The Thief's Story


1. 'Who does 'I' refer to in this story?

কাহিনীটোত 'মই' শব্দটোৱে কাক সূচাইছে?

Answer:- In this story 'I' refers to Hari Singh the narrator of the story.

    কাহিনীটোত 'মই' শব্দটোৱে হৰি সিঙক সূচাইছে, যি এই কাহিনীটোৰ বক্তা হয়।


2. What is he "a fairly successful hand" at?

    ( সি কি কামত পাকৈত আছিল?

Answer: He is a fairly successful hand at stealing. He is an experienced thief.

    ( সি চুৰি কৰ্মত পাকৈত আছিল। সি এজন অভিজ্ঞ চুৰ আছিল।)


3. What does he from Anil in return for his work?

    ( সি নিজৰ কৰ্মৰ বিনিময়ত অনিলৰ পৰা কি পাইছিল?)

Answer: He gets from Anil, food and a place to live in return for his work.

    ( সি খাদ্য আৰু থাকিবলৈ ঠাই পাইছিল অনিলৰ পৰা নিজৰ কৰ্মৰ বিনিময়ত। )


4. How does the thief think Anil will meet to the theft?

    ( চুৰটোৱে অনিলে চুৰি কাৰ্যৰ বাবে কেনেকৈ আচৰণ কৰিব বুলি ভবিছিল? )

Answer: Hari Singh, the theif think that Anil would be sad not because of the loss of money but because of the loss of trust he had in Hari.

    ( হৰি সিঙ, নামৰ চুৰটোৱে ভবিছিল যে, আনিলে দূখ কৰিব ভঙাৰ বাবে, তেখেতে পইচা চুৰ হোৱাৰ কথাত মন বেয়া কৰা নাছিল। )


5. What does he say about the different reactions of people when they are robbed?

    ( সি মানুহে চুৰি হোৱাৰ পাছত কেনে ধৰণৰ অভিব্যক্তি প্ৰকাশ কৰে বুলি কৈছিল? )

Answer: Haris experience at theft had made him aware of difference in reactions of people when they are robbed. According to him, a greedy man shows fear, the rich shows anger and a poor man shows acceptance.

    হৰিয়ে চুৰ কৰি লাভ কৰা অভিজ্ঞতাৰ পৰা বিশেষ ভাৱে সতৰ্ক হৈ পৰিছিল যে সি চুৰ কৰাৰ পাছত গৃহস্থৰ অভিব্যক্তি বেলেগ ধৰণৰ হয়। তেওঁ মতে, লুভীয়া মানে ভয় খাই, ধনী মানুহৰ খঙ উঠে আৰু দুখীয়া মানুহে গ্ৰহণ কৰে।

 

6. Does Anle realise that he has been robbed? 

    ( অনিলে ডকাইতি হোৱাৰ কথা অনুভৱ কৰিছিল নে? )

Answer: Yes, Anil realises that he had been robbed, as he gave a fifty rupee note  to Hari which was damp due to the nights rain.

    ( হয়, অনিলে চুৰ হোৱা কথা গ'ম পাইছিল কিয়নো সি ৰাতিপুৱা হৰি সিঙক পঁচিশ টকা দিওতে ৰাতি বৰষুণত ভিজি পইচাটো তিতি আছিল। )


7. What are Hari Sing's reactions at the prospect of receiving an education? Do they change overtime? 

    ( শিক্ষা লাভৰ সুযোগ পোৱাৰ পাছত হৰি সিঙৰ অভিব্যক্তি কেনেধৰণৰ আছিল? সময়ৰ লগত লেইয়া পৰিৱৰ্তন হৈছিল নেকি?

Answer: Hari was very happy and grateful when he learned to write his name. He was very excited when Anil promised to teach him to write whole sentences as well. He knows that an education man will add to his abilities and he could achive anything. But when he left Anil house, he realised that stealing was simply a crime to indulge himself but being educated was an entirely different thing. He know the respect, reputation and possibilities that would come to him once he was education. Thus his urge to receive education compelled him to return to Anil.

