অসমৰ কেইখনমান সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থ
২০১৯ চনত সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থ খনৰ নাম "চাণক্য" লেখক জয়শ্ৰী গোস্বামী ।
২০১৮ চনত সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থ খনৰ নাম "কাইলৈ দিনটো আমাৰ হ'ব" লেখক সনন্ত তাতী ।
২০১৭ চনত সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থ খনৰ নাম "মৰিয়াহোলা" লেখক জয়ন্ত মাধব বৰা ।
২০১৬ চনত সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থ খনৰ নাম "মেঘমালাৰ ভ্ৰমন" লেখক জ্ঞান পূজাৰী ।
২০১৫ চনত সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থ খনৰ নাম "আকাশৰ ছবি আৰু অন্যান্য গল্প লেখক কুল শইকিয়া ।
২০১৪ চনত সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থ খনৰ নাম "মৰিয়াল আষ্টিন অথবা হীৰা বৰুৱা লেখক অৰুপা পটংগীয়া কলিতা ।
২০১৩ চনত সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থ খনৰ নাম "ধুলিয়ৰী ভৰিৰ সঁচ" লেখক ৰবীন্দ্ৰ সৰকাৰ ।
২০১২ চনত সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থ খনৰ নাম "পাটকাই ইপাৰে মোৰ দেশ" লেখক চন্দনা গোস্বামী ।
২০১১ চনত সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থ খনৰ নাম "এই অনুৰাগী, এই উদাম" লেখক ড° কবিন ফুকন ।
২০১০ চনত সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থ খনৰ নাম "ৰামায়নী সহিত্য" লেখক কেশদা মহন্ত ।
২০১০ চনত সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থ খনৰ নাম "শিশু সহিত্য" লেখক গগন চন্দ্ৰ অধিকাৰী ।
২০০৯ চনত সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থ খনৰ নাম "কথা ৰত্নাকৰ লেখক ড° ধ্ৰুজ্যোতি বৰা ।
২০০৮ চনত সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থ খনৰ নাম "দেওলাংখুই" লেখক ৰীতা চৌধুৰী ।
২০০৭ চনত সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থ খনৰ নাম "শান্তনুকুলনন্দন লেখক পুৰবী বৰমুদৈ ।
২০০৬ চনত সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থ খনৰ নাম "চেনেহ জৰীৰ গাঁঠি লেখক অতুলানন্দ গোস্বামী ।
২০০৫ চনত সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থ খনৰ নাম "মৌন ওঁঠ মুখৰ হৃদয় লেখক য়েছে দৰজে ঠংছি ।
২০০৪ চনত সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থ খনৰ নাম "মানুহ অনুকূল" লেখক হীৰেন্দ্ৰ নাথ দত্ত ।
২০০৩ চনত সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থ খনৰ নাম "অনেক মানুহ অনেক ঠাই আৰু নিৰ্জনতা লেখক বীৰেশ্বৰ বৰুৱা ।
২০০২ চনত সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থ খনৰ নাম "মহৎ ঐতিহ্য লেখক নলিনীধৰ ভট্টাচাৰ্য ।
২০০১ চনত সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থ খনৰ নাম "এধানি মাহীৰ হাঁহি লেখক মহিম বৰা ।
২০০০ চনত সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থ খনৰ নাম "বাঘে টুপুৰ ৰাতি লেখক অপূৰ্ব শৰ্মা ।
১৯৯৯ চনত সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থ খনৰ নাম "বিপন্ন সময় লেখক মেদিনী চৌধুৰী ।
১৯৯৮ চনত সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থ খনৰ নাম "আশীৰ্বাদৰ ৰং লেখক অৰুণ শৰ্মা ।
১৯৯৭ চনত সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থ খনৰ নাম "আন্ধাৰত নিজৰ মুখ লেখক নগেন শইকিয়া ।
১৯৯৬ চনত সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থ খনৰ নাম "অভিযাত্ৰী" লেখক নিৰুপমা বৰগোহাঞি ।
১৯৯৫ চনত সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থ খনৰ নাম "মহাৰথী" লেখক চন্দ্ৰপ্ৰসাদ শইকীয়া ।
১৯৯৪ চনত সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থ খনৰ নাম "মধুপুৰ বহুদূৰ" লেখক শীলভদ্ৰ ।
১৯৯৩ চনত সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থ খনৰ নাম "মোৰ যে কিমান হেপাঁহ" লেখক কেশৱ মহন্ত ।
১৯৯২ চনত সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থ খনৰ নাম "শইচৰ পথাৰ" মানুহ লেখক হীৰেণ ভট্টাচাৰ্য ।
