বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী   আন্দোলন ।


পৰীক্ষাৰ প্ৰশ্নসমূহ

A. অতি চমু প্ৰশ্নাৱলীঃ

১) 'বন্দে মাতৰম' গীতটো কোনে ৰচনা কৰিছিল?
(এই প্ৰশ্নটো 2011 আৰু 2014 চনত আহিছিল)

উত্তৰঃ


২) লৰ্ড মিন্টো কোন আছিল?

(এই প্ৰশ্নটো 2013 চনত আহিছিল)

উত্তৰঃ



৩) কোনখন আইনৰ দ্বাৰা বঙ্গদেশৰ গভৰ্ণৰজনক গভৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰা হৈছিল?

(এই প্ৰশ্নটো 2010 চনত আহিছিল)

উত্তৰঃ



৪) 'লাল-বাল-পাল' কোন কোন আছিল?

(এই প্ৰশ্নটো 2012 চনত আহিছিল )

উত্তৰঃ


B. চমু প্ৰশ্নাৱলীঃ

১) স্বদেশী আন্দোলনৰ সময়ছোৱাত বঙ্গদেশ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল, চমুকৈ লিখা ।

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰঃ



২) 'বংগ বিভাজন' কি আছিল? ইয়াৰ দুটা গুৰুত্বপূৰ্ণ ফলাফল উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2020 চনত আহিছিল )

উত্তৰঃ



৩) স্বদেশী আন্দোলনৰ প্ৰাৰম্ভিক কাৰ্যসুচীবোৰ কি কি আছিল? প্ৰতিবিধ কাৰ্যসুচী চমুকৈ উল্লেখ কৰা । 

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰঃ



৪) আগা খাঁৰ নেতৃত্বত মুছলমান সঁজাতি দলটোৱে ছিমলাত ব্ৰিটিছ ভাইচৰয়ৰ ওপৰত কি অনুৰোধ জনাইছিল?

(এই প্ৰশ্নটো 2014 চনত আহিছিল)

উত্তৰঃ


৫) স্বদেশী আন্দোলনত মহিলাৰ ভূমিকাৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা ।

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰঃ



৬) ভাৰতৰ স্বদেশী আন্দোলনৰ মহিলাৰ অৱদান চমুকৈ লিখা ।

(এই প্ৰশ্নটো 2020 চনত আহিছিল)

উত্তৰঃ



৭) বংগ ভংগ আন্দোলনৰ প্ৰাথমি কাৰ্য্যসুচী সমূহ কি আছিল?

(এই প্ৰশ্নটো 2016 আৰু 2017 চনত আহিছিল)

উত্তৰঃ



৮) স্বদেশী আন্দোলনৰ তিনিটা অৱদান আলোচনা কৰা ।

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰঃ



৯) বংগ বিভাজনে সৃষ্টি কৰা 'পূৰ্ববংগ আৰু অসম' নামৰ প্ৰদেশখৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সমমণ্ডল উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

উত্তৰঃ



১০) স্বদেশী আন্দোলন জুৰ্বল কৰাৰ বাবে বৃটিছ চৰকাৰে কি কি কৰ্মপন্থা লৈছিল? আন্দোলনৰ নেতাসকলৰ পৰা চৰকাৰে সঁহাৰি লাভ কৰিছিল নে?

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰঃ



১১)স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্য ব্ৰিটিছ চৰকাৰে কি কি আন্দোলন বিৰোধী কাাৰ্যসুচী গ্ৰহণ কৰিছিল?

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

উত্তৰঃ



১২) ভাৰতত স্বদেশী আন্দোলন কেতিয়া হৈছিল? স্বদেশী শিল্প উদ্যোগৰ বিকাশত ইয়াৰ অৰিহণা কি আছিল?

(এই প্ৰশ্নটো 2020 চনত আহিছিল)

উত্তৰঃ



১৩) লৰ্ড কাৰ্জনে ঘোষণা কৰা বংগভংগৰ চাৰিফদীয়া আঁচনিখনৰ প্ৰথম দফাৰ আঁচনিসমূহ কি কি আছিল?

