Lesson : 17

 When the earth moves

Comprehension :

1. Answer the questions : প্ৰশ্ন সমূহৰ উত্তৰ দিয়া ঃ 

a. What did Mother ask Bonny and

Tim Tim to do during the earthquake ? 

মাকে ভূমিকম্পৰ সময়ত বনী আৰু টিম টিমক কি কৰিবলৈ ক'লে ? 

Ans : During the earthquake Mother asked Bonny and  Tim Tim to get under the dining table . 

ভূমিকম্পৰ সময়ত মাকে বনী আৰু টিম টিমক ডাইনিঙ তেবুলৰ তলত সোমাবলৈ ক'লে । 

b. What happened in the residential complex ?

আৱাসীয় পৰিশৰ টোত কি হৈছিল ?

Ans : In the residential complex two person were injured , one wall of the building was cracked and the people were talking excitedly.

আৱাসীয় পৰিশৰ টোত দুজন মানুহে আঘাট পাইছিল , বিল্ডিং টোৰ এখন বেৰ ফাট মেলিছিল আৰু মানুহবোৰ ভাবুক হৈ কথা পাতি আছিল । 

C. Where was Father when the earthquake Dceured

যেতিয়া ভূমিকম্প আহিছিল দেউতাক ক'ত

আছিল ? 

Ans : When the earthquake occurred  Father was near the cricket ground. 

যেতিয়া ভূমিকম্প আহিছিল দেউতাক ত্ৰিকেত  খেল-পথাৰ খনৰ ওচৰত আছিল । 

d. What is a natural disaster ? 

প্ৰাকৃতিক দুৰ্যোগ বুলিলে কি বুজা ? 

Ans : A natural disaster is a sudden unexpected occurrence that causes great damage . Cyelone  flood, earthquake etc. are natural disasters .  

প্ৰাকৃতিক দুৰ্যোগ হ'ল এটা আকস্মিক অনাকাংক্ষিত ঘটনা যিয়ে ডাঙৰ ক্ষতি কৰি যায় । ঘূৰ্ণীবায়ু , বানপানী , ভূমিকম্প ইত্যাদিবোৰ প্ৰাকৃতিক দুৰ্যোগৰ উদাহৰণ 

e. Why do earthquakes occur ? 

ভূমিকম্প কিয় হয় ? 

Ans : Earthquake occurs with a sudden movement inside the crust of the earth that causes the earth to shake . 

ভূমিকম্প তেতিয়া হয় যেতিয়া অকস্মাত পৃথিবীৰ ভিতৰৰ ভূতত্ব এটা গতি কৰি পৃথিৱী খন কপাই তোলে । 

f. Why did the two gentleman come to school ? 

দুজন মহান ব্যক্তি স্কুললৈ কিয় আহিছিল ?

Ans : The gentleman come to school to talk to the students about the 'Dos and Don'ts'' when an earthquake occur . 

মহান ব্যক্তি দুজন স্কুলত ভূমিকম্প অহাৰ সময়ত '' কি কৰিব লাগে আৰু কি কৰিব নালাগে ''তাৰেই আলোচনা কৰিবলৈ আহিছিল ছাত্ৰ সকলৰ লগত । 

2. Think and Answer : ভাবি শুনি উত্তৰ দিয়া : 

a. '' Those people had tumbled while running down the stairs and got hurt'' - which people are referred here ? 

''সেইবোৰ মানুহ যিয়ে চিৰি দি নামিগৈ থাকোতে তললৈ পৰি গ'ল আৰু কষ্ট পালে ''- ইয়াত কোনবোৰ মানুহৰ কথা কোৱা হৈছে ? 

Ans : The people referred to are the two person who were injured and taken to hospital. 

ইয়াত কোৱা মানুহ দুজন সেইদুজন যিয়ে আহত হোৱাৰ বাবে হাস্পতাললৈ নিব লগা হৈছিল ।

b. '' He also said that one should always keep away from tall structures and trees during an earth-quake ''- Who said this ?

'' তেওঁ এইটোও কৈছিল যে ভূমিকম্পৰ সময়ত মানুহে উচ্চ নিৰ্মিত বস্তু আৰু গছ গছনীৰ পৰা দূৰত থাকিব লাগে '' - এইসাৰ কোনে কৈছিল ? 

