আঘোনৰ কুঁৱলী

কেচ কেচ - কাচিৰে ধান কাটোঁতে হোৱা শব্দ । 

বিৰিঙা - অলপকৈ নিগৰি ওলোৱা। 

ডাঙৰি - ধানৰ সৰু সৰু মুঠি একেলগে কৰি বন্ধা ডাঙৰ মঠা ।

তেউ - হালধীয়া - ( পাঠান্তৰ ঃ তেল হালধীয়া ) পাতল হালধীয়া।

পতা - সোণ - সোণাৰীয়ে পিটি পাতল কৰা সোণ।

'সোতৰ বছৰ হোৱা' - কবিয়ে বিচাৰি যোৱা দাৱনীৰ বয়স সোতৰ বছৰ।

'মোক তোল আঘোন' - পকা ধানেৰে পৰিৰ্পূণ হোৱা আঘোণক বুজাইছে।


আৰ্হি প্ৰশ্ন ঃ 

(ক ) অতি চমু প্ৰশ্ন ( ( প্ৰতিটো প্ৰশ্নৰ মূল্যংক - ১ )

 ১। কবি কেশৱ মহন্তই কোনখন কাব্যগ্ৰন্হৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল ?

উত্তৰঃ

২। কেশৱ মহন্তৰ দ্বাৰা ৰচিত এখন গীতৰ পুথি নাম লিখা ?

উত্তৰঃ

৩। 'পছোৱা' আলোচনী কোনগৰাকী সাহিত্যিকে সম্পাদনা কৰিছিল? 

উত্তৰঃ

৪। কেশৱ মহন্তই কোনখন আলোচনীত প্ৰথমতে কবি হিছাপে আত্মপ্ৰকাশ কৰিছিল ?

৫। 'আঘোনৰ কুঁৱলী' শীৰ্ষক কবিতাটিত উল্লেখ থকা 'সেউতী' কোন  ?

উত্তৰঃ

(খ) চমু প্ৰশ্ন ঃ ( প্ৰতিটো প্ৰশ্নৰ মূল্যংক - ২ অথবা ৩ ) 

১। 'জয়ন্তী'ৰ কবিসকলৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ

২। অসমীয়া কবিতাৰ আধুনিক যুগ সষ্টৃিত বিশেষ অৰিহণা ষোগোৱা তিনিখন আলোচনীৰ নাম লিখা ।

উত্তৰঃ

৩। কেশৱ মহন্তৰ দুখন কবিতা পুথিৰ নাম লিখা।

উত্তৰঃ

৪। 'আঘোনৰ পথাৰত কাম আৰু কাম।' - কবিয়ে আঘোনৰ পথাৰত থকা কি 'কাম'ৰ বিষয়ে ইংগিত কৰিছে ?

উত্তৰঃ

৫। 'উৰুলি' 'ৰাগি' শব্দৰ দুটাৰ অৰ্থ লিখা ।

উত্তৰঃ


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)