প্ৰথম বিশ্বযুদ্ধ 

A. অতি চমু প্ৰশ্নাৱলীঃ

1. শুদ্ধ উত্তৰ বাছি উলিওৱাঃ

(a) ১৯১৪ / ১৯১৫ / ১৯১৯ /  ১৯৩৯ ত ভাৰ্ছাইৰ সন্ধি স্বাক্ষৰিত হৈছিল।

(b) এংলো-ফ্ৰেন্স আঁটাট কৰডিয়েল (ইঙ্গ-ফৰাচী মৈত্ৰী চুক্তি) সম্পাদিত হৈছিল?

(i) ১৯০২ চনত

(ii) ১৯০৩ চনত 

(iii) ১৯০৪ চনত

(iv) ১৯০৭  চনত


(c) প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হৈছিল

(i) ১৯১৩ চনত 

(ii)১৯১৪ চনত 

(iii) ১৯১৫ চনত 

(iv) ১৯১৬ চনত


(d) বাৰ্লিন কংগ্ৰেছ অনুষ্ঠিত হৈছিল

(i) ১৬৭৫ চনত

(ii) ১৭৭৮ চনত

(iii) ১৮৩৮ চনত

(iv) ১৮৭৮ চনত


(e) ৰ্ভাচাই শান্তি চুক্তিত ইংলেণ্ডত প্ৰতিনিধিত্ব কৰিছিল

(i) ক্লিমেন্সোৱে 

(ii) লয়ড জৰ্জে

(iii) অৰলাণ্ডোৱে

(iv) চোৰ ডোগলাজ হেইগৈ


(f) '১৪- দফীয়াপৰামৰ্শৱলী'ৰ ৰচক কোন আছিল?

(i) উদ্ৰু উইলছন 

(ii) অৰলাণ্ডো

(iii) লয়ড জৰ্জ

(iv) হিটলাৰ 


2. কোনটো সন্ত্ৰাসবাদী দলে চাৰাজিভো হত্যাকাণ্ড ঘটাইছিল?

3. ব্ৰেষ্ট-লিটঙস্ক চুক্তিখন কেতিয়া স্বাক্ষৰিত হৈছিল?

4. অষ্ট্ৰিয়াৰ যুবৰাজ ফ্ৰেঞ্চিছ ফাৰ্ডিনান্দৰ হত্যাকাৰীজনৰ নাম উল্লেখ কৰা। 

5. অষ্ট্ৰীয়াৰ যুবৰাজ ফাৰ্ডিনাণ্ডিক ছেৰাজাভোত কোনে হত্যা কৰিছিল?

6. ভাৰ্চাইৰ শান্তি আলোচনাত ফ্ৰান্সক কোনে প্ৰতিনিধিত্ব কৰিছিল?

7. প্ৰথম বিশ্বযুদ্ধ হোৱাৰ তাৎক্ষণিক কাৰণ কি আছিল?

8. শক্তিবিহীন কূটনীতি বাদ্যযন্ত্ৰহীন সংগীতৰ দৰে' কোনে কৈছিল?

9. ভাৰ্চাই শান্তি চুক্তিত সৰ্বমুঠ চৰ্তবা অনুচ্ছেদ  আছিল? 

10. প্ৰথমবিশ্বযুদ্ধত কোনখন দেশে প্ৰথমে টেংক ব্যৱহাৰ কৰা হৈছিল?.


B. চমু প্ৰশ্নাৱলী

1. কোনে 'ত্ৰিশক্তি আঁতাত' গঠন কৰিছিল? কি কাৰণে এই জোঁজটো সৃষ্টি কৰা হৈছিল?

2. ত্ৰিপাক্ষিক চুক্তি কেতিয়া হৈছিল? কোন কোন ইয়াত সভ্য আছিল?

3. প্ৰথম বিশ্বযুদ্ধ কেন্দ্ৰিয় শক্তি জোঁটত যোগ দিয়া দেশসমূহৰ নাম উল্লেখ কৰা। 

4. কাৰ কাৰ মাজত চেভাৰচ শান্তিচুক্তি স্বাক্ষৰিত হৈছিল?

5. কোনে ফেছিষ্ট দল গঠন কৰিছিল আৰু কিমান চনত?

6. ''ত্ৰিশক্তি ঘনিষ্ঠ মিত্ৰতা? গঠন কৰা তিনিখন দেশৰ নাম লিখা।

7. ভাচাই চুক্তিৰ দুটা ৰাজ্য ক্ষেত্ৰ সম্পৰ্কীয় চৰ্ত উল্লেখ কৰা।

8. ত্ৰিশক্তি মিত্ৰতা চুক্তি গঠন কৰা দেশ তিনিখনৰ নাম লিখা। 

9. কোনে, কেতিয়া আৰু কাৰ লগত ৰোম-বাৰ্লিন এক্সিছ চুক্তি স্বাক্ষৰ কৰিছিল?

10. বলকান উপত্যকাৰ তিনিখন দেশৰ নাম লিখা।

11. প্ৰথম বিশ্বযুদ্ধৰ তিনিটা কাৰণ লিখা।

12. কাৰ কাৰ মাজত ছান ষ্টিফানো চুক্তি হৈছিল?

