মধ্য এছিয়াত অৱস্থিত ঐশ্লামিক তথা ইছলামীয় ভূখণ্ড
THE CENTRAL ISLAMIC LANDS
A.
Very Short Type Questions :
1. নিবনিদাস কোন আছিল ?
(এই প্ৰশ্নটো 2018 চনত আহিছিল)
2. তলৰ গ্ৰন্থকেইখনৰ লিখক কোন ?
i) Rubayat
ii) Shahnama
(এই প্ৰশ্নটো 2015 চনত আহিছিল)
3. হজৰত মহম্মদ কোন ?
(এই প্ৰশ্নটো 2015 চনত আহিছিল)
4. য়াম কি আছিল ?
(এই প্ৰশ্নটো 2017 চনত আহিছিল)
5. ইংৰাজী কোন চনৰ পৰা হিজৰী চনটো আৰম্ভ হৈছিল ?
(এই প্ৰশ্নটো 2015 চনত আহিছিল)
6. ইছলামীয় মুদ্ৰাত আৰবী লিপি ব্যৱহাৰ কৰা খলিফাজনৰ নাম লিখা?
(এই প্ৰশ্নটো 2019 চনত আহিছিল)
7. প্ৰাচীন ইৰানৰ পৱিত্ৰ গ্ৰন্থসমূহৰ ভাষাটো কি আছিল ?
(এই প্ৰশ্নটো 2016 চনত আহিছিল)
8. ইছলামিক কেলেণ্ডাৰখনৰ নাম কি ?
(এই প্ৰশ্নটো 2016 চনত আহিছিল)
9. চিৰিয়াক কি ?
10. আৰোমেইক কি ?
11. ৰচুল কি ?
12. মক্কা কি ?
13. আবাছিডসকল কোন ?
14. দাৱা মানে কি ?
15. নিছাপুৰ কিয় বিখ্য়াত ?
16. চুফতাজা মানে কি ?
17. উলেমা মানে কি ?
18. আৰৱ সাম্ৰাজ্যত দিনাৰ কি ?
19. কাজী বুলিলে কি বুজা ?
20. চুৃফী বুলিলে কি বুজা ?
21. আবু নুৱাছ কোন ?
22. ৰুবাই কি ?
23. ঘজালি কোন আছিল ?
24. ধৰ্মযুদ্ধ বুলিলে কি বুজা ?
25. মুছলমানসকল কোন দুটা বৃহত সম্প্ৰদায়ত বিভক্ত ?
26. কোনে কোতিয়া গজনী চুলতানী প্ৰতিষ্ঠা কৰিছিল ?
27. কোন চনত মংগোলসকলে বাগদাদ অধিকাৰ কৰি লয় ?
28. আৰৱ সাম্ৰাজ্য়ৰ সময়ত ভূগোলৰ দুখন কিতাপৰ নাম লিখা ?
29. আৰৱ সাম্ৰাজ্য়ৰ সময়ত ৰচিত দুখন বুৰঞ্জীৰ নাম লিখা ?
30. নৱ্য পাৰ্ছী কাব্য সাহিত্যৰ জনক বুলি কাক কোৱা হয় ?
31. কোৰাণ'ক কিমানটা চূৰাত ভাগ কৰা হৈছে ?
32. ইছলাম ধৰ্মৰ প্ৰৱিত্ৰ ধৰ্মগ্ৰন্থখনৰ নাম কি ?
33. আৰৱ সাম্ৰাজ্যৰ লোকসকলৰ মূল জীৱিকা কি আছিল ?
34. আৰৱ সাম্ৰাজ্যত খোৰজ নামৰ কৰবিধ কিয় লোৱা হৈছিল ?
35. অল-ক'নান ফলি টিব গ্ৰন্থখনৰ লিখক কোন ?
36. অবদ-অল-মালিক কোন ?
37. আৰৱ সাম্ৰাজ্যত দিৰহাম কি ?
38. উমিয়াড ৰাজবংশই ক'ত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল ?
39. আৰৱত উমিয়াড ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল ?
40. ইছলাম সাম্ৰাজ্যত কোন দুটা জনগোষ্ঠীয়ে গোষ্ঠীগত কাম-কাজত স্বৈয়ত্ব শাসনৰ সুবিধা পাইছিল ?
41. হজৰত মহম্মদৰ মৃত্যু কেতিয়া হৈছিল ?
42. ইছলামিক সভ্যতাৰ আৰম্ভণি কোতিয়া হৈছিল ?
43. ষষ্ঠ শতিকাত আৰৱ সভ্যতা ক'ৰপৰা বিস্তৃত আছিল ?
44. হজৰত মহম্মদে কোনখিনি সময়ত ইছলাম ধৰ্মৰ প্ৰচাৰ কৰিছিল ?
45. ইছলামিক সভ্যতাৰ বিস্তৃতি কিমানলৈ হৈছিল ?