Ans :  The bearded person said this . 

কথাষৰে দাড়ি থকা মানুহ জনে ক'লে ।

C. '' Yes, it is measured on Richter Scale '' - 

What is measured on the Richter Scale ?

'' হয় , ই ৰিকতাৰ স্কেলৰ জৰিয়তে জোখা যায়''- ৰিকতাৰ স্কেলৰ জৰিয়তে কি  জোখিব পাৰি ? 

Ans : Earthquake

             ভূমিকম্প 

d. ''Next morning a surprise waited for them in the school '' - What was the surprise ?

'' অহা কালিলৈ ৰাতিপুৱা এটা আশ্বৰ্য্য জনক কথাই তেওঁলোকলৈ বাত চাই আছিল - আশ্বৰ্য্য জনক কথাটো কি আছিল ? 

Ans: 1. The students were talking about the earthquake . 

ছাত্ৰ-ছাত্ৰী সকলে ভূমিকম্পৰ বিষয়ে আলোচনা কৰি আছিল । 

2. There was a mock drill in the school . 

স্কুলত মক দ্ৰিল ( মক দ্ৰিল এনেকোৱা এটা পদ্ধতি য'ত প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সংৰক্ষন দি দৰে দিব লাগে তাৰেই প্ৰশিক্ষন দিয়ে ) আছিল । 

e. What do you understand by ''Dos and  Don'ts'' ? 

''Dos আৰু Don'ts'' বুলিলে কি বুজা ? 

Ans: ''Dos and Don'ts'' are the rules of some activity which express what one should do or not. 

''Dos আৰু Don'ts''   হৈছে কিছুমান কাৰ্য-কলাগৰ নিয়মা-ৱলী যিয়ে এইটো বুজাই যে কি কৰিব লাগে বা নালাগে । 

1. Why one should not run here and there when an earthquake occurs ? 

ভূমিকম্প অহাৰ সময়ত কিয় ইফালৰ পৰা সিফালে দৌৰা দৌৰী কৰি থাকিব নালাগে ? 

Ans : Running here and there could be dangerous during an earthquake. As the ground is moving one can easily fall or get injured. 

ভূমিকম্প অহাৰ সময়ত দৌৰা ধাপৰা কৰাতো আপদ জনক কথা হ'ব পাৰে । যিহেতু ভূমি খন কপি থাকে তেনে অৱস্থাত কোনো মানুহ সহজে পৰা আৰু আহত হোৱাৰ সম্ভাৱনা থাকে । 

GRAMMAR

1. Correct the sentence and rewrite : 

বাক্য কেইতা শুদ্ধকৈ লিখাঃ

b. isnt meera a beautiful girl . 

মিৰা এজনী ধুনীয়া ছোৱালী নহয় নে  ? 

Isn't Meera a beautiful gril ? 

c. mr barua bought some apples oranges and pears 

বৰুৱাই অলপমান আপেল কমলা আৰু নাচপতি আনিছিল 

Mr. Barua bought some apples, oranges and pears.

d. shillong is the capital of meghalaya . 

সিলং মেঘালয়াৰ ৰাজধানী হয় । 

Shillong is the capital of Meghalaya. 

e. What a wonderful gift 

কিমান যে এটা ধুনীয়া উপহাৰ 

What a wonderful gift !

f. bablu is a student of st peters high school

বাবুল চেইন্ত পিতাৰ হাই স্কুলৰ এজন ছাত্ৰ 

Babul is a student of st. Peters High School. 

g. Rewrite the story using punctuation marks at  appropriate place :

নিদিষ্ট স্থানত পানচুৱেচন মাৰ্ক বহুৱাই গল্প টো পুনৰ লখা ঃ 

There was a lazy jackal . One day he went to a village in search of food . There a few dogs saw him and chased him . The Jacked  ran fast and tumbled into a tub , full of blue dye. when the jackal came out he was all blue . when he went back to the jungle, no animal could recognize him. The jackal told the animals, '' I am your new king , you all should obey me '' The animal believed him .One day , the Jackal heard other jackals how ling   and he too started to howl. The animals then knew his real identity and alrove him away from jungle.

