সমাৰ্থক শব্দ

 ১০০১) মহাযুদ্ধ - মহাসমৰ , বিশ্বযুদ্ধ , মৰাহৰণ ।

 ১০০২) মাজনিশা - দুপৰৰাতি , মাজৰাতি , নিশীথ , গহীননিশা , দোভাগৰাতি ।

১০০৩) মৰ্মন্ত্তুদ - হৃয়ভেদী , মৰ্মভেদী , হৃদয়বিদাৰক ।

১০০৪) মলয়াবতাহ - মলয়ানিল , মলয় - পৱন ।

১০০৫) মাছ - মীন , জলেশয় , শল্কী , মৎস্য ।

১০০৬) মূখকঁছ - মূৰ্ছা ।

১০০৭) মেঘ - অম্বুদ , তয়োধৰ । 

১০০৮) মূল - আলু ।

 ভ 

১০০৯) যাঠী - বৰ্ছি , বৰছা ।

১০১০) ১০১০) যুগান্তৰ - যুগসন্ধি ।

১০১১) যন্ত্ৰ - মেচিন কল ।

১০১২) যৌৱন - তাৰুণ্য তৰুণত্ব তৰুণতা ।

১০১৩) যঁতৰ - যঁতৰি চৰকা চৰখা ।

১০১৪) যাদুকৰ - সৌভিক ঐন্দ্ৰজালিক বাজিকৰ ।

১০১৫) যুৱৰাজ - ডেকাৰজা ।

১০১৬) যৱনিকা - আঁৰকাপোৰ ।

১০১৭) যুঁজৰু - ভট যোদ্ধা ৰণুৱা ।

১০১৮) যত্ন - যতন পুৰুষাৰ্থ চেষ্টা প্ৰয়াস ।

১০১৯) যুধিষ্ঠিৰ - জ্যেষ্ঠ পাণং্ডৱ ধৰ্মৰাজ অজাৰতি ধৰ্মপুত্ৰ ।

১০২০) যাত্ৰী - পৰিযায়ী যাত্ৰিক পৰ্যটক পৰিব্ৰাজক ভ্ৰমণকাৰী ।

১০২১) যোগাৰ -   যা - যোগাৰ ,  বন্দৱস্ত প্ৰস্ত্তিতি যো - জা আয়োজন ব্যৱস্থা ।

১০২২) যথাসাধ্য - যথাশক্তি পাৰ্যমানে ।

১০২৩) যুক্তাক্ষৰ - সংযুক্তবৰ্ণ যুক্তবৰ্ণ ।

১০২৪) যজ্ঞ - ইষ্টি অগ্নিচিৎ স্বাহাকৃত ইজ্যা ।

১০২৫) যৌথ - একেলগে সমূহিয়া উমৈহবতীয়া যুটীয়া সামূহিক ।

১০২৬) যথাৰ্থ - স্বৰূপাৰ্থ প্ৰকৃতাৰ্থ ।

১০২৭) যুদ্ধক্ষেত্ৰ - ৰণস্থলী যুদ্ধভূমি ৰনাংগন যুদ্ধস্থল ।

১০২৮) যোগ্য - লায়ক উপযুক্ত উপযোগ্য ।

১০২৯) যঁজা - যমজ ।

১০৩০) যাদু - মেজিক ইন্দ্ৰজাল মায়াজাল ভেল্কীবাজী ।

১০৩১) যাজক - পুৰোহিত যাজ্ঞিত ঋত্বিক যজ্ঞকৰ্তা ।

১০৩২) যুগ্ম - যুৰীয়া যমল যুগল ।

১০৩৩) যক্ষ্মা - টি - বি লেং খেহৰোগ লেং 

১০৩৪) যুদ্ধাস্ত্ৰ - শস্ত্ৰ আয়ুধ ।

১০৩৫) যম - দণ্ডপাণি সূৰ্যপুত্ৰ কালান্তক তপনতনয় ।

১০৩৬) যুগোপযোগী - কালোপযোগী ।

১০৩৭)  যাদুঘৰ সংগ্ৰহালয় মিউজিয়াম সংৰক্ষণাগাৰ সংগ্ৰহশালা ।

১০৩৮) যাতায়ত - অহা - যোৱা গমন - আগমন আহ - যাহ গমনাগমন ।

১০৩৯) যুঁজ - অভ্যামৰ্দ লড়াই যুদ্ধ সংগ্ৰাম ।

ৰ 

১০৪০) ৰাংকুকুৰ - কুঁৱাং - কুকুৰ কুঁৱাং ।

১০৪১) ৰণযাত্ৰা - যুদ্ধযাত্ৰা ৰণাভিযান ।

১০৪২) ৰান্ধনী - ৰান্ধোতা পাচক ৰন্ধনকৰ্তা ।

১০৪৩) ৰে'ল - ৰে'লগাড়ী ট্ৰেইন ।

১০৪৪) ৰং - বৰ্ণ ৰহণ বৰণ বোল ।

১০৪৫) ৰঙাজবা - ওৰ ওৰফুল ৰক্তজবা ।

১০৪৬) ৰণনীতি - যুদ্ধকৌশল সমৰকৌশল যুদ্ধৰীতি যুদ্ধনীতি ৰণকৌশল ।

১০৪৭) ৰসাল - ৰসঘন ৰহীয়া ৰসযুক্ত সৰস ।

১০৪৮) ৰূপ - ৰজত ,   চান্দি ৰূপ্য ইন্দুলোহক ৰৌপ্য প্ৰজাদান ।

১০৪৯) ৰামধেনু - ৰামশৰ ইন্দ্ৰধেনু শত্ৰুচাপ ইন্দ্ৰধনু মেঘধেনু ।

১০৫০) ৰক্ষণশীলতা - গোড়ামি ।

১০৫১) ৰচিত - লিখিত প্ৰণীত বিৰচিত ।

১০৫২) ৰাজী - মান্তি সৈমান মঞ্জুৰ সন্মত ।

১০৫৩) ৰজা - নৰপতি প্ৰজেশ্বৰ লোকনাথ ক্ষিতীপাল অধিপতি ।

১০৫৪) ৰাজহাঁহ - ৰাজহংস মৰাল ।

১০৫৫) ৰাক্ষস - নৰাশ কৰ্বুৰ পিশিতাশী পলংকষ ।

১০৫৬) ৰূপচৰ্চা - সৌন্দৰ্যচৰ্চা ।

১০৫৭) ৰক্তাক্ত - ৰঞ্জিত শোণিতাক্ত তুমৰলি ৰুধিৰাক্ত ।

১০৫৮) ৰসিক - ধেমেলীয়া ৰসজ্ঞ কৌতুকপ্ৰিয় ৰসগ্ৰাহী ।

১০৫৯) ৰেডিঅ - বেঁতাৰ যন্ত্ৰ অনাতাৰ যন্ত্ৰ ।

