In Search of  Strong Groom


Comprehension

1.Write weather true or false :

সঁচা  নে মিছা লিখা :

a)A mice wanted to marry their daughter to the Sun, as they are proud  - False

নিগনীটোৱে  জীয়েকক  সূৰ্য্যলৈ  বিয়া দিব বিচাৰিছিল, কাৰণ তেওঁলোক গৰ্বীত – মিছা 

b) The Sun refused to marry the daughter of the mouse, as she was ugly – False 

সূৰ্য্যই  নিগনিৰ  জীয়েকক  বিয়া  নকৰাও  বুলি  কৈছিল,  কাৰণ  তাই  দেখিবলৈ  বেয়া  আছিল – মিছা

c) The wind said that he was light – True 

বতাহে  কৈছিল যে  সি পাতল আছিল – সঁচা 

d) The mountain said that the mice are stronger than him – True

পৰ্বতে  কৈছিল যে  নিগনিকেইটা  তাতকৈ  বেছি  শক্তিশালী – সঁচা 

e) The mice had made holes on the mountain – True

নিগনিয়ে  পৰ্বত খনত  ফুটা  কৰিছিল – সঁচা 


2. Answer the following : 

তলৰ  প্ৰশ্নসমূহৰ সমূহৰ  উত্তৰ  দিয়া :


a)Why the mother mouse did not wanted to marry her daughter to a mouse ? 

মাতৃ  নিগনিজনীয়ে  নিজৰ  জীয়েকক  কিয়  নিগনিলৈ  বিয়া  দিব  বিচৰা নাছিল ?

Ans: The mother mouse did not wanted to marry her daughter to a mouse because their life was not easy and they have to live in fear of the cat .

মাতৃ  নিগনিয়ে  নিজৰ  জীয়েকক  নিজৰ  নিগনিলৈ বিয়া দিব বিচৰা নাছিল  কাৰণ  সিহঁতৰ  জীৱনটো সহজ নাছিল আৰু সিহঁত মেকুৰীৰ ভয়ত দিন কটাবলগীয়া হৈছিল ।


b) Why did the Sun feel that the cloud was stronger than him ?

সূৰ্য্যই  কিয়  ভাবিছিল যে ডাৱৰ তাতকৈ বেছি শক্তিশালী ?

Ans: The Sun felt that the cloud was stronger than him because when the cloud cover him, his rays are not even pass through .

সূৰ্য্যই  ভাবিছিল যে ডাৱৰ তাতকৈ বেছি শক্তিশালী  কাৰণ  যেতিয়া  ডাৱৰে  সূৰ্য্যক  আৱৰি  ধৰে  তেতিয়া  সূৰ্য্যই  ৰশ্মি  বিলাব  নোৱাৰা  হয় ।

c) To whom did the cloud suggest the mice to go ?

ডাৱৰে  নিগনিটোক  কাৰ  ওচৰলৈ  যাবলৈ  উপদেশ  দিছিল ?


Ans : The cloud suggested the mice to go to the wind . 

ডাৱৰে  নিগনিটোক  বতাহৰ  ওচৰলৈ যাবলৈ উপদেশ দিছিল ।

d) What did the wind tell to the mice ? 

বতাহে নিগনিটোক কি কৈছিল ? 

Ans: The wind told the mice that the mountain is more stronger than him .

বতাহে নিগনিটোক কৈছিল যে  পৰ্বত  তেওঁৰকৈ  বেছি শক্তিশালী ।

e) Why did the mountain fell that the mouse is stronger than him ?

পৰ্বতৰ  এনে  কিয়  লাগিল  যে  নিগনি  তাতকৈ বেছি শক্তিশালী ? 

Ans: The mountain felt that the mouse is stronger than him because if mouse can make holes over him then they are more stronger .

পৰ্বতৰ এনে  লাগিল  যে নিগনি তাতকৈ বেছি শক্তিশালী কাৰণ  সি  ভাবিছিল যে  যদি  এটা  নিগনিয়ে  পৰ্বতৰ  ওপৰত  ফুটা  কৰিব পাৰে  তেনেহলে  নিগনি তাতকৈ বেছি শক্তিশালী ।


f) Whom did the mice marry their daughter do ?

নিগনিয়ে জীয়েকক কালৈ বিয়া দিলে ?

Ans : The mice married their daughter to a handsome young mouse .

