In Search of Strong Groom
Comprehension
1.Write weather true or false :
সঁচা নে মিছা লিখা :
a)A mice wanted to marry their daughter to the Sun, as they are proud - False
নিগনীটোৱে জীয়েকক সূৰ্য্যলৈ বিয়া দিব বিচাৰিছিল, কাৰণ তেওঁলোক গৰ্বীত – মিছা
b) The Sun refused to marry the daughter of the mouse, as she was ugly – False
সূৰ্য্যই নিগনিৰ জীয়েকক বিয়া নকৰাও বুলি কৈছিল, কাৰণ তাই দেখিবলৈ বেয়া আছিল – মিছা
c) The wind said that he was light – True
বতাহে কৈছিল যে সি পাতল আছিল – সঁচা
d) The mountain said that the mice are stronger than him – True
পৰ্বতে কৈছিল যে নিগনিকেইটা তাতকৈ বেছি শক্তিশালী – সঁচা
e) The mice had made holes on the mountain – True
নিগনিয়ে পৰ্বত খনত ফুটা কৰিছিল – সঁচা
2. Answer the following :
তলৰ প্ৰশ্নসমূহৰ সমূহৰ উত্তৰ দিয়া :
a)Why the mother mouse did not wanted to marry her daughter to a mouse ?
মাতৃ নিগনিজনীয়ে নিজৰ জীয়েকক কিয় নিগনিলৈ বিয়া দিব বিচৰা নাছিল ?
Ans: The mother mouse did not wanted to marry her daughter to a mouse because their life was not easy and they have to live in fear of the cat .
মাতৃ নিগনিয়ে নিজৰ জীয়েকক নিজৰ নিগনিলৈ বিয়া দিব বিচৰা নাছিল কাৰণ সিহঁতৰ জীৱনটো সহজ নাছিল আৰু সিহঁত মেকুৰীৰ ভয়ত দিন কটাবলগীয়া হৈছিল ।
b) Why did the Sun feel that the cloud was stronger than him ?
সূৰ্য্যই কিয় ভাবিছিল যে ডাৱৰ তাতকৈ বেছি শক্তিশালী ?
Ans: The Sun felt that the cloud was stronger than him because when the cloud cover him, his rays are not even pass through .
সূৰ্য্যই ভাবিছিল যে ডাৱৰ তাতকৈ বেছি শক্তিশালী কাৰণ যেতিয়া ডাৱৰে সূৰ্য্যক আৱৰি ধৰে তেতিয়া সূৰ্য্যই ৰশ্মি বিলাব নোৱাৰা হয় ।
c) To whom did the cloud suggest the mice to go ?
ডাৱৰে নিগনিটোক কাৰ ওচৰলৈ যাবলৈ উপদেশ দিছিল ?
Ans : The cloud suggested the mice to go to the wind .
ডাৱৰে নিগনিটোক বতাহৰ ওচৰলৈ যাবলৈ উপদেশ দিছিল ।
d) What did the wind tell to the mice ?
বতাহে নিগনিটোক কি কৈছিল ?
Ans: The wind told the mice that the mountain is more stronger than him .
বতাহে নিগনিটোক কৈছিল যে পৰ্বত তেওঁৰকৈ বেছি শক্তিশালী ।
e) Why did the mountain fell that the mouse is stronger than him ?
পৰ্বতৰ এনে কিয় লাগিল যে নিগনি তাতকৈ বেছি শক্তিশালী ?
Ans: The mountain felt that the mouse is stronger than him because if mouse can make holes over him then they are more stronger .
পৰ্বতৰ এনে লাগিল যে নিগনি তাতকৈ বেছি শক্তিশালী কাৰণ সি ভাবিছিল যে যদি এটা নিগনিয়ে পৰ্বতৰ ওপৰত ফুটা কৰিব পাৰে তেনেহলে নিগনি তাতকৈ বেছি শক্তিশালী ।
f) Whom did the mice marry their daughter do ?
নিগনিয়ে জীয়েকক কালৈ বিয়া দিলে ?
Ans : The mice married their daughter to a handsome young mouse .
