Strange Animals 

Comprehension

1. Answer the following questions.

প্ৰশ্নসমূহৰ উত্তৰ দিয়া ঃ


a. Describe the body of a pengolin. 

পেংগলিনৰ শৰীৰটোৰ বিৱৰণ দিয়া ?

Ans: Pangolin have a tail a long tongue and 3 cales all over his body .

পেংগলিনৰ এডাল নেগুৰ , এখন দীঘল জিভা , আৰু গোটেই শৰীৰত স্কেল ( মাছৰ গাৰ দৰে আছে ।

b. When does the pangolin look like a pineapple?

পেংগলিনটো কেতিয়া আনাৰসৰ দৰে দেখা যায় ?

Ans: The pengolin when he rolled up , he looks like  PINEAPLE .

 যেতিয়া পেংগলিনটো গোট খাই যায় , তাক আনাৰসৰ দৰে দেখা যায় ।

c. What is the shape of the sea horse's body?

টি - হৰ্চৰ শৰীৰৰ আকাৰটোৰ কেনেকুৱা আছিল ?

Ans: The 3ea horse ' s bodys shape is like the lettar 3 .

 চি - হৰ্চৰ শৰীৰটো ৩ আখৰটোৰ দৰে ।

d. Which animal does a sea horse look like?

টি - হৰ্চ দেখিবলৈ কোনটো জন্তুৰ নিচিনা  ?

Ans: 3ea horse looks like and horse .

চি - হৰ্চ দেখিবলৈ ঘোঁৰাৰ নিচিনা ।

e. Where does the duck billed platypus live?

দাক্ বিল্দ প্লেতিপাছ ক'ত বাস কৰে 

Ans: The duck billed platypus live in a burrow , near thr watar .

 দাক বিল্দ প্লেটিপাছ পানীৰ কাষত বিলত থাকে । 

f. What looks like a bill of a duck? 

কি দেখিবলৈ হাঁহৰ বিলৰ দৰে ?

Ans: Duck billed platypus ' snout looks like bill of a duck .

 দাক বিল্দ প্লেটিপাছৰ ঠোঁট টো দেখিবলৈ হাঁহৰ বিলৰ দৰে ।


2. Tick the Correct answer.

শুদ্ধ উত্তৰটো বাচি উলিওৱা ।

a.  'feed on ants' mean -

ফিদ অন এন্টচ মানে -

1.The pangolin feeds the ants

পেংগলিনে পৰুৱা ফিদ কৰে

2.The pengolin eats ants

পেংগলিনে পৰুৱা খাই

Ans: The pengolin eats ants

পেংগলিনে পৰুৱা খাই ।

b.  "Like an armor that's so strong" - what is like a strong armor?

কৱচৰ দৰে যি বহুত শক্তিশালী শক্তিশালী কৱচৰ দৰে কি বস্তু ।


1. The rolled up pengolin

গোট খোৱা পেংগলিনটো ।

2. The scales on its body

তাৰ শৰীৰৰ স্কেলবোৰ ।

Ans: The scales on its body .

তাৰ শৰীৰৰ স্কেলবোৰ ।


c. ''Hatch in my father's womd'' mean

দেউতাকৰ গৰ্ভত মই হেটছ ( কণীৰ পৰা ওলোৱা ) হও - মানে


1. Baby sea horses are born from the male sea horse' s womb

চি - হৰ্চৰ পোৱালীকেইটা পূৰুষ চি - হৰ্চৰ গৰ্ভৰ পৰা জন্ম লয় ।

2. The baby sea horses hatch from eggs in the male sea horse's 

womb

পূৰুষ চি - হৰ্চৰ ভিতৰত থকা কণীৰ পৰা চি - হৰ্চৰ পোৱালী কেইটা ওলায় ।

Ans: The baby sea horses hatch from eggs in thr male sea horsr ' s womd .

পূৰুষ চি - হৰ্চৰ ভিতৰত থকা কণীৰ পৰা চি - হৰ্চৰ পোৱালী কেইটা ওলায় ।



d. 'At the same time l can look two ways' means

একে সময়ত মই দুফালে চাব পৰা মানে ।


1.The Sea Horse looks like both and horse

চি - হৰ্চ দেখাত মাছ আৰু ঘোঁৰাৰ দৰে ।

2. The sea horse can look at two directions at the same time.

চি - হৰ্চে একে সময়তে দুটা দিশত চাব পাৰে ।

Ans_ The sea horse can look at two directons at the same time .

