The clever witness


 Comprehension 

1) Why did the merchant sleep under the tree ? 

সদাগৰ জনে গছৰ তলত কিয় শুই আছিল ? 

Answer-  The merchant sleep under the tree because he was very tired . সদাগৰ জনে গছৰ তলত কিয় শুই আছিল কাৰণ - তেওঁৰ বহুত ভাগৰ লাগিছিল । 


2)  What did the thief tell about the horse ? 

চুৰটোৱে ঘোঁৰাটোৰ কথা কি কৈছিল । 

 Answer-  The thief told that the house was his because his tree gave birth to the   horse .

চুৰটোৱে ঘোঁৰাটো তাৰ বুলি কৈছিল কাৰণ তাৰ মতে ঘোৰাঁ টোক তাৰ গছ জোপাই জন্ম দিছিল ।


3) Why did the  king let the thief  go with the horse ?

ৰজাজনে ঘোঁৰাটোক কিয় চুৰটোৰ লগত যাব দিলে ? 

Answer-  The  king let the thief  go with the horse  because  since the tree  gave birth to the   horse so it belongs to him .  ৰজা জনে  ঘোঁৰাটোক চুৰটোৰ লগত যাব দিছিল কাৰণ তেওঁৰ মতে যিহেতু গছ ডালে  ঘোঁৰাটোক জন্ম দিছিল সেইবাবে এই টোৰ তাৰ ।


4) What did the merchant tell the king the king  next day ? 

সদাগৰ জনে পিছদিনা ৰজাক কি কলে ? 

Answer-  The next day the merchant told the king that he can prove that the horse was his . 

সদাগৰ জনে পাছৰ দিনা ৰজাক কলে - যে ঘোঁৰা টো তেওঁৰ বুলি প্ৰমাণ দিব পাৰিব  । 


5) what did the fox do after coming to the kings court ? 

ৰজাসভালৈ অহাৰ পাছত শিয়ালে কি কৰিলে ? 

Answer-  After coming to the kings court  the fox dozen off readily. siting against a wall . 

ৰজাসভালৈ অহাৰ পাছত শিয়ালেটো লগে লগে টুপনিৰ ভাও জুৰি শুই পৰিলে এখন ওৱালত আউজি ? 


6) what did the king do finaly ?

 ৰজাই অৱশেষত কি কৰিলে ? 

Answer- The king ordered his men to arrest the thief and gave the horse to the merchart. 

অৱশেষত ৰজাই ঘোঁৰাটো সদাগৰক দি দিলে আৰু চুৰটোক বন্দি কৰিবলৈ আদেশ দিলে ? 


2. শুদ্ধ উত্তৰ বাচি উলিওৱা ঃ 

A. So he tied his horse loosely to a tree- mears 

সেইবাবে সি তাৰ ঘোঁৰাটো ধিলাকৈ বান্ধিছিল - মানে 

i) He wanted to lose the horse 

সি ঘোঁৰাটোক হেৰুৱাৱ বিছাৰিছিল -

ii) The horse was tied with a loose knot 

ঘোঁৰাটোক  ধিলাকৈ বান্ধা হৈছিল ।

B. i) The merchant said firmly - means 

সদাগৰে দাঠি কলে - 

ii)  The merchant said confidently 

সদাগৰে  আত্মবিশ্ৱাসেৰে কলে - 


C. Both of then quarreled fierely means 

সিহঁত দুয়োটাই খস্তেৰে কাইজিয়া কৰিলে - মানে    

i) They fought with fire 

সিহতেঁ জুই লৈ কাইজিয়া কৰিলে ।

ii)     They quarreled argrily 

সিঁহতে খঙত ৰ্তক কৰিলে -


D. The merchant went to the king and humbly said means

সদাগৰ জনে ৰজাৰ ওচকলৈ গৈ বিনম্ৰ ভাৱে কলে - মানে 

i) The merchant said pditely . 

সদাগৰ জনে কালৈ নম্ৰ ভাৱে কলে ।

ii) The merchant  said roughly. 

