The Four Friends


Comprehension
1. Answer the following question: 
প্রশ্ন সমৃহৰ উত্তৰ দিয়া:

a. What did the three friends use to do in the evenings? 
সন্ধ্যা সময়ত তিনিজন বন্ধুৱে কি কৰিছিল?
Answer: In the evening, the three friends used to meet under a huge banyan tree and share their experiences of the day.
সন্ধ্যা সময়ত, তিনিওজন বন্ধু এজোপা প্রকাণ্ড বৰগছৰ তলত লগ হৈ দিনটোৰ অনুভৱ বোৰ প্রকাশ কৰে।


b. What did they see when they were sitting and talking one day?
এদিন সিঁহতে বহি আৰু কথা পাতি থাকোতে কি দেখা পালে?
Answer:  One day when they were sitting and talking, they saw a deer running towards them.
এদিন সিঁহতে বহি আৰু কথা পাতি থাকোতে দেখা পালে যে এটা হৰিণা সিহঁতৰ ফালে দৌৰি আহি আছে।


c. What was the deer doing when the hunter saw him?
চিকাৰী টোৱে তাক দেখা পাওঁতে হৰিণা টোৱে কি কৰি আছিল?
Answer: When the hunter saw him, the deer was gazing on the banks of a river.
যেতিয়া চিকাৰী টোৱে তাক দেখা পাইছিল, হৰিণা টোৱে তেতিয়া নদিৰ বুকুত স্থিৰ হৈ ৰৈ আছিল।


d. How did the friends make the deer free?
কেনেদৰে বন্ধু কেইজনে মিলি হৰিণা টোক মুক্ত কৰিলে?
Answer: The mouse and the tortoise started cutting through the net and that way the friends made the deer free.
নিগনি আৰু কাছ টোৱে জাল খন এফালৰ পৰা কাটি গ’ল আৰু তেনেদৰে বন্ধু কেইজনে হৰিণা টোক মুক্ত কৰিলে।


e. What did the hunter do when he found his net torn?
জাল খন চিঙি থকা দেখি চিকাৰীয়ে কি কৰিলে?
Answer: The hunter thought of taking the tortoise with him, instead of going back empty handed.
চিকাৰী টোৱে জাল খন চিঙি থকা দেখি কাছ টোকে লগত লৈ যোৱাৰ সিদ্ধান্ত কৰিলে খালি হাতেৰে যোৱাতকৈ।


f. What did the hunter do when he had seen the deer again?
হৰিণা টোক আকৌ সন্মুখত দেখা পাই চিকাৰী টোৱে কি কৰিলে?
Answer: Seeing the dead deer again, the hunter dropped the tortoise at once and ran towards it.
হৰিণা টোক আকৌ দেখা পাই চিকাৰী টোৱে ততখনাতে কাছ টো পেলায় হৰিণা টোৰ ফালে দৌৰ ললে।

2. Think and answer: ভাবি লৈ উত্তৰ দিয়া:


a. List three things that we should do in friendship.
    বন্ধুত্ৱত কি কি কৰিব লাগে তিন টা বাক্য লিখা:


1. We should help each other in friendship. আমি বন্ধুত্ৱত ইজনে সিজনক সহায় কৰিব লাগে।

2. We should share our happiness with our friends. আমি আমাৰ বন্ধু বর্গৰ লগতে আমাৰ সুখ-দুখ ভগাই লব লাগে।

3. We should always be loyal to our friends. আমি আমাৰ বন্ধুৰ প্রতি সদায় নিষ্ঠাবান হৈ থকিব লাগে।


b. Strike off the adjectives that cannot be used to describe the animals in the story:
কাহিনী টোত থকা জন্তু কেইটাৰ লগত দি থোৱা কোনকেইটা এদজেকতিভ শব্দ নিমিলা বাচি উলিওৱা:


1. Cooperative সহযোগী

2. Understanding বুজাবুজি

3. Selfish স্ৱার্থপৰ

4. Clever টেঙৰ

5. Beautiful ধুনিয়া

6. Loving মৰমীয়াল

c. Which action/actions of the animals prove that they were worried about each other?
কোনটো কথায়ে জন্তু কেইটাৰ ইটোৱে আনটোৰ প্রতি থকা চিন্তাৰ প্রমান দেখাই?
Answers: The actions that proves that the animals were worried about each others are-
জন্তু কেইটাৰ ইটোৱে আনটোৰ প্রতি থকা চিন্তাৰ প্রমান দিয়া কথা কেইটা হ’ল-

