স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ 


পৰীক্ষাৰ প্ৰশ্নসমূহঃ


A. অতি চমু প্ৰশ্নাৱলীঃ


১) গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ কোন সংগঠনে পোন প্ৰথমে দাবী উত্থাপন কৰিছিল?

(এই প্ৰশ্নটো 2011 চনত আহিছিল)

উত্তৰঃ


B. চমু প্ৰশ্নাৱলীঃ

১) অসমত ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ কিয় বিফল হৈছিল? দুটা কাৰণ দিয়া ।

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

উত্তৰঃ


২) আহোম সভা কোনে গঠন কৰিছিল? ইয়াৰ এটা অতি গুৰুত্বপূৰ্ণ কাৰ্যসুচী কি আছিল?

(এই প্ৰশ্নটো 2020 চনত আহিছিল)

উত্তৰঃ


৩) যোৰহাট সাৰ্বজনিন সভাৰ প্ৰথমখন সভা কেতিয়া হৈছিল? ইয়াৰ মূল উদ্দেশ্য কি আছিল?

(এই প্ৰশ্নটো 2012 চনত আহিছিল)

উত্তৰঃ


৪) অসম এছ'চিয়েনচৰ প্ৰথমখন অধিৱেশন নিৰ্বাচিত হোৱা সভাপতি আৰু সাধাৰণ সম্পাদকৰ নাম লিখা ।

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰঃ


৫) স্বাধীনতা আন্দোলনৰ সময়ত অসমত গঠন হোৱা দুটা সামাজিক-ৰাজনৈতিক সংগঠনৰ নাম উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2013 চনত আহিছিল)

উত্তৰঃ

C. ৰচনাধৰ্মী প্ৰশ্নাৱলীঃ


১) ব্ৰিটিছৰ শাসন কালত ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন ঠাইত  হোৱা কৃষক বিদ্ৰোহৰ কাৰণ আৰু ফলাফসলমূহ আলোচনা কৰা ।ট

(এই প্ৰশ্নটো 2012 চনত আহিছিল)

উত্তৰঃ


২) অসমত অসহযোগ আন্দোলনত কাৰ্যযসুচী কিদৰে ৰূপায়িত কৰা হৈছিল চমুকৈ লিখা ।

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

উত্তৰঃ


৩) অসমত অসহযোগ আন্দোলনে কেনেকৈ প্ৰসাৰ লাভ কৰিছিল?

(এই প্ৰশ্নটো 2020 চনত আহিছিল)

উত্তৰঃ


৪) অসমত 'ভাৰত ত্যাগ আন্দোলনৰ' কাৰ্যাৱলী আৰু প্ৰভাৱ সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা ।

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰঃ


৫) ভাৰতৰ স্বাধনতা আন্দোলনৰ সময়ত অসমত কেনেকৈ "যোৰহাট সাৰ্বজনিক সভা" গঠন হৈছিল? ইয়াৰ প্ৰধান ক্ৰিয়া-কলাপবোৰ উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2013 চনত আহিছিল)

উত্তৰঃ


৬) অসমত ভাৰত ত্যাগ আন্দোলন কেনেদৰে সংঘটিত হৈছিল লিখা ।

(এই প্ৰশ্নটো 2011 চনত আহিছিল)

উত্তৰঃ


৭)ভাৰত ত্যাগ আন্দোলনত অসমৰ মানুহৰ ভূমিকা সম্বন্ধে সংক্ষেপে আলোচনা কৰা ।

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰঃ


৮) মহাত্মা গান্ধীয়ে সুচনা কৰা আইন অমান্য আন্দোলনত অসমৰ মানুহে কেনেদৰে যোগদান কৰিছিল লিখা ।

(এই প্ৰশ্নটো 2012 , 2016 আৰু 2017 চনত আহিছিল)

উত্তৰঃ


৯) স্বাধীনতা আন্দোলনৰ সময়ত অসমত কেনেকৈ অসমীয়া জাতীয়তাবাদী চেতনাৰ উত্থান হৈছিল?