১৯৯১ চনত সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থ খনৰ নাম "ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য লেখক অজিত বৰুৱা ।
১৯৯০ চনত সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থ খনৰ নাম "স্নেহ দেৱীৰ একুঁকি গল্প (মৰণোত্তৰ ভাবে) লেখক স্নেহ দেৱী ।
১৯৮৯ চনত সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থ খনৰ নাম "অসমায়া জতীৰ জীৱনত মহাপুৰুষীয়া পৰম্পৰা লেখক হীৰেন গোহাঁই ।
১৯৮৮ চনত সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থ খনৰ নাম "পাতাল ভৈৰৱী" লেখক লক্ষ্মীনন্দন বৰা ।
১৯৮৭ চনত সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থ খনৰ নাম "আন এজন" হৰেকৃষ্ণ ডেকা ।
১৯৮৬ চনত সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থ খনৰ নাম "বেণুধৰ শৰ্মা" লেখক তীৰ্থনাথ শৰ্মা ।
১৯৮৫ চনত সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থ খনৰ নাম "কৃষ্ণকান্ত সন্দিকৈ ৰচনা সম্ভাৰ (মৰণোত্তৰভাবে)" লেখক কৃষ্ণকান্ত সন্দিকৈ ।
১৯৮৪ চনত সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থ খনৰ নাম " জংগম (মৰণোত্তৰভাবে) লেখক দেবেন্দ্ৰনাথ আচাৰ্য ।
১৯৮৩ চনত সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থ খনৰ নাম "সুদীৰ্ঘ দিন আৰু ঋতু" লেখক নিৰ্মলপ্ৰভা বৰদলৈ ।
১৯৮২ চনত সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থ খনৰ নাম "মামৰে ধৰা তৰোৱাল আৰু দুখনি উপন্যাস লেখক মামণি ৰয়ছম গোস্বামী ।
১৯৮১ চনত সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থ খনৰ নাম "কবিতা" লেখক নীলমণি ফুকন ।
১৯৮০ চনত সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থ খনৰ নাম "পৃথিৱীৰ অসুখ" যোগেশ দাস ।
১৯৭৯ চনত সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থ খনৰ নাম "সোণালী জাহাজ" লেখক ভবেন বৰুৱা ।
১৯৭৮ চনত সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থ খনৰ নাম "পিতা-পুত্ৰ" হোমেন বৰগোহাঞি ।
১৯৭৭ চনত সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থ খনৰ নাম "বকুল বনৰ কবিতা" লেখক আনন্দচন্দ্ৰ বৰুৱা ।
১৯৭৬ চনত সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থ খনৰ নাম "শৃংখল" লেখক ভবেন্দ্ৰ নাথ শইকীয়া ।
১৯৭৫ চনত সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থ খনৰ নাম "ককাদেউতা হাড়" লেখক নৱকান্ত বৰুৱা ।
১৯৭৪ চনত সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থ খনৰ নাম ''গোলাম'' লেখক সৌৰভ কুমাৰ চলিহা ।
১৯৭২ চনত সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থ খনৰ নাম ''অঘৰী আত্মাৰ কাহিনী'' লেখক চৈয়দ আব্দুুল মালিক ।
১৯৭১ চনত সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থ খনৰ নাম ''অসমীয়া জাতিৰ জীৱনত মহাপুৰুষীয়া'' লেখক যতীন্দ্ৰ নাথ দুৱৰা ।
১৯৭০ চনত সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থ খনৰ নাম ''মহাত্মাৰ পৰা ৰূপকোঁৱৰলৈ'' লেখক লক্ষ্মীনাথ ফুকন ।
১৯৬৯ চনত সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থ খনৰ নাম ''মঞ্চলেখা'' লেখক অতুলচন্দ্ৰ হাজৰিকা ।
১৯৬৮ চনত সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থ খনৰ নাম ''অলকানন্দা'' লেখক নলিনীবালা দেৱী ।
১৯৬৭ চনত সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থ খনৰ নাম ''আধুনিক গল্প সাহিত্য'' লেখক ত্ৰৈলোক্যনাথ গোস্বামী ।
১৯৬৬ চনত সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থ খনৰ নাম ''বেদনাৰ উল্কা'' লেখক অম্বিকাগিৰী ৰায়চৌধুৰী ।
১৯৬৪ চনত সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থ খনৰ নাম ''অসমৰ লোক-সংস্কৃতি'' লেখক বিৰিঞ্চকুমাৰ বৰুৱা ।
১৯৬০ চনত সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থ খনৰ নাম কংগ্ৰেছৰ ''কাঁচিয়লি ৰ'দত'' লেখক বেণুধৰ শৰ্মা ।
১৯৫৫ চনত সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থ খনৰ নাম ''বনফুল" লেখক যতীন্দ্ৰ নাথ দুৱৰা ।