(এই প্ৰশ্নটো 2018 চনত আহিছিল )

উত্তৰঃ


C. ৰচনাধৰ্মী প্ৰশ্নাৱলীঃ 

১) "বঙ্গ বিভাজন" বুলিলে কি বুজা যায়? ইয়াৰ দুটা গুৰুত্বপূৰ্ণ ফলাফল উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2013 চনত আহিছিল)

উত্তৰঃ



২) ব্ৰিটিছৰ শাসন কালত হোৱা বঙ্গ বিভাজনৰ কাৰণ আৰু ইয়াৰ ফলাফলবোৰ চমুকৈ উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2011 চনত আহিছিল)

উত্তৰঃ



৩)ভাৰতবৰ্ষত স্বদেশী আন্দোলনৰ কালছোৱাত মুছলীম লীগৰ উত্থান সম্পৰ্কে চমুকৈ লিখা ।

(এই প্ৰশ্নটো 2012 চনত আহিছিল)

উত্তৰঃ


অতিৰিক্ত প্ৰয়োজনীয় প্ৰশ্নাৱলীঃ

A. অতি চমু প্ৰশ্নাৱলীঃ

১) এলাহাবাদ সন্ধি কাৰ কাৰ মাজত হৈছিল?

উত্তৰঃ


২) কাৰ নেতৃত্বত ছাত্ৰ সংসদ গঠিত হৈছিল?

উত্তৰঃ


৩) অবিভক্ত বংগদেৰ মুঠ জনসংখ্যা কিমান?

উত্তৰঃ


৪) জাতীয় শিক্ষা পৰিষদৰ উদ্যোগত কলিকতাত স্থাপন হোৱা জাতীয় কলেজখনৰ অধ্যক্ষ কোন আছিল?

উত্তৰঃ


৫) 'মৰ্লে মিন্টো সংস্কাৰ' আইন কেতিয়া প্ৰণয়ন হৈছিল?

উত্তৰঃ


৬) বন্দিনী ভাৰত কোনে ৰচনা কৰিছিল?

উত্তৰঃ


৭) কাৰ পৌৰহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয় বাবে 'স্বৰাজ' বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল?

উত্তৰঃ


৮) 'বংগীয় কলা সংসদ' কাৰ প্ৰচেষ্টাত গঢ় লৈছিল?

উত্তৰঃ


৯) ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম গৰাকী শ্বহীদৰ নাম লিখা ।

উত্তৰঃ


১০) বংগ নাৰীৰ সাহসিকতাৰ সম্পৰ্কে লণ্ডনৰ কোনখন বিখ্যাত কাকতত প্ৰকাশ পাইছিল?

উত্তৰঃ


১১) কংগ্ৰেছৰ ১৯ তম অধিৱেশন ক'ত হৈছিল? ইয়াৰ সভাপতি কোন আছিল?

উত্তৰঃ


১২)'কেশৰী'-প্ৰতিকাখন কাৰ আছিল?

উত্তৰঃ


১৩) ১৯০৫ খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল?

উত্তৰঃ


১৪) বংগ জাতীয় মহাবিদ্যালয়ৰ নামটো কি?

উত্তৰঃ


১৫) ৰিপন কলেজৰ বৰ্তমানৰ অধ্যক্ষ কোন আছিল?

উত্তৰঃ


১৬) পূৰ্ব্বংগ আৰু অসমৰ মুঠ মাটিকালি কিমান বৰ্গমাইল আছিল?

উত্তৰঃ


১৭)"বৰ্জনৰ অৰ্থ স্দেশীকতা আৰু স্বদেশীকতাৰ মমাৰ্থ হ'ল ইংৰাজৰ লগত সৰ্বতোপ্ৰকাৰে অসহযোগিতা কৰা"- কথাষাৰ কোনে কৈছিল?

উত্তৰঃ


১৮) বংগ বিভাজন কেতিয়া হৈছিল?

উত্তৰঃ


১৯) বাৰীন্দ্ৰ কোমাৰ ঘোষ কাৰ ভাতৃ?

উত্তৰঃ


২০)কংগ্ৰেছৰ বিভাজিত গোট দুটা কি নামেৰে জনা গৈছিল?

