মধ্য এছিয়াত অৱস্থিত ঐশ্লামিক তথা ইছলামীয় ভূখণ্ড

THE CENTRAL ISLAMIC LANDS 

 A.

Very Short Type Questions :


1. নিবনিদাস কোন আছিল ?

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

2. তলৰ গ্ৰন্থকেইখনৰ লিখক কোন ?

i) Rubayat 

ii) Shahnama

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

3. হজৰত মহম্মদ কোন ?

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

4. য়াম কি আছিল ?

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

5. ইংৰাজী কোন চনৰ পৰা হিজৰী চনটো আৰম্ভ হৈছিল ?

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

6. ইছলামীয় মুদ্ৰাত আৰবী লিপি ব্যৱহাৰ কৰা খলিফাজনৰ নাম লিখা?

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

7. প্ৰাচীন ইৰানৰ পৱিত্ৰ গ্ৰন্থসমূহৰ ভাষাটো কি আছিল ?

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

8. ইছলামিক কেলেণ্ডাৰখনৰ নাম কি ?

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

9. চিৰিয়াক কি ?

10. আৰোমেইক কি ?

11. ৰচুল কি ?

12. মক্কা কি ?

13. আবাছিডসকল কোন ?

14. দাৱা মানে কি ?

15. নিছাপুৰ কিয় বিখ্য়াত ?

16. চুফতাজা মানে কি ?

17. উলেমা মানে কি ?

18. আৰৱ সাম্ৰাজ্যত দিনাৰ কি ?

19. কাজী বুলিলে কি বুজা ?

20. চুৃফী বুলিলে কি বুজা ?

21. আবু নুৱাছ কোন ?

22. ৰুবাই কি ?

23. ঘজালি কোন আছিল ?

24. ধৰ্মযুদ্ধ বুলিলে কি বুজা ?

25. মুছলমানসকল কোন দুটা বৃহত সম্প্ৰদায়ত বিভক্ত ?

26. কোনে কোতিয়া গজনী চুলতানী প্ৰতিষ্ঠা কৰিছিল ?

27. কোন চনত মংগোলসকলে বাগদাদ অধিকাৰ কৰি লয় ?

28. আৰৱ সাম্ৰাজ্য়ৰ সময়ত ভূগোলৰ দুখন কিতাপৰ নাম লিখা ?

29. আৰৱ সাম্ৰাজ্য়ৰ সময়ত ৰচিত দুখন বুৰঞ্জীৰ নাম লিখা ?

30. নৱ্য পাৰ্ছী কাব্য সাহিত্যৰ জনক বুলি কাক কোৱা হয় ?

31. কোৰাণ'ক কিমানটা চূৰাত ভাগ কৰা হৈছে ?

32. ইছলাম ধৰ্মৰ প্ৰৱিত্ৰ ধৰ্মগ্ৰন্থখনৰ নাম কি ?

33. আৰৱ সাম্ৰাজ্যৰ লোকসকলৰ মূল জীৱিকা কি আছিল ?

34. আৰৱ সাম্ৰাজ্যত খোৰজ নামৰ কৰবিধ কিয় লোৱা হৈছিল ?

35. অল-ক'নান ফলি টিব গ্ৰন্থখনৰ লিখক কোন ?

36. অবদ-অল-মালিক কোন ?

37. আৰৱ সাম্ৰাজ্যত দিৰহাম কি ?

38. উমিয়াড ৰাজবংশই ক'ত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল ?

39. আৰৱত উমিয়াড ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল ?

40. ইছলাম সাম্ৰাজ্যত কোন দুটা জনগোষ্ঠীয়ে গোষ্ঠীগত কাম-কাজত স্বৈয়ত্ব শাসনৰ সুবিধা পাইছিল ?

41. হজৰত মহম্মদৰ মৃত্যু কেতিয়া হৈছিল ?

42. ইছলামিক সভ্যতাৰ আৰম্ভণি কোতিয়া হৈছিল ?

43. ষষ্ঠ শতিকাত আৰৱ সভ্যতা ক'ৰপৰা বিস্তৃত আছিল ?

44. হজৰত মহম্মদে কোনখিনি সময়ত ইছলাম ধৰ্মৰ প্ৰচাৰ কৰিছিল ?

45. ইছলামিক সভ্যতাৰ বিস্তৃতি কিমানলৈ হৈছিল ?

