অসমীয়া নামঃ ডাউক চৰাই
ইংৰাজী নামঃ White-breasted Waterhen
বৈজ্ঞানীক নামঃ এমাউৰোৰনিছ ফনিকুৰাছ
ডউক অসমৰ হাবি জংঘল নৈ বিল আদি বেছি ভাগ থাইতে দেখা পোৱা এবিধ চৰাই। ইয়াৰ ৰং কলা আৰু ডিঙি অঞ্চলত বগা ৰংৰ এটুকুৰা ফিটা দেখা পোৱা যায়।
Post ID: DABP001355
No subjects found. Create Your Profile
অসমীয়া নামঃ ডাউক চৰাই
ইংৰাজী নামঃ White-breasted Waterhen
বৈজ্ঞানীক নামঃ এমাউৰোৰনিছ ফনিকুৰাছ
ডউক অসমৰ হাবি জংঘল নৈ বিল আদি বেছি ভাগ থাইতে দেখা পোৱা এবিধ চৰাই। ইয়াৰ ৰং কলা আৰু ডিঙি অঞ্চলত বগা ৰংৰ এটুকুৰা ফিটা দেখা পোৱা যায়।
Post ID: DABP001355
Daily Assam
We are providing something unique, useful and fun. By giving students instant solutions to doubts, we aim to make every student self-sufficient.
Quick Links