এটা এলেহুৱা শিয়াল আছিল । এদিন , সি খাদ্যৰ সন্ধানত এখন গাঁৱলৈ গ'ল । তাতেই তাক কেইতামান কুকুৰে দেখা পাই তাক খেদিলে । শিয়াল টো বেগাই দৌৰিলে আৰু নীলা পানীৰে ভৰি থকা এটা তাবত পৰিলে । যেতিয়া সি বাহিৰলৈ আহিলে তাক নিলা ৰঙৰে আৱৰি আছিল । সি তেনেদৰেই জংঘললৈ উভতি যোৱাত তাক কোনেও চিনি নাপালে । শিয়ালে বাকি বোৰ জন্তুক ক'লে ''মই  তোমালোকৰ নতুন ৰজা , মোক সকলোৱে মানি ছলিবা ।জন্তু বোৰেও তাক বিশ্বাস কৰি ল'লে । এদিন বাকি বোৰ শিয়ালে হুৱা দিয়া শুনা পাই সেই শিয়াল টোৱেও হুৱা দিৱলৈ ল'লে । তেতিয়া বাকি জন্তু বোৰে তাৰ আচল পৰিচয় টো পালে আৰু তাক জংঘল ৰ পৰা বাহিৰ  কৰিলে । 

a. Bonny , Timtim , get under the table .

বনি , টিমটিম , তেবুলৰ তলত সোমোৱা ।

b. When an earthquake occurs drop to the ground.

যেতিয়া ভূমিকম্প আহে মাতিলৈ নামি দিবা ।

These sentences express command. Sentences

which express an order , a request , an advice  or a propasal are called Imperative Sentence. In an imperative sentence the subject is '' you'' and it is not expressed . 

এই বাক্য কেইতাই আদেশ দিয়া বুজাইছে । যি বোৰ বাক্য আদেশ , উপদেশ , অনুৰোধ , প্ৰস্তাব দিয়া বুজাই এইবোৰক Imperative Sentences ( আজ্ঞা বাচক বাক্য ) বোলে । 

3. What do these sentences express - command lorderl request/ proposal ? 

এই বাক্য কেইতাই কি ভাব প্ৰকাশ কৰিছে - লিখা 

a. Let's do this . ---- order 

ব'লা এইটো কৰো ।---- আদেশ 

b. Catch it at once. ---- Command

এবাৰতেই ধৰা । ---- আদেশ 

c. Always help the poor. ---- Advice

দুখীয়াকৈ সদায় সহায় কৰিবা । ---- উপদেশ

d. Don't tell a lie . ---- advice

মিচা কথা নকবা ।  ---- উপদেশ 

e. Please help me. ---- Request

মোক সহায় কৰা ।  ---- অনুৰোধ

f. Don't spoil the game . ---- order

খেল খন বেয়া নকৰিবা । ---- আদেশ 

VOCABULARY 

1. Find words for the following from the lesson 

তলত দিয়া বাক্য কেইতাৰ কাৰনে পাঠ টোৰ পৰা শব্দ বাচি লিখা ঃ 

a. A compound where many houses are located Residential Complex . 

 এখন ঠাই য'ত বহুতো ঘৰ একেলগে থাকে ৰেচিদেনচিয়েল কমপ্লেক্স  ।

b. To fall suddenly tumbled .

পতকৈ পৰি যোৱা তাম্বল্ড ।

c. A Sudden happening that causes great damage earthquake . 

এটা আকস্মকি ঘটনা যিয়ে বহুত ক্ষতি কৰে ভূমিকম্প । 

d. Sudden uncontrollable fear panic 

অকস্মাতে হোৱা বশহীন  ভয় পেনীক 

e. Arranged for training Mock Drill .

ত্ৰেইনিংৰ কাৰণে জোগাৰ কৰা মক দ্ৰিল ।

f. To win through something achieve 

কিবা এটা বস্তুৰ পৰা জিকা এচিড 

2. Here are few more homophones. Use them in sentences : ইয়াত আৰু কেইতামান হ'ম'ফ'নচ দিয়া আছে । শব্দ কেইতা ব্যবহাৰ কৰি বাক্যত লিখা । 

a. The sudden climate change will affect the health of the people . The effect will be however tem porary.