13. ছেৰাজাভোত অষ্টিয়াৰ যুৱৰাজ ফ্ৰেনছিচ ফাৰ্দিনান্দক কোনে হত্যা কৰিছিল?

14. 'ষ্টৰ্মট্ৰুপাৰছ' কি? 

15. ব্ৰেষ্ট-লিট'ভস্ক সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল?

16. ভাৰ্চাই শান্তি চুক্তিত ইটালী আৰু ফ্ৰান্সক কোনে কোনে প্ৰতিনিধিত্ব কৰিছিল?


C. ৰচনাধৰ্মী প্ৰশ্নাৱলীঃ

1. আগাদিৰ ঘটনা সম্বদ্ধে বৰ্ণনা দিয়াঁ।

2. প্ৰথম বিশ্বযুদ্ধৰ চাৰিটা কাৰণ চমুকৈ লিখা।

3. প্ৰথম বিশ্বযুদ্ধৰ সামৰণি ঘটাবলৈ ভাৰ্ছাই চুক্তি হোৱাৰ ঠিক পিছতে স্বাক্ষৰিত হোৱা চাৰিখন চুক্তি নাম লিখা। কেতিয়া আৰু কাৰ কাৰ মাজত এই চুক্তি কেইখন সম্পাদিত হৈছিল?

4. প্ৰথম বিশ্বযুদ্ধৰ বাবে জাৰ্মানীৰ কিমান দুৰ জগৰীয়া আছিল?

5. ''ৰ্ভাচাই সন্ধিতে দ্বিতীয় বিশ্বযুদ্ধৰ বীজ সোমাই আছিল? ব্যাখ্যা কৰা।

6. বলকান জাতীয়তাবাদৰ বিষয়ে লিখা।

7. ৰ্ভাচাই সন্ধি দ্বাৰা জামানীক কেনেদৰে অপমানিত কৰা হৈছিল আলোচনা কৰা।

8. ৰ্ভাচাই চুক্তি চাৰিটা চৰ্তৰ বিষয়ে উল্লেখ কৰা। 

9. কোনটো কাৰকক প্ৰথম বিশ্ব যুদ্ধ আৰম্ভ হোৱাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি ভাবা? কাৰণ দৰ্শোৱা।

10. ৰাছিয়াত জাৰ তথা সম্ৰাটৰ আমোলত জনসাধাৰণৰ অৱস্থা কেনেকুৱা আছিল লিখা।

11. ভাৰ্চাই সন্ধিৰ চৰ্তসমূহ সমালোচনামূলক মূল্যায়ণ আগবঢ়োৱা।

12. বলকাণ উপমহাদেশৰ চাৰিখন দেশৰ নাম লিখা।

13. ১৯০২-১৪ চনৰ কালছোৱাত ইউৰোপ আৰু আফ্ৰিকাত সংঘটিত সামৰিক সংঘৰ্ষৰ বিষয়ে লিখা।

14. ভাৰ্চাই শান্তি চুক্তিৰ চাৰিটা সামৰিক চৰ্ত লিখা।

15. প্ৰথম বিশ্বযুদ্ধৰ ফলাফলসমূহ চমুকৈ আলোচনা কৰা।

16. প্ৰথম বিশ্বযুদ্ধৰ তাক্ষণিক কাৰণ সম্পৰ্কে চমু বৰ্ণনা দিয়া। 


অতিৰিক্ত প্ৰয়োজনীয় প্ৰশ্নাৱলীঃ

1. প্ৰথম বিশ্বযুদ্ধত কিমানটা সৈনিক মৃত্যুমুখত পৰিছিল? 

2. ১৮৭৭ চনত ৰুছ তুৰস্কৰ যুদ্ধত ৰুছিয়াৰ সমৰ্থক দুখন দেশৰ নাম লিখা

3. কি চুক্তিৰ জৰিয়তে ১৮৭৮ চনত ৰুছ-তুৰস্কাৰ যুদ্ধৰ সামৰণি পৰে?

4. বাৰ্লিন কংগেছে কোন কোন দেশীক স্বাধীন ৰাষ্ট্ৰৰূপে ঘোষণা কৰে?

5. ত্ৰিপাক্ষিক চুক্তিৰ সদস্যা ৰাষ্ট্ৰৰ নাম কি কি?

6. ত্ৰিপল আটাটৰ সদস্য ৰাষ্ট্ৰ নাম লিখা। 

7. জাৰ্মানীয়ে কিমান তাৰিখে ভাৰ্চাই শান্তি চুক্তিত স্বাক্ষৰ কৰিবলগীয়া হৈছিল?

8. ১৮৯৯ চনত জাৰ্মান কোম্পানীৰ এটা উদ্যোগত কনষ্টাণ্টিপোলৰ পৰা পাৰস্য উপসাগৰলৈ বহুৱা আঁচনি কৰা ৰে'ল লাইনটোৰ নাম কি আছিল?

9. ছাৰবিয়াৰ জাতীয়তাবাদী আন্দোলনৰ মূল শত্ৰু কোন আছিল