নিগনি হালে জীয়েকক এজন সুন্দৰ যুবক নিগনিলৈ বিয়া দিছিল ।
2. Fill in the blanks with the words given below :
তলত দিয়া শব্দ কেইটাৰে খালি ঠাই পূৰণ কৰা :
a)The principal decided to give Ravi a chance to prove his innocence .
প্ৰিন্সিপালজনে ৰবিক এটা সুযোগ দিয়াৰ সিদ্ধান্ত ল’লে যাতে সি নিজৰ শুদ্ধতা প্ৰমাণ কৰিব পাৰে ।
b) As we did not reach home in time mother was very much worried
আমি ঘৰ সোনকালে গৈ নোপোৱাত মাঁ খুব চিন্তিত হৈছিল ।
c) We should always be humble and loving.
আমি সদায় নম্ৰ আৰু মৰমীয়াল হ’ব লাগে ।
d) Father was very upset about my grade, he refused to sign my progress report .
দেউতাই মোৰ গ্ৰেড দেখি বহুত দুখী হৈছিল, তেওঁ মোৰ প্ৰগ্ৰেচ ৰিপ’ৰ্টত চহী কৰিবলৈ অস্বীকাৰ কৰিছিল ।
e) Please come and eat with us, we have enough food for five persons.
প্লীজ আমাৰ লগত খাওঁ আহা, আমাৰ ইয়াত পাঁচজন মানুহৰ কাৰণে যথেষ্ট খাদ্য আছে ।
Grammar
যেতিয়া এটা এডজেকটীভ তুলনা নকৰাকৈ ব্যৱহাৰ কৰা হয় তাক প'জিটিভ ডিগ্ৰী বোলে । যেতিয়া ২টা মানুহ/ বস্তুৰ মাজত তুলনা কৰা হয় তাক প’জিটিভ ডিগ্ৰী বোলে । যেতিয়া এডজেকটীভ টোৱে অধিক পৰিমাণৰ ডিগ্ৰী বুজায় তাক ছুপাৰলেটিভ ডিগ্ৰী বোলে ।
Example : This is a good book – positive degree
এইখন এখন ভাল কিতাপ – প’জিটিভ ডিগ্ৰী
This book is better than that one - Comparative degree
এই কিতাপখন সেই কিতাপখনতকৈ ভাল - ক’মপেয়াৰিটিভ ডিগ্ৰী
This book is the best book in this subject – Superlative degree
এই কিতাপখন এই চাবজেক্ট টোৰ ভিতৰতে আটাইতকৈ ভাল কিতাপ – ছুপাৰলেটিভ ডিগ্ৰী
1.Fil in the blanks as shown :
খালী ঠাই পূৰণ কৰা :
a)This building is tall .
এই অট্টালিকাটো ওখ ।
This building is taller than that one .
এই অট্টালিকাটো সেইটোতকৈ ওখ ।
This is the tallest of all building .
এই অট্টালিকাটো সকলোতকৈ ওখ ।
b) I got a high grade in the exam .
মই পৰীক্ষাত বেছি নম্বৰ পালোঁ ।
Siddhu's grade is higher than mine .
সিদ্ধুৰ নম্বৰ মোতকৈ বেছি ।
Kunal got the highest grade .
কুনালে অধিক নম্বৰ পালে ।
c) The man is very fat .
মানুহজন বহুত শকত ।
But his brother is fatter than him .
কিন্তু তেওঁৰ ভায়েক তাতকৈ বেছি শকত ।
This sumo wrestler is the fattest among all.
সেই চুম' ৰেষ্টলাৰ জন সকলোতকৈ শকত ।
d) This pencil is long .
এই পেঞ্চিলডাল দীঘল ।
This pencil is longer than that one .
এই পেঞ্চিলডাল সেইডালতকৈ দীঘল ।
This is the longest pencil in this packet .
এই পেঞ্চিলডাল পেকেটটোৰ ভিতৰতে আটাইতকৈ দীঘল।
d) Rustam's bag is very heavy .
ৰুস্তমৰ বেগটো বহুত গধুৰ ।
Rima's bag is heavier than Rustam's .
ৰিমাৰ বেগটো ৰুস্তমৰ বেগটোতকৈ বেছি গধুৰ ।
But my bag is the heaviest .