(এই প্ৰশ্নটো 2020 চনত আহিছিল)

উত্তৰঃ 


১০) ব্ৰিটিছৰ শাসন কালত গঠিিত আসাম এছোছিয়েচনৰ ক্ৰিয়া-কলাপৰ বিষয়ে আলোচনা কৰা ।

(এই প্ৰশ্নটো 2011 চনত আহিছিল)

উত্তৰঃ


১১)  ভাৰত ত্যাগ আন্দোলনত অসমৰ মানুহৰ ভূমিকা সম্বন্ধে চমুকৈ আলোচনা কৰা ।

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

উত্তৰঃ


১২) বৰদলৈ মন্ত্ৰীসভাৰ নেতৃত্বত অসমত স্থাপিত হোৱা শিক্ষানুষ্ঠানৰ সমূহৰ বিষয়ে এটি সংক্ষিপ্ত বিৱৰণ দিয়া ।

(এই প্ৰশ্নটো 2018 চনত আহিছিল )

উত্তৰঃ


১৩) ১৯৪২ "ভাৰত ত্যাগ আন্দোলনত" অসমৰ মানুহে কেনেদৰে যোগদান কৰিছিল চমুকৈ আলোচনা কৰা ।

(এই প্ৰশ্নটেো 2013 চনত আহিছিল)

উত্তৰঃ


১৪) যোৰহাট সাৰ্বজনিন সভাৰ বিষয়ে এটি খতিয়ান দাঙি ধৰা ।

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰঃ


১৫) ব্ৰিটিছ শাসনাধীন অসমত আসাম এছ'চিয়েচনৰ সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা অৱদান সম্পৰ্কে লিখা ।

(এই প্ৰশ্নটো 2017 চনত আহিছিল) 

উত্তৰঃ 


১৬) ইংৰাজসকলৰ বিৰুদ্ধে অসমৰ বিভিন্ন ঠাইত কেনেকৈ ব্যয়ত সভাসমূহ গঢ়ি উঠিছিল?
(এই প্ৰশ্নটো 2017 আৰু 2019 চনত আহিছিল)

অতিৰিক্ত প্ৰয়োজনীয় প্ৰশ্নাৱলী

১) জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰঃ

২) অসম প্ৰদেশৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল?
উত্তৰঃ

৩) আহোম সভাৰ প্ৰথমজন সম্পাদক কোন আছিল?
উত্তৰঃ

৪) ভাৰত ত্যাগ আন্দোলন কেতিয়া হৈছিল?
উত্তৰঃ

৫) ভাৰতত কেতিয়াৰ পৰা ইষ্ট-ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা শাসন ব্যৱস্থা বৃটিছ ৰাজমুকুটৰ তললৈ যায়?
উত্তৰঃ

৬) আহোম সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল?
উত্তৰঃ

৭) যাণ্ডাবু সন্ধি কেতিয়া সম্পন্ন হৈছিল?
উত্তৰঃ

৮) পূৰ্ণ স্বৰাজ দিৱস কেতিয়া পালন কৰা হৈছিল?
উত্তৰঃ

৯) আনন্দৰাম ঢেকীয়াল ফুকনে কেতিয়াৰ পৰা অসমত বাংলা ভাষা প্ৰচলনৰ চৰকাৰী সিদ্ধান্তৰ বিৰোধীতা কৰিছিল?
উত্তৰঃ

১০) চীনে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল?
উত্তৰঃ

১১) মহাত্মা গান্ধী অসমলৈ কোন চনত আহিছিল?
উত্তৰঃ

১২)  কিমান তাৰিখে কংগ্ৰেছ কাৰ্যকৰী সমিতিয়ে ভাৰত-ত্যাগ প্ৰস্তাৱ গ্ৰহণ কৰিছিল?
উত্তৰঃ

১৩) বিদেশী বস্ত্ত বৰ্জনৰ প্ৰস্তাৱ কেতিয়া গ্ৰহণ কৰা হৈছিল?
উত্তৰঃ

১৪) অসম কেতিয়া ইংৰাজৰ হাতলৈ যায়?
উত্তৰঃ

১৫) অসম প্ৰদেশ কংগ্ৰেছ ৰ সম্পাদক কোন আছিল?
উত্তৰঃ

১৬) ক্ষমতা আৰু কৰ্ম আঁচনি নিৰ্ধাৰণৰ ফালৰ পৰা ৰায়ত সভাৰ সৰ্বোচ্চ সংগঠন কি আছিল?
উত্তৰঃ
 
