১) বিলাহীৰ দাম কিমান ?
Ans. How do tomatoes sell?
২) নগদ বিক্ৰী।
Ans, Terms cash.
৩) এইচো অচল পইচা ।
Ans. This is a base coin.
৪) কোটটো খুলি থোৱা ।
Ans. Take off your coat.
৫) তেঁও তেওঁৰ বাৱসায়ৰ আটাইবোৰ কায়দা জানে ।
Ans. He knows the ins and outs of his business.
৬) ঘনশ্যামে তলমূৰকৈ পৰিলে ।
Ans. Ghanashyam fell headlong.
৭) মোৰ বন্ধু এজন উকীল ।
Ans. My friend is a lawyer.
৮) ইমান বেছি ৰ'দ
Ans. What a scroching sun !
৯) এই কাপোৰখন সংকুচিত নহয় ।
Ans. This cloth will not shink.
১০) গাড়ীখনে গছত খুন্দা মাৰিলে ।
Ans. The truck ran into the tree.
১১) আমি বহুত খালোঁ ।
Ans. We ate our fil.
১২) এতিয়া মিলা-প্ৰীতিলৈ আহোঁ ।
Ans. Let us now come to good terms.
১৩) সাইটটো নুমুৱাই দিয়া ।
Ans. Switch off the light.
১৪) বহুতো নদীতেই বাৰিষাৰ ধল আহিছে ।
Ans. Many a river is an spate.
১৫) টুপী পিন্ধি লোৱা ।
Ans. Put on your cap.
১৬) এই কাপোৰে বহুত দিন চলিব ।
Ans. This cloth will wear long.
১৭) লেমটো নুমুৱাই দিয়া ।
Ans. Blow out the lamp.
১৮) মই সদায় তূতীয় শ্ৰেেণীত যাত্ৰা কৰোঁ ।
Ans. I always travel in third class.
১৯) চিয়াঁহীৰে নিলিখিবা ।
Ans. Do not write in ink.
২০) তেওঁৰ আটাইবোৰ আশা মাটিত মিলি গ'ল ।
Ans. All his hopes were dashed to the ground.
২১) তেওঁ এ়ধোকতে পানীখিনি খালে ।
Ans. He drank water in one draught.
Exclamatory
words & short
sentences
1. অ’ মই ডেকা হ’লোহেঁতেন
Ans. O that I were young
again !
2. নিশাটো কিমান বিতোপন
Ans. How beautiful is the night !
3. বাঃমানুহ ভগৱানৰ কি আচৰ্ষ সৃষ্টি
Ans. What a piece of
work is man !
4. হায়, মানুহ যদি বুদ্ধিমান হ’লঁহেতেন
Ans. What might be done,
if men were wise !
5. অ’ আমি যদি সোনকালে লগ হ’লোঁহেতেন ।
Ans. Would that we may
soon mwt
!
6. হায় মই যদি ঘৰত নিৰাপদ হ’লোঁহেতেন
Ans. O that I were
safe at home !
7. বাঃ কাশ্মীৰত যদি মোৰ বাসস্থান হ’লঁহেতেন
Ans. O that Kashmir
were my dwelling
place !
8. অ’ শান্তিপূৰ্ণ জীৱন কিমান আনন্দৰ
Ans. What sweet delight a quiet life affords !
9. বাঃ আজি আপোনাক ইমান আনন্দিত দেখাইছে
Ans. How happy you look today !
10. বাঃ এইটো কিমান ধুনীয়া দৃশ্য
Ans. What a beautiful scene this is !
11. ভগৱানে আপোনাৰ মংগল কৰক
Ans. May god
bless you !
12. হাতী এটা কিমান আচৰিত প্ৰাণী
Ans. What a
wonderful creature an elephant
is !
13. তুমি ইমান ঠাণ্ডা হৈছা
Ans. Hou cold you are
!
14. বাঃ আমবোৰৰ ইমান ধুনীয়া গোন্ধ
Ans. What delicious
flavor these mangoes have !
15. গৰীব মানুহক এনেকৈ ব্যৱহাৰ কৰিবলৈ তোমাৰ লাজ নালাগে
Ans. Shame on you the treat a poor man so !
16. বাঃ কিমান ভল লাগিলঁহেতেন, যদিহে এগিলাচ ঠাণ্ডা পানী পালোঁহেতেন
Ans. O for a draught
of ice- cold water !
17. বাঃ মোৰ চৰিত্ৰ সমালোচনা কৰিনলৈ ইমান সাহস
Ans. How you dare to criticize my conduct !
18. বাঃ বাঃ আমি খেলত জয়লাভ কৰিলো
Ans. Hurrh ! We have
won the match.
19. তুমি ইমান মূৰ্খনে ?
Ans. What a
stupid fellow you are !
20. ইমান বেয়া লাগিছে যেনতেওঁ এতিয়াও আহি পোৱাহি নাই
Ans. What a pity
he did not come !
21. হায় তুমি ইমান অকূতজ্ঞ মানুহ
Ans. Fie on you ! an ungrateful man !
22. মহাত্মা গান্ধীৰ হত্যাকাৰীক ধিক
Ans. Down with the assassin
of mahatma Gandhi !
23. হায় কিমান বেয়া কাম হৈ গ’ল
Ans. Alas ! What a heinuous dead
it is !
39. ইমান পুতৌ লগা
Ans. What a
pity !
40. ইমান ধুনীয়া
Ans. How charming !
41. ইমান সুন্দৰ
Ans. How beautiful
!
42. ইমান অসম্ভৱ
Ans. How absured
!
43. ইমান আকৰ্ষণীয়
Ans. How Attractive
!
44. কি মূৰ্খ
Ans. How foolish !