অকস্মাতে হোৱা বতৰৰ সলনীটোৱে মানুহৰ স্বাস্থ্যত প্ৰভাৱ পেলাৱ । এই প্ৰভাৱ টো তথাপীও অস্থায়ী হ'ৱ । 

b. Viki expected a toy from uncle karan , but the accepted whatever his uncle had sent him . 

বিকিযে আংকল কৰনৰ পৰা এটা খেলা বস্তু আশা কৰিছিল , কিন্ত সি  সেইটোকে গ্ৰহন কৰি ল'লে যিটো আংকলে তালৈ পঠিাইছিল । 

c. Mr. lal became very angry reading the letter but later he laughed out loud .

মিস্তাৰ লালাৰ চিঠি খন পঢ়ি বহুত খঙ উঠিলে কিন্তু পাছত

তেওঁ খউব জোৰেৰে হাহিলে ।

d. The herd of cattle was lost and it was hard to ses through the heavy fog . 

গৰুৰ জাকটো হেৰালে আৰু ইমান কুঁৱলীৰ মাজেৰে দেখা পোৱা টান হৈছিল ।

e. The thief stole the necklace from the secret cell but he was caught before he could sell it . 

চুৰ টোৱে নেকলেচ ডাল গুপ্ত চেল টোৰ পৰা চুৰ কৰি নিলে কিন্তু সি সেইদাল বিকিৰ কৰাৰ আগতে ধৰা পৰিল । 

LISTENING AND SPEAKING 

(i) Read aloud these words and find their meaning in the dictionary : শব্দ সমূহ উচ্চাৰন কৰি পঢ়া আৰু অৰ্থ সমূহ  dictionary ত চাই ল'ৱা ঃ

Residential ( ৰেচিদেনচিয়েল ) : নিবাসিক 

Essential (এচেনচিয়েল ) : প্ৰয়োজনীয়  

Potential ( প'টেনচিয়েল) : ক্ষমতা

Celestial ( চেলেষ্টীয়েল) :  আকাশ পিণ্ড 

Confidential ( কনফিদেনচিয়েল ) :  গুপ্ত

Spatial ( স্পেচিয়েল) : স্থানীয় 

Evidential (এভিদেনচিয়েল) : প্ৰত্যক্ষ

Partial (পাৰচিয়েল ) :  অপূৰ্ণ

2. Read these sentences with emphasis on the punetuation marks পানচুবেচন মাৰ্কত জোৰ দি বাক্য কেইতা পঢ়া 

a. Why are you standing here ? Do you want to meet Someone ? তুমি ইয়াত কিয় ৰৈ আছা ? তুমি কাৰোবাক লগ পাব বিছাৰিছা নেকি ? 

b. What a beautiful dress ! I'' ll ask my mother to buy it for me . কি যে এজোৰ ধুনীয়া পোছাক ! মই মাক মোৰ কাৰণে এজোৰ কিনি দিবলৈ ক'ম । 

c. You are Januja's sister aren't you ?

তুমি তনুজাৰ ভনী, নহয় নে ? 

d. '' Come here''. the teacher commanded Viju.

''এইফালে আহা '', শিক্ষক জনে বিজুক আদেশ দিলে । 

e. Uncle Tanu , Aunt Mila , Grandme and my cousin viru came to my birthdat . 

আংকল তনু, আন্ত মিলু , আইতা আৰু মোৰ কাজিন ( খুৰা-বৰদেউতাৰ , মামা -মামী ইত্যাদিৰ ল'ৰা - ছোৱালী ) বিৰু মোৰ জন্ম দিনলৈ আহিছিল । 

f. '' Who is there inside ?'' Father asked . I said '' I don't Know ''.

''ভিতৰত কোন আছে ? দেউতাই সোধিলে । মই ক'লো '' মই নাজানো '' ।

WRITING 

1. An accident has taken place near your School Write a report on the accident using these hints : 

তোমাৰ স্কুলত ওচৰত এটা দুৰ্ঘটনা হ'ল । তলত দিয়া হিন্ত খিনি ব্যৱহাৰ কৰি দুৰ্ঘটনা টো ওচৰত এটা ৰিপৰ্ত লিখা : 

Assam

place name 

  A  terrible road accident 

A terrible road accident occured between a car and a truck at Morigaon  road  near Morigaon high school . The driver of the car was drunk and driving recklessiy which resulted in the collision . Both the vehicles were coming from the opposite direction Tow people were injured and the car damaged badly. Few people came to help and in a minute ambulance and police arri ved which resulted in a huge traffic jam for half an hour . 

