The Mango Sapling  

 আমাৰ গছৰ পুলিটো  

Compreherspon: 

1. Answer the questions : প্ৰশ্ন সমূহৰ উত্তৰ দিয়া 

a) What have Viki's father and mother gifted him ?

বিকিৰ মাক দেউতাকে তাক কি উপহাৰ দিলে ?

Ansঃ Viki's father has gifted him a Mouth Organ and his mother has gifted him a new dress. 

বিকিৰ দেউতাকে তাক এটা মাউঠ অৰগেন ( মুখেৰে-বজোৱা এবিধ যন্ত্ৰ ) আৰু মাকে এজোৰ নতুন কাপোৰ উপহাৰ দিলে ।

b. What one should not do with gifts ? 

মানুহে উপহাৰৰ লগত কি নকৰা উচিত ?

Ans ঃViki's mother says that one should not judge gifts as good or bad . 

বিকিৰ মাকে ক'লে যে কোনেবাই উপহাৰ দিয়া বস্তুক লৈ কেতিয়াও ভাল বা বেয়া বিছাৰ কৰিব নাপায় ।

c. What does the gift from uncle karan look like ? 

আংকল কৰনে দিয়া উপহাৰটো দেখিবলৈ কেনেকুৱা আছিল ? 

Ans:  The gift from Uncle karan looked like a bouquet but there is no flower in it . 

আংকল কৰণৰ উপহাৰ টো দেখিবলৈ ফুলৰ থোপাৰ দৰে কিন্ত্ত তাত ফুল নাছিল । 

d. What does Viki's mother say about the gift ? 

বিকিৰ মাকে উপহাৰ টোৰ কথা কি বুলি ক'লে ?

Ans ঃ Viki's mother said that the gift which Uncle karan gave was not a bouquet but a baby plant , a mango sapling.

বিকিৰ মাকে আংকল কৰনে দিয়া উপহাৰ টোৰ বিষয়ে কলে যে উপহাৰ টো এটা ফুলৰ থোপা নহয় , ই এটা সৰু পুলি, এটা আমৰ পুলি ।

e, How do trees keep the environment clean ?

গছ বোৰে কেনেদৰে পৰিৱেশটো ছাফা কৰি ৰাখে ?

f. What does Uncle karan tell Viki ? 

আংকল কৰনে বিকিক কি ক'লে ?

Ans ঃ Uncle karan told Viki that there are not enough trees left on the earth these days whrh is causing great damage to the environment. Therefore we should plant trees to make the earth green . 

আংকল কৰনে বিকিক ক'লে যে এতিয়ালৈপৃথিৱীত বহু কম পৰিমাণৰ হে গছ গছনি আছেগৈ যিয়ে পৰিবেশ টোৰ ক্ষতি কৰি আছে । সেইবাবে আমি যিমান পাৰি সিমান গছ পুলি লগাই আমাৰ পৃথিবীত খন সেউ-জীয়া  কৰি ৰখা উচিত ।

2 . Think and answer ঃ ভাবি শুনি উত্তৰ দিয়া ঃ 

a. As the evening nears means ঃ 

সন্ধ্যা কাষ ছপী মানে ঃ 

i) It is becoming evening . 

সন্ধ্যা হ'বলৈ ধৰা । 

ii) Before evening 

সন্ধ্যাৰ আগত ।

b. Viki's friends start to pour in means ঃ 

বিকিৰ বন্ধু বোৰ বৰষিব আৰম্ভ কৰিছে মানে ঃ 

(i) Viki's friends start to give gifts . 

বিকিৰ বন্ধু বোৰে উপহাৰ দিয়া আৰম্ভ কৰিলে ।

(ii) Viki's friends start to come . 

বিকিৰ বন্ধু বোৰ আহিবলৈ আৰম্ভ কৰিছিল ।

C. Why Viki Could not decide what to do with the strange gift ?

বিকিয়ে অসাধাৰণ উপহাৰটো কি কৰিৱ সেই কথাটোৰ কোনো সিদ্ধান্ত কিয় ল'ব পৰা নাছিল ? 

1. Viki did not like it 

বিকিয়ে সেইটো ভাল পোৱা নাছিল 

d. Viki is disappointed because he ঃ 

বিকি নিৰাশ হৈছিল কাৰন সি -

(1) Did not like the gift 

উপহাৰটো ভাল  পোৱা নাছিল 

(2) Expected something wonderful 

কিবা এটা ভাল উপহাৰৰ আশা কৰিছিল ।

e.  This is causing great damage to the environment.

What is Causing the damage ? 

এইটোৱে পৰিৱেশৰ ডাঙৰ -ক্ষতি কৰি আছে । কিহে ক্ষতি কৰি থকাৰ কথা কৈছে ? 