45. ধৈৰ্য ধৰা
Ans. Have patience
!
46. সাহস নেহেৰুৱাবা
Ans. Don’t lose
heart !
47. আপোনাৰ কৃতকাৰ্যতা প্ৰশংসনীয়
ANS.
Congratulations on your
success .
48. ভগৱানক ধন্যবাদ
Ans. Thank God !
49. নিশ্চয়
Ans. Surely.
50. সঁচাকৈয়
Ans. Of course.
51. আচলতে
Ans. Realy.
52. চিন্তা নকৰিবা
Ans. Don’t worry.
53. আপোনাৰ অকৃতকাৰ্যৰ বাবে দুঃখিত
Ans. Sorry for
your failure !
54. তেওঁ ইমান নিৰ্দয়
Ans. How cruel
he is !
55. আঃ ইমান বেয়া খবৰ
Ans. What a bad news !
56. তেওঁ ইমান লেতেৰা মানুহ
Ans. What a duty
man
he is !
57. সোনকাল কৰাহ্
Ans. Hurry up.
58. গৈ থাকা
Ans. Carry on.
59. দেৱালীৰ শুভেচ্ছা থাকিল
Ans. Wish you happy
diwali .
60. তুমি ইমান অজ্ঞ মানুহ
Ans, What a nuisance
you are !
1. ঘটনাটো কি ?
Ans. What is the matter ?
2. তোমাৰ কি হল?
Ans. What is wrong with you ?
3.তোমাৰ নাম কি?
Ans. What is your name
?
4. তুমি ইয়াত কি কৰি আছা ?
Ans. What are
you doing here ?
5. তোমাৰ জীৱনৰ লক্ষ্য কি ?
Ans. What is your aim
in life ?
6. তুমি উচ্চ ইংৰাজী পৰীক্ষাৰ পিছত কি কৰিব বিছৰা ?
Ans, what do you
intend to do after high school Examination?
7. তুমি তেওঁক কি উপহাৰ দিবা ?
Ans. What present
will you give him ?
8. তুমি এতিয়া ক’ত আছা ?
Ans. What do you live these days.
9. তুমি ক’ৰ পৰা আহিলা ?
Ans. Where did you come from ?12
10. তোমাৰ দেউতাৰা এতিয়া ক’ত থাকে ?
Ans. Where is your father now ?1
11.আপুনি বম্বেৰ ক’ত থাকিব ?
Ans. Where will you
stay in Bombay ?
12. আৰ্যসকল ক’ৰ পৰা
আহিছিল ?
Ans. Where did the
Aryans come form ?
13. তুমি কাইলৈ ক’লৈ যাবা ?
Ans. Where will
you go tomorrow ?
14. যোৱাকালি আপুনি কাক লগ পাইছিল
?
Ans. Whom did
you meet yesterday ?
15 . আপুনি কাক লগ পাব বিছাৰে ?
Ans. Whom do
you want to
see?
16. আপুনি আপোনাৰ কিতাপ কাক দিছে ?
Ans. Whom did
you give your
book ?
17. তোমালোকে শ্ৰেণীৰ নেতা কাক
পাতিবলৈ বিচৰা ?
Ans. Whom do you
want to be your class leader ?
18. আপুনি কাক আপোনালোকৰ কোষাধক্ষ্যৰ বাবে প্ৰস্তাৱ কৰে ?
Ans. Whom do you propose
your monitor ?
19. দুৱাৰত কোনে টুকুৰিয়াইছে ?
Ans. What is
knocking at the
door ?
20. আপোনালোকৰ পৰিয়ালৰ
চিকিতসক কোন ?
Ans. Who is your family doctor ?
21. আপোনাৰ কিতাপ কোনে চুৰ কৰিছে?
Ans. Who has
stolen
22. আপোনাৰ ভাইৰ চিকিতসা কোনে কৰি আছে ?
Ans. Who is
treating your brother
?
23. আপোনাৰ বিৰুদ্ধে কোনে অভিযোগ
তুলিছে ?
Ans. Who has
complained against you ?
24. এই ঘটনাটোৰ প্ৰতিবাদী কোন ?
Ans. Who is
the defendant in
this case ?
25. গিলাছটো কোনে ভাঙিলে ?
Ans. Who has
broken this glass
?
26. তেওঁ এই ঘটনাটোত হস্তক্ষেপ কৰিবলৈ কোন ?
Ans. Who is
he to interfere
in this matter
?
27. আপুনি ইয়াত কি আনিছে
?
Ans. What brings
you here ?
28. তেওঁ আপোনাৰ কি হয় ?
Ans. What is
he to you ?
29. আপোনাক কিমান গাখীৰ লাগে ?
Ans. How much
milk do you
want ?
30. মহিলাগৰাকীয়ে কিমান আম কিনিছিল ?
Ans. How many
mangoes did she
buy ?
31. কোনটো আপোনাৰ কলম ?
Ans. Which is
your pen ?
32. আপোনাৰ স্কুল প্ৰতিষ্ঠাপক কোন ?
Ans. Who is
the founder of
your school ?
33. তেওঁৰ তোমাৰ সম্বন্ধ কি ?
Ans. How is the
related to you ?
34. দিল্লীৰ লালকিল্লা
কোনে বনাইছিল ?
Ans. Who built the
red fort of delhi ?
35. আপুনি তাজমহল দেখিছেনে ?
Ans. Have you
seen taj mahal ?
36. আপুনি কেতিয়াবা
উৰাজাহাজত যাত্ৰা কৰিছেনে ?
Ans. Have you
ever travelled by air
?
37. এই কিতাপবোৰৰ ভিতৰত কোনখন আপোনাৰ আটাইনকৈ ভাল লাগে ?