নিগনি হালে  জীয়েকক  এজন  সুন্দৰ  যুবক নিগনিলৈ বিয়া  দিছিল ।


2. Fill in the blanks with the words given below :

তলত দিয়া  শব্দ কেইটাৰে  খালি  ঠাই  পূৰণ কৰা :

a)The principal decided to give Ravi a chance to prove his innocence .

প্ৰিন্সিপালজনে  ৰবিক  এটা সুযোগ  দিয়াৰ  সিদ্ধান্ত  ল’লে  যাতে  সি নিজৰ শুদ্ধতা প্ৰমাণ কৰিব পাৰে ।

b) As we did not reach home in time mother was very much worried

আমি  ঘৰ  সোনকালে  গৈ  নোপোৱাত  মাঁ  খুব  চিন্তিত হৈছিল ।

c) We should always be humble and loving.

আমি  সদায়  নম্ৰ আৰু  মৰমীয়াল  হ’ব  লাগে ।

d) Father was very upset about my grade, he refused to sign my progress report .

 দেউতাই  মোৰ  গ্ৰেড  দেখি  বহুত  দুখী  হৈছিল, তেওঁ  মোৰ  প্ৰগ্ৰেচ  ৰিপ’ৰ্টত  চহী কৰিবলৈ অস্বীকাৰ কৰিছিল । 

e) Please come and eat with us, we have enough food for five persons.

প্লীজ  আমাৰ  লগত  খাওঁ  আহা,  আমাৰ  ইয়াত  পাঁচজন  মানুহৰ  কাৰণে  যথেষ্ট  খাদ্য  আছে । 

Grammar

যেতিয়া  এটা  এডজেকটীভ  তুলনা  নকৰাকৈ  ব্যৱহাৰ  কৰা হয়  তাক  প'জিটিভ  ডিগ্ৰী  বোলে । যেতিয়া  ২টা  মানুহ/‌ বস্তুৰ  মাজত  তুলনা কৰা হয় তাক প’জিটিভ  ডিগ্ৰী  বোলে । যেতিয়া  এডজেকটীভ  টোৱে  অধিক পৰিমাণৰ ডিগ্ৰী  বুজায়  তাক  ছুপাৰলেটিভ  ডিগ্ৰী  বোলে । 

Example : This is a good book – positive degree 

                 এইখন এখন  ভাল  কিতাপ – প’জিটিভ  ডিগ্ৰী 

This book is better than that one  - Comparative degree

এই  কিতাপখন  সেই  কিতাপখনতকৈ  ভাল -  ক’মপেয়াৰিটিভ   ডিগ্ৰী 

This book is the best book in this subject – Superlative degree

এই  কিতাপখন এই চাবজেক্ট টোৰ  ভিতৰতে  আটাইতকৈ  ভাল কিতাপ – ছুপাৰলেটিভ ডিগ্ৰী 


1.Fil in the blanks as shown :

খালী ঠাই পূৰণ কৰা :

a)This building is tall .

এই  অট্টালিকাটো  ওখ ।

This building is taller than that one .

এই  অট্টালিকাটো  সেইটোতকৈ  ওখ ।

This is the tallest of all building .

এই অট্টালিকাটো সকলোতকৈ ওখ ।

b) I got a high grade in the exam .

মই পৰীক্ষাত বেছি নম্বৰ পালোঁ ।

Siddhu's grade is higher than mine .

সিদ্ধুৰ  নম্বৰ  মোতকৈ  বেছি ।

Kunal got the highest grade .

কুনালে অধিক নম্বৰ পালে ।

c) The man is very fat .

মানুহজন বহুত শকত ।

But his brother is fatter than him .

কিন্তু  তেওঁৰ  ভায়েক  তাতকৈ বেছি শকত ।

This sumo wrestler is the fattest among all.

সেই  চুম'  ৰেষ্টলাৰ  জন  সকলোতকৈ  শকত ।

d) This pencil is long .

এই পেঞ্চিলডাল দীঘল ।

This pencil is longer than that one .

এই পেঞ্চিলডাল  সেইডালতকৈ  দীঘল ।

This is the longest pencil in this packet .

এই পেঞ্চিলডাল পেকেটটোৰ ভিতৰতে আটাইতকৈ দীঘল।

d) Rustam's bag is very heavy .

ৰুস্তমৰ বেগটো বহুত গধুৰ ।

Rima's bag is heavier than Rustam's .