এটা ভয়ানক পথ দুৰ্ঘটনা 

এটা ভয়ানক পথ দুঘটনা সংঘটিত হৈছিল এখন কাৰ আৰু ট্ৰাকৰ মাজত মৰিগাঁও ৰাস্তাত, মৰিগাঁও হাই স্কুলৰ ওচৰত । কাৰ খনৰ চালক জনে অধিক মাত্ৰাত সুৰা পান কৰি আৰু তিব্ৰ গতিত গাড়ী ছলোৱাৰ বাবত এই সংঘৰ্ষ টো হ'ল । দুয়োখন বাহন বিপৰীত দিশৰ পৰা আহিছিল । দুজন ব্যক্তিৰ আহত হ'ল আৰু কাৰ খনৰ বেয়াকৈ ক্ষতি হ'ল । কেইজনমান মানুহে সহায় কৰিবৰ বাবে আগ বাঢ়ি আহিল আৰু মিনিতৰ ভিতৰত এম্বোলেঞ্চ আৰু আৰঞ্চি বাহিনীও আহি পালে , তাৰ পৰিণামত এটা প্ৰকাণ্ড ত্ৰেফিক জামৰ সৃষ্টি হ'ল আধা ঘন্টা মানৰ বাবে । 

2. Based on the text write ten lines about what should we do and should not do during an earthquake: পাঠটোত ভিত্তি কৰি দহটা বাক্য লিখা আমি ভূমিকম্পৰ সময়ত কি কৰিব লাগে আৰু নালাগে ঃ

i) We should not panic when earthquake occurs.

 ভূমিকম্প অহাৰ সময়ত আমি ব্যথিত হ'ব নালাগে । 

ii) We should not run here and there.

আমি অ'ত ত'ত দৌৰা দৌৰী কৰিব নালাগে ।

iii) ''We should drop to the ground if we are inside the house . আমি ঘৰৰ ভিতৰত থকাৰ অৱস্থাত মাটিত পৰি দিব লাগে ।

iv) And if there is no table , we should go against an inside wall away from tall furniture. আমি নিজকে তেবুল বা বিচনাৰ তলত সুমুবায় '' সংৰক্ষন কৰিব লাগে ।

v) And if there is no table , we should go against an inside. wall away from tall furniture. 

আৰু যদি তেবুল নাথাকে , আমি ভিতৰলৈ থকা এখন বেৰৰ সহায় ল'ব লাগে আৰু ওখ ফাৰ্নিচাৰ বোৰৰ পৰা দূৰত্ব বজাৱ লাগে । 

vi) If we are outside the house , we should keep ourself away from tall structures and tress .

যদি আমি ঘৰৰ বাহিৰত থাকো , আমি ওখ আকাৰৰ বস্তু আৰু গছ-গছনিৰ পৰা আতৰত থাকিব লাগে । 

vii) We should keep ourself from . the tallest things so that nothing can fall on us . 

আমি ওখ বস্তুৰ পৰা নিজকে দূৰত্ব ৰাখিব লাগে যাতে আমাৰ ওপৰত একো পৰিৱ নোৱাৰে । 

viii) We should hold the table or bed when we are under it . 

আমি তেবুল বা বিচনাৰ তলত থকা সময়ত তাক ধৰি ৰাখিব লাগে । 

ix) During the earthquake we should remain at the same place or seorch for an open area . 

ভূমিকম্পৰ সময়ত আমি নিজৰ জেগাতেই ৰৈ থাকিব লাগে নাইবা খালী ঠাই বিচাৰিব লাগে । 

x) We should cope up with  the situation during an earthquake. 

আমি ভূমিকম্প অহাৰ সময়ত সাহসেৰে পৰিস্থিতিৰ সন্মূখীৰ হ'ব লাগে ।