Ans. Which of these
books do you
like the best ?
38. তেওঁৰ বিষয়ে আপোনাৰ ধাৰণা কি?
Ans. What is
your idea about
him ?
39. আপুনি মোক এই বিষয়ত সহায় কৰিবনে ?
Ans. Will you
help me in
this matter ?
40 . এই দোকানখনত কোনে জুই লগালে ?
Ans. Who has
set this shop
on fire ?
1.তোমাৰ দেউতাৰাই কি কৰে ?
Ans. What is
your father do ?
2. হত্যাকাণ্ডটো কোনে কৰালে ?
Ans. Who committed
the murder ?
3.ভাৰতবৰ্ষৰ ৰাজধানীৰ নাম কি?
Ans. What is the
capital of india ?
4.তাই ধুনীয়ানে?
Ans. Is she
beautiful ?
5. কাশীৰক তুমি কি বুলি ভাবা /
Ans. What is your idea
about Kashmir ?
6. আপুনি তালৈ যাবানে ?
Ans. will you go
there ?
7.তেওঁ কেতিয়া আহিব ?
Ans. When is he due ?
8. তুমি তেওঁক চাবলৈ গৈছিলানে ?
Ans. Did you go
to see him ?
9.আপুনি মোক সহায় কৰিবনে ?
Ans. Will you help
me?
10. তুমি তেওঁৰ সাধুতাৰ বিষয়ে কি ভাবা ?
Ans. What do you think about his honesty ?
11.তেওঁক তোমাৰ পছন্দ নহয় নেকি ?
Ans. Is he displeased
with you?
12. ইন্দিৰা গান্ধীক কোনে হৰুৱাইছিল ?
Ans. By whom
indira Gandhi was
defeated ?
13.তোমাৰ ঘৰত কোন সোমাইছিল ?
Ans. Who broke into
your house ?
14. দুৱাৰত কোনে টুকুৰিয়াf e:S?
Ans . Who is knocking
at the door ?
15. তেওঁ তোমাক লগ কৰিবলৈ আহিব পাৰানে ?
Ans. Can he
come to see
you ?
16. আপুনি আপোনাৰ কাম শেষ কৰিলেনে?
Ans. Have you
finished your work. S
17. শিখ ধৰ্মৰ
প্ৰতিষ্ঠাতা কোন ?
Ans. Who is
the founder of Sikhism ?
18. মহাত্মা গান্ধীৰ হত্যাকাৰী কোন ?
Ans. Who was the
murderer of mahatma
Gandhi ?
19. নেহৰুৰ জন্ম কেতিয়া হৈছিল ?
Ans. When was Nehru
born ?
20.ভাৰতবৰ্ষ কেনেকুৱা চৰকাৰেৰে ঘঠিত ?
Ans. What kind
of government is in
india ?
21. মোগল সাম্ৰাজ্যৰ আটাইতকৈ ভাল ৰজা কোন আছিল ?
Ans. Who was the best king
of mughal dynasty ?
22. তাজমহল কাৰ স্মৃতিৰ
বাবে সজাইছিল ?
Ans. In whose
memory was taj mahal built
?
23.ৰামায়ণ কোনে লিখিছিল ?
Ans. By whom
Ramayana was written
?
24. ভাপ ইঞ্জিন কোনে আৱিষ্কাৰ কৰিছিল ?
Ans. Who invented
steam engine ?
25. পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশ কোনখন ?
Ans. Which is
the biggest continent
in the world ?
1. আপোনাৰ নাম কি ?
Ans. What is
your name ?
2. আজিকালি আপুনি ক’ত আছে ?
Ans. Where do you live
these days ?
3. আপুনি কেনে আছে ?
Ans. How are you ?
4. আপুনি ক’ত চাকৰি কৰে?
Ans. Where are
you employed ?
5. আপুনি উচ্চ ইংৰাজী পৰীক্ষাত কেতিয়া উত্তীৰ্ণ হৈছে?
Ans. When did you
pass high school examination .7 6 .তাত কোন আছে?
Ans. Who is there ?
7.আপোনাৰ ইয়ালৈ কেনেকৈ আহিব লগা হ’ল ?
Ans. What brings you here ?
8. তাত কি আছে?
Ans. What is there ?
9. আপুনি ঘৰটোৰ প্ৰতিমাহে ভাড়া কিমান দিয়ে?
Ans. How much
rent do you pay for this house per month?
10. আজিকালি আপুনি অফিচলৈ কেনেকৈ যায় ?
Ans. How do you go to
office now a days?
11. আপোনাৰ মা কেনে আছে ?
Ans. How is
your mother ?
12. আপুনি পৰীক্ষাত
উত্তীৰ্ণ হ’লনে ?
Ans. Have you
got through the examination ?
13.দিল্লীৰ পৰা বম্বেলৈ গাড়ী ভাড়া কিমান ?
Ans. What is
the rail fare from delhi to Mumbai
?
14. আপুনি কিতাপখনৰ কিমান দাম দিব ?
Ans. What price will you pay for this book ?
15. আপুনি স্পীডলী ইংলিছ স্পীৰ্কি কোৰ্চ পঢ়িছেনে ?
Ans. Have you studied
speedily English speaking ?
16. তেওঁ মোক চাবলৈ আহিছিলনে ?
Ans. Did he
come to see me ?
17.আপুনি তাইৰ বিয়ালৈ যাবনে ?
Ans. Will you participate in her marriage ?
18. তেওঁৱে আপোনাৰ কাৰ্যালয়ৰ সৰ্বেসৰ্বানে ?
Ans. Is he all in all
in your office ?
19.আপুনি চিনেমা চাবলৈ যাবনে ?