46. তকিৰ-ই-তাবাৰি কি ?
47. কোন শতিকাৰ পৰা ইছলামিক ইতিহাসৰ যথাযথ লিখন আৰম্ভ হয় ?
B.
SHORT TYPE QUESTIONS :
1. কোৰাণ কোন ভাষাত লিখা হৈছিল আৰু ইয়াত কিমানটা অধ্যায় আছে ?
(এই প্ৰশ্নটো 2015 চনত আহিছিল)
2. ইছলামৰ দুটা ভাগ কি কি ? দুয়োটা ভাগৰে এটাকৈ বৈশিষ্ট্য লিখা ?
(এই প্ৰশ্নটো 2015 চনত আহিছিল)
3. চাহনামা কি ?
(এই প্ৰশ্নটো 2016 চনত আহিছিল)
4. মধ্য ইছলামীয় সাম্ৰাজ্যত অ-মুছলমান সকলে দিবলগা কৰ দুবিধ কি কি ?
(এই প্ৰশ্নটো 2019 চনত আহিছিল)
5. মুছলমানসকলৰ প্ৰথম আৰু দ্বিতীয় খলিফাৰ নাম কি ?
(এই প্ৰশ্নটো 2017 চনত আহিছিল)
6. (AL- Qanum FiAl -Tibb কিতাপখন কোনে ৰচনা কৰিছিল ? ইয়াৰ কিমান বিধ ঔষধৰ নাম সন্নিৱিষ্ট কৰা হৈছে ?
(এই প্ৰশ্নটো 2019 চনত আহিছিল)
7. মধ্য় ইছলামিক ভূ-খণ্ডৰ ইতিহাস লিখাৰ বাবে দুটা গুৰুত্বপূৰ্ণ উতসৰ নাম উল্লেখ কৰা ?
(এই প্ৰশ্নটো 2018 চনত আহিছিল)
8. আব্বাছিদ বিপ্লৱ কি ?
(এই প্ৰশ্নটো 2017 চনত আহিছিল)
9. কাৰ ৰাজত্বকালত মধ্য ইছলামীয় সাম্ৰাজ্যত হিজৰি বৰ্ষ প্ৰৱৰ্তন কৰা হৈছিল ? ইয়াৰ গুৰুত্ব কি আছিল ?
(এই প্ৰশ্নটো 2019 চনত আহিছিল)
10. খালিফা পদ্ধতিৰ বিকাশ কেনেকৈ হ'ল ?
11. হজৰত মহম্মদে মক্কাৰ পৰা মদিনালৈ কৰা যাত্ৰাটো ইছলামীয় ইতিহাসৰ কিয় গুৰুত্বপূৰ্ণ ঘটনা বোলা হ'য় ?
12. আৰৱসকলৰ ধৰ্মীয় বিশ্বাসৰ প্ৰাথমিক স্তৰসমূহ চমুকৈ বৰ্ণনা কৰা?
13. আৰৱসকলৰ গোষ্ঠীগত বিভাজন বা সামাজিক বিভাজনৰ বিষয়ে লিখা ?
14.ইছলামিক সভ্যতাৰ বিষয়ে জানিবলৈ কি কি লিখিত প্ৰমাণৰ ওপৰত নিৰ্ভৰ কৰিবলগা হ'য় ?
15. মধ্যখণ্ডৰ ইছলামিক ঐতিহাসিক সমলবোৰৰ বিষয়ে এটা টোকা লিখা ?
16. আবাচিড বিপ্লৱ বুলিলে কি বুজা ?
17. ধৰ্মযুদ্ধৰ বিষয়ে এটা চমুটোকা লিখা ?
18. আবাচিডসকলৰ দিনত কোনেকৈ আৰৱ সাম্ৰাজ্যৰ ভাঙোন আৰম্ভ হৈছিল লিখা ?
19. ৮১০ খ্ৰী:ত কিয় আৰু কেনেকৈ আৰৱত গৃহযুদ্ধ হৈছিল বৰ্ণনা কৰা ?
20. আৰৱ সাম্ৰাজ্যত ইৰাণীয় সংস্কৃতিৰ উদ্ভৱ বৰ্ণনা কৰা ?
21. আবাচিডসকলে আৰৱৰ ক্ষমতা কেনেকৈ দখল কৰিছিল ?
22. অৱদ-অল -মালিকৰ মুদ্ৰা সংস্কাৰৰ বিষয়ে লখা ?
23. অবদ- অল - মালিকৰ কাম-কাজৰ বিষয়ে বৰ্ণনা কৰা ?
24. হজৰত মহম্মদৰ মৃত্যৰ পিছত মুছলমানসকলৰ মাজত হোৱা গৃহযুদ্ধৰ বিষয়ে লিখা ?
25. হজৰত মহম্মদৰ মৃত্যুৰ পিছৰ আৰৱৰ বিষয়ে লিখা ?