চি - হৰ্চে একে সময়তে দুটা দিশত চাব পাৰে ।

Grammar

1. The sentences below are wrong. correct the sentences and rewrite.

তলত দিয়া বাক্য় কেইতা শুদ্ধা নহয় । বাক্য় কেইতা শুদ্ধ কৈ লিখা ঃ 

a. I has three kite four bat

⇒I have three kites and four bats.


b. He have a big ice creams in his hand.

⇒ He has a big ice-cream in his hend.

তাৰ হাতত এটা ডাঙৰ আইচ - কৃম আছে । 

c. We has some important work to do.

⇒ We have some important work to do . 

আমাৰ কেইতামান কৰিব লগিয়া প্ৰধান কাম আছে। 

d. The bus have some unique features.

⇒ The bus has some unique features.

বাছ খনৰ কেইতামান অদ্বিতীয় বিশেষতৃ আছে ।

e. You has the most beautiful faces in the 

⇒ You have the most beautiful face in the town . 

তোমাৰ চহৰ খনৰ ভিতকতে সকলোতকৈ ধুনীয়া চেহেৰা এটা আছে । 

f. They has come to play for the club.

⇒ They have come to play in the club.

সিহঁতে ক্লাবত খেলিবলৈ আহিছে । 

2. Frame sentences from  this table.

বাক্য় সাজা 

Raja

They

We

You

My sister

L and my sister

Sonali

 

 

 

Has

have

No fear,l know

two you brothers.

That book with her.

Many cousins.

Very sweet voice

No time for these.

Equal numbers of boots


Ans ঃ a.) Raja has many cousins.
উত্তৰ ঃ ৰাজ্যৰ কেইবাটাও কাজিন আছে । 

b) They have equal number of boots . 
   সিহঁতৰ সমান সংখ্য়াৰ বুট জোতা আছে । 

c) We have no time for these . 
আমাৰ এইবোৰৰ বাবে  একেবাৰেই সময় নাই । 

d) you have eaveary sweet voice . 
    তোমাৰ এটা মধুৰ মাত আছে ।

e) My sister has very sweet voice.
 মোৰ ভন্টীৰ বহুত ধুনীয়া মাত এটা আছে । 

f) Sonali has tow young brothers.
চ'নালীৰ দুটা সৰু ভায়েক আছে । 

Vocabulary

1. Match the words to the pictures given below.

a. Scale

b. Armour

c. hatch

d. Womb

e. Burrow

f. Snout


2.Fill in the blanks with the words related to the sea.

Seashell          Seashore         Sea food        Seabirds        Sea lion


a. A Sea lion is a large seal found in the Pacific ocean.

ছী লায়ন এটা ডাঙৰ ছীল জোনতো প্ৰশান্ত মহাসাগৰত পোৱা য়ায় । 

b. The Japanese people are fond of Sea food .

জাপীনীচ সকলৰ প্ৰিয় খাদ্য ছি ফুদ (  সাগৰীয় খাদ্য ) 

c. Many people visit the Seashore during holidays.

বহু মানুহে বন্ধত সাগৰৰ পাৰত ফুৰিবলৈ যাই । 

d. In our last holiday trip to the beach we collected many Seashell .

আমাৰ যোৱা বাৰ বন্ধৰ সাগৰৰ পাৰত ভ্ৰমন টোত আমি বহু ছী চেল (সাগৰৰ কড়ি ) গুটাইছিলো । 

e. This beach is very crowded; you won't see any Sealion here.

এই সাগৰৰ পাৰ খনত বহুত ভিৰ ; তুমি ইয়াত ছী লায়ন (সাগৰীয়া সিংহ) নেদেখা । 

3. Circle the same meaning words.

একে শব্দৰ অৰ্থ থকা শব্দ বিচৰা ঃ 

a.   Burrow  ঃ         To borrow           (Tunnel )           to dig

                       

b. Cute            ঃ      Lovely                Cut                  (Sweet)

      মৰমৰ                   মৰম লগা            কটা                 মৰমৰ

c. Swiftly        ঃ       Soft                    (Quickly)             Lazily

   ততকালে                 কোমল               তীব্ৰ গতিত        এলেহুৱা ভাবে

d. Unique         ঃ     Alone                  Unity                (Exclusive)

  অদ্বিতীয়             অকলশৰীয়া          একতা               বিশেষ

e. Bill              ঃ   A list                  Receipt                  (Beak)

 ঠোঁট                   এখন তালিকা         গ্ৰহণ                      ঠোঁট

1. Ravi is saying . whatever Meear says in his own words . Read this 

conversation ঃ

ৰবীয়ে মীৰাই কোৱা কথা খিনি সি নিজৰ ভাষাত কৈছে । কথোপকথনটো পঢ়া ঃ 

Meera -ঃ I have home work to do. 