Ans. Will you come
to see movie ?
20. অনুগ্ৰহ কৰি আপুনি
তেওঁক মাতি দিব নে ?
Ans. Will you please
call him ?
21.তুমি নিজক বচাবলৈ কিবা ক’ব লাগিব নেকি ?
Ans. Have you
anything to say in your defence ?
22. তেওঁ ভূল কৰিলে নেকি ?
Ans. Is he
in the wrong ?
23. আজিৰ ছুটীৰ দিননে ?
Ans. Is it holiday today ?
24. তোমাৰ ঘড়ীত কিমান বাজিল ?
Ans. What is the time
by your watch ?
25.আপুনি কাৰ্যালয়লৈ সদায় কিয় দেৰিকৈ আহে ?
Ans. Why do you come
to office late daily ?
26. আপুনি তেওঁক দেখিছিলেনে
?
Ans. Have you seen
him ?
27.তুমি নিজৰ উপাৰ্জন কেনেকৈ কৰা ?
Ans. How do you earn your livelihood ?
28. যোৱাকালি তুমি কিয় অহা নাছিলা ?
Ans. Why did you not come yesterday ?
29.তুমি কেনেকৈ স্পীডলি ইংলিছ স্পীকিং কোৰ্চ পালা ?
Ans. How did you come by speedly English speeking course ?
30. তুমি এইটো সাহস ক’ত পালা ?
Ans. How do you dare say
this ?
31. তোমাক কি লাগে ?
Ans. What do you
want ?
32. তেঁও এতিয়া ক’ত আছে ?
Ans. Where is he
now ?
33. তুমি কিয় ইমান কঠোৰ শ্ৰম কৰা ?
Ans. Why do you work so hard
?
34.তোমাৰ স্বাস্থ্য কিয় দিনে দিনে বেয়া হৈ গৈছে ?
Ans. Why has your health run
down ?
35. ভাৰতৰ বৰ্তমান
জনসঁখ্যা কিমান ?
Ans. What is the present population of india ?
36. বৰ্তমান আপুনি কোন মহাবিদ্যালয়ত পঢ়ি আছে ?
Ans. In which college do you read these ?
37. তোমাৰ ঠিকনাটো কি?
Ans. What is your
address ?
38. তুমি তোমাৰ মাৰালৈ চিঠি লিখিলানে ?
Ans . Did you write
a letter to youir mother ?
39. তুমি সদায় গা ধোৱা নে ?
Ans. Do you bath daily
?
40. তুমি কেৰাণী পদটোৰ বাবে আবেদন কৰিছিলা নে ?
Ans. Did you apply for a post of clerk
?
41. ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ নে ?
Ans. Is india
an agricultural country
?
42. ৰাতিপূৱা ফুৰাটো স্বাস্থ্যৰ বাবে ভাল নে ?
Ans. Is morning
walk good for health ?
43. তোমাৰ বিশ্বাসী বন্ধু কোন ?
Ans. Who is your fast friend ?
44. ভাৰতবৰ্ষ ধনী হৈয়ো দুখীয়া দেশ নে ?
Ans. Is india rich inhabitated by the
poor ?
45. তোমাৰ ওচৰত তোমাৰ
নিজৰ ফটো আছে নে?
Ans. Have you any
photo of yours
?
46. আপুনি তেওঁৰ স্বভাৱ ভাল পায়নে ?
Ans. Do you like
this habits ?
47. তুমি কোনখন কিতাপ খুব বেছি ভাল পোৱা ?
Ans. Which book do you
like the most ?
48. তোমাৰ ৰুচি কি ?
Ans. What is your
hobby ?
49. এডভান্সড ইংলিচ স্পীকিং কোৰ্চৰ বিষয়ে তোমাৰ মতামত কি ?
Ans. What is your opinion about
‘advanced English speaking
course ?
50. তুমি পাৰফেক্ট ইংলিচ নলেজ বুক’খন পঢ়িছেনে ?
Ans. Have you
studied ‘ perfect English knowledge
book ?
51. ডেকাল’ৰাজনে মিনি
স্পীডলী ইংলিচ স্পীকিং কোৰ্চ ভাল নেপায় নেকি ?
Ans. Do the
youngman not like mini
speedily English course ?
52. ‘চাইল্ড স্পীডলী
ইংলিচ স্পীকিং কোৰ্চ শিশুৰ কাৰনে উপকাৰী নহয় নে ?
Ans. Is child
speedily English speaking course not useful for children
?
1. কেতিয়াও জুৱা
নেখেলিবা ।
Ans. Never addict to
gambling .
2. সদায় সময় মতে চলিবা ।
Ans. Always be
punctual.
3. সদায় ডাঙৰক সন্মান কৰিবা ।
Ans. Always be
respectful to olders.
4. সদায় নিজৰ কৰ্তব্য
কৰিবা আৰু পলাফল ভগৱানৰ বাতত এৰি দিবা ।
A ns. Always do your
duty and leave the result
to god.
5. দুখীয়াক দান কৰিবা ।
Ans. Serve the
poor.
6. দীঘল ঘাঁহনিৰ ওপৰত খালী ভৰিৰে
খোজ নাকাঢ়িবা ।
Ans. Do not go
bare-footed in the long
grass.
7. ৰ’দত খালী মূৰেৰে নুফুৰিবা ।
Ans. Do not go bare-headed in the sun.
8. সদায় নিজৰ কথা ৰাখিবা ।
Ans. Always keep
your word.
9. কেতিয়াও সুযোগ নেহেৰুৱাবা ।
Ans. Never miss
an opportunity.
10. সকলোৰে ওচৰত নম্ৰ হ’বা ।
Ans. Be polite to every body.