১০৬০) ৰভা - চায়না মণ্ডপ চামিয়ানা পেণ্ডেল ।

১০৬১) ৰাজনীতি - ৰাষ্ট্ৰনীতি ।

১০৬২) ৰক্তপ্ৰৱাহ - শোণিতধাৰা ৰক্তধাৰা ৰক্তস্ৰোত ।

১০৬৩) ৰাজকোঁৱৰ - ৰাজপুত্ৰ ৰাজকুমাৰ ৰাজনন্দন ।

১০৬৪) ৰন্ধন - পাগ পাক ।

১০৬৫) ৰাধা - গোপবালা ব্ৰজকিশোৰী ।ষ

১০৬৬) ৰূপৱতী - ৰূপতী শুৱনি ৰুপেচৰী সূৰূপা ।

১০৬৭) ৰস - ৰহ ।

১০৬৮) ৰঙা - ৰক্তিম উইৰপক্ত ৰাতুল 

১০৬৯) ৰুমাল - উৰমাল ।

১০৭০)  ৰঙালাও - মিঠালাও ।

১০৭১) ৰাম - ৰঘুনন্দন ৰাঘৱ সীতাপতি কৌশল্যায়ন । 

১০৭২) ৰ'দ - ৰৌদ্ৰ সূৰ্যৰশ্মি ৰবিকিৰণ  , ৰবিকিৰণ ।

১০৭৩) ৰাতি - ৰাত্ৰি ৰজনী বিভাবৈৰী নিশা ।

১০৭৪) ৰুগীয়া - ৰোগক্লিষ্ট অসুস্থ ৰোগাৱিষ্ট অস্বস্থ ।

১০৭৫)  ৰচদ - সিধা ৰেচন ৰোজ ।

১০৭৬) ৰাইজ - জনতা জনসমষ্টি জনগণ প্ৰজা ।

১০৭৭) ৰাৱণ - লংকাপতি ৰাক্ষসেন্দ্ৰ দশগ্ৰীৱ দশাসন ।

১০৭৮) ৰাজকুমাৰী - ৰাজকন্যা ৰাজদুহিতা ৰাজনন্দিনী কুঁৱৰী । 

১০৭৯) ৰং - স্ফূৰ্তি আনন্দ উল্লাস ।

১০৮০) ৰতিক্ৰিয়া - দেহ - সম্ভোগ সুৰতস্ত্ৰীসংগ অভিগমণ ।

১০৮১) ৰহস্য - গুপ্ততত্ত্ব সাথৰ গুপ্তসত্য অজ্ঞাত তত্ত্ব প্ৰহেলিকা ।

১০৮২) ৰূপ - লাৱণ্য - ৰূপ - মমাধুৰ্য ৰূপশোভা ৰূপময়তা ।

১০৮৩) ৰণভূমি - ৰণস্থলী যুদ্ধক্ষেত্ৰ ৰণাংগন ।

১০৮৪) ৰচক - লেখক ৰচোঁতা ভণোতা ।

১০৮৫) ৰাজপ্ৰাসাদ - ৰাজগৃহ ৰাজমহল কাৰেং ৰাজকাৰেং ।

১০৮৬)  ৰৌদ্ৰস্নান - সূৰ্যস্নান আতপস্নান ।

১০৮৭) ৰছী - লেজু জৰী পাশ বং ।

১০৮৮) ৰাজৰাণী - পাটৰাণী পট্টমহিষী মহাৰাণী ।

১০৮৯) ৰে'লপথ - ৰে'ললাইন ৰে'লৰআলি ।

১০৯০) ৰূপৱান - ৰূপৱন্ত সুন্দৰ ৰূপহ ।

১০৯১) লালকাল - লেচাৰ অচেতনপ্ৰায় অৱশ ।

১০৯২) লয় - ক্ষয় জীণ লীন ।

১০৯৩) লোৰ - লুৰি লোঙা নৰ্মদা লোং ।

১০৯৪) লেম্প - লেম লন্ঠন ।

১০৯৫) ল'ৰামতীয়া - অবালচন্দ অপগণ্ড ।

১০৯৬) লভ্য - প্ৰাপ্তব্য উপলভ্য প্ৰাপ্য ।

১০৯৭) লুধুমী - ধামনী ধাদুমী ।

১০৯৮) লাওকোলা - কৰোটি ।  

১০৯৯) লাজ - ব্ৰীড়া হ্ৰী চন্দুৱালি লজ্জা ।

১১০০) লে্ও - লেব  , প্ৰলেপ ।

১১০১) লিপন - বিলেপন লেপন বিলেপ ।

১১০২) লতা - বল্লৰী বীৰুধ বল্লৰ ব্ৰততী লতিকা ।

১১০৩) লক্ষ্মণ - সুমিত্ৰানন্দন সৌমিত্ৰি ৰামানজু সৌমিত্ৰ ।

১১০৪) লগনীয়া - টোটক কূটশাল ঠুটকীয়া ।

১১০৫) লালোৱাী - শিঙৰা - লালোৱা কচোৱা - শিঙৰা ।

১১০৬) লাহৰী - সাদৰী চেনেহী মৰমী ।

১১০৭) লোটালুটি - লুটিয়ালুটি ইলুটি - সিলুটি লুটি - বাগৰ ।

১০০৮) লাজুকী লতা - লাজেকীলতা আদৰমালতী নিলাজী বন ।

১০০৯) লগা - ভগা - লতা - পতা অঙহী - বঙহী এলোকৰ - পেলেক ।

১১১০) লা - লাক্ষা জতু লাহা ।

১১১১) লো – লৌহ , ইস্পাত , লোহা ।

১১১২) লেকাম – লেগাম , দনা , লাগাম ।

১১১৩) লঘোন – নিৰাহাৰ , অনশন ।

১১১৪) লোকাচাৰ – লোক ব্যৱহাৰ ।

১১১৫) লতামাকৰি – লতাফুটুকী , ডালবাঘ ।

১১১৬) লিখিত – লিপিবদ্ধ ।

১১১৭) লোভ – লোলুপতা , প্ৰলোভ , লিন্সা ।

১১১৮) লগ – লগৰীয়া , সহযাত্ৰী , সংগ , লগ – ভাগ ।

১১১৯) লিংগ – শিশ্ন , উপস্থ , পুৰুষাংগ ।

১১২০) লজেন্স – লুজেন , টফি , লুজন , মৰ্টন ।

১২২১) লেতেৰা – মলিয়ন , ফেদুৱা , ফেদেলা ।

১২২২)লানি – নিছইগাকৈ – অবিৰতবাৱে , ধাৰাসাৰে ।