মীৰা ঃ  মোৰ হ'ম ৱৰ্ক কৰিব লগা আছে । 

Ravi ঃ Meera says that she has home work to do. 

ৰৱী ঃ মীৰাই কৈছে যে তাইৰ হ'ম ৱৰ্ক কৰিব লগা । 

Meera -ঃ Lisa has finished her homework. 

মীৰা ঃ  লীচায়ে তাইৰ হ'ম ৱৰ্ক শেষ কৰিলে । 


Ravi ঃ Meera says that Lisa has finished her homework.

ৰবী ঃ মীৰায়ে যে , লীচায়ে তাইৰ হ'ম ৱৰ্ক শেষ কৰিলে 

Meera ঃ I am worried I have very less time.

মীৰা ঃ মোৰ চিন্তা হৈছে , মোৰ হাতত বহুত কম সময় আছে । 

Ravi ঃ Meera says that she is worried and she has very less time .

ৰবী ঃ মীৰায়ে কৈছে যে তাইৰ চিন্তা হৈছে আৰু তাইৰ হাতত বহুত কম সময় আছে । 

Meera ঃ But I have to try to finish my work fast .

মীৰা ঃ কিন্তু মই মোৰ কামটো সোনকালে শেষ কৰিবলৈ চেষ্টা কৰিম ।

Ravi ঃ Meera  says that however she has to try to finish her work fast. 

ৰবী ঃ মিৰায় কৈছে যে কেনেবাকৈ হ'লেও তাই তাইৰ হ'ম ৱৰ্ক সোনকালে শেষ কৰিবলৈ চেষ্টা কৰিব । 

WRITING 

Fill in the blanks and complete these riddleu Write the name of the animels ঃ 

সাথঁৰ কেইতা সম্পূৰ্ন কৰা আৰু খালী ঠাই পূৰুৱা । জন্তু কেইতাৰ নাম লিখা লগতে ঃ 

a. I have  big ears .                   Elephent ( হাতী )                                                            

মোৰ ডাঙৰ কান আছে । 

And a trunk so long

আৰু এডাল গুঁৰ বহুত দীঘল  

I have a short tail

মোৰ এদাল চুটী নেগুৰ আছে

But I am very Fat 

কিন্তু মই বহুত শকত । 

b. I have a long neck                     ( Giraffe) (জিৰাফ)

মোৰ এটা দীঘল ডিঙি আছে । 

And patches on my body 

আৰু মোৰ শৰীৰত আছে বহু ঘেঁৰা 

I am the tallest of all.

মই সকলোতকৈ ওখ । 

But I am not moody.

কিন্তু মই উদাসীন নহয় । 

c. I am the king of animals                       ( lion) ( সিংহ)

মই জন্তুৰ ৰজা 

I have a mene and sharp  claws 

মোৰ চুলি আৰু চুকা পঞ্জা আছে । 

All animals are scared of my 

সকলো জন্তুয়ে ভয় কৰে মোৰ 

Loud roars and hard blows 

ডাঙৰ গৰ্জন আৰু জোৰেৰে কৰা আক্ৰমনলৈ 

d. I have an ugly hump                            ( Camel) (উট)

মোৰ এটা কুৎচিত আছে 

And a thin neck 

 আৰু এটা ক্ষীণ ডিঙি 

I am the ship of the desert 

মই হ'লো মৰুভূমিৰ জাহাজ

But I never break 

কিন্তু মই কেতিয়াও ভাঙী নায়াও 

2. This is also a strange looking animal called Tapir.

 It looks as if several as anima;s are put together. 

Describe this animal in your own words. (its boby

is like a Hippoptamus   its legs are like a lion it has hoofs

like a giraffe the tail is short like a elephant  the snout is like pig

etc.)

ই এটা অদ্ভূত জন্তু যাৰ নাম তাপিৰ । এনে কুৱা লাগিছে যেন বহু ধৰনৰ জন্তু  একলগ হৈ ই গঠিত । এই জন্তু টো নিজৰ শব্দৰে বৰ্ণনা কৰা । যে তাৰ শৰীৰ টো জলহষ্ঠস্তীৰ দৰে ;তাৰ ভৰি কেইটা সিংহৰ নিচিনা । তাৰ জিৰাফৰ দৰে খুৰা আছে আৰু হাতীৰ দৰে চুটি নেগুৰ আছে ;গাহৰীৰদৰে ঠোঁট আছে ইত্যাদি ।