ৰিমাৰ  বেগটো ৰুস্তমৰ  বেগটোতকৈ  বেছি গধুৰ ।

But my bag is the heaviest .

কিন্তু মোৰ বেগটো আটাইতকৈ গধুৰ ।


2. Pick up the ‘adjective’ and name the degree of comparison of each of them . In the following sentences:

এডজেকটিভবোৰ  বাছি  উলিয়াই  সিহঁতৰ  ডিগ্ৰী  অফ  কমপেৰিজন  লিখা :

a)The bicycle moves fast – positive degree 

চাইকেলখন  দ্ৰুত গতিত  গৈছে  - প'জিটিভ ডিগ্ৰী 

b) The Mount Everest is the highest peak in the world – Superlative degree 

মাউণ্ট এভাৰেষ্ট পৃথিৱীৰ আটাইতকৈ উচ্চতম শৃংগ – ছুপাৰলেটিভ ডিগ্ৰী

c) Who is cleverer ? A fox or a cow ? – Comparative degree

কোন বেছি বুদ্ধিয়ক ? শিয়াল নে কাউৰী ? - ক'মপাৰেটিভ ডিগ্ৰী 

d) The Eiffel tower is a tall structure – Positive degree 

আইফেল টাৱাৰ হৈছে এটা উচ্চ আকাৰ - প'জিটিভ ডিগ্ৰী 

e) My mother is the best mother in the world – Superlative degree

মোৰ মাঁ বিশ্বৰ ভিতৰতে এগৰাকী শ্ৰেষ্ঠ মাঁ – ছুপাৰলেটিভ ডিগ্ৰী 

f) Don’t play the music louder – Comparative degree

মিউজিকটো জোৰত নবজাবা - ক'মপাৰেটিভ ডিগ্ৰী

Vocabulary

1.Some words refer to both the genders learn the meaning of these words :

কিছুমান  শব্দই দুয়োটা লিঙ্গকে  বুজায় । তলত দিয়া শব্দসমূহৰ  অৰ্থ  লিখা :

a. Parent – Either father or mother

পেৰেন্ট  - দেউতা  বা  মাঁ

b. Spouse – Either Husband or wife 

স্পাউচ  -  গিৰিয়েক  বা  ঘৈণীয়েক 

c. Sibling  -  child of one's parents brother or sister

চিবলিং  -  এহাল  পেৰেন্টৰে  ল’ৰা - ছোৱালী ভাই / ভনী


d. Cousin – Child of uncle aunt

     কাজিন  - খুৰা / খুৰীৰ, বৰতা –বৰমাৰ  লৰা-ছোৱালী, মাহী – মহা ইত্যাদি 

e. Child – Son / daughter

     চাইল্ড – পুতেক / জীয়েক

2. Marriageable means suitable for  marriage or can be married off. We can form new words  adding able to verbs . eg – Read + able = Readable (that can be read) (যাক পঢ়িব পাৰি) , Fold + able = Foldable (that can be fold ) (যি ‌ভাঁজ কৰিব পাৰি)

মেৰেজেবল মানে বিবাহৰ উপযুক্ত বা বিয়া দিব পৰা। আমি ভাৰ্বত 'এবেল' লগাই বহুধৰণৰ শব্দ উলিয়াব পাৰোঁ । 


Match the following clues to their answers:

দি  থোৱা  শব্দবোৰৰ কোনটোৰ লগত মিলে

দেখুওৱা : 

a.That can be heard = Audible

  যি শুনিব পাৰি            শুনিব পৰা

b .That can be dissolved in water = Soluble

        যি পানীৰ লগত মিহলি হ’ব পাৰে               দ্ৰৱণশীল

c . That can be eaten = Edible

যিটো খাব  পাৰি      খাব পৰা

d . That can be read  =  Legible

        যি  পঢ়িব পাৰি            পঢ়িব পৰা

e . That can be seen  =  Visible

       যাক  দেখিব  পাৰি।      দেখা  পোৱা 


Listening and Speaking

1 . Read aloud these words : 

   জোৰেৰে  মাতি  পঢ়া  : 

Clap  Cleft  Cliff  Clot  Club  Clan  Clerk  Click  Clock  Clutch 

ক্লেপ ক্লেফ্ট  ক্লিফ ক্লট  ক্লাব ক্লেন  ক্লাৰ্ক  ক্লিক ক্লক  ক্লাটচ

2 . Read these sentences and notice the use of questions marks : 

বাক্যসমূহ  পঢ়া আৰু প্ৰশ্নসমূহ মন কৰা : 

Mother : You told me that you were sleeping , didn’t you ? 

