১) আধুনিক অলিম্পিক খেল প্ৰথমে কত আৰু কেতিয়া অনুষ্ঠিত হয়?

উঃ এথেসত, ইং ১৮৯৬ চনত ।

২) ফুটবল খেল পৰিচালনা কৰা বিশ্বৰ সবোচ্চ প্ৰতিষ্ঠানটেৰ নাম কি?

উঃ ফিফা (fifa) ।

৩) এচিয়ান গেমচ্ত স্বৰ্নপদক লাভ কৰা অৰ্জুন  বঁটা বিজয়ী অসমীয়া খেলুৱৈজনকৰ নাম কি?

উঃ ভোগেশ্বৰ বৰুৱা ।

৪) প্ৰথম অৰ্জন বঁটা বিজয়ী  ক্ৰিকেট খেলুৱৈ কোন?

উঃ চেলিম দুৰাণীয়ে । 

৫) হকীৰ যাদুকৰ কোন?

উঃ ্ধ্যানচান্দ ।

৬) ফুটবল খেলৰ পৰিচালকক কি বোলে?

উঃ ৰেফাৰী ।

৭)ক্ৰিকেট খেলৰ পৰিচালকক কি বোলে?

উঃ আম্পায়াৰ ।

৮) হকী খেলৰ আৰম্ভনী কোন দেশত হৈছিল?

উঃ পাৰস্য(ইৰান)ত ।

৯) টেবুল টেনিচ বলৰ ওজন কিমান?

উঃ ৩৭.৯ গ্ৰেন ।

১০) কোনে ভাৰতীয় জাতীয় টেবুল টেনিচৰ (একক) প্ৰতিযোগিতাত তিনিবাৰ বিজয়ী হয় ?

উঃ চৈয়দ চুলতানাই ।

১১) দিলীপ ট্ৰফী কি খেলৰ বঁটা?

উঃ ক্ৰিকেট খেলৰ ।


১২) ভাৰতে কেতিয়া প্ৰথম অলিম্পিকত যোগদান কৰে ?

উঃ ১৯২৪ চনত পেৰিছ অলিম্পিকত ।

১৩) বিশ্বকাপ ফুটবল প্ৰতিযোগিতা কেতিয়া আৰম্ভ হয়? প্ৰথমবাৰ কোন জয়ী হয়?

উঃ আৰম্ভ হয় ১৯৩০ চনত । জয়ী হয় উৰুগুৱে ।

১৪) কোন দেশত বেডমিন্টন খেলৰ জন্ম হৈছিল?

উঃ ভাৰতৰ পুনে চহৰত প্ৰথম বেডমিন্টন খেলা হৈছিল ।

১৫) পৃথিৱী বিখ্যাত কেনিয়াৰ কোনজন দৌৰবিদে তিনিটাকৈ বিশ্ব ৰেকৰ্ড দখল কৰিছিল?

উঃ হেনৰি ৰোনো ।

১৬) ক্ৰিকেটৰ হাৰ কিউলিচ মেন বুলি কাক কোৱা হয়?

উঃ এঘাৰ নম্বৰত বেটিং কৰিবলৈ অহা খেলুৱৈজনক ।

১৭) অসমত হৈ যোৱা ৰাষ্ট্ৰীয় ক্ৰিড়া কিমানতম আছিল?

উঃ ৩৩তম ।

১৮) ৩৩তম ৰাষ্ট্ৰীয় ক্ৰীড়াৰ মেছকেট(শুভংকৰ) ৰ নাম?

উঃ ৰংমন ।

১৯)কোনজন ক্ৰিকেটাৰে তেওঁৰ দেশৰ হৈ ফুটবলো খেলিছিল?

উঃ ইংলেগুৰ ডেনিছ কম্পট ।

 ২০) স্পনৰ জাতীয় খেল কি ?

উওৰঃ এটা ষাঁড় গৰুৰ লগত মানুহে তৰোৱাল লৈ  যুদ্ব কৰা ।

২১) ভাৰতৰ আটাইকৈ পুৰনি প্ৰতিযোগিতা কি?

উওৰঃ ইং ১৮৮৮ চনৰ পৰা দিল্লীত আৰম্ভ হোৱা ডুৰাগু কাপ প্ৰতিযোগিতা ।

২২)জুলেৰিমে কাম কি?

উওৰঃ ১৯৩০ চনৰ পৰা আৰম্ভ কৰা বিশ্বজোৰা ফুটবল প্ৰতিযোগিতা ।প্ৰতি চাৰি বছৰৰ মূৰে মূৰে এই খেল অনুষ্ঠিত হয় ।

২৩) এচিয়ান গেমচ্ প্ৰথমে কত আৰু কেতিয়া অনুষ্ঠিত হয়?