11. ফুল নিছিঙিবা ।
Ans. Do not pluck the
flowers.
12. আনক গালি নাপাৰিবা ।
Ans. Do not call
bad names to others.
13. তেঁওক এৰি দিয়া ।
Ans. Set him
free.
14. মজিয়াত নুথুৱাবা ।
Ans. Do not
spit on the floor.
15. লোকচান হ’লেও অনুতপ্ত নহবা ।
Ans. Do not repent
over the loss.
16. কষ্টক সাহসেৰে মূৰ পাতি লোৱা ।
Ans. Face the
difficulties boldly.
17. কু-অভ্যাসৰ বলি নহ’বা ।
Ans. Never fall a
victim to bad habits.
18. আপুনি ইচছা কৰিয়েই বিনা অনুমতিত কেতিয়াও অনুপস্থিত নাথাকিব ।
Ans. Never absent yourself without permission.
19. কোৱাৰ আগতে ভাবিবা ।
Ans. Think before to
speak.
20.আনৰ মনত দুখ নিদিবা ।
Ans. Do not injure
the feelings of
others.
21. চিন্তাত ব্যাকুল ব্যক্তিৰ মনত দুখ নিদিবা ।
Ans. Do not give
his care-worn heart.
22. বেয়াৰ সংগ নল’বা ।
Ans. Do not mix with bad
fellows.
23. তেওঁক আঁতৰাই পঠোৱা ।
Ans. Keep him
off.
24. স্বাৰ্থপৰ বন্ধুক বিশ্বাস নকৰিবা ।
Ans. Do not trust fair weather friends.
25. পকেট মৰাৰ পৰা সাৱধানে থাকিবা ।
Ans. Beware of
pick pockets.
26. ধূমপান নিষেধ ।
Ans. Smoking is
prohibited.
27. সদায় নিজৰ কিতাপৰ যত্ন ল’বা ।
Ans. Always take care of
your books.
28. মই তেওঁক সামান্যও ভয় নকৰো ।
Ans. I care a fig
for him.
29. অতীতক পাহৰি যোৱা ।
Ans. Forget the
past.
30.ধৈৰ্য ধৰা ।
Ans. Have patience.
1. আপোনাক কিমান ঘিঁ লাগে ?
Ans. How much
ghee do you want ?
2. মোক দুখন পাঁচ টকীয়া
নোট লাগে ।
Ans. I want
two five rupee notes.
3. আপুনি এতিয়ালৈ কিমান কিতাপ পঢ়িলে ?
Ans. How many books
have you read
so far ?
4. কমলা ডজন হিচাপে বিক্ৰী কৰা হয় ।
Ans. The oranges
are sold by
dozen.
5. চাউলৰ দাম, প্ৰতি
কিলোগ্ৰামত তিনি টকা ।
Ans. The rate
of rice is three
rupees per kilogram.
6. প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আপুনি কিমান বৰঙণি দিব ?
Ans. How much
will you contribute for
prime minister’s relief fund ?
7. গম ধানৰ আটা প্ৰতি কিলোগ্ৰামত দুই টকাকৈ বিক্ৰী কৰা হয় ।
Ans. The maiz
flour is sold at the
rate of Rs. 2 per kg.
1. ভালদৰে ব্যৱহাৰ কৰিবা ।
Ans. Behave properly.
2. মৰম দিলে মৰম পায় য
Ans. Love begets
love.
3. লুভীয়া নহ’বা ।
Ans. Don’t be greedy.
4. নকলৰ পৰা সাৱধান ।
Ans. Beware of imitations.
5. দৰিদ্ৰতা মানুহৰ বাবে অভিশাপ ।
Ans. Proverty is a
curse.
6. নিজৰ কাম নম্ৰভাৱে কৰিবা ।
Ans. Be fair in
your dealings.
7. বেগাই ব’লা ।
Ans. Speed up.
8. সাধুতাৰ সদায় জয় হয় য
Ans. Honesty pays in the
long run.
9. সোনকাল কৰা ।
Ans. Hurry up.
10. তোমাৰ ভাষা নম্ৰ আৰু
ব্যক্তিত্বপূৰ্ণ হোৱা উচিত ।
Ans. Your language
must be courteous and
impersonal.
11. আমি দবা খেলো আহা ।
Ans. Let us
play chese.
12. আত্মহত্যা কাপুৰুষতাৰ
কাম ।
Ans. Suicide is
a cowardice.
13. নিজকে ভাও দিবলৈ চেষ্টা
নকৰিবা ।
Ans. Do not
try to pose yourself.
14. থিকমতে ঘূৰা-ফুৰা
কৰিবা, নহ’লে খুন্দা খাবা ।
Ans. Walk carefully
lest you should stumble.
15. নিজকে নিজে কষ্ট নিদিবা ।
Ans. Don’t curse
yourself.
16. কেতিয়াও আনক ঠগিবলৈ চেষ্টা নকৰিবা ।
Ans. Never try
to cheat others.
17. তেওঁ এজন উপযুক্ত
প্ৰাৰ্খী ।
Ans. He is
a deserving candidate.
18. প্ৰত্যাহ্বান
স্কীকাৰ কৰা ।
Ans. Accept the
challenge.
19. কেঁচুৱাটোক শুবলৈ দিয়া ।
Ans. Let the
child sleep.
20. নিজতকৈ সৰুক সহায়
কৰিবা ।
Ans. Help your
juniors.
21. তেঁওৰ সৈতে সহানুভূতিশীল হ’বা ।
Ans. Sympathise with
him.
22. তেওঁলৈ এখন
নিমন্ত্ৰণী পঠোৱা ।
Ans. Send him an
invitation.
23. নিজৰ কাম পেলাই নথবা ।
Ans. Don’t keep your
work pending.