( i) Absence of tress 

গছৰ অনুপস্থিতিয়ে 

(ii) Not planting enough tress 

যথেষ্টত গছ নুৰুৱাৰ বাবে 

f) Why does Viki think the Mango Sapling is the most Wonderful gift ? 

বিকিয়ে আমাৰ পুলিটো কিয় আটাইতকৈ ধুনীয়া উপহাৰ বুলি ভাবিলে ?

(i) The tree will give him sruits shade etc 

গছজোপাই তাক ,ফল , ছাঁ, ইত্যাদি দিব বুলি ভাবিলে ।

(ii) The tree will remind him of uncle karan and his love.

 গছ জোপাই তাক আংকল কৰন আৰু তেওঁৰ মৰম চেনেহৰ কথা মনত পেলাব 

GRAMMAR

1) Write the sentences in future tenes ঃ

বাক্য কেইতা ভবিষ্যত কালত লিখা ঃ 

(a) Eat your food , we shall start right now . 

খাদ্য খিনি সোনকালে খোৱা , আমি আৰম্ভ কৰিম এটিয়া । 

(b) My cousin will play the guitar in the band .

মোৰ কাজিনে বেন্দ টোত গিতাৰ বজাৱ ।

(c) They will watch the show on television.

সিহঁতে শ্ব 'খন টেলিভিজনত চাব ।

(d) I am busy mow , I shall talk to you later .

মই বৰ্তমান ব্যস্ত্ত আছো , মই তোমাৰ লগত পাছত কথা পাতিম ।

(e) You must reach there before sunset else you will miss the train . 

তুমি তাত বেলি দুব যোৱাৰ আগত পাবগৈ লাগিব নহলে তুমি ৰেল খন হেৰুৱাবা  ।

(f) She will pass the test with good grades . 

তাই পৰিক্ষাটো ভাল নম্বৰ পায় পাছ কৰিব ।

(g) The singer will sing three songs in the function .

গায়ক জনে ফাঞ্চনত  তিনিটা গান গাব ।

(h) When i'll have time, I will meet Rohan.

যেতিয়া মোৰ সময় হ'ব , মই ৰ'হনক লগ কৰিম । 

2. Convert these sentences into negative ঃ

নকাৰাত্মক বাক্যলৈ অনুবাদ কৰা ঃ 

b. Mame will bake a plum cake . 

মামায়ে প্লাম কেক এটা বনাব । 

=> Mama will not bake a plum cake.

মামায়ে প্লাম কেক এটা নবনাই ।

c. I shall go for fishing tomorrow.

মই অহা কালিলৈ মাছ মাৰিবলৈ জাম ছাগৈ ।

=> I shall  not go for fishing tomorrow.

মই অহা কালিলৈ মাছ মাৰিবলৈ নাজাম ছাগৈ ।

d. Father will buy a big fish .

দেউতাই এটা ডাঙৰ মাছ কিনিব ।

=> Father will not buy a big fish .

দেউতাই এটা ডাঙৰ মাছ নিকিনে ।

e. We shall work out the problem. 

আমি সমস্যাটোৰ সমাধান  কৰিব লাগিব। 

=> We shall not work out the problem. 

আমি সমস্যাটোৰ মাধান কৰিব নালাগে ।

f. Teacher will punish you.

শিক্ষকে তোমাক শাস্তি দিব ।

=>  Teacher will not punish you.

শিক্ষকে তোমাক শাস্তি নিদিয়ে ।

3. Fill in the blanks with ' there will be ' ঃ

a. There will be no test for math.

অংকৰ কোনো পৰিক্ষা পতা নহব ।

b. There will be a five hundred guest in the wedding .

বিয়া খনত পাছ স মান আলহী হ'ব । 

d. There will be no power for next three hours . 

অহা তিনি ঘন্টাৰ বাবে বিজুলি নাথাকে । 

e. Three will be floods during the monsoon.  

বাৰিষা কালত তাত বানপানী হব । 

f. Three will be no classes tomrrow . 