        নিজৰ নাম লিখিবলৈ শিকাৰ সুযোগ পোৱাৰ পাছত হৰি সিঙ সুখী আৰু কৃতজ্ঞ হৈ পৰিছিল, যেতিয়া অনিলে পঢ়াব বুলি তাক প্ৰতিশ্ৰুতি দিছিল হৰি সিঙ আনন্দত মতলীয়া হৈ পৰিছিল। সি জনিছিল যে শিক্ষাই তাৰ ক্ষমতা বৃদ্ধি কৰিব আৰু তাক আগুৱাই লৈ যাব, কিন্তু সি অনিলৰ ঘৰ ত্যাগ কৰাৰ পাছত অনুভৱ কৰিছিল যে চুৰ কৰাটো এক অপৰাধ, আৰু শিক্ষিত হোৱাটো এক সম্পূৰ্ণ বেলেগ বিষয়। সি জানিছিল যে সন্মান, সম্ভাৱনা এই সকলোবোৰ শিক্ষা লাভৰ পাছতহে সম্ভৱ। সেয়েহে শিক্ষা লাভৰ হাবিয়্যাসৰ বাবে সি অনিলৰ ওচৰলৈ পুনৰ উভতি গৈছিল।


8. Why does Anil not hand the thief over to the police? Do you think most people would have done so? In what ways is Anil different from such employers?

    ( অনিলে চুৰটোক কিয় পুলিচৰ হাতত গতাই দিয়া নাছিল? তুমি কি ভাবা বহু মানুহে এনে কৰিব বুলি ভাবানে? আন মানুহতকৈ এই ক্ষেত্ৰত অনিল কিদৰে পাৰ্থক্য? )

Answer: Unlike others, Anil does not handover Hari to the police on theft charges. Hari knew about the theft but did not thrash him nor even mentioned it in from of Hari. He was glad that Hari had realised his mistakes and the importance of education in life. Anil wanted Hari to become a literate man and lead a respectful life. He is different from other such employes because he is very understanding. Hari's return gave him the hope of a change in him.

    ( আন ব্যক্তিৰ দৰে অনিলে হৰিক চুৰি কাৰ্যৰ বাবে পুলিচৰ হাতত গতাই দিয়া নাছিল। সি চুৰ হোৱা কথাটো জানিছিল যদিও তাক কোনো ধৰণৰ গালি শপনি পৰা নাছিল। হৰিয়ে নিজৰ ভূল অনুভৱ কৰিব পাৰিলে আৰু শিক্ষাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিব পাৰিলে বাবে তাৰ মনটো ভাল লাগিছিল। অনিলে হৰি সিঙে শিক্ষিত হৈ সন্মান পূৰ্বক জীৱন যাপন কৰটো বিচাৰিছিল। সি বাকীবোৰ মালিকতকৈ বেলেগ আছিল কিয়নো সি কথাবোৰ বুজি পাইছিল। হৰিয়ে ঘূৰি অহা বাবে তাৰ মনত এটা আশা জাগিলে যে সি সলনি হ'ব বুলি। )


 9. Do you think people like Anil and Hari Singh are found only in fiction, or are there such people in real life?

    ( তুমি ভাবানে যে অনিল আৰু হৰি সিঙৰ দৰে মানুহ কেৱল গল্পত পোৱা যায়, নে বাস্তৱ ৰূপতো তেনে ব্যক্তি থাকে। )

Answer:- People like Anil and Hari Sing are found only in fiction. Though exceptions might be there, these people are rorely found. Anil was kind and considerate person who was concerned, about Hari's education and future. And Hari was a thief Whose heart changes after realising the importance of education for his future. People like these are imaginary in today's world.

    ( অনিল আৰু হৰি সিঙৰ দৰে মানুহ বাস্তৱিকতে পোৱা কঠিন। অনিল এজন বৰ দয়ালু আৰু মৰমীয়াল ব্যক্তি যিয়ে হৰি সিঙৰ শিক্ষাৰ আৰু ভৱিষ্যতক লৈ চিন্তা কৰিছিল। ইয়াৰ পৰিৱৰ্তে হৰি সিহ এজন চুৰ আছিল, যাৰ মন সৱনি হৈছিল নিজ ভৱিষ্যতৰ বাবে গুৰুত্বতা অনুভৱ কৰাৰ পাছত। এনেবোৰ ব্যক্তি কাল্পনিক চৰিত্ৰ মাথো। )


10. Do you think it is a significant detail in story that Anil is a struggling writer? This explain his behavior in any way.