C. Essay type questions :
1. আব্বাছিদ বিপ্লৱ ’ কি ?
(এই প্ৰশ্নটো 2015 চনত আহিছিল)
2 . চহৰসমূহ গঢ়ি উঠাৰ কাৰণবােৰ ব্যাখ্যা কৰা ।
(এই প্ৰশ্নটো 2016 চনত আহিছিল)
3 . ইছলামিক নির্মাণশৈলী ৰােমান । নির্মাণশৈলীতকৈ কি কি ধৰণে পৃথক ?
(এই প্ৰশ্নটো 2015 চনত আহিছিল)
4 . ধর্মযুদ্ধ বুলিলে কি বুজা ? এঘাৰ শতিকাত ইউৰােপত হােৱা ধর্মযুদ্ধৰ বিষয়ে চমুকৈ
(এই প্ৰশ্নটো 2016 চনত আহিছিল)
5 . খলিফাতন্ত্রৰ পতনৰ বাবে দায়ী চাৰিটা কাৰণ লিখা ?
(এই প্ৰশ্নটো 2015 চনত আহিছিল)
6 . ভাৰতৰ এখন ৰেখা মানচিত্র অঙ্কন কৰা আৰু প্ৰধান চহৰ চাৰিখন - দিল্লী , মুম্বাই, চেন্নাই আৰু কলকাতা বহুওৱা ?
(এই প্ৰশ্নটো 2016 চনত আহিছিল)
7 . fonsation বিপ্লৱ ’ কি ?
(এই প্ৰশ্নটো 2015 চনত আহিছিল)
8. খলিফাতন্ত্রৰ পতনৰ বাবে দায়ী চাৰিটা কাৰণ লিখা ?
(এই প্ৰশ্নটো 2015 চনত আহিছিল)
9. আৰব সাম্রাজ্যৰ উত্থানৰ | বাবে দায়ী চাৰিটা কাৰণ লিখা ।
(এই প্ৰশ্নটো 2017 চনত আহিছিল)
10. CRATI বিষয়ে এটি চমু টোকা লিখা ।
(এই প্ৰশ্নটো 2018 চনত আহিছিল)
11. ইচলাম ধৰ্মৰ চাৰিটা প্রধান উপদেশ লিখা ।
(এই প্ৰশ্নটো 2017 চনত আহিছিল)
12.বিজ্ঞান আৰু দৰ্শনৰ ক্ষেত্ৰখনলৈ । আৰবসকলৰ অৱদানৰ বিষয়ে লিখা । )
(এই প্ৰশ্নটো 2018 চনত আহিছিল)
13. আব্বাছিদসকল কোন আছিল ? তেওঁলােকে কিয় বিদ্রোহ কৰিছিল আৰু ইয়াৰ ফলাফল কি হ’ল ?
(এই প্ৰশ্নটো 2019 চনত আহিছিল)
14.খলিফাসকলৰ পতনৰ কাৰণসমূহৰ লগতে চুলতানসকলৰ | উত্থানৰ কাৰণবােৰ কি আছিল ?
(এই প্ৰশ্নটো 2018 চনত আহিছিল)
15.ৰুবাই'ৰ বিষয়ে | এটি চমু টোকা লিখা ।
(এই প্ৰশ্নটো 2019 চনত আহিছিল)
16.zpfapprox কিয় পতন হৈছিল ?
(এই প্ৰশ্নটো 2017 চনত আহিছিল)
17. আৰবৰ ব্যৱসায় - বাণিজ্যৰ সামগ্ৰীসমূহৰ বিষয়ে লিখা ।
18. আৰব সাম্রাজ্যৰ ব্যৱসায় - বাণিজ্যৰ বিষয়ে এটা টোকা প্রস্তুত কৰা ।
19. আৰব সাম্রাজ্যৰ সংস্কৃতিৰ বিষয়ে লিখা ।
20. প্রাচীন আৰবৰ শিক্ষাব্যৱস্থাৰ বিষয়ে লিখা ।
21. আৰব সাম্রাজ্যৰ খেতি বাতিৰ বিষয়ে এটা টোকা লিখা ।
22. আৰব সাম্রাজ্যৰ নগৰীকৰণৰ বিষয়ে বর্ণনা কৰা ।
23. ৰাজনৈতিক একত্রীকৰণ আৰু নগৰীয়াকৰণে কেনেদৰে আৰৱৰ বাণিজ্যক সহায় কৰিছিল ?
24. প্রাচীন আৰব সাম্রাজ্যৰ সাহিত্যৰ বিষয়ে লিখা ।
25. ইউৰােপ আৰু এছিয়া মহাদেশত ধর্মযুদ্ধৰ প্রভাৱ বর্ণনা কৰা ।
26. আৰব সাম্রাজ্যৰ কলা আৰু স্থাপত্য সম্পর্কে লিখা ।