১২২৩) লোদোৰ – পোদোৰ – হৃষ্ট – পোষ্ট , লোধোমা , শকত – আৱত ।

১২২৪) লম্পদ - ব্যলীক , পাৰদাৰিক , ব্যাভিচাৰী ।

১২২৫) লালটি - লালবীজ , লেলাৱটি , লাল , লেলাউটি ।

১২২৬) লঠঙা - লঠৌ , লঠা ।

১২২৭) লাজকুৰীয়া - লজ্জাৱন্ত , লাজুক , লাজুৱা , লজ্জাশীল , লজ্জাৱান ।

১২২৮) লাংচিং - গজাঁকোহ , ডঠা , অংশুক , ডঠ ।

১২২৯) লুকাভাকু - ভাাকু - লুকা , লুকালুকি , কুকভা ,লুকাচুৰি ।

১২৩০) লপথপীয়া - থোলগুলীয়া , লপথপ , থপথপীয়া ।

১২৩১) লুভীয়া - লালচী , লোলুপ , লালচিয়া , পিন্সু , লোভাৱিষ্ট , লুতুৰা ।

১২৩২) লহপহীয়া - সঁজাল , দলফলীয়া ।

১২৩৩) লুণীয়া - লোণা , নিমখীয়া , লৱণা্মুক্ত ।

১২৩৪) লক্ষ্মী - কমলা , বিষ্ণুপ্ৰিয়া , অচলা , হৰিপ্ৰিয়া ।

১২৩৫) লাহনী - লেহেতি , সেৱত , লাঢ়নী , সিচঁনী ।

১২৩৬) লাগী - সহাগী , সুৱাগী , সোহাগিনী ।

১২৩৭) লোকচান - নাঠ , হানি , দইন , হৰকত ।

  শ   

১২৩৮) শলখা - দুৱাৰডাং , অৰ্গল ।

১২৩৯) শিপিনী - তন্ত্তবায় , তাঁতী ।

১২৪০) শুকান - নিৰ্জল , শুষ্ক , অনাৰ্দ , নিষ্পান ।

১২৪১) শক্তি - পৰাক্ৰম , শকতি , কৰ্মশক্তি , ক্ষমতা ।

১২৪২) শিল - উপল , পাথৰ , প্ৰস্তৰ , অশ্ম , পাষাণ ।

১২৪৩) শৈশৱ - ল'ৰালি , পৌগণ্ড ।

১২৪৪) শিহু - পলাংগ , শিসুমাৰ , উলুপী , বসাঢ়্য ।

১২৪৫) শৌচাগাৰ - শৌচালয় , লেট্ৰিন ।

১২৪৬) শচী - পুলোমজা , মঘৱতী , ইন্দ্ৰাণী , পৌলোমী ।

১২৪৭) শনিদেৱতা - ৰবিনন্দন , ৰবিসূত্ৰ , ৰবিতনয় , ৰবিপুত্ৰ ।

১২৪৮) শিল্পী - কাৰুকমী , কলাকাৰ ।

১২৪৯) শীতকাল - ঠাণ্ডাকাল , জাৰকাল , জাৰকালি ।

১২৫০ ) শুশ্ৰৃষা - পৰিচৰ্যা , আলপৈচান , প্ৰতিপালন ।

১২৫১) শ্ৰাদ্ধেয় - শ্ৰদ্ধাস্পদ , শ্ৰদ্ধাভাজন ।

১২৫২) শৱযাত্ৰা - শ্মশান - যাত্ৰা ।

১২৫৩) শিকলি - জিঞ্জিৰি , শৃংখল , জিঁজিৰি , শিকল ।

১২৫৪) শাৰদীয় - শাৰদ , শৰৎকালীন ।

১২৫৫) শিলাবৃষ্টি - শিল - বৰষুণ ।

১২৫৬) শিয়াল - গোমায়ু , ভানুকৰ , শিৱালু , শালামৃগ ।

১২৫৭) শৈশৱকাল - বাল্যৱস্থা , ল'ৰাৱস্থা , বাল্যকাল ।

১২৫৮) শেৱালি - নিশিপুষ্প ।

১২৫৯) শিৰচ্ছেদ - মুগুচ্ছেদন , মুগুচ্ছেদ ।

১২৬০) শোৱাঘৰ - শয়নকক্ষ , শয়নাগাৰ , শোৱনিঘৰ , শয়নগৃহ ।

১২৬১) শব্দ - ধ্বনি , বিনদ , নিস্বান , ধ্বান ।

১২৬২) শংখ - পুষ্টিকা , কম্বু ।

১২৬৩) শিৰোনাম - শ্ৰীনামা , শীৰ্ষনাম ।

১২৬৪)   শুৰ  - শুণ্ড , কৰিকৰ ।

১২৬৫) শক্তিশালী - পৰাক্ৰান্ত , শক্তিমান , ক্ষমতাশালী , কৰ্মশক্তি ।

১২৬৬) শিলিখা - হৰীতকী ।

১২৬৭) শেষ - পৰিসমাপ্তি , সামৰণি , উপসংহাৰ , ইতি ।

১২৬৮) শহা - শশক , শহাপহু , শশ ।

১২৬৯) শিঙা - বিকুল , তুৰী , ধামনিক ।

১২৭০) শিৱ - অম্বিকানাথ , কেদাৰেশ্বৰ , কৈলাসপতি , গৌৰীনাথ , নন্দেশ্বৰ ।

১২৭১) শস্যপূৰ্ণ - শস্যশালী । 

১২৭২) শুভক্ষণ - শুভকাল , মাহেন্দ্ৰযোগ ।

১২৭৩) শ্লেষাত্মক - পৰিহাসনীয় , শ্লেষপূৰ্ণ , উপহাস্য , বিদ্ৰূপপূৰ্ণ ।

১২৭৪) শিক্ষালাভ - শিক্ষাপ্ৰাপ্তি , বিদ্যালাভ ।

১২৭৫) শ্মশান - শাশনশাল , মৰিশালি ।

১২৭৬) শৃংশলা - পাৰিপাট্য , চিজিল , পৰিপাটি ।

১২৭৭) শত্ৰুবাহিনী - শত্ৰুসৈন্য , শত্ৰুসেনা .

