কালৰ আৰম্ভণি পৰা 

From The Beginning Of Time

A

Very short type questions :

1.  হাডজাসকল কোন আছিল ?

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

2. প্ৰজাতিৰ মূল পুথিখনৰ লিখক কোন ?

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

3. প্ৰাইমেটবোৰ কি কি ?

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

4. Natural History  কিতাপখনৰ লিখক কোন ?

(এই প্ৰশ্নটো 2018 চনত আহিছিল) 

5. পৃথিৱীৰ বুকুত প্ৰথম কেতিয়া মানৱ-জাতীয় প্ৰাণীৰ আৱিৰ্ভাৱ ঘটিছিল ?

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

6. জীৱাশ্ম কি ?

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

7. হ`মিনিদসকল কোনটো পৰিয়ালৰ অন্তৰ্গত ?

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

8. ইতিহাসত  কোনটো যুগক হেলেনিক যুগ বুলি কোৱা হয় ?

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

9. হ`ম` চেপিয়েঞ্চ` শব্দৰ অৰ্থ কি ?

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

B. Short type question :

1. গোষ্ঠীবিজ্ঞান কি ?

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

2. গুহাত বাস কৰা আদিম মানৱৰ দুটা সুবিধা উল্লেখ কৰা ?

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

3. হমিনিদসকলৰ দুটা শাৰীৰিক বৈশিষ্ট্য় উল্লেখ কৰা ?

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

4. অষ্ট্ৰেল`পিথেকাচ মানে কি ? ইয়াৰ এটা চৰিত্ৰ উল্লেখ কৰা ?

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

5. নৃতত্ত্ব বিষয়টোৰ বিকাশ ক`ত হৈছিল ? উত্তৰ আমেৰিকাত এই বিষয়টোৰ অধ্য়য়ন কিয় আৰম্ভ কৰা হৈছিল ?

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

6. জুইৰ আৱিষ্কাৰে আদিম মানৱক কেনেদৰে  সহায় কৰিছিল ?

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

7. হ`মিনিদ আৰু  হ`মিনয়দসকলৰ মাজত থকা দুটা পাৰ্থক্য় উল্লেখ কৰা ?

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

8. আলটামিৰা ক`ত আৰু কিয় বিখ্য়াত ?

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

C. Essay type question

1. কৃষিৰ আৰম্ভণীয়ে আদিম মানৱৰ জীৱন কিদৰে প্ৰভাৱিত কৰিছিল?

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

2. হাডজাসকল কোন আছিল ? তেওঁলোকৰ বিষয়ে চমুকৈ লিখা ।

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

3. আদিম মানৱে তেওঁলোকৰ আহাৰ কিদৰে সংগ্ৰহ কৰিছিল ?

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

4. আদিম মানৱে তেওঁলোকৰ খাদ্য় আহৰণৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্য়াবোৰ আলোচনা কৰা ?

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

5. আদিম মানুহৰ খাদ্য় সংগ্ৰহৰ উপায়বোৰ কি কি আছিল , চমুকৈ লিখা ?

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

6. গোষ্ঠীবিজ্ঞানৰ বিৱৰণীৰ পৰা আদিম মানৱ জীৱন-পদ্ধতি পুণৰুদ্ধাৰ কৰিবলৈ কি কি সুবিধা আৰু অসুবিধা হ`ব পাৰে বুলি তুমি ভাবা ?

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

7. জুইৰ আৱিষ্কাৰ আদিম মানৱৰ জীৱনত এটি গুৰুত্বপূৰ্ণ ঘটনা বুলি কিয় গণ্য় কৰা হয় ?

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

8. আদিম মানুহৰ যোগাযোগৰ মাধ্য়ম সম্পৰ্কে এটা চমুটোকা লিখা ।

9. আদিম মানুহে কেনেদৰে কৃষিজীৱী সমাজৰ সৃষ্টি কৰিলে লিখা ?

10. আদিম মানুহৰ স্থায়ী বাসস্থানৰ বিষয়ে চমুটোকা লিখা ?

11. আদিম মানুহৰ  বাসস্থান নিৰ্মানৰ প্ৰক্ৰিয়া বৰ্ণনা কৰা ?