46. তকিৰ-ই-তাবাৰি কি ?

47. কোন শতিকাৰ পৰা ইছলামিক ইতিহাসৰ যথাযথ লিখন আৰম্ভ হয় ?

 B.

  SHORT  TYPE  QUESTIONS : 


1. কোৰাণ কোন ভাষাত লিখা হৈছিল আৰু ইয়াত কিমানটা অধ্যায় আছে ?

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

2. ইছলামৰ দুটা ভাগ কি কি ? দুয়োটা ভাগৰে এটাকৈ বৈশিষ্ট্য লিখা   ?

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

3. চাহনামা কি ?

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

4. মধ্য ইছলামীয় সাম্ৰাজ্যত অ-মুছলমান সকলে দিবলগা কৰ দুবিধ কি কি ?

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

5. মুছলমানসকলৰ প্ৰথম আৰু দ্বিতীয় খলিফাৰ নাম কি ?

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

6. (AL- Qanum FiAl -Tibb  কিতাপখন কোনে ৰচনা কৰিছিল ? ইয়াৰ কিমান বিধ ঔষধৰ নাম সন্নিৱিষ্ট কৰা হৈছে ?

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

7. মধ্য় ইছলামিক ভূ-খণ্ডৰ ইতিহাস লিখাৰ বাবে দুটা গুৰুত্বপূৰ্ণ উতসৰ নাম উল্লেখ কৰা ?

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

8. আব্বাছিদ বিপ্লৱ কি ?

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

9. কাৰ ৰাজত্বকালত মধ্য ইছলামীয় সাম্ৰাজ্যত হিজৰি বৰ্ষ প্ৰৱৰ্তন কৰা হৈছিল ? ইয়াৰ গুৰুত্ব কি আছিল ?

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

10. খালিফা পদ্ধতিৰ বিকাশ কেনেকৈ হ'ল ?

11. হজৰত মহম্মদে মক্কাৰ পৰা মদিনালৈ কৰা যাত্ৰাটো ইছলামীয় ইতিহাসৰ কিয় গুৰুত্বপূৰ্ণ ঘটনা বোলা হ'য় ?

12. আৰৱসকলৰ ধৰ্মীয় বিশ্বাসৰ প্ৰাথমিক স্তৰসমূহ চমুকৈ বৰ্ণনা কৰা?

13. আৰৱসকলৰ গোষ্ঠীগত বিভাজন বা সামাজিক বিভাজনৰ বিষয়ে লিখা ?

14.ইছলামিক সভ্যতাৰ বিষয়ে জানিবলৈ কি কি লিখিত প্ৰমাণৰ ওপৰত নিৰ্ভৰ কৰিবলগা হ'য় ?

15. মধ্যখণ্ডৰ ইছলামিক ঐতিহাসিক সমলবোৰৰ বিষয়ে এটা টোকা লিখা ?

16. আবাচিড বিপ্লৱ বুলিলে কি বুজা ?

17. ধৰ্মযুদ্ধৰ বিষয়ে এটা চমুটোকা লিখা ?

18. আবাচিডসকলৰ দিনত কোনেকৈ আৰৱ সাম্ৰাজ্যৰ ভাঙোন আৰম্ভ হৈছিল লিখা ?

19. ৮১০ খ্ৰী:ত কিয় আৰু কেনেকৈ আৰৱত গৃহযুদ্ধ হৈছিল বৰ্ণনা কৰা ?

20. আৰৱ সাম্ৰাজ্যত ইৰাণীয় সংস্কৃতিৰ উদ্ভৱ বৰ্ণনা কৰা ?

21. আবাচিডসকলে আৰৱৰ ক্ষমতা কেনেকৈ দখল কৰিছিল ?

22. অৱদ-অল -মালিকৰ মুদ্ৰা সংস্কাৰৰ বিষয়ে লখা ?

23. অবদ- অল - মালিকৰ কাম-কাজৰ বিষয়ে বৰ্ণনা কৰা ?

24. হজৰত মহম্মদৰ মৃত্যৰ পিছত মুছলমানসকলৰ মাজত হোৱা গৃহযুদ্ধৰ বিষয়ে লিখা ?

25. হজৰত মহম্মদৰ মৃত্যুৰ পিছৰ আৰৱৰ বিষয়ে লিখা ?

