ভাৰতত ইংৰাজ সাম্রাজ্য বিস্তাৰ আৰু সুদৃঢ়কৰণ ( ১৭৭২-১৮৩৫ খ্রি.লৈ )
👉Text Book PDF
👉Short Question Answer
👉MCQs Answer
👉MCQ Online Exam
1. একোটিকৈ বাক্যত উত্তৰ লিখা :
( ক ) ৱাৰেণ হেষ্টিংছ কোন চনৰপৰা বংগদেশৰ গৱৰ্ণৰ হিচাপে নিযুক্ত হৈছিল ?
উত্তৰঃ ৱাৰেণ হেষ্টিংছ ১৭৭২ খ্ৰি.ত বংগদেশৰ গৱৰ্ণৰ হিচাপে নিযুক্তি হৈছিল।
( খ ) কর্ণৱালিছৰ সময়ত অসমত হােৱা বিদ্রোহটোৰ নাম কি আছিল ?
উত্তৰঃ কৰ্ণাৱালিছৰ সময়ত অসমত হোৱা বিদ্ৰোহটোৰ নাম মোৱামৰীয়া বিদ্ৰোহ।
( গ ) কর্ণৱালিছে প্ৰৱৰ্তন কৰা ৰাজহসম্পর্কীয় ব্যৱস্থাটোৰ নাম কি আছিল ?
উত্তৰঃ কৰ্ণাৱালিছে প্ৰৱৰ্তন কৰা ৰাজহসম্পৰ্কীয় ব্য়ৱস্থাটোৰ নাম হল 'চিৰস্থায়ী বন্দবস্তি'।
( ঘ ) ভাৰতত ‘ বশ্যতামূলক মিত্ৰতা নীতি ’ কোনে প্রৱৰ্তন কৰিছিল ?
উত্তৰঃ ভাৰতত ‘ বশ্যতামূলক মিত্ৰতা নীতি ’ লৰ্ড ৱেলেছলিয়ে প্ৰৱৰ্তন কৰিছিল।
( ঙ ) এছিয়াটিক বেঙ্গল চছাইটি ’ কাৰ দিনত স্থাপন হৈছিল ?
উত্তৰঃ
২. খালী ঠাই পূৰ কৰা :
( ক ) বেন্টিংকৰ উদ্যোগতে ১৮৩৫ খ্রি.ত ____মেডিকেল কলেজ স্থাপন হয় ।
( খ ) ১৭৭৩ খ্রি.ত_____এক্ট প্রণয়ন হৈছিল । ওই
( গ ) _____ৰ পিছত গৱৰ্ণৰ জেনেৰেল হৈ আহে লর্ড বেন্টিংক ।
( ঘ ) লর্ড কর্ণৱালিছৰ দিনতেই_____অসমলৈ আহে ।
(ঙ )______খ্রি.ত বংগত দুর্ভিক্ষ হৈ বহু মানুহৰ মৃত্যু হৈছিল ।
৩। উত্তৰ লিখা :
( ক ) ক্লাইৱৰ পিছৰ আৰু ৱাৰেণ হেষ্টিংছৰ আগৰ গৱৰ্ণৰ দুজনৰ নাম কি কি আছিল ?
( খ ) বেন্টিংকৰ শাসন কালক কি বাবে দুভাগত ভগাব পাৰি লিখা ।
( গ )বশ্যতামূলক মিত্রতা নীতি ’ কি ?
( ঘ )“ চিৰস্থায়ী বন্দবস্ত ’ কোনজন গৱৰ্ণৰে প্ৰৱৰ্তন কৰিছিল ? আইনখন কিহৰ লগত জড়িত ?
( ঙ ) যন্ত্রশিল্পই সমাজলৈ অনা দুটা পৰিৱৰ্তন লিখা ।
চমু টোকা লিখা :
( ক ) ৰেগুলেটিং এক্ট
( খ ) পিটৰ ভাৰত আইন
( গ ) লর্ড কর্ণৱালিছ
( ঘ ) বশ্যতামূলক মিত্রতা নীতি
৫। বেন্টিংকৰ সামাজিক সংস্কাৰৰ বিষয়ে আলােচনা কৰাঁ ।