কিন্তু মোৰ বেগটো আটাইতকৈ গধুৰ ।
2. Pick up the ‘adjective’ and name the degree of comparison of each of them . In the following sentences:
এডজেকটিভবোৰ বাছি উলিয়াই সিহঁতৰ ডিগ্ৰী অফ কমপেৰিজন লিখা :
a)The bicycle moves fast – positive degree
চাইকেলখন দ্ৰুত গতিত গৈছে - প'জিটিভ ডিগ্ৰী
b) The Mount Everest is the highest peak in the world – Superlative degree
মাউণ্ট এভাৰেষ্ট পৃথিৱীৰ আটাইতকৈ উচ্চতম শৃংগ – ছুপাৰলেটিভ ডিগ্ৰী
c) Who is cleverer ? A fox or a cow ? – Comparative degree
কোন বেছি বুদ্ধিয়ক ? শিয়াল নে কাউৰী ? - ক'মপাৰেটিভ ডিগ্ৰী
d) The Eiffel tower is a tall structure – Positive degree
আইফেল টাৱাৰ হৈছে এটা উচ্চ আকাৰ - প'জিটিভ ডিগ্ৰী
e) My mother is the best mother in the world – Superlative degree
মোৰ মাঁ বিশ্বৰ ভিতৰতে এগৰাকী শ্ৰেষ্ঠ মাঁ – ছুপাৰলেটিভ ডিগ্ৰী
f) Don’t play the music louder – Comparative degree
মিউজিকটো জোৰত নবজাবা - ক'মপাৰেটিভ ডিগ্ৰী
Vocabulary
1.Some words refer to both the genders learn the meaning of these words :
কিছুমান শব্দই দুয়োটা লিঙ্গকে বুজায় । তলত দিয়া শব্দসমূহৰ অৰ্থ লিখা :
a. Parent – Either father or mother
পেৰেন্ট - দেউতা বা মাঁ
b. Spouse – Either Husband or wife
স্পাউচ - গিৰিয়েক বা ঘৈণীয়েক
c. Sibling - child of one's parents brother or sister
চিবলিং - এহাল পেৰেন্টৰে ল’ৰা - ছোৱালী ভাই / ভনী
d. Cousin – Child of uncle aunt
কাজিন - খুৰা / খুৰীৰ, বৰতা –বৰমাৰ লৰা-ছোৱালী, মাহী – মহা ইত্যাদি
e. Child – Son / daughter
চাইল্ড – পুতেক / জীয়েক
2. Marriageable means suitable for marriage or can be married off. We can form new words adding able to verbs . eg – Read + able = Readable (that can be read) (যাক পঢ়িব পাৰি) , Fold + able = Foldable (that can be fold ) (যি ভাঁজ কৰিব পাৰি)
মেৰেজেবল মানে বিবাহৰ উপযুক্ত বা বিয়া দিব পৰা। আমি ভাৰ্বত 'এবেল' লগাই বহুধৰণৰ শব্দ উলিয়াব পাৰোঁ ।
Match the following clues to their answers:
দি থোৱা শব্দবোৰৰ কোনটোৰ লগত মিলে
দেখুওৱা :
a.That can be heard = Audible
যি শুনিব পাৰি শুনিব পৰা
b .That can be dissolved in water = Soluble
যি পানীৰ লগত মিহলি হ’ব পাৰে দ্ৰৱণশীল
c . That can be eaten = Edible
যিটো খাব পাৰি খাব পৰা
d . That can be read = Legible
যি পঢ়িব পাৰি পঢ়িব পৰা
e . That can be seen = Visible
যাক দেখিব পাৰি। দেখা পোৱা
Listening and Speaking
1 . Read aloud these words :
জোৰেৰে মাতি পঢ়া :
Clap Cleft Cliff Clot Club Clan Clerk Click Clock Clutch
ক্লেপ ক্লেফ্ট ক্লিফ ক্লট ক্লাব ক্লেন ক্লাৰ্ক ক্লিক ক্লক ক্লাটচ
2 . Read these sentences and notice the use of questions marks :
বাক্যসমূহ পঢ়া আৰু প্ৰশ্নসমূহ মন কৰা :
Mother : You told me that you were sleeping , didn’t you ?