উত্তৰঃ


২১) ভাইচৰয় লৰ্ড কাৰ্জনে বংগদেশক দুভাগ কৰি এবাগ অসমৰ সৈতে সংযুক্ত কৰি গঠন কৰা নতুন প্ৰদেশখনৰ নাম কি আছিল?

উত্তৰঃ


২২) বংগ বিভাজন বাতিলৰ ঘোষণা কোনে কৰিছিল?

উত্তৰঃ


২৩) 'বংগ মাতা'ক ভাৰত মাতা'ৰ ৰূপে কোনে প্ৰদান কৰিছিল?

উত্তৰঃ


২৪) বংগদেশত 'জাতীয় শিক্ষা পৰিষদ' নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল?

উত্তৰঃ



২৫) কোনে অৰুণডেেল কমিতি গঠন কৰি দিছিল?

উত্তৰঃ


২৬) পূৰ্ব বংগ আৰু অসমৰ নতুন ৰাজধানী কি আছিল?

উত্তৰঃ


২৭) কোন তাৰিখে বংগ ভংগ আঁচনি কাৰ্যকৰী হৈছিল?

উত্তৰঃ



২৮) চৰমপন্থীসকলে কাক সভাপতি পাতিছিল?

উত্তৰঃ


২৯) কাৰ অৰ্থসাহাৰ্যত বেংগল টেকনিকেল ইনষ্টিটিউট নামৰ শিক্ষানুষ্ঠান গঢ়ি উঠিছিল?

উত্তৰঃ


৩০)  স্বদেশী আন্দোলনৰ সময়ছোৱাত 'যুগান্তৰ' নামৰ সংবাদপত্ৰখন সম্পাদনা কোনে কৰিছিল?

উত্তৰঃ


৩১) 'মুক্তি কোন পথে' নামৰ পত্ৰিকাখনৰ প্ৰকাশক গৰাকীৰ নাম লিখা ।

উত্তৰঃ


৩২) কোনখন অধিবেশনৰ সময়ত জাতীয় কংগ্ৰেছ বিভাজিত হৈছিল?

উত্তৰঃ


৩৩) বংগ বিভাজন কোন ভাইচৰয়ৰ শাসনকালত হৈছিল?

উত্তৰঃ


৩৪)কাৰ আহ্বানক্ৰমে কলিকতাৰ জনতাই বংগভংগৰৰ প্ৰতিবাদত ৰাখীবন্ধন পালন কৰিছিল?

উত্তৰঃ

৩৫) অবিভক্ত বংগদেশত কিমান বঙালী মানুহ আছিল?

৩৬)'ভাৰতীয় উদ্যোগ সন্মিলনল'ত কোনে পৌৰহিত্য কৰিছিল?

৩৭) সেৱা সংঘ কোনে গঢ়ি তুলিছিল?

৩৮) 'আমাৰ সোণাৰ বাংলা--------- । গীতটি কোনদেশৰ ৰাষ্ট্ৰীয় লংগীত? ইয়াৰ ৰচক কোন?

৩৯)ভাত সচিব মৰ্লেৰ ৰাজনৈতিক উপদেষ্টা কোন আছিল?

৪০) নৱগঠিত অসম প্ৰদেশৰ প্ৰথম মূখ্য আয়ুক্ত কোন আছিল?

৪১) বংগ ভংগ বিৰোধী আন্দোলনৰ সমসাময়িকভাৱে হোৱা ৰুছ আৰু জাপানৰ যুদ্ধত হোৱা কোনে জয়লাভ কৰিছিল?

৪২) এণ্ডু ফ্ৰেজাৰক হত্যা কৰাৰ উদ্দেশ্যে ক'ত ৰেল লাইনচুত্যত কৰা হৈছিল?

৪৩) 'শাসন আৰু শোষন একেলগে চলাই যোৱা হ'ব- কোনে কৈছিল?

৪৪) 'ডি ডন' (The Dawn)  সম্পাদক কোন আছিল?

৪৫) বংগ বিভাজনৰ বিৰোধিতা কৰি অনুষ্ঠিত কৰা প্ৰথমখন প্ৰতিবাদী সভা ক'ত হৈছিল?

