৰ ককাদেউতায় ছল ব্যৱহাৰ কৰিছিল বিক্রেতায়ো সেই ছল ব্যৱহাৰ কৰা সিধান্ত লৈছিল সি থিয় হৈ, মূৰৰ পৰা টুপীটো পেলাই আৰু মাতিলৈ দলি মাৰি দিয়ে. তাৰ পাছত সি অলপ সময় ৰখিছিল সি আশা  কৰিছিল যে বান্দৰবোৰে তাৰ নকল কৰিব কিন্তু নকৰিছিল

    টুপী বিক্রেতায় পুনৰ আচৰণ কৰিছিল, আৰু ৰখিছিল কিন্তু একো নহল সি আকৌ ছলটো ব্যৱহাৰ কৰিলে তেতিয়া এটা বান্দৰ তলত আহি কলে যে, “ তুমি ভাবিছা নেকি অকল তোমাৰ ককাদেউতায়ে এই ছলৰ কথা তোমাক কৈছে বুলি?” আমাৰ কাকদেউতায়ো আমাক কৈছিল আৰু কৈছে যে পুনৰ এই ভুলটো নকৰিবলৈ অকল মূর্খয়ে ভুলটো পুনৰাবৃত্তি কৰে

    বান্দৰটোৱে মাতিৰ পৰা টুপী বোটলি লৈ আৰু দূৰলৈ দৌৰি যায় টুপী বিক্রেতায় আশ্চর্য্য হৈ পৰিছিল

 

Exercise

1. Answer the following :

a. Why did the capseller get tired soon?

প্রশ্ন: টুপী বিক্রেতায় সোণকালে কিয় ক্লান্ত হৈ পৰিছিল?

Ans: The capseller get tired soon because he was going to the market in a hot weather taking the box on his head.

উত্তৰ: টুপী বিক্রেতায় সোণকালে ক্লান্ত হৈ পৰিছিল কাৰণ গৰম বতৰত টুপী বিক্রেতায় মূৰত বাকছ লৈ বজাৰলৈ গৈ আছিল

b. ' A monkey repeats what he sees'-who said this?

প্রশ্ন:এটা বান্দৰে যেতিয়া দেখে সি সেই কার্য্যটো পুনৰাবৃত্তি কৰে- কথাষাৰ কোনে কৈছিল?

Ans: His grandfather said this.

উত্তৰ: কথাসাৰ ককাদেউতাই কৈছিল

c. What did the capseller do to relax?

প্রশ্ন: টুপী বিক্রেতায় শিথিল হব বাৱে কি কৰিছিল?

Ans: The capseller sat under the tree and closed his eyes to relax.

উত্তৰ: টুপী বিক্রেতায় শিথিল হব বাৱে গছৰ তলত বহিছিল আৰু চকু বন্ধ কৰিছিল

  d . Who repeats a mistake?   

প্রশ্ন: কোনে ভুল পুনৰাবৃত্তি কৰে?

  Ans: Only fools repeat a mistake. 

উত্তৰ:  অকল মূর্খয়ে ভুলটো পুনৰাবৃত্তি কৰে                                                                

 e . Who asked the monkeys not to repeat the mistakes?  

প্রশ্ন: কোনে বান্দৰক ভুল পুনৰাবৃত্তি নকৰিবলৈ  সুধিছিল?                           

Ans: Monkey’s grandfather asked the monkeys not to repeat the mistakes.

উত্তৰ: বান্দৰককাদেউতাই বান্দৰক ভুল পুনৰাবৃত্তি নকৰিবলৈ  সুধিছিল

2. Fill up the blanks using the past form of (get up, come down,

sit down, look at, stand up, take up, take off, run away)

তলত দিয়া খালী ঠাই অতীত কালৰ শব্দবোৰে দি সম্পূর্ণ কৰা (গেট অপ, কম ডাউন, সিট ডাউন, লুক এট, স্টেণ্ড অপ, টেক অপ, ৰন অৱে)

a. The capseller sit down under a tree.

ক. ড কেপ সেলৰ সিট ডাউন অণ্ডৰ এ ট্রী

b. The capseller get up and found the box empty.

. ড কেপ সেলৰ গেট অপ এণ্ড ফাউণ্ড দ বক্স এম্পী

c. The monkeys were look at the capseller.

গ. ড মংগকী ৱেৰ লুক এট ড কেপ সেলৰ

d. The capseller stand up, take off his hat, and threw it on

the ground.

ঘ. ড কেপ সেলৰ স্টেণ্ড অপ, টেক অফ হিজ, এণ্ড থ্রো ইট অন ড গ্রাউণ্ড

e. A monkey come down the tree.

ঙ. এ মংগকী কম ডাউন দ ট্রী

f . The monkey take up the cap from the ground and run away.

চ. ড মংগকী টেক অপ ড কেপ ফর্ম ড গ্রাউন এণ্ড ৰন অৱে

3. Follow the examples and Write the following sentences in past Continuous From From the given sentencrces. Examples:

উদাহৰণবোৰ অনুসৰণ কৰক আৰু প্ৰদত্ত চেণ্টেনচিৰ্চৰ পৰা অতীতত নিম্নলিখিত বাক্যবোৰ লিখক। উদাহৰণ:

a. The capseller is going to the market.