    ( তোমাৰ মতে কাহানীতো বৰ্ণনা কৰা কথাই অনিলে যে এজন পৰিশ্ৰমী লিখক সেই কথা প্ৰমাণ কৰে নে? এইয়াই তাৰ চৰিত্ৰ তথা ব্যৱহাৰ দৰ্শাই। )

Answer: Yes, it is a significant detail that Anil is a struggling writer. His lifestyle was simple and he used to spend his money according to his in limit. Sometimes his struggle gave him a lot of income while at times he used to worry about the next payment. Haris observation about the discontinuation in his work justifies his behave regarding money.

    ( হয় অনিল এজন পৰিশ্ৰমী লিখক আছিল। তাৰ জীৱন শৈলী বৰ সাধাৰণ আছিল আৰু বৰ ভাবি চিন্তি সি পইচা খৰছ কৰিছিল। কেতিয়াবা নিজৰ পৰিশ্ৰমৰ বিনিময়ত সি অধিক পইচা পাইছিল আৰু আন কেতিয়াবা আকৌ পৰৱৰ্তী মাননিৰ বাবে চিন্তাত পৰিব লগীয়া হৈছিল। হৰিয়ে পৰ্যবেক্ষণ কৰিলে পইচাৰ অসুবিধাৰ বাবে হয়তু তাৰ পইচাৰ প্ৰতি ব্যৱহাৰ তেনেধৰণৰ। )


11. Have you met anyone like Hari Singh? Can you think and imagine the circumstances that can turn a fifteen year old boy into a thief?

    ( তুমি হৰি সিঙৰ দৰে মানুহ লগ পাইছা নে? তুমি কল্পনা কৰাছোন কেনেকুৱা পৰিস্থিতিত পৰি এটা পোন্ধৰ বছৰীয়া ল'ৰা চুৰি কাৰ্যত লিপ্ত হ'ব পাৰে? )

Answer: No, I have not met anyone like Hari Singh but the existence of such people is certain. A fifteen year old boy can be forced by circumstances to became a thief. It may be the need to feed the stomach to satisfy illegal addiction etc.

    ( নাই হৰি সিঙৰ দৰে কোনো মানুহ মই জীৱনত লগ পোৱা নাই। কিন্তু এনে ব্যক্তি বাস্তনত থাকে। এটা পোন্ধৰ বছৰীয়া ল'ৰা পৰিস্থিতি পৰি চুৰি কাৰ্যত লিপ্ত হব পাৰে। কোনোৱে হয়তু পেটৰ তাড়নাত, নতুবা কোনোৱে পেটৰ তাড়নাত অথবা নিচাজাতীয় দ্ৰব্য সেৱন আদিৰ বাবে চুৰি কাৰ্যত লিপ্ত হব পাৰে। )


12. When is the story set? Which language or languages are spoken in these places? Do you think the characters in the story spoke to each other in English?

    কাহিনীটো কোন ঠাইৰ ওপৰত সজা হৈছে? সেই ঠাইখিনিত কি ভাষা প্ৰয়োগ হয়? তুমি কি ভাবা সেই ঠাইখিনিৰ মানুহ ইংৰাজী ভাষাত কথা পাতে নে?

Answer: The story is set somewhere in Uttar Pradesh near Lucknow. We can say so because the story mentions that there is a railway station for Express train to Lucknow. The presence of sweet shops and bazaars also indicate it to be a decent-sized town. No the characters in the story do not speak to each other in English but probably in Idindi.

    ( কহিনীটো লক্ষ্নৌৰ সমীপত উত্তৰ প্ৰদেশৰ এখন ঠাইৰ ওপৰত সজা হৈছে। পাঠটিত উল্লেখ থকা লক্ষ্নৌলৈ থকা ট্ৰেইনখনৰ পৰা এই কথা জানিব পাৰি। মিঠাইৰ দোকান, বজাৰ আদিৰ উপস্তিতিয়ে এখন সৰু সুন্দৰ চহৰৰ পৰিচয় দাঙি ধৰে। নাই সেই ঠাইৰ মানুহবোৰে হিন্দী ভাষাতহে কথা পাতে ইংৰাজীত নহয়।)


Angamita Dutta

MA in English (G.U.)0.