৪৬) আচাৰ্য প্ৰফুল্ল চন্দ্ৰল ৰায়ে স্থাপন কৰা কেমিকেল প্ৰতিষ্ঠানটোৰ নাম কি আছিল?

৪৭) 'বেংগল কেমিকেলছ'ৰ সম্পাদক কোন?

৪৮) বংগ বিভাজন কেতিয়া বাতিল কৰা হৈছিল?

৪৯) কংগ্ৰেছৰ ২১তম অধিৱেশন ক'ত হৈছিল? ইয়াৰ সভাপতি কোন আছিল?
৫০) বংগ বিভাজনক কেন্দ্ৰ কৰি কেতিয়া জাতীয় জাতীয় কংগ্ৰেৰ মাজত বিভাজন ঘটিছিল?

৫১) 'বংগ লক্ষী কটন মিল' কোনে স্থাপন কৰিছিল?

৫২) 'বংগ মাতা' নামৰ বিখ্যাত ছবিখন কোনে অংকণ কৰিছিল?

৫৩) বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল?

৫৪) ১৯১০ চনত মুছলিম লীগৰ কাৰ্যালয় ক'লৈ স্থানান্তৰিত হৈছিল?

৫৫) 'ৰেগুলেটিং এক্ট' কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল?

৫৬) ৰিপন কলেজৰ ছাত্ৰসকলে কেতিয়া বিশাল ছাত্ৰ সমাৰোহ আয়োজন কৰি প্ৰতিবাদ কৰিছিল?

৫৭) বেংগল টেকনিকেল ইনষ্টিটিউট নামৰনামৰ শিক্ষানুষ্ঠান পিছলৈ কি নামেৰে পৰিচিত হৈছিল?

৫৮) স্বদেশী আন্দোলনত সশস্ত্ৰ বিপ্লৱৰ বাণী প্ৰচাৰ কৰা প্ৰথমগৰাকী বংগদেশৰ ব্যক্তি কোন আছিল?

৫৯) 'ঘৰে বাইৰে' নামৰ উপন্যাসখন কোনে ৰচনা কৰিছিল?

৬০) স্বদেশী আন্দোলনৰ সময়ছোৱাত মুঠতে কিমানখন মাধ্যমিক আৰু প্ৰাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠিছিল?

৬১) বংগদেশৰ একত্ৰিকৰণ কেতিয়া হৈছিল?

৬২) 'অভিনৱ ভাৰত' আৰু 'মিত্ৰ মেলা' নামৰ বিদ্ৰোহী সংগঠন দুটা কোনে গঢ়ি তুলিছিল?

৬৩) কোনে পোনপ্ৰথমে বৃটিছ চৰকাৰক 'নাইটহুড' উপাধি ঘূৰাই দিছিল?

৬৪) অসম প্ৰদেশখন কেতিয়া গঠন কৰা হৈছিল?

৬৫) মুছলীম লিগ স্থাপনৰ নেতৃত্ব বহন কৰা ব্যক্তি সকল কোন কোন আছিল?

৬৬) স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে কিমানটা গীত ৰচনা কৰিছিল?

৬৭) 'ভবানী মন্দিৰ' নামৰ পুস্তিকাখনৰ লেখকগৰাকীৰ নাম লিখা ।

৬৮) কাৰ্জন ৱাইলীক কোনে হত্যা কৰিছিল?

৬৯) ১৯৯১ চনৰ ২২ ডিচেম্বৰত কিয় বিশালৰ দৰবাৰৰ আয়োজন কৰা হৈছিল?

৭০) 'যদি তোৰ ডাক শুনে কেও না আসে তবে একলা চলো ৰে'--- গীতটিৰ ৰচক কোন?

৭১) 'স্বৰাজ আমাৰ জন্মস্বত্ব আৰু ই আমাৰ কাম্য'- কথাষাৰ কোনে কৈছিল?

৭২) কোন তাৰিখে বংগ-ভংগ আঁচনি কাৰ্যকৰী হৈছিল?

৭৩) কোন তাৰিখে বৃটিছ চৰকাৰে দিল্লীত দৰবাৰ পাতি বংগ ভংগ আঁচনি বাতিল কৰিছিল?

