অসমৰ কেইগৰাকীৰ মান মহান সাহিত্যিকৰ নাম

* অনন্ত কন্দলি  

* অতুলচন্দ্ৰ হাজৰিকা  ( ১৯০৩-১৯৮৬ )

* হীৰেন ভট্টাচাৰ্য (১৯৩২ )

* নৱকান্ত বৰুৱা  ( ১৯২৬-২০০২ )

* হেমচন্দ্ৰ বৰুৱী ( ১৮৩৫-১৮৯৬ )

* নিৰ্মলপ্ৰভা বৰদলৈ ( ১৯৩৩-২০০৪ )

* ৰজনীকান্ত বৰদলৈ ( ১৮৬৭-১৯৪০ )

* অমূল্য বৰুৱা  (১৯২২-১৯৪৬ )

* হোমেন বৰগোহাঞি ( ১৯৩২ )

* কমলাকান্ত ভট্টচাৰ্য  ( ১৮৫৩ - ১৯৩৪ )

* হেমচন্দ্ৰ গোস্বামী  ( ১৮৭২-১৯২৮ )

* আনন্দৰাম বৰুৱা  ( ১৮৫০-১৮৮৯ )

* হেম বৰুৱা ( ১৯১৫-১ ৯৭৭ )

* অম্বিকাগিৰী ৰায়চৌধুৰী ( ১৮৮৫-১৯৬৭ )

* বীৰেন্দ্ৰ নাথ দত্ত  ( ১৯৩৭ )

* লক্ষ্যধৰ চৌধুৰী ( ১৯১৫ - ২০০০ )

* কৃষ্ণকান্ত সন্দিকৈ ( ১৮৯৭-১৯৮১ )

* পদ্মনাথ গোহাঞি বৰুৱা ( ১৮৭১-১৯৪৬ )

* ৰঘুনাথ চৌধুৰী  ( ১৮৭৯-১৯৬৭ )