১২৭৮) শালমইনা - শৈলমন , ব্ৰণ ।

১২৭৯) শিলাকুটী - শিলাকটীয়ান ।

১২৮০) শেলাই - শেলুৱৈ , শৈৱাল , শেলুৱা , শৈৱল ।

১২৮১)  শোভাযাত্ৰা - সমদলযাত্ৰা , প্ৰচেছন , সমদল ।

১২৮২) শিক্ষক -  গুৰু , শিক্ষাগুৰি ।

১২৮৩) শৰৎ - শৰদ , শৰত , শৰৎকাল ।   

১২৮৪) শাস্তি - দণ্ড , ছাজা ।

১২৮৫) শুকান - শষ্ক , নীৰস , ৰসহীন ।

১২৮৬) শোকাতুৰ - শোকাকুল , শোকগ্ৰস্ত , শোকবিহুল , শোকাৰ্ত ।

১২৮৭) শপত - কচম , শপথ , হলফ , অংগীকাৰ ।

১২৮৮) শিমলু - শাল্মলি , শাম্লল ।

১২৮৯) শ্ৰদ্ধাৱান - শ্ৰদ্ধাশীল , শ্ৰদ্ধান্বিত , শ্ৰদ্ধালু ।

১২৯০) শগুণ - গৃধ্ৰ ।

১২৯১) শালিকা - শালিকী ।                                           

১২৯২) শত্ৰু - পাৰিপন্থিক , বৈৰী ।

১২৯৩) শামুক - খোলকী , শম্বুক , কৱচী , জলশুক্তি ।

১২৯৪) শিং - শৃংগ , বিষাণ ।

১২৯৫) শিৰোভূষণ -  মুকুট , শেখৰ , কিৰীটি , মৌলি ।

১২৯৬) শৱদাহ - অগ্নিক্ৰিয়া , নিৰ্হৰণ ।

১২৯৭) শ্ৰাদ্ধ - শৰাধ ।

 ষ                                                                                                                                                      

১২৯৮) ষাড় - পুংগৱ , ষণ্ড , বৃষ , শক্কৰ ।

 স 

১২৯৯) সন্ধান - লতাৰ , শুংসূত্ৰ ,  উৱাদিহ , সম্ভেদ ।

১৩০০) সঞ্জীৱনী - প্ৰাণদায়ী ।

১৩০১) সদৌ -  সমগ্ৰ , অখিল , নিখিল ।

১৩০২) সম্পৰ্ক - সংশ্ৰৱ , সংযোগ ।

১৩০৩) সমবয়সীয়া - সমবয়স্ক , সমনীয়া , সমবয়সী ।

১৩০৪) সুবিধা - নিজঞ্জাল , সুচল , সুযোগ ।

১৩০৫) সেমেকা - জেকা , আৰ্দ্ৰ , ওদা ।

১৩০৬) স্তনাগ্ৰ - স্তনমুখ , কুচাগ্ৰ , স্তবৃন্ত ।

১৩০৭) সমাজ - সমজ্যা । 

১৩০৮) সীমা - হদ , প্ৰান্ত , সীমনা ।

১৩০৯) সূৰ্যোদয় - অৰোণদয় ।

১৩১০) সোলা - লাপুং , লপা ।

১৩১১) স্বাৰ্থহীন - স্বাৰ্থশূণ্য , নিঃস্বাৰ্থ ।

১৩১২) সেওঁতা - সীমন্ত ।

১৩১৩) স্পষ্টবাদিতা - স্পষ্টভাষিতা ।

১৩১৪) সমুদ্ৰজাত - সমুদ্ৰজ ।

১৩১৫) সাত - সপ্ত ।

১৩১৬) সিংহাসন - ৰাজপট , তক্ত , মচনদ ।

১৩১৭) সূৰ্যবন্দনা - সূৰ্যোপাসনা , সূৰ্যপূজা ।

১৩১৮) স্বাধীন - মূকলিমূৰীয়া , অপৰাধীান , স্বতন্ত্ৰ ।    

১৩১৯) স্থানচ্যুতি - স্থানান্তৰ - স্থানান্তৰণ ।

১৩২০) সম্পূৰ্ণ - পৰিপূৰ্ণ , পূৰাপূৰি , ষোলঅনা ।

১৩২১) সুখসমুদ্ৰ -  সুখসিন্ধু , সুখসাগৰ ।

১৩২২) সোঁচৰা - সংক্ৰামী , সংক্ৰামক ।

১৩২৩) সকলো - চমুচা , সমুদায় , গোটেই , সমস্ত ।

১৩২৪) সন্তান - উদ্বহ , ছলি , আত্মোভৱ , ঔৰস্য ।

১৩২৫) সত্যবাদী - সঁচাকথীয়া , যথাৰ্থবাদী ।

১৩২৬) সিৰ - ৰগ , সংবাহিকা , ধমনী , সিৰা ।

১৩২৭)                                                                                                                                                                                                           