৭৪) স্বদেশী আন্দোলৰ পটভূমিত ৰচিত ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিখ্যাত প্ৰবন্ধটোৰ নাম কি?

৭৫) লৰ্ড কাৰ্জনে কোন ভাৰত সচিবৰ লগত বংগ বিভাজনৰ প্ৰক্ৰিয়াটো আলোচনা কৰিছিল?

B. চমু প্ৰশ্নাৱলীঃ

১) প্লেগ কমিৰ্ছনাৰ ৰবাৰ্ট ৰাণ্ডক আৰু লেফটেনেন্ট আয়াৰষ্টকক কোনে হত্যা কৰিছিল?

২) স্বদেশী আন্্দোলনৰ পটভূমিত ৰচিত বংগৰ কেইখনমান বিখ্যাত গ্ৰন্থৰ নাম লিখা ।

৩) অসম কেশৰী নামেেৰে কাক অভিহিত কৰা হয়? তেওঁ ৰচনা কৰা এখন নাটকৰ নাম লিখা ।

৪) বংগ বিভাজনৰ সময়ত কোন দুজন ইংৰাজ বিষয়াই লৰ্ড কাৰ্জনক বিশেষভাৱে সহায় কৰিছিল?

৫) কোন কোন প্ৰখ্যাত লোকে বংগ বিভাজনৰ বিৰোধিতা কৰিছিল?

৬) ভগিনী নিবেদিতাই লৰ্ড কাৰ্জনৰ বিৰোধীতা কৰি কোন দুখন কাকতত দুটা প্ৰবন্ধ লিখাইছিল?

৭) কংগ্ৰেছৰ ২১ তম অধিবেশনত বংগদেশৰ প্ৰতিনিধি কিমান আছিল? তেওঁলোকে কি তিনিটা প্ৰস্তাৱ উত্থাপন কৰিছিল?

৮) বংগ ভংগ কালছোৱাত গঢ় লৈ উঠা কেইখনমান জাতীয় শিক্ষানুষ্ঠানৰ নাম লিখা ।

৯) বংগ বিভাজনৰ অজুহাতটো কি আছিল?

১০) বংগ ভংগ বিৰোধী কেইগৰাকীমান অসমীয়া নেতৰ নাম লিখা ।

১১) স্বদেশী আন্দোলনৰ সময়ত গঢ়ি উঠা বংগদেশষৰ কেইটামান প্ৰখ্যাত উদ্যোগৰ নাম উল্লেখ কৰা ।

১২) অসম প্ৰদেশ কেইখন জিলাৰে গঠিত হৈছিল? কি কি?

১৩) বৈপ্লৱিক আদৰ্শৰে অনুপ্ৰাণিত হ'বলৈ বংগদেশত প্ৰকাশিত দুখন কাকতৰ নাম লিখা ।

১৪) স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত বংগৰ কেইখনমান নাটকৰ নাম লিখা ।

১৫) বংগ বিভাজনৰ মূল উদ্দেশ্য কি আছিল?

১৬) বংগ ভংগবিৰোধী আন্দোলনৰ বাবে নিৰ্বাসন দণ্ড পোৱা কেইগৰাকীমান শীৰ্ষ নেতাৰ নাম লিখা ।

১৭) বংগ বিভাজনৰ সময়ত নেতৃত্ব দিয়া বংগদেশৰ কেইগৰাকীমান মহিলা নেত্ৰীৰ নাম লিখা ।

১৮) 'ইয়ং ইটালীৰ অনুকৰণ কৰি গঢ়ি উঠা ভাৰতীয় বিদ্ৰোহী সংগঠন দুটাৰ নাম লিখা । ইয়াৰ সংগঠক কোন আছিল?