মাঁ : তুমি  মোক  কৈছিলা  যে  তুমি  শুই আছিলা , নাছিলা নে?

Rani : Yes I was sleeping , wasn’t I ?

ৰাণী : হয়  মই  শুই আছিলো , নাছিলোঁ  নে ?

Mother : But you weren’t in your room , were you ?

মাঁ : কিন্তু  তুমি  তুমাৰ  কোঠাত  নাছিলা , নাছিলা নে ?

Rani :  I was in bathroom .

ৰাণী : মই  বাথৰুমত আছিলোঁ । 

Mother : You weren’t in the bathroom either 

মাঁ : তুমি  বাথৰুমতো  নাছিলা ।

Rani : I was in the kitchen 

ৰাণী : মই  পাকঘৰত আছিলোঁ ।

Mother : I hope now you will tell me the truth , will you 

মাঁ : মই ‌আশা কৰো এতিয়া তুমি মোক সচাঁ ক’বা, ক’বা নে ?

Rani : If I will tell you the truth you will angry , won’t you ? 

ৰাণী : যদি মই তোমাক সচাঁ কথা কওঁ তুমি মোক খং কৰিবা , নকৰিবা নে ? 

Mother : No 

মাঁ : নকৰোঁ ।

Rani :  I ate up few of those biscuits Papa brought yesterday .

ৰাণী : মই যোৱাকালি পাপায়ে অনা বিস্কুট কেইটামান খাই পেলালো । 

Mother : It is very bad to steel, isn’t it ?

মাঁ : চুৰ কৰাটো খুবেই বেয়া , নহয় নে ?  

Rani : I am sorry mother !

ৰাণী : মোক ক্ষমা কৰি দিয়ক মাঁ !


Writing

1 . Match the two parts of these sentences and rewrites : 

দি থোৱা দুয়োটাভাগ লগ লগাই বাক্য ৰচনা কৰা:

The giraffe is the tallest animal .

জিৰাফ  আটাইতকৈ  ওখ  জন্তু ।

Ravi's brother is cleaver than him .

ৰবিৰ ‌  ভায়েক  তাতকৈ বেছি টেঙৰ ।

Julie's dress is prettier than Jane's .

জুলিৰ  কাপোৰযোৰ  জেনতকৈ  বেছি  ধুনীয়া ।

The wrestler is very strong .

ৰেষ্টলাৰজন বহুত শক্তিশালী ।

My mother cooks the best food in the world. 

মোৰ মাঁয়ে বিশ্বৰ ভিতৰত আটাইতকৈ ভাল খাদ্য বনায়।

This rope is short , we need a longer one.

এই ৰচীডাল চুটি , আমাক এডাল দীঘল ৰচীৰ প্ৰয়োজন।

The latter is very very long .

চিঠিখন বহুত দীঘলীয়া ।

2. Write ten lines about Jerry the mouse . You may use the following to describe Jerry .

জেৰী নামৰ নিগনিটোৰ বিষয়ে ১০ টা বাক্য লিখা ।

তলত দিয়া শব্দকেইটাৰ সহায় লৈ ।

Ans :  a) Jerry is a small mouse .

        জেৰী এটা সৰু নিগনি ।


b) Jerry is brown in colour .

  জেৰীৰ ৰংটো গেৰুৱা ।

c) Jerry has twinkle eyes .

  জেৰীৰ চকু দুটা জিলিকি থকা ।

d) Jerry's tail is short .

   জেৰীৰ নেগুৰ ডাল চুটি ।

e) Jerry runs very fast .

  জেৰী বৰ দ্ৰুত গতিত দৌৰে ।

f) Jerry is a very cleaver mouse .

  জেৰী এটা বৰ টেঙৰ নিগনি ।

g) Jerry is brave and he is a good mouse.

  জেৰী এটা সাহসী আৰু ভাল নিগনি ।

h) Jerry remains busy in search of food .

  জেৰী প্ৰায় খাদ্যৰ সন্ধানত ব্যস্ত হৈ থাকে ।

i)Jerry’s nature is friendly .

জেৰীৰ স্বভাৱ বন্ধুত্বপূৰ্ণ ।

j) Jerry’s teeth are very sharp .

  জেৰীৰ দাঁতকেইটা বৰ চোকা ।