১৭) সদৌ অসম ৰায়ৰ সভাত প্ৰথম অধিৱেশন ক'ত হৈছিিল?
উত্তৰঃ

১৮) কান্নিংহাম চাৰ্কুলাৰ কেতিয়া প্ৰকাশ পাইছিল?
উত্তৰঃ

১৯) হেমকোষ কোনে ৰচনা কৰিছিল?
উত্তৰঃ

২০) অসহ।যোগ আন্দোলনৰ সময়ত মহাত্মা গান্ধীয়ে কিমান চনৰ কোন মাহত  অসম ভ্ৰমণ কৰিছিল?
উত্তৰঃ 

২১) অসম কৃষি মহাবিদ্যালয় কেতিয়া প্ৰতিষ্ঠআ কৰা হৈছিল?
উত্তৰঃ

২২) অসম ছাত্ৰ সন্মিলন কেতিয়া গঠন হৈছিল?
উত্তৰঃ

২৩) অসমত কোম্পানীস শাসন কেতিয়াৰ পৰা কেতিয়ালৈ চলিছিল?
উত্তৰঃ

২৪) অসম ছাত্ৰ সন্মিলন প্ৰথম অধিেৱশনত কোনে সভাপতিত্ব কৰিছিল?
উত্তৰঃ

২৫) দাণ্ডি যাত্ৰা কিমান দিন চলিছিল?
উত্তৰঃ

২৬) অসহযোগ আন্দোলনৰ ফলত ১৯২১-২২ চনত অসমত স্কুলৰ ছাত্ৰ সংখ্যা কিমালৈ হ্ৰাস পাইছিল?
উত্তৰঃ

২৭) কোন অধিৱেশত ভাৰত ত্যাগ প্ৰস্তাৱ গৃহিত হৈছিল?
উত্তৰঃ

২৮) জ্ঞান প্ৰদায়িনী সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল?
উত্তৰঃ

২৯) অসম কৃষি বিশ্ববিদ্যালয় কেতিয়া প্ৰতিষ্ঠআ কৰা হৈছিল?
উত্তৰঃ

৩০) অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি কোন আছিল?
উত্তৰঃ

৩১) লোণ সত্যাগ্ৰহক কি বুলি জনা যায়?
উত্তৰঃ

৩২) অসম পশু মহাবিদ্যালয় কেতিয়াা স্থাপন কৰা হৈছিল?
উত্তৰঃ

৩৩) অসমীয়া ভাষা উন্নতি সাধিনী সভা কেতিয়া গঠিত হৈছিল?
উত্তৰঃ

৩৪) অসহযোগ আন্দোলন কেতিয়াৰ পৰা কেতিয়ালৈ চলিছিল?
উত্তৰঃ

৩৫) ৰায়ত সাভা গঠনৰ মূল লক্ষ্য আৰু উদ্দেশ্য কি আছিল?
উত্তৰঃ

৩৬) কাৰ নেতৃত্বত আৰু কেতিয়া আহোম সভা প্ৰতিষ্ঠা হৈছিল?
উত্তৰঃ

৩৭) কুশল কোঁৱৰক কিয় ফাঁচি দিয়া হৈছিল?
উত্তৰঃ

৩৮) কোন চনত অসমীয়া ভাষা স্কুল আৰু আৰু অফিচ কাচাৰীত পুনৰ প্ৰচলন হয়?
উত্তৰঃ


৪০) আগষ্ট বিপ্লৱ কি?
উত্তৰঃ

৪১) অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া গঠন হৈছিল?
উত্তৰঃ

৪২) 'ইষ্টাৰ্ণ' বেংগল এণঅড আছাম'ৰ ৰাজধানী কি আ।ছিল?
উত্তৰঃ

৪৩) 'মল্টেগু-চেমফৰ্ড সংস্কাৰ কমিছন কেতিয়া গঠিত হয়?
উত্তৰঃ

৪৪) সদৌ অসম ৰায়ত সভা কেতিয়া গঠন কৰা হয়?
উত্তৰঃ

৪৫) ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৪১ তম অধধিবেশন ক'ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল?
উত্তৰঃ