i. When they helped the deer from the hunter.
যেতিয়া সিহঁতে চিকাৰী টোৰ পৰা হৰিণা টোক বচাইছিল।

ii. When they saved the tortoise while hunter took him away.
যেতিয়া সিহঁতে কাছ-টোক বচাব গৈছিল চিকাৰী টোৱে কাছ টোক লৈ যাঁওতে।


d. Which action of the hunter proves that he was a foolish man?
কোনটো কথাই চিকাৰী টো মূর্খ বুলি প্রমান কৰে?
Answer: The action when the hunter dropped the tortoise after seeing the dead deer proves that he was a foolish man.
যেতিয়া চিকাৰী টোৱে মৰা হৰিণাটোক দেখি কাছ টোক পেলাই দিলে সেইটোৱে সি মূর্খ বুলি প্রমান দিলে।


e. Before doing a thing what we should do to get sure success?
যিকোনো কাম কৰাৰ আগত আমি এনেকুৱা কি কৰিব লাগে যিয়ে আমাৰ সফলতাৰ প্রমান দিয়ে?
Answer: Before doing a thing we should think twice and look into the matter seriously.
যিকোনো কাম কৰাৰ আগতে আমি কামটো দুবাৰ ভাবি চাব লাগে আৰু কথাটো গহীন ভাৱে বিচাৰ কৰিব লাগে।

GRAMMAR
1. Fill in the blanks with am/is/are/was/were and add ‘ing’ to the given verb:
দি থোৱা ভার্ব বোৰত am/is/are/was/were বহুৱা আৰু ‘ing’ যোগ কৰি খালি ঠাই পূৰণ কৰা:
a. They cannot play now, they all are sleeping. সিহঁতে এতিয়া খেলিব নোৱাৰে, সিহঁত শুই আছে।

b. I was doing my homework last evening. মই যোৱা সন্ধ্যা হ’ম-ৱর্ক কৰি আছিলো।

c. The girls were crying as they could not find their mother. ছোৱালী কেইজনীয়ে কান্দি আছিল কাৰণ সিহঁতে সিহঁতৰ মাকক বিচাৰি পোৱা নাছিল।

d. We were watching the match, don’t disturb us now. আমি খেল চাই আছো, আমাক এতিয়া দিচতার্ব নকৰিবা।

e. My dress needs mending, so I am stitching it. মোৰ কাপোৰ জোৰৰ মেৰামতিৰ দৰকাৰ, সেইবাবে মই চিলাই আছো।

2. Complete these sentences with the right form of verbs given in brackets:
ব্রেকেতত দিয়া শুদ্ধ ভার্ব বহায় বাক্য সমূহ সম্পূর্ণ কৰা:

a. When I was having my breakfast my mother asked me to pray before eating. যেতিয়া মই ব্রেকফাষ্ট খাব লৈছিলো মাঁয়ে মোক খোৱাৰ আগত প্রার্থনা কৰিবলৈ কৈছিল।

b. The children were peeping through the window when Rita saw them. যেতিয়া ৰীতাই দেখিছিল ল’ৰা-ছোৱালী কেইটাই খিৰিকিৰ ফুটাৰে চাই আছিল।

c. The little bird was trying to build its nest, when it started to rain. যেতিয়া বৰষুণ দিবলৈ লৈছিল সৰু চৰাইটোৱে তাৰ বাহ টো সজাঁবলৈ চেষ্টা কৰি আছিল।

d. The servants were lying on the table when the guests came in. আলহী সোমাই আহোতে চাকৰ কেইটা টেবুলত শুই আছিল।

e. The bus was moving when the accident took place. যেতিয়া ঘটনা টো সংঘটীত হৈছিল, বাচ খন চলি আছিল।

‘Used to’ expresses habitual action in the past. Rewrite these sentences using ‘used to’ and understand the differences.
ইউচদ তো (Used to) ৱে আগতে হৈ যোৱা আদত বুজাই। ‘Used to’ বহাই বাক্য কেইটাৰ পার্থক্য বুজা:

a. He used to walk two km daily. সি সদায় ২ km খোজ কাঢ়িছিল।

b. She used to cook delicious dishes. তাই সুৱাদীষ্ট খাদ্য ৰান্ধীছিল।

c. He used to grow carrots in the garden. সি বাগিছাত গাজৰৰ খেতি কৰিছিল।

d. The bird used to live in the terrace. চৰাইটো টিলাটোত বাস কৰিছিল।

e. Mr. Ram used to help poor students. ৰামে দুখীয়া ছাত্র-ছাত্রীক সহায় কৰিছিল।

f. Once the river used to flow by this river. নদীখন এবাৰ এই নদী খনেদি বৈ গৈছিল।

VOCABULARY

1. Some words sound exactly same but have different meaning and spelling. Such words are called Homophores. Here are few examples:
কিছুমান শব্দই একে উচ্চাৰণ হয় কিন্তু অর্থ বেলেগ বেলেগ হয়। সেই শব্দবোৰক হ’মফ়’র্চ বোলে। ইয়াত কেইটামান উদাহৰণ দিয়া আছে:

Peck: (strike or bite with a bird’s beak)-

পেক: (চৰাইৰ ঠোঁটেৰে কামোৰা বা খুটা)- চৰাই টোৱে

The bird pecked gently on the window pane.
চৰাই টোৱে নম্ৰ ভাৱে খিৰিকী খন খুটি আছিল।
Pack: (packet) I don’t know what’s there in the pack.
পেক: (পেকেট) মই নাজানো পেকেট টোত কি আছে।


a. Reach: (arrive) We have reached in time.

ৰিছ: (গৈ পোৱা) আমি সময় মতে আহি পালো।

Rich: (wealthy) Rita’s uncle is a rich man.
ৰিছ: (ধনী) ৰীতাৰ খুৰাক এজন ধনী মানুহ।

b. Dear: (loved) My cousin is very dear to my grand.

দিয়ৰ: (মৰমৰ) মোৰ কাজিনে মোৰ ককা-আইতাৰ বৰ মৰমৰ।
Deer: (an animal) The deer were grazing fearlessly.
দিয়ৰ: (এটা পশু) হৰিণা নির্ভয় ভাৱে চৰি আছিল।

c. Sat: (to take seat) The players sat on the grass.

চেত: (বহা) খেলুৱৈ বোৰ ঘাঁহতে বহিল।

Set: (arrange in advance)The game was already set.
চেত: (আগতিয়াকৈ তৈয়াৰী কৰা /ৰোপন কৰা) খেলখন আগৰে পৰা ৰোপণ কৰি থোৱা আছে।


d. Come: (to come) May I come in, Sir?

কাম: (অহা) মই সোমাব পাৰো নে, চাৰ?

Calm: (peaceful) The sea was calm and quiet.
কাম: (শান্তি পূর্বক) সাগৰ খন বহুত শান্ত হৈ আছিল।
Find out the meanings of these homophones and write:
হ’মফনচ বোৰৰ অর্থ লিখা:

Pail : pale

বাল্টি : শেতা

Pen : pane

কলম : ফলক

Deep : dip

গভীৰ : ডুবোৱা

Hare : hair

শহা : চুলি

Write : right

লিখা : শুদ্ধ

Sea : see

সাগৰ : দেখা

Fare : fair

ভাৰা : মেলা

Slip : sleep

পিচলা : শুৱা

2. Take hints from the help box and write what it is called:
হেল্প বস্ক টোৰ সহায় লৈ কোনটোক কি বুলি কয় লিখা:
a. A short story with a moral – Fable চুটি গল্প – ফেবল

b. Real/unreal tales told for entertainment – Story সচাঁ/মিচা কাহিনী – ষ্টৰী (কাহিনী)

c. Traditional story –Folktale পৰম্পৰাগত গল্প – ফকতেল

d. Description of imaginary event or people – Fiction কাল্পনিক ঘটনা বা মানুহৰ বিষয়ে কোৱা – ফিকচন

e. Children’s tale about magical and imaginary beings and lands– Fairy tales সৰু ল’ৰা-ছোৱালীক কোৱা কিছুমান যাদু আৰু কল্পনা মানুহৰ, জিব নাইবা জেগাৰ কথা – ফেৰীতেল

Listening and speaking

1. Read aloud these words: ‍জোৰেৰে পঢ়া শব্দ কেইটা:
Bought বত sought চত thought থত ought অত drought দ্রত fought ফত

Brought ব্রত caught কত

2. Read this conversation between Ravi and Ashim: ৰবি আৰু অসীমৰ কথাখিনি পঢ়া:

Ravi: Why were you running after the bus? 
ৰবি: তুমি বাছ খনৰ পাছে পাছে কিয় দৌৰি আছিলা?

Ashim: I left my bag in the bus.
অসীম: মই মোৰ বেগটো বাছত এৰি থৈ আহিলো।
Ravi: Why you were travelling by bus?

ৰবি: তুমি বাছেৰে যাত্রা কিয় কৰি আছিলা?
Ashim: I and my mother were going to the doctor.

অসীম: মই আৰু মোৰ মা ডাক্তৰ তালৈ গৈছিলো।
Ravi: Why?
ৰবি: কিয়?