                       🍁🥀🌷    সমাৰ্থক শব্দ  🌼🌻🌺

১০৩৭)  যাদুঘৰ - সংগ্ৰহালয় মিউজিয়াম সংৰক্ষণাগাৰ সংগ্ৰহশালা ।

১৩২৭) সূতা -   সূত্ৰ , তন্তু ।

১৩২৮) সমজুৱা - সমূহীয়া , ৰাজহুৱা , বাৰোৱাৰী . সামহিক ।

১৩২৯) সংকলন  একত্ৰীকৰণ , চয় ন , সংগ্ৰহ ।

১৩৩০) সাহস - নিৰ্ভীকতা , সাহ , নিৰ্ভয়তা , ভয়হীনতা ।

১৩৩১) সৌৰজগত - সৌৰলোক , সূৰ্যলোক , সৌৰমণ্ডল ।

১৩৩২) সমাপ্ত -  যৱনিকা , ওৰ , সম্পন্ন , অৱসান , অন্ত , শেষ । 

১৩৩৩) সাংবাদিক - সংবাদকৰ্মী , সংবাদসেৱী , বাৰ্তাজীৱী , সংবাদদাতা ।

১৩৩৪) সুন্দৰ -  নয়নানন্দ  , সুকুমাৰ , ধুনীয়া , ৰমণীয় ।

১৩৩৫) সোণ - কৰ্বুৰ , স্বৰ্ণ , হিৰণ্য , অগ্নিভ ।

১৩৩৬) স্বামী - গিৰিহঁত , পৰিণেতা , মালিক , পতি , গৰাকী , প্ৰাণনাথ ।

১৩৩৭) সমতুল - একে , তুল্য , সদৃশ , অনুৰূপ , তদ্ৰূপ , অভিন , তণ্ড্যুল্য , তেনেকুৱা ।