সদাগৰ জনে কাৰা কৈ কলে । 


E. And dozen off readily sitting against a wall means 

ওৱাল খনতে আউজি কম সময়তে শুই পৰিল মানে 

ii) Fell asleep facing a wall . 

ওৱাল খনলৈ মুখ কৰি শুলে  ।


F. The merchart thanked the for profusely means 

সদাগৰ জনে শিয়ালক অন্তৰেৰে  ধন্য়বাদ জনালে - মানে 

i) Thanked a lot 

বহুত ধন্য়বাদ দিলে -

ii)  Thanked many timmes 

বহুবাৰ ধন্য়বাদ দিলে - 


Grammar 

1. adverbs are words which tell us how a work is being fill in the blanks with the given adverbs -ঃ

এডভাৰ্ব হৈছে এনেকোৱা কেইটামান শব্দ যিয়ে কামটো হোৱা বুজাই । দি থোৱা এডভাৰ্ব  বোৰ বহুৱাই খালি ঠাই পূৰণ কৰাঃ


a. The girl sang the song sweetly . 

ছোৱালীজনীয়ে গানটো মিঠাকৈ গাইছিল ।

b. manoj drove the car very fast . 

মনোজে গাড়িখন খুউব জোৰেৰে চলালে ।

c. The child is crying loudly .

পোৱালীটোৱে চিঞঁৰি কান্দি আছে ।

d. I can do the sum easily . 

মই অংক কেইটা সহজে কৰিব পাৰিম ।

e. After wearing the glass I can see clearly .

চচমাজোৰ পিন্ধাৰ পাছত মই ভালদৰে দেখা পাওঁ ।

f. he ate the ice cream greedly .

সি লুভিয়াৰ দৰে আইছ কৃমটো খালে ।


2. Sometimes adverds are formed form adjectives by adding ly at the end of the word . 

কেতিয়াবা এডভাৰ্ব বোৰ এডজেকেটিভৰ পৰা আহে যেতিয়া শব্দটোৰ শেষত তব যোগ হযয় ।

ly ব্য়াৱহাৰ কৰি বাক্য় কেইটা সাজাঃ 


b. The teacher scolded rani harshly 

শিক্ষকজনে ৰাণীক কঠোৰ ভাৱে গালি পাৰিলে । 


c. Read your lesson attentively .

 পাঠটো ধ্য়ান দি পঢ়া ।

d. The crocodile was lazily sleeping on the river back .

ঘৰিয়ালটো এলেহুৱা ভাবে নদিৰ দাতিত শুই আছিল ।

e. We are nearly at the end of the task. 

 আমি কামটোৰ শেষ পৰ্য্যায়ত আছো  ।

f. The woman poured the hot water on the dog carelessly .

মানুহ গৰাকীয়ে কুকৰ টোৰ গাত বে - পৰোৱা ভাবে গৰম পানী ধালী দিলে । 

g. Fill in the blanks  with adverd of your own choice .

নিজৰ মতে এডভাৰ্ব বহুৱাই খালী ঠাই পূৰুৱা .

a. They are guving away these books whole heartedly . 

সিহঁতে সম্পূৰ্ণ মনেৰে এই কিতাপ বোৰ দি দিলে ।

b. She walked form behind silently without making noise .

তাই মনে মনে কাষেৰে কোনো হাল্লা নকৰাকৈ খোজ কাঢ়ি পাৰ হল ।

c. The child triend very hord to solve the sun .

লৰাটোৱে অংকটো সমাধান কৰিবলৈ বহুত প্ৰছেষ্টা কৰিলে ।

d. The man slipped suddenly and fell down .

মানুহটো ততক্ষনাত পিছল খাতে আৰু পৰি গল ।


e. You have done the job very nicely . 

তুমি কামতো বহুত ধুনীয়াকৈ কৰিলা ।

f. The mother looked at her child innocently .

