লিখন পদ্ধতি আৰু নগৰীয়া জীৱন 

WRITING AND CITY LIFE 

 A. 

Very Short Type Question :

1. মেছ`পটেমিয়া` শব্দৰ অৰ্থ কি ?

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

2. মেছোপটেমিয়া শব্দটোৰ অৰ্থ কি ?

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

3. মেচ`প`টেমীয়া সভ্য়তা কিহৰ বাবে বিখ্য়াত ?

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

4. পেপিৰাচ কি ?

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

5. পেপিৰ`লজিষ্ট বুলি কাক কোৱা হৈছিল  ?

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

B. 

Short Type Questions :

1. কিউনিফৰ্ম কি ? ইয়াক কোনটো ভাষাৰ শব্দৰ পৰা লোৱা হৈছে ?

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

2. মেছোপটেমিয়া সভ্য়তাক চহকী কৰা নদী দুখনৰ নাম লিখা ?

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

3. দক্ষিণ মেচ`প`টেমিয়াৰ কৃষিকৰ্মৰ দুটা সমস্য়া উল্লেখ কৰা ?

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

4. মেছ`পটেমিয়াৰ নগৰ পৰিকল্পনাৰ দুটা একক বৈশিষ্ট্য় উল্লেখ কৰা?

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

5. মেছ`পটেমিয়াত উতপাদিত খাদ্য়সামগ্ৰীসমূহ কি কি আছিল ?

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

6. মেছপটেমিয়া সভ্য়তাৰ উল্লেখনীয় বৈশিষ্ট্য়সমূহ লিখা ?

7. ইৰাকৰ ভৌগোলিক অৱস্থিতি বৰ্ণনা কৰা ?

8. মেছপটেমিয়া সভ্য়তাত দ্ৰব্য়ৰ আমদানি-ৰপ্তানিৰ বিষয়ে লিখা ?

9.মেছপটেমিয়াৰ চীলমোহৰবোৰৰ সম্পৰ্কে এটা টোকা লিখা ?

10. মেছপটেমিয়া সভ্য়তাৰ লোকসকলক ইউফ্ৰটিচ আৰু টাইগ্ৰীচ দুখনে কিদৰে সহায় কৰিছে ?

11. মেছপটেমিয়া সভ্য়তাৰ নগৰৰ বিষয়ে এটা টোকা লিখা ?

12. মেছপটেমিয়ান সভ্য়তাৰ লোকসকলৰ জীৱন নিৰ্বাহৰ বিষয়ে লিখা ?

 

C. 

Essay Type Question :

1. মেছোপটেমমিয়াৰ নগৰৰ মানুহৰ জীৱনৰ সম্পৰ্কে এটি টোকা লিখা ?

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

2. মেছোপটেমীয়া সমাজ কোনকেইটা সামাজিক শ্ৰেণীত বিভক্ত আছিল ?

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

3. প্ৰাচীন মন্দিৰবোৰ কিয় দেখিবলৈ প্ৰায় ঘৰৰ দৰেই ?

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

4. মেছোপটেমীয় সভ্য়তা কিহৰ বাবে বিখ্য়াত ?

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

5. নগৰীয় জীৱনৰ বিশেষত্বসমূহ কি কি ?

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

6. এম্ফোৰাই`ৰ বিষয়ে এটি টোকা লিখা ?

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

7. প্ৰাচীন কাহিনীবোৰৰ পৰা মেছোপটেমিয়া সভ্য়তাৰ বিষয়ে আমি কি জানিব পাৰোঁ?

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

8. মেছপটেমিয়াৰ বাণিজ্য় সম্পৰ্কে তুমি কি জানা লিখা ?

9. মেছপটেমিয়া সভ্য়তাত লিখনিৰ বিকাশৰ বিষয়ে এটা টোকা লিখা ?

10. মেছপটেমিয়াৰ নগৰীয়া জীৱন সম্পৰ্কে লিখা ?

11. দক্ষিণ মেছ`পটেমিয়াত নগৰীকৰণৰ বিষয়ে এটা টোকা লিখা ?