১৩৩৮) সজাগ - সাৱধান , সচেতন , সতৰ্ক , হুচিয়াৰ ।

১৩৩৯) সৰ্বভক্ষ - সৰ্বভোজী , সৰ্বভক্ষী , সৰ্বভুক ।

১৩৪০) সাপ - সৰ্প , নাগ , উৰংগম , দীঘল পৰুৱা , ভুজংগ , চক্ৰী , বিষধৰ ।

১৩৪১) সুক্ষ্মদেহ  সুক্ষ্মশৰীৰ , লিংগদেহ , লিংগশৰীৰ ।

১৩৪২) সোঁফালে - সোহাঁতে , সোঁপাকে , সোঁৱে ।

১৩৪৩) সোণাৰু - স্বৰ্ণতৰু ।

১৩৪৪) সম্পাদিত - সম্পন্ন , নিষ্পন্ন ।

১৩৪৫) সিংহ - পশুৰাজ , কেশৰী , মৃগপতি , ৰক্তজিহ্ব ।

১৩৪৬) স্পৰ্শ - পৰশন , পৰশ , স্পৰ্শন ।

১৩৪৭) সম্ৰাজী - মহাৰাণী , ৰাজেন্দ্ৰাণী , ৰাজেশ্বৰী ।

১৩৪৮) সাগৰীয় - সৈন্ধৱ , সামুদ্ৰিক ।

১৩৪৯) সৈন্য - সেনা , পতাকিনী , পৃতনা ।

১৩৫০) সহজ - সৰল , উজু , প্ৰাঞ্জল ।

১৩৫১) সাৰুৱা - উৰ্বৰা , উৰ্বৰ ।

১৩৫২) সধৱা - সীমন্তিনী ,. আয়তী ।

১৩৫৩) সৰস্বতী - বাগ্দেৱী , মহাশ্বেতা , হংসবাহিনী , কমলাক্ষী ।

১৩৫৪) সু - সুদ , বাঢ়ি , বিয়াজ ।

১৩৫৫) সেন্দুৰ - সিন্দুৰ ।

১৩৫৬) সমাধি - মৈদাম , কবৰ ।

১৩৫৭) সংযমী - সংযমাৰী , সংযমশীল ।

১৩৫৮) সপোন - স্পন্ন , সমাজিক ।

১৩৫৯) সভাগৃহ - সভাথলী , সভামণ্ডপ , বৈঠকখানা ।

১৩৬০) সুলোচন - সুনয়ন ।

১৩৬১) সাজপাৰ - কাচোন , কাচন ।

১৩৬২) সেৰেকা - স্বাদহীন , ঢেঙা  সেৰসেৰীয়া , ঢঙা ।

১৩৬৩) স্পষ্টবাদী - স্পষ্টভাষী , খাৰাংখোচ ।

১৩৬৪) স্বাস্থ্যহানি - স্বাস্থ্যক্ষয় , স্বাস্থ্যনাশ , স্বাস্থ্যভংগ ।

১৩৬৫) সদাগৰ - বাণিজাৰ , সাউদ , বণিক , মুদৈ ।

১৩৬৬) সন্ন্যাস - নিৰ্বেদ , চতুৰ্থাশ্ৰম , তাপস্য ।

১৩৬৭) সীমাবদ্ধ - সীমিত ।

১৩৬৮) সোঁত - প্ৰৱাহ , স্ৰোত ।

১৩৬৯) স্বাৰ্থপৰ - আত্মম্ভৰী , আপোনপেটা , আত্মপৰায়ণ , স্বাৰ্থপৰায়ণ ।

১৩৭০) সৈতে - লগতে , সহ , একেলগে , সহিতে ।

১৩৭১) সমজুৱা  সভাসদ ।

১৩৭২) সহায - সহযোগ , সহায়তা , সাহায্য ।

১৩৭৪) সংশোধন - শুচিকৰণ , সংস্কাৰ , পৰিশোধন , শুদ্ধীকৰণ ।

১৩৭৫) সন্তোষ - পৰিতুষ্টি , সন্ত্তষ্টি , তুষ্টি , পৰিতোষ ।

১৩৭৬) সহনশীল - সহনীয় , সহিষ্ণু ।

১৩৭৭) সময় - কাল ।

১৩৭৮) সুখদায়ক - প্ৰীতিকৰ , সুখজনক , আনন্দদায়ক , সুখকৰ ।

১৩৭৯) সূৰ্যাস্ত - বেলিমাৰ ।

১৩৮০) সৰিয়হ - বেহাৰ , বেসুদাৰ ।

১৩৮১) সজ্ঞানে - সচেতনে , সচেতনভাৱে ।

১৩৮২) সহোদৰ - সোদৰ , সৰ্গভ ।

১৩৮৩) সুবাস - সুগন্ধি , সৌৰভ  সৌৰভ্য , সুৰভি ।

১৩৮৪) স্বকৰ্ম - স্বকাৰ্য , আত্মকৰ্ম , আত্মকাৰ্য ।