মাকে লৰাটোক উদাৰ ভাৱে চালে ।


Vocabulary 

 1. Find words with same meaning form the lesson . 

পাঠটোৰ পৰা একে অৰ্থৰ শব্দ লিখা ঃ

Tradesman ( শিল্পকাৰ ) -  Merchant ( সদাগৰ ) 

Observer ( পৰ্যবেক্ষক) -  Witness 

Generous ( উদাৰ )  - kindly 

Allow ( অনুমতি )  - permit

Right decision ( শুদ্ধ সিদ্ধান্ত ) - Justice 

Light sleep  ( কম টুপনি ) - Dozed off 

Fight            ( কাজীয়া ) - Quarreled 

silently          ( মনে মনে )  - Quietly 


2. Fill in the blanks with through and understand the meaning . through শব্দটো বহুৱাই খালি ঠাই পূৰ কৰা আৰু অৰ্থ সমূহ বুজা ঃ 


a. people were afraid of passing through  the jungle at night .

মানুহ বোৰে জংঘল দৰাৰ মাজেৰে  ৰাতি যাবলৈ ভয় কৰিছিল ।

b. The cloth is very fine , you can see through pt . 

কাপোৰটো বহুত ভাল , তুমি এইটোৰে চাব পাৰা । 

c. I have not yet gone through the whole book . 

মই এতিয়াওঁ গোতেই কিতাপ খন পঢ়ি চোৱানাই 

d. He sent the application through the class teacher . 

সি আবেদনখন শ্ৰেণী শিক্ষকৰ হাতেৰে পঠাইছিল 

e. The car is passing through the tunnel . 

গাড়ীখন সুৰংগটোৰ মাজেৰে গৈছে ।

3. Match the words and the mearing . শব্দবোৰৰ অৰ্থ মিলোৱা ঃ 

a. palace ( প্ৰসাদ) - Residence of a king ( ৰজা বাসস্থান ) 

b. Count ( ৰজসভা ) - place where the king sits with his officers ( ৰজা যত তেওঁৰ মন্ত্ৰা আৰু  বাকি সকলৰ লগত বাহে ) 

c. kingdom ( ৰজ্য ) country ruled by a king ( ৰজাই শাসন কৰা দেশ ) 

d. throne   ( ৰাজ সিংহাসন ) - A chair for a king ( ৰজাৰ বহাৰ জেগা ) 

e. Crown ( মুকুট ) - Headdress worn by a king ( ৰজাই মূৰত পিন্ধা ) 

Listening and speaking 

1. Fill in the blanks with appropriate form of verb and read this conversation aloud . ভাৰ্বৰ ফৰ্ম বহুৱাই খালী ঠাই ৰ পৰুৱা ঃ

Tina = Why did you call me ? 

Tony =  I wanted to talk to you .

Tina = What did you want to talk about ?

Tony =  I wanted to know about the home work .

Tina = Did you finish your homework ? 

Tony = Not yet . I don,t even know what to do . 

টিনা ঃ মোক তুমি কিয় কল কৰিছিলা ? 

টনি ঃ মই তোমাৰ লগত কথা পাতিব বিচাৰিছিলো ।

টিনা ঃ তুমি কি কথা পাতিব বিচাৰিছিলা ? 

টনি ঃ মই হম ৱৰ্কৰ কথা জানিব  খুজিছিলো । 

টিনা ঃ তুমি তোমাৰ হম ৱৰ্ক শেষ কৰিলা নে ? 

টনি ঃ নাই কৰা বৰ্তমানলৈকে । কি কৰিব লাগে মই তাকে নাজানো ।



2. Fill in the blanks with appropriate pronoun and  read this conversation aloud . প্ৰনাত্তন বহুৱাই খালীঠাই পূৰুৱা ঃ

Rovi : I am Ravi . this is my book . 

ৰবি ঃ মই ৰবি , এইখন মোৰ কিতাপ ।

Ragini : That book is his but this one is mine . 

ৰাগিনী ঃ সেইখন তাৰ কিতাপ কিন্তু এইখন মোৰ ।

Biju : I and my brother sleep in this room . this room is ours . 

বিজু ঃ মই আৰু মোৰ ভাইটি এইটো ৰুমত শুউ , এইটো ৰুম আমাৰ ।

Banani : They have made this machine , this machine is theirs . 