24. আহাৰ ভালদৰে চোবাই খাবা ।
Ans. Chew the
food well.
25. ডাঙৰৰ লগত সহযোগ কৰিবা ।
Ans. Co-operate with
your seniors.
26. মনোযোগেৰে পঢ়া ।
Ans. Read between
the lines.
27. সোৰোপা মানুহৰ পৰা আঁতৰি থাকিবা ।
Ans. Keep off
sluggards.
28. খকুৱা পেটুৱা নহ’বা।
Ans. Don’t be a
glutton.
29. লিখোঁতে কটা-কটি
নকৰিবা ।
Ans. Avoid overwritings.
30. প্ৰলোভনৰ পৰা আঁতৰি
থাকিবা ।
Ans. Avoid temptation.
31. আনৰ আগত অসভ্যমি নকৰিবা ।
Ans. Don’t be
rude to others.
32. পৰিস্কাৰকৈ লিখা ।
Ans. Write a legible
hand.
33. সময়ৰ সত ব্যৱহাৰ কৰিবা ।
Ans. Make the
best use of
the time.
34. গণকস্থান এৰাৰ আগতে পইচা হিচাপ কৰি ল’বা ।
Ans. Count money
before leaving the
counter.
35. সদায় সুবিধবাদী হ’ বা ।
Ans. Always be
a good opportunist.
36. সৰু সৰু কথাত কাজিয়া
নকৰিবা ।
Ans. Don’t quarrel
over petty things.
37. সময়ে কাৰো বাবে
অপেক্ষা নকৰে ।
Ans. Time waits
for none.
38. টুপীটোৱে আপোনাক
শোভা পাইছে ।
Ans. This cap
sits well on
your hand.
39. চকুপানী নুটুকিবা ।
Ans. Don’t shed tears.
1. তেঁওক ঘৰৰ পৰা টালি-টোপোলাৰে সৈতে বাহিৰ কৰি দিয়া হৈছে
Ans. He was
turned out of
the house with
beg and baggage.
2. বহু ব্যৱসায় ৰঙাফিটাৰ মেৰপাকত পৰি নষ্ট হৈ গৈছে ।
Ans. Many a
business get spoiled
on account of red tape.
3. এইটো সকলোৱে জানে যে
তেওঁ জুৱা খেলে ।
Ans. It is an
open secret that he gambles.
4. মেলাখন পূৰাদমে চলি আছে ।
Ans. The fair
was in full
swing.
5. ভাৰতবষৰ্ই দোপত-দোপে
উন্নতি কৰি আছে ।
Ans. India in progressing by leaps
and bounds.
6. যিকোনো কথা নকৈ মূল কথা কোৱা ।
Ans. Do not
beat about the bush,
come to the
point.
7. তেওঁ পৃথিৱীৰ উঠন-পতন দেখিছে ।
Ans. He has seen
ups and downs of the
world.
8. তেওঁ এইটো ঘটনাৰ বিষয়ে একো নাজানে ?
Ans. He was in the
dark about this
matter,
9. তেওঁৰ কঠোৰ শ্ৰমৰ প্ৰতি পুৰস্কাৰ পাইছিল ।
Ans. He won prize
by dint of
hard labour.
10. টকাৰ অভাৱৰ বাবে
তেওঁ পৰিকল্পনাত ব্যাঘাত জন্মিল ।
Ans. His scheme
failed for want of
money.s
32. পিচৰ ডাক কেতিয়া যাব ?
Ans. When
the next clearance of mail is due
?
33. এইটো এটা মিছা ওজৰ ।
Ans. This
is only a lame excuse.
34. তুমি মোৰ কথাৰ
উত্তৰ কিয় নিদিয়া ?
Ans. Why
don’t you give a reply to my words?
35. মই তোমাৰ কাৰণে
এখন ধুনীয়া কিতাপ আনিছোঁ ।
Ans. I am bringing
a nice book gets digested soon.
36. তেওঁ ব্যৱপায়
উন্নতি কৰিবলৈ কোনো কষ্ট কৰা নাই ।
Ans. He spared
no pains to make
his business successful.
37. বেছিকৈ চোবাই
খোৱা আহাৰ সোনকালে জীণ যায় ।
Ans. Well masticated food
gets digested soon.
38. যোৱা কালি মই
ছয়টা প্ৰস্তাৱ পাইছিলোঁ ।
Ans. I
passed six motions
yesterday.
39. তাই কমকৈ শুনে ।
Ans. She is
hard of
hearing.
40. ৰাধাই ঘৰটো সদায়
ইংৰাজীতে কয় ।
Ans. Radha
always speaks English
even at home.
41. ধনী মানুহক
সকলোৱে সন্মান কৰে, কিন্তু দুখীয়াক কোনেও আদৰ নকৰে ।
Ans. All
people honour rich
men, but no one
cares for the
poor.
42. মই যেতিয়া গাড়ীত
উঠিছোঁ তেতিয়া মোহন নামিছে ।
Ans. Mohan
alighted from the
train when I
boarded it.
43. মই অস্হিৰতা অনুভৱ
কৰিছোঁ ।
Ans. I am
feeling giddy.
44. মই খবৰটো বন্ধুলৈ
টেলিগ্ৰাম কৰিছিলোঁ ।
Ans. I
write this news
to my friend.
45. মই আপোনাৰ ভাইক বহুত
দিনৰ পৰা জানিছিলোঁ ।
Ans. I
have known your brother
for a long time.
46. গণ্ডপ মৰা মানুহৰ পৰা
সাৱধান থাকিবা ।
Ans. Beware
of quacks.
1. জাহাজখনে লংগৰ পেলালে
Ans. The ship has cast its anchor.