১৩৮৫) সাধিত - কৃত , নিৰ্বাহিত ।

১৩৮৬) সাহসী - নিৰ্ভীক , বীৰ , নিৰ্ভয়তা , সাহিয়াল , নিঃশংক ।

১৩৮৭) সূৰ্যোদয় - অৰুণোদয় ।

১৩৮৮) সম্পৰ্কীয় - সম্বন্ধীয় , সম্বন্ধীয়া , সম্বন্ধী , সম্বন্ধযুক্ত ।

১৩৮৯) সীতা - জননন্দিনী , জানকী , বৈদেহী , যোজনগন্ধা ।

১৩৯০) সমাধিস্থল - কবৰস্থান , সমাধিক্ষেত্ৰ , কবৰখানা , সমাধিস্থান ।

১৩৯১) সংসাৰী - বিষয়ী , বিষয়াসক্ত ।

১৩৯২) সম্বন্ধ - সম্পৰ্ক , সমধ ।

১৩৯৩) সন্ধ্যা - দিবাৱসান , সন্ধিয়া , সায়াহ্ন , দিনশেষ ।

১৩৯৪) সুদৃষ্টি - সু - নজৰ , কৃপাদৃষ্টি , শুভদৃষ্টি ।

১৩৯৫) সহযাত্ৰা - সহগমন ।

১৩৯৬) সন্ন্যাসী - ফকীৰ , যতী , চতুৰ্থাশ্ৰমী , বাবাজী ।

১৩৯৭) সাধুকথা - ৰূপকথা , লোক - কাহিনী , উপকথা , লোককথা ।

১৩৯৮) সূৰ্য - অংশুমালী , গ্ৰহতি , দিনপতি , চিত্ৰৰথ ।

১৩৯৯) সেনাধ্যক্ষ - সেনাধিনায়ক , সেনাপতি , বলাধ্যক্ষ , সৈন্যনায়ক ।

১৪০০) সাগৰ - অম্বুভৃত , জলনিধি , জলেস্বৰ , অব্ধি ।

১৪০১) সুকন্ঠী - সুঠাকন্ঠী , সুললিত - কন্ঠী , কোকিলকন্ঠী , সুমধৰ - কন্ঠী ।

১৪০২) সংযুক্ত - সংলগ্ন , সক্ত , মিলিত , সম্পৃক্ত ।

১৪০৩) সম্পদশালী - ঐশ্বৰ্যশালী , বৈভৱশালী , ঐশ্বৰ্যৱান , বৈভৱপূৰ্ণ ।

১৪০৪) সৌন্দৰ্য  - চাৰুতা , ৰমনীয়তা , সুকান্তি , সুশ্ৰীতা ।

১৪০৫) সম্ৰাট - অধীস্বৰ , ৰাজচক্ৰৱৰ্তী , ৰাজশেেখৰ , মহাৰাজা ।

১৪০৬) স্নানাগাৰ - স্নানঘৰ , গোছলখানা , স্নানশালা , বাথৰুম ।

১৪০৭) সকলোপিনে - চতুৰ্দিশে , দশোদিশে , সকলোফালো , কেউদিশে ।

১৪০৮) সতেজ - সজীৱ , তাজা , টাট্কা ।

১৪০৯) সংশয়ী - সংশয়ান্বিত , সংশয়াচ্ছন্ন ।

১৪১০) সঁজুলি - স  সৰঞ্জাম , আহিলা , হাতিয়াৰ , যতন ।

১৪১১) সদায় - নিতে , সৰ্বদায় , প্ৰতিদিনে , প্ৰতিদিন ।

১৪১২) সকলোকে - সবাকো , আটাইকো , সদৌটিকে ।

১৪১৩) সন্তানঘাটী - অপত্যঘাটী , সন্তানবধী ।

১৪১৪) সংক্ৰান্ত - সম্পৰ্কীয় , বিষয়ক , সম্বন্ধীয় , সংক্ৰান্তীয় ।

১৪১৫) সতী - কুলবধু , স্ত্ৰীৰত্ন , গৃহবধু , কুলস্ত্ৰী ।

১৪১৬) স্বৰ্গ - অংমৰলোক , অমৃতলোক , অমৰধাম , অৰ্মত্যলোক ।

১৪১৭) স্বাৰ্থ পৰতা - স্বাৰ্থপৰায়ণতা , আত্মম্ভৰিতা , আত্মপৰায়ণতা ।

১৪১৮) স্তন - উৰসিজ , কুচকলি , কুচকুম্ভ , ঔধস্য ।

১৪১৯) সবিনয়ে - বিনয়াবনত , নম্ৰ ভাৱে , বিনীতভাৱে ।

  হ  

১৪২০) হ্ৰদ - সৰোবৰ , সৰসী .