১৯) স্বদেশী আন্দোলনৰ পটভূমিত প্ৰকাশিত বংগৰ কেইখনমান আলোচনী আৰু কাকতৰ নাম উল্লেখ কৰা ।

২০) স্বদেশী আন্দোলনৰ সময়ত গঢ়ি উঠা কেইখনমান বিখ্যাত বাণিজ্যিক প্ৰতিষ্ঠানৰ নাম লিখা ।

২১) বংগদেশত গঢ়ি উঠা দুটা গুপ্তঘাটী সংগঠনৰ নাম লিখা ।

২২) ব্ৰহ্মপুত্ৰ উপত্যকাবাসীক স্বদেশী আন্দোলনৰ পৰা আঁতৰাই ৰাখিবলৈ ব্ৰিটিছ চৰকাৰে কি কি জনহিতকৰ কাম কৰিছিল?

২৩) 'ডন ছ'চাইটী' (Dawn Society) নামৰ জাতীয় অনুষ্ঠান কাৰ কাৰ সহযোগত গঢ় লৈছিল?

২৪) স্বদেশী আন্দোলনত এচামে সশস্ত্ৰ বিপ্লৱৰ পথ বাছি লোৱাৰ কাৰণ দুটা লিখা ।

২৫) জাতীয় বিশ্ববিদ্যালয়ৰ আৰ্হিত গঢ়ি উঠা বংগদেশৰ বাহিৰেও অন্য ঠাইৰ কেইখনমান শিক্ষানুষ্ঠানৰ নাম লিখা ।

C. ৰচনাধৰ্মী প্ৰশ্নাৱলীঃ

১) স্বদেশী আন্দোলনৰ প্ৰধান অংগেইটা কি আছিল? প্ৰতিটোৰ বিষয়ে চমুকৈ আলোচনা কৰা ।

উত্তৰঃ


২) চমুটোকা লিখাঃ

১) ৰাসবিহাৰী বসু, ২) অম্বিকাগিৰি ৰায়চৌধুৰী, ৩) লৰ্ড কাৰ্জন, ৪)   মাৰ্গাৰেট এলিজাবেথ নবোল, ৫) ৰাসবিহাৰী বসু, ৬) জন ব্যআমফিল্ড ফুলাৰ, ৭) নবাব ছলিমউল্লা, ৮) এণ্ডু ফ্ৰেজাৰ, ৯) বিনায়ক দামোদৰ চাভাৰকাৰ, ১০) অৰবিন্দু ঘোষ, ১১) মৰ্লে মিন্টু সংস্কাৰ, ১২) ভগিনী নিবেদিতা, ১৩)  গোপাল কৃষ্ণ গোখলে ।

৩) সাম্প্ৰদায়িক ভেদ-নীতিৰে মুছলমানসকলক বংগ ভংগ তথা স্বদেশী আন্দোলনৰ পৰা আঁতৰাই নিয়াৰ বাবে ব্ৰিটিছে কৰা ষড়যন্ত্ৰৰ বিষণে বৰ্ণনা কৰা ।

৪) বংগ ভংগ আঁচনি বিৰোধী আন্দোলনৰ বিষয়ে বাখ্যা কৰা ।
৫) ৰাজনৈতিক দ'ল হিচাপে মুছলীম লীগৰ উত্থানৰ পটভূমি সম্পৰ্কে উল্লেখ কৰা ।

৬) স্বদেশী আন্দোলনৰ পটভূমিত বিদেশী বস্ত্ত বৰ্জন আৰু স্বদেশী বস্ত্ত প্ৰতি আগ্ৰহ বঢ়োৱাৰ কাৰ্যসুচীৰ বিষয়ে আলোচনা কৰা । ইয়াৰ ফলাফলৰ বিষয়ে চমুকৈ লিখা ।

৭) স্বদেশী আন্দোলনৰ সম্পৰ্কে চমুকৈ আলোচনা কৰা ।
৮) স্বদেশী আন্দোলনটো মষিমূৰ কৰিবলৈ ব্ৰিটিছে লোৱা দমনমূলক নীতিৰ বিষয়ে বহলাই আলোচনা কৰা ।

৯) স্বদেশী আন্দোলনৰ প্ৰতি ভাৰতীয় জাতীয় কংগ্ৰেছৰ সমৰ্থন সম্পৰ্কত চমু আলোচনা আগবঢ়োৱা ।




-------------------------------

বেলেগ ধৰণৰ উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 👇 

👉Click Here Might Learn

-------------------------------