2. কেইটা বাজিলে ?
Ans. What is the time by your watch.
3. মহজনীয়ে গাখীৰ দি আছে ।
Ans. This buffalo is now in milk.
4. সোনকাল কৰা, দহটা বাজিবই ।
Ans. Make haste, it will strike ten shortly.
5. আপুনি কি সাহসত এইটো ক'লে ?
Ans. How dare you say this ?
6. বতৰ বেয়া হোৱাৰ বাবে এৰোপ্লেন নমাত কষ্ঠ হৈছে ।
Ans. Bad weather made the landing of the aeroplane.
7. ঘড়ীটো চলিবলৈ দিয়া ।
Ans. Set the watch going.
8. মোৰ ৰেডিঅ' বেয়া হৈছে ।
Ans. My radio has gone out of order.
9. বিপদ হ'লে শিকলিডাল টানি দিবা ।
Ans. Pull the chain in case of danger.
10. আজি কোঠা কোনে পৰিস্কাৰ কৰিবা ?
Ans. Who will clean the room to-day ?
11. মাদ্ৰাজ কেন্দ্ৰত ৰেডিঅ'টো বজোৱা ।
Ans. Just set the radio at madras.
12. তেওঁ মোৰ কখা অকনমানো নুশুনিব ।
Ans. He will not at all ( even a little) listen to my words.
13. ঘা টুকুৰা পৰিস্কাৰ কৰা আৰু পটি লগোৱা ।
Ans. Clean the wound and dress it.
1. তুমি সময়মতে আহি ভালেই কৰিলা ।
Ans. It is good that you have come in time.
2. যোৱা কালি তোমাৰ কিয় পলম হ'ল ?
Ans. Why were you late yesterday ?
3. তেওঁৰ বৰ্তমান ভালেই ।
Ans. She is better now.
4. মই বাহিৰলৈ গৈছিলোঁ ।
Ans. I was out of station.
5. তোমাৰ লগত মোৰ এটা দৰকাৰী কখা আছে ।
Ans. I have an important piece of work with you.
6. মোৰ দেৰি হৈ গৈছে, অনুগ্ৰহ কৰি মোক যাবলৈ দিয়ক ।
Ans. I am getting late, please let me go now.
7. মই আপোনাক লগ কৰিবলৈ কেতিয়া আহিম ?
Ans. When should i come to see you?
8.বহুত দিনৰ পৰাই আপোনাৰ চিঠি পোৱা নাই ।
Ans. It is long since i have heard from you.
9. তুমি যদি মোক খবৰ দিলাহেতেন মই তোমাক নিবলৈ আহিলোঁহেতেন ।
Ans. In case you had informed me i would have come to receive you.
10. চিঠিৰে আপোনাৰ কুশল বাৰ্তা ডাকযোগে জনাব ।
Ans. Write your welfare by return of post.
11. তেওঁ এতিয়া কেনেকুৱা পাইছে ?
Ans. How is she now?
12. মই মোৰ বেমাৰী মাক চিকিতসালয়লৈ চাবলৈ গৈছিলোঁ ।
Ans. I went to the hospital to see my ailling mother.
13. গৈ পায়ে তাঁৰবাৰ্তা যোগে মোলৈ খবৰ দিবা ।
Ans. Inform me telegraphically when you reach.
1. ৰাতি আহাৰ খোৱাৰ পিছতেই ফুৰাটো মোৰ অভ্যাস ।
Ans. It is my habit to have a walk after dinner.
2. মই সদায় ৰাতিপূৱা গাখীৰ খাঁও ।
Ans. I take milk in the morning every day.
3. তেঁওলোক এঘন্টাৰ পৰাই খেলি আছিল ।
Ans. They have been playing for the last one hour.
4. সোমবাৰে মই এখন জৰুৰী সভাত উপস্থিত থাকিব লাগিব ।
Ans. I have to attend an urgent meeting on monday.
5. আইয়ে আবেলিহে জিৰণি লয় ।
Ans. Mummi takes rest in the afternoon.
6. ৰামে প্ৰায় এঘন্টাই পঢ়ি আছিল ।
Ans. Ram has been reading for about an hour.
7. তেওঁ ১৯৭৩ চনৰ পৰা জেলত আছে ।
Ans. He has been behind the bars since 1973.
8. তেঁও এতিয়া যোৱা উচিত ।
Ans. He should go now.
9. তেঁও দুঘন্টা দেৰিকৈ গৈ পাইছে ।
Ans. He reached there late by two hours.
10. মই ভাবো, তেওঁ এতিয়া আহিব ।
Ans. I expect him to come now.
11. এই কামটো অহা সোমবাৰে শেষ হ'ব লাগিব ।
Ans. This work should be completed by monday next.
12. মই যেতিয়ালৈকৈ ইয়াত আঁছো আপুনি চিন্তা নকৰিব ।
Ans. don't worry till i am here.
13. যিয়ে হওক লাগিলে, মই তোমাক সহায় কৰিমেই ।
Ans. Come what may, i will help you.
14 তেঁও এতিয়ালৈকৈ অফিচৰ পৰা অহা নাই ।
Ans. He has not yet returned from office.
15. দেওবাৰে অফিচ বন্ধ থাকিব ।
Ans. The office will remain closed on sunday.
16. এতিয়া সম্পূৰ্ণ শীতকাল হৈছে ।
Ans. The winter season is in full swing.
17. মই তেওঁৰ লগত ইতিমধ্যে কথা পাতিলোঁ ।
Ans. I have already talked to him.
18. তুমি তোমাৰ ফলাফলৰ বাবে চিন্তা কৰাৰ প্ৰয়োজন নাই ।
Ans. You need not worry about your result.