১৪২১) হিচাপ - খতিয়ান , গণনা , খতিয়ন ।

১৪২২) হেঁপাহ - অভিলাষ , পৰ্বতৰাজ , শৈলেশ , উত্তৰাচল ।

১৪২৩) হজমশক্তি - জঠৰানল , জঠৰাগ্নি ।

১৪২৪) হত্যাকাৰী - ঘাতকী , প্ৰাণঘাতক ।

১৪২৫) হাতচাপৰি - হাততালি , কৰতালি ।

১৪২৬) হঠাৎ - আচম্বিতে , হঠাতে , অকস্মাত , আকস্মিকভাৱে , হঠাৎকৰে ।

১৪২৭) হেতা - পাগমাৰি , কৰচলি , টাৰু ।

১৪২৮) হাতী - কৰেণু , দন্তবল , পুষ্কৰী , ইভ , গজ , কুঞ্জৰ , পিল , হস্তী ।

১৪২৯) হতাশ - নিৰাশ , আশাশূণ্য ।

১৪৩০) হৰিণ - কুৰংগ , কুৰংগম , ঋষ্য , হৰিণা ,  হৰিণাপহু ।

১৪৩১) হাতীশাল - হস্তীশালা , পিলখানা ।

১৪৩২) হাঁহি - হাস্য , হাসি ।

১৪৩৩) হনুমান - অঞ্জনানন্ন , আনিলি , বজ্ৰাংগ , হনুমন্ত , অঞ্জনাতনয় , আঞ্জনেয় , পাৱনি , মাৰুত ।

১৪৩৪) হৈমন্ত - হৈমন্তিক , হেমন্তকাল ।

১৪৩৫) হীৰা - হীৰক ।

১৪৩৬) হাতমোজা - দস্তানা ।

১৪৩৭) হজমং  পৰিপাক , জীণ ।

১৪৩৮) হেঙুল - হিঙুল , হিংগুল ।

১৪৩৯) হাঁহ - বক্ৰাংগ , হংস , কাৰণ্ডৱ , সিতপক্ষ ।

১৪৪০) হেোজাৰ - হাজাৰ , সহস্ৰ ।

১৪৪১) হইড্ৰজেন গেছ - উদজান ।

১৪৪২) হালধীয়া - পীতাভ , পীত ।

১৪৪৩) হজমী - জীৰ্ণকাৰী , পাচক , জীৰ্ণকাৰক , হজমকাৰী ।

১৪৪৪) হুবহু - সাইলাখ , অবিকল ।

১৪৪৫) হাঁপানী - উদফাই , ঘুঙুৰ , ধাঁই , এজ্মা , ঘুমুৰোগ , উৰ্ধ্বশ্বাস ।

১৪৪৬) হোম - হৱন ।

১৪৪৭) হাওঁফাওঁ - চুনৰী ।

১৪৪৮) হত্যা - খুন ,  বিপাদন  , ক্ষণন , আলম্ভ , পৰ্যাস , হনন , প্ৰাণঘাতন ।

১৪৪৯) হালধি - হৰিদ্ৰা ।

১৪৫০) হাতীপটি - অমৰমাৰ্গ , আকাশীগংগা , ছায়াপথ , অজৱীথি , দুগ্ধসৰণি , হৰিতালিকা ।

১৪৫১) হাড় - অস্থি ।

১৪৫২) হৰিণী - মৃগী , কুৰংগী ।

১৪৫৩) হিমালয় - গিৰিৰাজ , নগাধিপ , পৰ্বতপতি , শৈলেশ ।

১৪৫৪) হাইৰান - হাৰাশাস্তি , বিব্ৰত , ব্যতিব্যস্ত ।

১৪৫৫) হাতীখুতুৰা - হাতীচাঁৰুলি ।

১৪৫৬) হেমন্ত - হিমঋতু , হেমন্তকাল ।

 ক্ষ 

১৪৫৭) ক্ষীণাংগী - তন্বী , কৃশাংগী ।

১৪৫৮) ক্ষণস্থায়ী - সাময়িক , খন্তেকীয়া ।

১৪৫৯) ক্ষমাৱন্ত - ক্ষমাশীল , ক্ষমাৱান ।

১৪৬০) ক্ষেপণাস্ত্ৰ - প্ৰহৰণ ।

১৪৬১) ক্ষত্ৰিয় - ক্ষত্ৰী , ক্ষত্ৰ ।

১৪৬২) ক্ষীৰসাগৰ -ক্ষীৰোদধি , ক্ষীৰসমুদ্ৰ , ক্ষীৰোদ ।

১৪৬৩) ক্ষমা - মাৰ্জনা , মৰিষণ , মাফ ।

১৪৬৪) ক্ষান্ত - বিৰত , নিবৃত্ত ।

                ( অপূৰ্ব কাকতি )