Ashim: I was accompanying my mother. She was suffering from leg pain.

অসীম: মই মাৰ লগ দিছিলো। তেঁও ভৰিৰ বিখত ভুগি আছিলে।
Ravi: Oh! How is she now?
ৰবি: ‘অ’! এতিয়া তেঁও কেনে আছে?

Ashim: She is taking medicine and is feeling better.
অসীম: তেঁও এতিয়া ঔষধ লৈ আছে আৰু অলপ ভাল পাইছে।

WRITING

1. Imagine you are the class captain. During lunch break two children Manash and Hiye has a fight. Describe the incident to the teacher in past continuous tense form.
ধৰি লোৱা তুমি ক্লাচ কেপ্টেইন। আৰু দুপৰীয়া ব্রকৰ সময়ত দুটা ল’ৰা ছোৱালী মানস আৰু হিয়াৰ মাজত কাজিয়া হ’ল। ঘটনাটো তোমাৰ শিক্ষকৰ আগত পাস্ত – কণ্টিনুআচ তেণ্চত বিৱৰণ কৰা।

Sir, I am (name) and I am the captain of class 5, therefore, I thought of informing the matter to you. When we got lunch break one incident took place. Two of my friends Manash and Hiye were fighting with each other during the break time. They were throwing duster on each other. As I am the captain, it is my responsibility to let you know. Thank you

চাৰ, মোৰ নাম (নাম) আৰু মই ক্লাছ ৫ৰ কেপ্টেন, সেইবাবে মই কথা টো আপোনাক জনুৱাটো জৰুৰী বুলি ভাবিলো। আমি যেতিয়া ব্রেক পাইছিলো সেই সময়তে এটা ঘটনা সংঘটিত হৈছিল। মোৰ দুজন বন্ধু মানস আৰু হিয়াৰ মাজত এখন কাজিয়া হৈ আছিল যি সময়ত আমি ব্রক তাইমত লৈছিলো। সিহঁতে ইজনে সিজনলৈ দাস্তাৰ দলিয়াইছিল, যিহেতু মই ক্লাচ কেপ্টন এইটো মোৰ কর্তব্য যে কথাটো যাতে মই আপোনাক ‍জনাঁও। ধন্যবাদ!

2. Fill in the blanks with simple past/past continuous form of the given verbs to complete the story:
চিম্পল পাষ্ট/ পাষ্ট কন্তিনোৱাচ ফর্মত দি থোৱা ভার্ব কাইটাৰে কাহিনীটো সম্পূর্ণ কৰা:
Once a king constructed a temple in a city. Many carpenters and masons were working to finish the temple. One day two carpenters were trying to cut 2 huge log of wood with a saw. When they were hungry they put a nail in the centre of the log and went to have their lunch. Few monkeys were playing nearby. One monkey was very curious. He was looking at the nail again and again and thought why it was there. The mischievous monkey soon started to pull the nail. He was pulling and pulling and suddenly the nail came out. But his tail was sticked between the half cut pieces of the log. The monkey could not free his tail and died there.

এবাৰ এজন ৰজাই এখন চহৰত এটা মন্দিৰ নির্মাণ কৰিলে। বহুত কাঠমিস্ট্রী আৰু কাৰীকৰে মন্দিৰটোৰ নির্মাণৰ কাম কৰি আছিল। এদিন দুটা কাঠমিস্ট্রীয়ে এডাল ডাঙৰ কাঠ কাতিব চেষ্টা কৰি আছিল। যেতিয়া সিহঁতৰ ভুক লাগিলে সিহঁতে কাঠৰ লগ দালৰ মাজত এটা গজাল পুটি থৈ দুপৰীয়াৰ আহাৰ খাবলৈ গুচি গ’ল। কেইটামান বান্দৰে ওচৰতে খেলি আছিল। এটা বান্দৰৰ বহুত উৎকণ্ঠাবুধ হৈ আছিল। সি বাৰে বাৰে গজালটো লৈ চাই আছিল আৰু ভাবিলে যে গজাল টো কিয় তাত আছে। দুষ্ট বান্দৰে শীঘ্রেই গজামটো টানি উলিয়াবলৈ চালে। সি টানি থাকোতে থাকোতে এটা সময়ত গজালটো উলিয়াই আনিল। কিন্তু তাৰ নেচ দাল লগ টোৰ আধা কাটি থোৱা অংশ টোত লাগি ধৰিলে। বান্দৰ টোৱে তাৰ নেচ ডাল উলিয়াব নোৱাৰি তাতেই মৰি থাকিল।




Post ID: DABP001574