1. তেওঁ এজন সুবিধাবাদী ।
Ans. He is an opptunist.
2. সাধুতাৰ সদায় জয় হয় ।
Ans. Honesty pays in the long run.
3. হিন্দুৰ বাবে ৰামায়ণ এখন পৱিত্ৰ গ্ৰন্থ ।
Ans. The ramayana is the holy book of the hindus.
4. পৰ্বতৰ ওপৰত বৰফ পৰে ।
Ans. The snow falls on the mountains.
5. চোৰ যোৱাৰ পিছত বুদ্ধি ওলালে লাভ নাই ।
Ans. It is of no use of cry over spilt milk.
6. মই এইটো ভাল পাওঁ ।
Ans. It is my hobby.
7. য'তেই ইচ্ছা ত'তেই উপায় ।
Ans. Where there is a will there is a way.
8. ভাবি-চিন্তি খোজ দিবা ।
Ans. Look before you leap.
9. ভোকত যিকোনো খাদ্যই সুস্বাদু হয় ।
Ans. The hunger is the best sauce.
10. এইটো ৰাস্তাৰে অম্বালালৈ যায় ।
Ans. This road leads to ambala.
11. এইটোৱে পাহাৰলৈ যোৱা ৰাস্তা ।
Ans. This is the road to the hills.
12. মোহনে মোৰ পৰা কিতাপখন লৈছিল ।
Ans. Mohan has taken the book from me.
13. মোৰ চুবুৰীয়াৰ সৈতে তোমাৰ চিনাকী নাই ।
Ans. You are not acquainted with my neighbour.
14. মই চামুচেৰে আহাৰ খাওঁ ।
Ans. I take my food with spoon.
15. তুমি আপেল ক'ৰ পৰা কিনিছিলা ?
Ans. From where you purchased apples ?
1. যেনেকৈ কোৱা হৈছিল, তেনেকৈ কৰিছে ।
Ans. He acted as he was advised.
2. বুধু সিমান জ্ঞানী নহয়, তুমি যিমান ভাবিছা ।
Ans. Budhu is not so intelligevt as you think.
3. আমি তেওঁক সাধু বাবেই বিশ্বাস কৰোঁ ।
Ans. We trust him as he is honest.
4. মই ষ্টেচন পোৱাৰ আগতে ৰেলগাড়ীখন গ'ল ।
Ans. No sooner did i reach the station than the train left.
5. তেওঁ ইমান দুৰ্বল যে আনকি লৰচৰ কৰিবই নোৱাৰে ।
Ans. He is so weak that he cannot even move.
6. তুমি য'লৈকৈ যোৱা ময়ো যাম ।
Ans. I shall go wherever you go.
7. তেওঁ দুখীয়া যদিও নীচ নহয় ।
Ans. Although he is poor yet he is not mean.
8. মই যিমানদূৰ পাৰোঁ তোমাক সহায় কৰিম ।
Ans. I shall help you as far as i can.
9. স্বৰ্ণই কঠোৰ পৰিশ্ৰম এইবাবেই কৰিছে যাতে তাই পুৰস্কাৰ বিজয়ী হয় ।
Ans. Swarna worked hard so that she might win a prize.
10. কঠোৰ পৰিশ্ৰম অবিহনে কোনেও উন্নতি কৰিব নোৱাৰে ।
Ans. One cannot succeed unless he worked hard.
11.ৰেলগাড়ীখন ৰোৱাৰ লগে লগে আমি এখন আসন অধিকাৰ কৰিলো ।
Ans. As soon as train stopped we occupied a seat.
12. এই বিষয়টোত মই তোমাক যিমান পাৰোঁ সহায় কৰিম ।
Ans. As far as possible i will you in this matter.
13. ইমান বেগাই ক'লৈ গৈ আছা ?
Ans. Where are you going so quickly ?
14. তেওঁ তোমাৰ কাৰণে পৰীক্ষাত অকৃতকাৰ্য হ'ল ।
Ans. He failed in the examination because for you.
15. বৰ্তমান মোহন ক'ত আছে ?
Ans. Where is mohan now--a- day?
16. বৰষুণ দিবলৈ আৰম্ভ কৰিলেই আমি ঘৰলৈ উভতিম ।
Ans. As soon as it begins to rain, we shall return home.
17. এই বেমাৰীজনক ডাক্তৰে চিকিতসা নকৰালৈকৈ ভাল নহ'ব ।
Ans. This patient shall not be cured unless the doctor treats him.
18. সাঁতোৰাতো স্বাস্থ্যৰ বাবে ঘোঁৰাত উঠাৰ বাবে ভাল ।
Ans. Swimming is as useful for health as riding.
19. গাৰ্ডে নিৰ্দেশ দিয়াৰ লগে লগেই গাড়ীখন চলিল ।
Ans. Train started as soon as guard gave a whistle.
20. সেই ঠািটুকুৰা ক'ত আছে , যাৰ বিষয়ে যোৱাকালি আপুনি মোক কৈছিল ?
Ans. Where is that plot about which you told me yestrday ?
21. তুমি তোমাৰ বন্ধৰ সময় ক'ত কটাম বুলি ভাবিছা ?
Ans. Where do you plan to spend your holidays ?
22. তেওঁ ইমান চিঞৰিছে, যেন তেওঁক গৰম পানীতহে ডুবাই দিছে ।
Ans. He shrieked loudly as if he had been put into boilling water.
23. আটািতকৈ ওচৰৰ টেক্সী ষ্টেণ্ডটো ক'ত আছে ?
Ans. Where is the nearest taxi stand.
24. মই যিমান সম্ভৱ তোমাক সহায় কৰিম ।
Ans.