অহা কালিলৈ কোনো ক্লাছ নহব । 

VOCABULARY 

1. What are these called ? fill in the blanks with the given words ঃ 

ইয়াৰ কোনটোক কি বোলে ? তলত দিয়া শব্দ কেইতাক ব্যৱহাৰ কৰি খালী ঠাই পূৰ কৰা ঃ 

a. A young bear = cub 

ভালোকৰ পোৱালীক = ( কাব) 

b. A young Fish = fry 

মাছৰ পোৱালী = ( ফ্ৰাই )

c.  A young plant = Seedling 

গছৰ পুলি =( চিদলিঙ) 

d. A young frog = tadpole 

ভেকুলীৰ পোৱালী = ( টেদপ'ল ) 

e. the baby of a butterfly = Caterpillar 

পথালাৰ পোৱালী = ( কেতাৰ পিলাৰ

f. A young plant raised from Seed = Sapling 

গুটিৰ পৰা হোৱা পুলি = ( ছেপ লিং ) 

2. Some words can be used both ws verb and roun Make sentences with these words ঃ 

কিছুমান শব্দ ভাৰ্ব নাওন দুয়োটাতে ব্যৱহাৰ হয় । দিয়া শব্দ বোৰৰে বাক্য সাজা ।

(b) Gift (n) ঃ Ravi gave her a christmas gift .

উপহাৰ ঃ ৰবিয়ে তাইৰ বৰদিনৰ উপহাৰ দিলে । 

Gift (v) ঃ Sheela is gifting her mother . 

                 চিলায়ে তাইৰ মাকক উপহাৰ দি আছে । 

(c) Party (n) ঃ It's a birthday party today . 

পাৰ্তি ঃ আজি এইটো এটা জন্মদিনৰ পাৰ্তি । 


Party ( v) ঃ The guys are partying hard . 

             ল'ৰা বোৰে খুুউব পাৰ্তি কৰি আছে । 

(d) Call ঃ I received a call from my grandmoth last night . 

( কল ) ঃ মই যোৱা ৰাতি মোৰ আইতাৰ পৰা এটা কল ( ফোন কল ) পাইছিলোঁ । 

Call (v) ঃ I called her by her nick name . 

মতা ঃ মই তাইক তাইৰ ঘৰত মতা নামেৰে মাতিছিলো । 

(e) Plant (n) ঃ Money plant is good enough . 

প্লাট ঃ মানি প্লেন্ট খুৱেই ভাল । 

plent (v) ঃ You should plant same trees.

পুলি ঃ তুমি কিছুমান গছৰ পুলি ৰুব লাগে ।

(f) Smile (n) ঃ There was a smile in his heart . 

হাঁহি ঃ তাৰ অন্তৰত এটা হাঁহি আছিল । 

Smile (v) ঃ The baby was smiling at his mother . 

হাঁহি ঃ পোৱালীটোৱে মাকলৈ ছাই হাঁহি আছিল । 

3. 'Dis ' is a prefix meaning 'not' . Add 'dis ' to this words and understand the meaning ঃ 

Dis ' শব্দ টোৱে ' not (নহয় ) বুজাই । তলৰ শব্দ কেইতাত 'dis' বহুৱাই তাৰ অৰ্থ বুজা ঃ 

a. Dis continue ( বন্ধ হোৱা , সমাপ্ত হোৱা , ৰৈ যোৱা ) 

b. Dis colour ( ৰং উৰা ) 

c. Dis appear ( হেৰাই যোৱা ) 

d. Dis Connect ( সম্বন্ধ বিচ্চেদ কৰা ) ( বেলেগ কৰি দিয়া ) 

e. Dis grace ( অপমান , নিৰাদৰ ) 

f. Dislike ( পচন্দ নকৰা ) 

g. Dishonest ( অসৎ, বেইমানী ) 

h. Disable ( বিকলাংগ) 

Listening and Speaking ঃ

1. Read aloud and write the full from of these experssions.

 শব্দ কেইটা ৰ সম্পূৰ্ণকৈ লিখা ঃ 

I'm I am You' are You are  He's He is She ' She is We' re We are They're Thet are , It's It is , Can't cannot , Isn't is not , Don't donot , Aren't are not , wasn 't wasnot, Haven't have not , Hesn't hasnot , didn't didnot, Doesm't does not 

2. Read aloud this conversation 

কথোপকথনটো পঢ়া ঃ 

Haru ঃ I' ll celebrate my birthday at home only. 

সৰু ঃ মই মোৰ জন্মদিন ঘৰতেই পাতিম । 

Mother ঃ Whom will you invite for your birthday ? 

মাঁ ঃ তুমি মোৰ জন্মদিনলৈ কাক নিমন্ত্ৰন দিবা ? 

Haru ঃ I'll invite my friends and Aunt Mill. she said that she'll come anyhow.

সৰু ঃ মই মেৰ বন্ধুবোৰক আৰু আন্ত মিলিক নিমন্ত্ৰন দিম । তেওঁ কৈছিল যে তেওঁ কেনেবাকৈ হলেও আহিব । 

Mother ঃ What about the cake ? 

মাঁ ঃ আৰু কেকটোৰ কথা কি ভাবিলা ? 

Haru ঃ Will you bake one for me ? 