C. Essay type questions :


 1.  আব্বাছিদ বিপ্লৱ ’ কি ? 

 (এই প্ৰশ্নটো 2015 চনত আহিছিল)

2 . চহৰসমূহ গঢ়ি উঠাৰ কাৰণবােৰ ব্যাখ্যা কৰা । 

 (এই প্ৰশ্নটো 2016 চনত আহিছিল)

3 . ইছলামিক নির্মাণশৈলী ৰােমান । নির্মাণশৈলীতকৈ কি কি ধৰণে পৃথক ? 

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

4 . ধর্মযুদ্ধ বুলিলে কি বুজা ? এঘাৰ শতিকাত ইউৰােপত হােৱা ধর্মযুদ্ধৰ বিষয়ে চমুকৈ 

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

5 . খলিফাতন্ত্রৰ পতনৰ বাবে দায়ী চাৰিটা কাৰণ লিখা ?

 (এই প্ৰশ্নটো 2015 চনত আহিছিল)

 6 . ভাৰতৰ এখন ৰেখা মানচিত্র অঙ্কন কৰা আৰু প্ৰধান চহৰ চাৰিখন - দিল্লী , মুম্বাই, চেন্নাই আৰু কলকাতা বহুওৱা ?

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

7 . fonsation বিপ্লৱ ’ কি ?   

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

8. খলিফাতন্ত্রৰ পতনৰ বাবে দায়ী চাৰিটা কাৰণ লিখা ?

 (এই প্ৰশ্নটো 2015 চনত আহিছিল)


 9. আৰব সাম্রাজ্যৰ উত্থানৰ | বাবে দায়ী চাৰিটা কাৰণ লিখা । 

 (এই প্ৰশ্নটো 2017 চনত আহিছিল)


10. CRATI বিষয়ে এটি চমু টোকা লিখা । 

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

11. ইচলাম ধৰ্মৰ চাৰিটা প্রধান উপদেশ লিখা । 

 (এই প্ৰশ্নটো 2017 চনত আহিছিল)

12.বিজ্ঞান আৰু দৰ্শনৰ ক্ষেত্ৰখনলৈ । আৰবসকলৰ অৱদানৰ বিষয়ে লিখা । ) 

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

13. আব্বাছিদসকল কোন আছিল ? তেওঁলােকে কিয় বিদ্রোহ কৰিছিল আৰু  ইয়াৰ ফলাফল কি হ’ল ?  

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

14.খলিফাসকলৰ পতনৰ কাৰণসমূহৰ লগতে চুলতানসকলৰ | উত্থানৰ কাৰণবােৰ কি আছিল ? 

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

15.ৰুবাই'ৰ বিষয়ে | এটি চমু টোকা লিখা । 

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

16.zpfapprox কিয় পতন হৈছিল ?

 (এই প্ৰশ্নটো 2017 চনত আহিছিল)

17. আৰবৰ ব্যৱসায় - বাণিজ্যৰ সামগ্ৰীসমূহৰ বিষয়ে লিখা । 

18. আৰব সাম্রাজ্যৰ ব্যৱসায় - বাণিজ্যৰ বিষয়ে এটা টোকা প্রস্তুত কৰা ।

19. আৰব সাম্রাজ্যৰ সংস্কৃতিৰ বিষয়ে লিখা । 

20. প্রাচীন আৰবৰ শিক্ষাব্যৱস্থাৰ বিষয়ে লিখা । 

21. আৰব সাম্রাজ্যৰ খেতি বাতিৰ বিষয়ে এটা টোকা লিখা ।  

22. আৰব সাম্রাজ্যৰ নগৰীকৰণৰ বিষয়ে বর্ণনা কৰা ।

23. ৰাজনৈতিক একত্রীকৰণ আৰু নগৰীয়াকৰণে কেনেদৰে আৰৱৰ বাণিজ্যক সহায় কৰিছিল ? 

24. প্রাচীন আৰব সাম্রাজ্যৰ সাহিত্যৰ বিষয়ে লিখা ।

25. ইউৰােপ আৰু এছিয়া মহাদেশত ধর্মযুদ্ধৰ  প্রভাৱ বর্ণনা কৰা । 

26. আৰব সাম্রাজ্যৰ কলা আৰু স্থাপত্য সম্পর্কে লিখা ।