দক্ষিণ শালমাৰা মানকাচাৰ জিলাঃ দক্ষিণ শালমাৰা মানকাচাৰ হৈছে এখন নতুন জিলা।এই জিলাখন গুৱাহাটীৰ পৰা প্ৰায় ২৫ কিল'মিটাৰ আঁতৰত হাটশিঙিমাৰী নামৰ ঠাইত অন্তৰ্গত।


দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ নামৰ উৎপত্তিঃ এই অঞ্চলত মাজত মানকা নামৰ এটি বালিচৰ আছে। এই মানকা নামৰ বালিচৰৰ পৰাই  মানকাচাৰ নামৰ উৎপত্তি হোৱা বুলি প্ৰবাদ আছে।


দক্ষিণ শালমাৰা জিলাৰ চাৰিসীমাঃ এই জিলাৰ উত্তৰ ধুবুৰী জিলা, দক্ষিণে-বাংলাদেশ আৰু মেঘালয় ৰাজ্য, পূৱে গোৱালপাৰা জিলা আৰু মেঘালয় আৰু পশ্চিমে বাংলাদেশ অৱস্থিত।


দক্ষিণ শাালমাৰা জিলাৰ সদৰ ঠাইঃ দক্ষিণ শালমাৰা জিলাৰ সদৰ ঠাই হৈছে হাটশিঙিমাৰী।


দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ মহকুমা ঃ ক্ষিণ শালমাৰা - মানকাচাৰ । 


দক্ষিণ শালমাৰা মানকাচাৰ প্ৰধান নদীঃ ব্ৰক্ষ্মপুত্ৰ।


দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ প্ৰধান উপনৈঃ জিঞ্জিৰাম


দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ যাতায়ত ব্য়ৱস্থাঃ এই জিলাত প্স্থলপথৰ সু-ব্য়ৱস্থা আছে।


দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ ৰাষ্ট্ৰীয় পথঃ ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰে'লপথ নাই।


দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ  প্ৰধান শস্যঃ এই জিলাত প্ৰচুৰ পৰিমাণে মৰাপাট উৎপন্ন কৰা হয়।ইয়াৰ উপৰিও ধান, মাহ, কুঁহিয়াৰ আদিও শস্য যথেষ্ট পৰিমাণে উৎপন্ন কৰা হয়।


দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ প্ৰধান শিল্প উদ্যোগঃ এই জিলাৰ শিল্প উদ্যোগ হৈছে মৃৎ শিল্প।


দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ প্ৰধান ঠাইঃ মানকাচাৰ, ফকিৰগঞ্জ, হাটশিঙিমাৰী, বেলগাওঁ, দক্ষিণ শালমাৰা আদি।


দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ অন্যান্যঃ এই জিলাত ভাৰত-বাংলাদেশৰ সীমা অৰ্থাৎ ভাৰত বাংলাদেশ সীমান্তৰ দুৱাৰ অৱস্থিত 


দক্ষিণ শালমানা মানকাচাৰ জিলাৰ উন্নয়ন খণ্ডসমূহৰ নামঃ

মানকাচাৰ

 দক্ষিণ শালমাৰা