সৰু ঃ তুমি মোৰ কাৰণে এটা বনাবা নে ? 

Mother ঃ Sure I'll . 

মাঁ ঃ নিশ্চয় , মই বনাম ।

Writing 

1. Write ten lines about how you will celebrate the Diwali next year. 

তুমি অহা বছৰ দেৱালী কেনেকৈ পালন কৰিবা দহটা বাক্যত লিখা ঃ 

(a) Next year in Diwali I will enjoy with my family and fo friends . 

অহা বছৰ দেৱালীত মই মোৰ পৰিয়াল আৰু বন্ধু বান্ধবৰ লগত স্ফূৰ্তি কৰিম । 

(b) In diwali I will pray goddess lakshmi to bless me and my family.

দেৱালীত মই মাঁ লক্ষীক মোৰ আৰু মোৰ পৰিয়ালৰ শান্তিৰ বাবে শেৱা কৰিম । 

(c) We will light candles and decorate our homes with Rangoli . 

আমি চাকি জলাম আৰু ঘৰটো ৰংগুলীৰে সজাম । 

(d) We will eat sweets and share gifts with our friend and neighbours.

আমি মিঠাই খাম আৰু বন্ধু, ওচৰ চুবুৰিয়াৰ লগত উপহাৰ বিলাম । 

(e) We will also burn fire crackers

আমি ব'মা আদি জলাম । 

(f) On Diwali time we f touch  feet of elders.

দেৱালীৰ সময়ত আমি ডাঙৰৰ ভৰি চুই শেৱা কৰো । 

(g) Before ulebrating the festival I will help my mother to clean the entire house

উৎসৱটো পালন কৰাৰ আগত মই মোৰ মাক গোটেই ঘৰ খন চাফা কৰাত সহায় কৰিম ।

 (h) I will visit market with my mother and father to buy new elothes for the rest of our family members.

মই মোৰ মা দেউতাৰ লগত বজাৰলৈ যাম মোৰ বাকী বোৰ পৰিয়ালৰ মানুহৰ বাবে কাপোৰ কিনিবলৈ । 

(i) I will wear traditional hindu dress in the next year diwali.

মই অহা বছৰ দেৱালীৰ আমাৰ হিন্দু সাজ পোচাক পিন্ধিম । 

(j) In the end , i will give gifts , sweets and clothes to all the children of the street who are poor .

শেষত , মই ৰাস্তাৰ থকা দুখীয়া ল'ৰা -ছোৱালী বোৰক উপহাৰ , মিঠাই আৰু কাপোৰ কানি বিলাম । 

2. How trees are useful to us write in ten lines ঃ 

গছ আমাৰ বাবে কিয় উপকাৰী দহটা বাক্যত লিখা ঃ 

(a) Thees gives oxygen that we need to breathe

আমি উশাহ নিশাহ ল'বলৈ গছে আমাক অক্সিজেন বিলাই ,

(b) Trees provide food and homes for many birds and mammals.

গছে চৰাই আৰু জীৱ-জন্তু   বসতীৰ বাবে  খাদ্য আৰু ঘৰৰ যোগান দিয়ে। 

(c) Trees provide us materials for tools and shelter.

গছে আমাক বিভিন্ন সজুলীৰ বাবে সামগ্ৰী আৰু আশ্ৰয় দিয়ে ।

(d) Trees are also valuable for children to play.

ল'ৰা-ছোৱালী বোৰে খেলা-ধুলা কৰাৰ কাৰণে গছ -গছনি বহু উপকাৰী । 

(e) Trees reduces temperature of the earth . 

গছে পৃথিৱীৰ তাপমান কমাই । 

(f) Trees also help to prevent flood by absorbing litres of water. 

গছে বানপানী ৰক্ষন কৰাত সহায় কৰে বহু Litre (লিটাৰ) পানী ভক্ষন কৰি । 

(g) Trees remove carbon dioxide. 

গছে কাৰ্বণ - ডাই -অক্সাইদ আঁতৰাই । 

(h)  Trees are used for holy works. 

গছ বোৰ বহু ধৰণৰ ধাৰ্মিক কামৰ বাবেও ব্য়ৱহাৰ কৰা হয় ।

(I) Trees are mostly useful as medicine,as many trees and plants porvide different midicinal helps.

গছ বহু পৰিমানে ঔষধৰ বাবে উপকাৰী , বহু-গছ আৰু পুলিয়ে বহু ধৰণৰ ঔষধ প্ৰদান কৰে । 

(j) Trees are helpful for our sense organs.

আমাৰ ইন্দ্ৰিয় কেইতাৰ বাবে গছ খুৱেই সহায়কাৰী । 

(Apurba kakati )