উওৰঃ দিল্লীত, ইং১৯৫০ চনত ।

২৪)দাবা খেলৰ উৎপওি কত হৈছিল?

উওৰঃ ভাৰতত ।

২৫) উৰন্ত শিখ কোন?

উওৰঃ পাঞ্জাৱৰ মিল্খা সংহ ।

২৬) কোন অসমীয়া খেলুৱৈ অলিম্পিকত যোগ দিবলৈ সুযোগ পাইছিল?

উওৰঃ দীপংকৰ ভট্ৰাচাৰ্যই । ১৯৯৬ চনত আটলান্টা অলিম্পিকত এওঁ বেডমিন্টন খেলত যোগদান কৰে ।

২৭) বাইটন কাপ কি?

উওৰঃ ভাৰতীয় হকী খেলৰ শ্ৰেষ্ঠ প্ৰতিযোগিতামূলক খেল । ইং ১৮৯৫ চনৰ এপ্ৰিল মাহৰ পৰাএই প্ৰতিযোগিতা আৰম্ভ হয় ।

২৮) শ্বেন ৱানৰ ৫০০তম চিকাৰ কোন আছিল?

উওৰঃ হাছান তিলক ৰত্নে ।

২৯) বিশ্বৰ প্ৰথম টাই টেষ্ট মেচখন কাৰ কাৰ মাজত হৈছিল?

উওৰঃ অষ্টেলিয়া আৰু ৱেষ্ট ইগুিজ ।

৩০) ২০০৪ চনত অলিম্পিকৰ প্ৰথমটো স্বৰ্ন কোনখন দেশৰ কোনজন খৈলুৱৈয়ে লাভ কৰিছে?

উওৰঃ চীন দেশ  লিডু নামৰ খলুৱৈ জনে ।

৩১) অসমত প্ৰথমখন এদিনীয়া আন্তজাৰ্তিক ক্ৰিকেট খেল কেতিয়া কত আৰু কাৰ মাজত হৈছিল ।

উওৰঃ ১৯৮৩চনৰ ১৭ ডিচেম্বৰত ভাৰত আৰু ৱেষ্টইগুিজৰ মাজত গুৱাহাটীত অনুষ্ঠিত হৈছিল ।

৩২) ৰানছ এগু ৰুইনছ নামৰ কিতাপখন কোন প্ৰখ্যাত ক্ৰিকেটাৰে লিখিছিল?

উওৰঃ সুনীল গাভাস্কাৰে ।

৩৩) এদিনীয়া আন্তজাতি খেলত সৰ্বাধিক উইকেট লাভ কৰা খেলুৱৈগৰাকী কোন?

উওৰঃ ৱাছিম আক্ৰাম ।

৩৪) ইউৰোপৰ ২০০৪ চনত ঘৰুৱা দল পৰ্তুগালক হৰুৱাই চঞ্চল্যৰ সূষ্টি কৰা দলটোৰ নাম কি?

উওৰঃ গ্ৰীচ ।

৩৫) ইকুৱেষ্টিয়ানৰ অসমীয়া অৰ্থ কি?

উওৰ ঃ অশ্বাৰোহন ।

৩৬) ৩৩তম ৰাষ্টীয় ক্ৰীড়াৰ আয়োজন কোন আছিল?

উওৰঃ অসমৰ চৰকাৰ আৰু অসমৰ অলিম্পিক সন্থা ।

৩৭) ৩১তম ৰাষ্ট্ৰীয় ক্ৰীয়া কত আৰু কেতিয়া হৈছিল ?

উওৰঃ পঞ্জাৱত ১৯ নৱেম্বৰ ২০০০ চত, ১ডিচেম্বৰ ২০০১ চন ।

৩৮) ৩৩তম ৰাষ্ট্ৰীয় ক্ৰীড়াৰ মূল ষ্টেডিয়ামখনৰ নাম কি আছিল?
উওৰঃ
ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম সৰু সজাই, গুৱাহাটী ।

৩৯) অসমৰ প্ৰতিভাৱান সাতোঁৰবিদ ফাৰিহা জামানৰ শেহতীয়া আন্তঃ ৰাষ্ট্ৰীয় ৰেৰ্কড কি?

উওৰঃ ছাফগেমছ,  

৪০) ক্ৰিকেট খেলৰ পীটচ্ দৈৰ্ঘ কিমান?

উঃ ২২গজ ।