বননী ঃ সিহঁতে এই মেচিনটো  বনাইছে , এই মেচিন টো সিহঁতৰ ।

Anuj : Jojo is my friend . This bicycle is his .

অনুজ ঃ জজ মোৰ বন্ধু । এইখন তাৰ চাইকেল ।

 Anita : Priya is my friend .  This doll is hers .

অনিতা ঃ প্ৰিয়া মোৰ বান্ধবী । এইটো তাইৰ পুতলা  ।

Writing    1. majk sentence : বাক্য সাজা ঃ

1) The baby smiled at me sweetly .

বাচ্ছা টোৱে মোলে চাই মৰমলগাকৈ হাঁহিলে ।

2) The cat climbed up the window quckly .

 মেকুৰীটো খিৰিকীখনত সোনকালে বগাই উঠিল ।

3) My mother scolcled me angrily .

মায়ে মোক খঙত গালি পাৰিলে ।

4) He plaecd  the flowers in the vase beautifully .

সি তাবটোত ফুলবোৰ সুন্দৰ কৈ থলে ।

5. She stitched the cloth carefully .

তাই কাপোৰজোৰ সাৱধানে চিলালে ।

6. The children ate everything greedly .

পুৱালীটোৱে সকলোবোৰ খাদ্য লুভীয়াৰ দৰে খাই পেলালে ।

7. She read the lesson loudly .

তাই পাঠটো জোৰেৰে পঢ়িলে ।

8. The girl dressed up effortlessly .

ছোৱালীজনীয়ে কাপোৰসাজ কোনো কষ্ট নোহোৱাকৈ পিন্ধিলে ।


2. Rewrite the story : গল্পটো পুনৰ লিখা তলত দিয়া শব্দ কেইতা ব্যৱহাৰ কৰি লিখা ঃ

The sun and the wind were friends . One day the wind boastfully said to the sun " I am stronger then you ".  The sun did not accept it quietly . he too said . " No, I am stronger then you ".  Both argued for a long time . Then they mutually agreed to go for a competition . A man was passing by lazily . They agreed that whoever would make the man take away his shawl . but  the man wrappedit tightly to his body . The wind tried for some time but failed . Then the sun shone brightly . He pncreased the heat . and soon the man removed the shawl . the wind then happily agreed that the sun was stronger then him . 

সূৰ্য্য় আৰু বায়ু দুয়ো বন্ধু আছিল । এদিন বায়ুয়ে খুউব গৰ্ব কৰি সূৰ্য্য়ক কলে "মই তোমাতকৈ বেছি শক্তিশালী "। সূৰ্য্য়ই কথাটো শান্তিৰে মানি নললে । সিও কলে - নহয় মই তোমাতকৈ বেছি শক্তিশালী । দুয়োটাই বহু সময় ধৰি তৰ্ক কৰিলে । তাৰপাছত দুয়োবে প্ৰতিস্পদ্ধা কৰিবলৈ সন্মত হলে ।  মানুহ এটা এলেহুৱা ডাবে পাৰ হৈ গৈ আছিল । সিহঁত এটা কথাত মান্তি হল যে - যিয়ে মানুহটোৰ শ্বলখন আতৰাই নিবলৈ শক্ষম হব সিয়েই জিকিব । বায়ু বহুজোৰেৰে বলিবলৈ ধৰিলে শ্বলখন উৰুৱাই নিবলৈ । কিন্তু মানুহ জনে শ্বলখন তেওঁৰ শৰিৰত তানকৈ মেৰিয়াই ললে । বায়ুবে অলপ সময় চেষ্টা কৰিলে । কিন্তু নোৱাৰিলে । সূৰ্য্য়ই খুউব উজ্জলি উঠিল । তেওঁ নিজৰ তাপমান বঢ়াই দিলে । ততক্ষনাত মানুহজনে শ্বল খন গাৰ পৰা আতৰাঈ দিলে । বায়ুৱে শেষত মন শান্তিৰে মান্তি হল যে সূৰ্য্য় তেওঁতকৈ বেচি শক্তিশালী।