মাঁ : তুমি মোক কৈছিলা যে তুমি শুই আছিলা , নাছিলা নে?
Rani : Yes I was sleeping , wasn’t I ?
ৰাণী : হয় মই শুই আছিলো , নাছিলোঁ নে ?
Mother : But you weren’t in your room , were you ?
মাঁ : কিন্তু তুমি তুমাৰ কোঠাত নাছিলা , নাছিলা নে ?
Rani : I was in bathroom .
ৰাণী : মই বাথৰুমত আছিলোঁ ।
Mother : You weren’t in the bathroom either
মাঁ : তুমি বাথৰুমতো নাছিলা ।
Rani : I was in the kitchen
ৰাণী : মই পাকঘৰত আছিলোঁ ।
Mother : I hope now you will tell me the truth , will you
মাঁ : মই আশা কৰো এতিয়া তুমি মোক সচাঁ ক’বা, ক’বা নে ?
Rani : If I will tell you the truth you will angry , won’t you ?
ৰাণী : যদি মই তোমাক সচাঁ কথা কওঁ তুমি মোক খং কৰিবা , নকৰিবা নে ?
Mother : No
মাঁ : নকৰোঁ ।
Rani : I ate up few of those biscuits Papa brought yesterday .
ৰাণী : মই যোৱাকালি পাপায়ে অনা বিস্কুট কেইটামান খাই পেলালো ।
Mother : It is very bad to steel, isn’t it ?
মাঁ : চুৰ কৰাটো খুবেই বেয়া , নহয় নে ?
Rani : I am sorry mother !
ৰাণী : মোক ক্ষমা কৰি দিয়ক মাঁ !
Writing
1 . Match the two parts of these sentences and rewrites :
দি থোৱা দুয়োটাভাগ লগ লগাই বাক্য ৰচনা কৰা:
The giraffe is the tallest animal .
জিৰাফ আটাইতকৈ ওখ জন্তু ।
Ravi's brother is cleaver than him .
ৰবিৰ ভায়েক তাতকৈ বেছি টেঙৰ ।
Julie's dress is prettier than Jane's .
জুলিৰ কাপোৰযোৰ জেনতকৈ বেছি ধুনীয়া ।
The wrestler is very strong .
ৰেষ্টলাৰজন বহুত শক্তিশালী ।
My mother cooks the best food in the world.
মোৰ মাঁয়ে বিশ্বৰ ভিতৰত আটাইতকৈ ভাল খাদ্য বনায়।
This rope is short , we need a longer one.
এই ৰচীডাল চুটি , আমাক এডাল দীঘল ৰচীৰ প্ৰয়োজন।
The latter is very very long .
চিঠিখন বহুত দীঘলীয়া ।
2. Write ten lines about Jerry the mouse . You may use the following to describe Jerry .
জেৰী নামৰ নিগনিটোৰ বিষয়ে ১০ টা বাক্য লিখা ।
তলত দিয়া শব্দকেইটাৰ সহায় লৈ ।
Ans : a) Jerry is a small mouse .
জেৰী এটা সৰু নিগনি ।
b) Jerry is brown in colour .
জেৰীৰ ৰংটো গেৰুৱা ।
c) Jerry has twinkle eyes .
জেৰীৰ চকু দুটা জিলিকি থকা ।
d) Jerry's tail is short .
জেৰীৰ নেগুৰ ডাল চুটি ।
e) Jerry runs very fast .
জেৰী বৰ দ্ৰুত গতিত দৌৰে ।
f) Jerry is a very cleaver mouse .
জেৰী এটা বৰ টেঙৰ নিগনি ।
g) Jerry is brave and he is a good mouse.
জেৰী এটা সাহসী আৰু ভাল নিগনি ।
h) Jerry remains busy in search of food .
জেৰী প্ৰায় খাদ্যৰ সন্ধানত ব্যস্ত হৈ থাকে ।
i)Jerry’s nature is friendly .
জেৰীৰ স্বভাৱ বন্ধুত্বপূৰ্ণ ।
j) Jerry’s teeth are very sharp .
জেৰীৰ দাঁতকেইটা বৰ চোকা ।
0 Comments