৪৬) ক্ৰিপছ মিছন কেতিয়া গঠন কৰা হৈছিল?
উত্তৰঃ

৪৭) অসম গুৱাহাটী বিশ্ববিদ্যআলয় স্থাপন কৰিবলৈ কোনটো সংগঠনে বিশেষ চেষ্টা কৰি ফলবতী হৈছিল?
উত্তৰঃ

৪৮) অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত হোৱা প্ৰথমজন সভাপতি কোন আছিল?
উত্তৰঃ

   
৪৯) ১৯৩৪-৩৯ চন মানৰ ভিতৰত অসমৰ কিমানখন ৰায়ত সভা আঐছিল?
উত্তৰঃ

৫০) 'পূৰ্ববংগ আৰু অসমৰ'ৰ  নতুন লেফটনেন্ট গবৰ্ণৰ কোন আছিল?
উত্তৰঃ

৫১) ১৯৩৩ চনত হোৱা অসম ৰায়ত সভাৰ প্ৰথম অধিৱেশন ক'ত হৈছিল আৰু ইয়াত কোনে সবাপতিত্ব কৰিছিল?

B. চমু প্ৰশ্নাৱলীঃ

১) কাৰ প্ৰচেষ্ঠাত জ্ঞান প্ৰদায়িনী সভা প্ৰতিষ্ঠা হৈছিল?
উত্তৰঃ


২) 'তিলক সোঁৱৰণী' স্কুল কেতিয়া আৰু কাৰ স্মৃতিত প্ৰতিষ্ঠা কৰা হৈছিল?
উত্তৰঃ


৩) অসমত প্ৰথমৰে পৰা অসহযোগ আন্দোলনৰ শক্তি বৃদধি কৰিবলৈ অহোপুৰুষাৰ্থ কৰা চাৰিজন ব্যক্তিৰ নাম লিখা ।
উত্তৰঃ


৪) জোনাকী যোগ বুলিলে কোনটো সময়ক বুজোৱা হয়? এই যুগৰ উল্লেখযোগ্য জাতীয়তাবাদী উত্তৰণৰ এটা আভাস দিয়া ।
উত্তৰঃ


৫) ব্ৰিটিছৰ অনুষ্ঠানৰূপে গঢ়ি উঠা আসাম এছোচিয়েচনে কি কি লক্ষ্য কাৰ্যকৰী কৰাত মনোনিৱেশ কৰিছিল?
উত্তৰঃ


৬) অসমত বিদেশী বস্ত্ত বৰ্জন আন্দোলনৰ কাৰ্যাৱলী সম্পৰ্কে চমুকৈ লিখা ।
উত্তৰঃ


৭) কাৰ নেতৃত্বত আৰু কেতিয়া যোৰহাট সাৰ্বজনিক সভা স্থাপিত হৈছিল?
উত্তৰঃ


৮) গোপীনাথ বৰদলৈ মন্ত্ৰীসভাই স্বাধনীতাৰ পিছত মুখামুখি হোৱা সমস্যা সম্পৰ্কে লিখা ।
উত্তৰঃ

৯) অসমত অসহযোগ আন্দোলনৰ বিৰোধিতা কৰি প্ৰতিৰোধ আন্দোলন গঢ়ি তোলা চাৰিজন ব্যক্তিৰ নাম লিখা।
উত্তৰঃ

১০) কানিৰ প্ৰচলন সম্পৰ্কে যোৰহাট সাৰ্বজনিন সভাৰ স্থিতি কি আছিল চমুকৈ লিখা ।
উত্তৰঃ

১১) অসহযোগ আন্দোলনৰ অৰিহণা যোগোৱা দুটা কাৰক লিখা ।
উত্তৰঃ

১২) অসম ক়ৃষি বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ চমু ইতিহাস লিখা ।
উত্তৰঃ

১৩) অসমত অসহযোগ আন্দোৱনৰ নেতৃত্ব দিয়া অসমীয়া নেতাসকলৰ বুিষয়ে উল্লেখ কৰা ।
উত্তৰঃ

১৪) কি লক্ষ্যৰে অসম ৰায়ত সভা গঠন হৈছিল আৰু আন্দোলনৰ সময়ত অসম ৰায়ত সভাৰ মূল দাবী কি আছিল?
উত্তৰঃ

১৫) 'অসমীয়া লিটাৰেৰী ছ'চাইটিৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ

১৬) দাণ্ডি যাত্ৰা ক'ৰ পৰা ক'লৈ আৰু কেতিয়া আৰম্ভ হৈছিল? ইয়াৰ অন্ত কেতিয়া পৰিছিল?
উত্তৰঃ

১৭) অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাৰ চমু ইতিহাস দিয়া ।
উত্তৰঃ

১৮) আসাম এছ'চিয়েছনে ব্ৰিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বমিষয়সমূহ কি আছিল?
উত্তৰঃ

১৯) কৃষকৰ সমস্যা সমাধানৰ আৰ্থে ১৯ শতিকাৰ শেষৰফালে কোন দুটা অনুষ্ঠানৰ জন্ম হৈছিল?
উত্তৰঃ

২০) বংগ বিভাজনৰ অজুহাত ব্ৰিটিছ চৰকাৰে কি বুলি কৈছিল ?
উত্তৰঃ

২১) কানিংহাম চাৰ্কুলাৰে অসমত আইন অণা্ন্য আন্দোলৱৰ ক্ষেত্ৰত কেনে প্ৰভাৱ পেলাইছিল?
উত্তৰঃ

২২) আহোম সভাৰ ৰাজনৈতিক দাবী সম্পৰ্কে চমুকৈ লিখা ।
উত্তৰঃ

২৩) কাৰ নেতৃত্বত আৰু কেতিয়া আসাম এচ'ছিয়েনছৰ জন্ম হৈছিল? ইয়াৰ প্ৰথম অধিবেশন ক'ত অনুষ্ঠিত হৈছিল?
উত্তৰঃ

২৪) 'অসম লিটাৰেৰী ছ'চাইটী কেতিয়া আৰু কাৰ প্ৰচেষ্টাত গঠন হৈছিল?
উত্তৰঃ

২৫) ব্ৰিটিছ ঔপনিবেশিক আমোলত অসমৰ উদীয়মান মধ্যৱিত্ত শ্ৰেণীৰ লোকে গঢ়ি তোলা পাঁচটা ৰাজনৈতিক সামাজিক সংগঠনৰ নাম লিখা ।
উত্তৰঃ

২৬) অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠনৰ অন্তৰালত থকা ব্যক্তি সকল কোন কোন আছিল?
উত্তৰঃ

২৭) যোৰহাট সাৰ্বজিনক সভাৰ সভাপতি আৰু সম্পাদক কোন আছিল?
উত্তৰঃ

C. ৰচনাধৰ্মী প্ৰশ্নাৱলীঃ

১) স্বদেশী আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা ।
উত্তৰঃ

২) অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভূমিকা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা ।
উত্তৰঃ

৩) চমু টোকা লিখাঃ

i) অসম ৰায়ত সভা ।

ii) আহোম সভা ।

iii) পূৰ্ণ স্বৰাজ দিৱস ।

iv) তেজপুৰত ৰায়ত সভা ।

v) কানিংহাম চাৰ্কুলাৰ ।

vi) যোৰহাট সাৰ্বজনিক সভাৰ লক্ষ্য আৰু উদ্দেশ্য ।

vii) নগাওঁ ৰায়ত সভা ।

৪) অসম প্ৰদেশ কংগ্ৰেছ কমিটি জন্ম আৰু মূখ্য ভূমিকা সম্পৰ্কে সংশিপ্ত বিৱৰণ দিয়া ।
উত্তৰঃ

৫) অসম ছাত্ৰী সন্মিলনৰ অৱদানৰ সম্পৰ্কে লিখা ।
উত্তৰঃ

৬) অসমত ভাৰত ত্যাগ আন্দোলনৰ কাৰ্যাৱলী আৰু প্ৰস্তাৱ সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা ।
উত্তৰঃ

৭) যোৰহাট সাৰ্বজনিক সভাৰ উদ্দেশ্য আৰু কাৰ্যাৱলী সম্পৰ্কে লিখা ।
উত্তৰঃ

৮) অসহযোগ আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা ।
উত্তৰঃ

৯) ৰায়ত সভাসমূহৰ উদ্দেশ্য আৰু ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা ।
উত্তৰঃ

১০) আইন অমান্য আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা ।
উত্তৰঃ


-------------------------------

বেলেগ ধৰণৰ উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 👇 

👉Click Here Might Learn

-------------------------------