ক.ড কেপ সেলৰ ইজ গোইন টু ড মাৰ্কেট

Ans: The capseller was going to the market.

উত্তৰ: ড কেপ সেলৰ ৱাজ গোইন টু ড মাৰ্কেট

b. He is sleeping under a tree.

খ. হী ইজ স্লীপিংগ অণ্ডৰ ট্রী

Ans: He was sleeping under a tree.

উত্তৰ: হী ৱাজ স্লীপিংগ অণ্ডৰ ট্রী

c. Monkeys are sitting on the tree.

গ. মংগকীজ আৰ সিটিংগ অন ড ট্রী

Ans: Monkeys were sitting on the tree.

উত্তৰ: মংগকীজ ৱেৰ সিটিংগ অন ড ট্রী

d . They are wearing caps.

ঘ. ডে আৰ ৱেৰিংগ কেপজ

Ans: They were wearing caps.

উত্তৰ: ডে ৱেৰ ৱেৰিংগ কেপজ

e . Monkeys are looking at him.

ঙ. মংগকীজ আৰ লুকিং এট হীম

Ans: Monkeys were looking at him.

উত্তৰ: মংগকীজ আৰ লুকিং এট হীম

4 Write the following sentences in interrogative form.

তলত দিয়া বাক্যসমূহক প্রশ্নসূচকলৈ পৰিবর্তন কৰা

He Can run.                         Can he rum?

তেওঁ দৌৰিব পাৰে।              তেওঁ ৰাম কৰিব পাৰিবনে?


You Sing a song.                      Do you Sing a Song?

আপুনি এটা গান গাওক।          আপুনি এটা গান গায় নেকি?

He is a good boy.                     Is he a good boy?

তেওঁ এজন ভাল লৰা।           তেওঁ এজন ভাল লৰা নেকি?

He Will go.                     Will he go?

তেওঁ যাব।                     তেওঁ যাব নেকি?

a . You think that only you can play.

ক. ইউ থিংগ ডেট অনলি ইউ কেন প্লে

Ans: Do you think only you can play?

উত্তৰ: ডূ ইউ থিংগ অনলি ইউ কেন প্লে

b . They can play the match.

খ. ডে কেন প্লে ড মেচ

Ans: Can they play the match?

উত্তৰ: কেন ডে প্লে ড মেচ?

c. They are players.

গ. ডে আৰ প্লেয়ার্জ

Ans: Are they players?

উত্তৰ: আৰ ডে প্লেয়ার্জ?

d. He is one of the team.

ঘ. হী ইজ ৱান অফ ড টিম

Ans: Is he one of the team?

উত্তৰ: ইজ হী ৱান অফ ড টিম?

e . You are sure that he will come.

ঙ. ইউ আৰ শুৰ ডেট হী ৱিল কম

Ans: Are you sure he will play?

উত্তৰ: আৰ ইউ শুৰ হী ৱিল প্লে?

f. He will play the match.

চ. হী ৱিল প্লে ড মেচ

 Ans: Will he play the match?

উত্তৰ: ৱিল হী প্লে ড মেচ?

5. Learn the use of  'a' and 'an'-

 'ক' আৰু 'আন'ৰ ব্যৱহাৰ শিকক-


a monkey                an elephant                        an ox                        a rat

এটা বান্দৰ             এটা হাতী                         এটা বলদ                 এন্দুৰ


an umbrella            a box                                  a banana                   an orange

এটা ছাতি             এটা বাকচ                             এটা কল                 এটা কমলা

a one rupee note        an honest man                    an hour                    a university

এক টকাৰ নোট         এজন সৎ মানুহ                    এঘণ্টা                    বিশ্ববিদ্যালয়ত


6. Fill up the blank (using 'and 'an ')

খালী ঠাই সম্পূর্ণ কৰা আৰু এনব্যৱহাৰ কৰি:

(i) A horse is an animal.

ঘোঁৰা এটা জন্তু।

(ii)  A rose is a flower.

গোলাপ হৈছে ফুল।

(iii) A fly is an insect.

 মাখি হৈছে এটা পতংগ।

(iv) Will you give me a one rupee note?

আপুনি মোক এটা টকাৰ নোট দিব নেকি?

(v) The train was late by an hour.

ৰেলখন এঘণ্টা পলম হৈছিল।

(vi) His mother works in a university.

 তেওঁৰ মাতৃয়ে এখন বিশ্ববিদ্যালয়ত কাম কৰে।

(vii) A rat is a small animal.

এন্দুৰ এটা সৰু জন্তু।

(ix) An actor acts in a drama.

এজন অভিনেতাই এখন নাটকত অভিনয় কৰে।

(x) His brother is a union leader.

তেওঁৰ ভায়েক এজন ইউনিয়ন নেতা।




Check: Himashree Bora. (Date: 03-06-2022)

Post ID: DABP001368