অসমৰ ভূগোল 

 পৰীক্ষাৰ প্ৰশ্নসমূহঃ


 A. অতি চমু প্ৰশ্নাৱলীঃ


১) অসমত কিমানখন প্ৰশাসনিক জিলা আছে?

(এই প্ৰশ্নটো  চনত আহিছিল)

উত্তৰঃ


B. চমু প্ৰশ্নাৱলীঃ


১) অসমৰ জনসংখঅযা বৃদ্ধিৰ কাৰণবোৰ চমুকৈ বিশ্লেষণ কৰা ।

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰঃ


২) অসমৰ ব্ৰহ্মপপুত্ৰৰ উত্তৰ পাৰৰ এখন আৰু দক্ষিণ পাৰৰ এখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম উল্লেখ কঁৰা ।

(এই প্ৰশ্নটো 0210 চনত আহিছিল)

উত্তৰঃ


৩) অসমৰ জনসংখ্যা বিতৰণৰ ওপৰত এটি টোকা লিখা ।

(এই প্ৰশ্নটো 2020 চনত আহিছিল)

উত্তৰঃ 


৪) অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া প্ৰধান কৰাবোৰ উল্লেখ কৰা ।
(এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰঃ


৫) অসমৰ চৰকাৰৰ ২০১৪ চনত ঘোষণা কৰা ঔদ্যোগিক আৰু বিনিয়োগ নীতিৰ প্ৰধান লক্ষবোৰ কি কি?

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰঃ


৬) অসমত অৰ্থনৈতিক উন্নয়নৰ তিনিটা সমস্যা উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2020 চনত আহিছিল)

উত্তৰঃ


৭) অসমৰ শোণিতপুৰ, মৰিগাওঁ আৰু শিৱসাগৰ জিলাত অৱস্থিত তিনিখন অভয়াৰণ্যৰ নাম উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2013 চনত আহিছিল)

উত্তৰঃ


৮) অসমৰ চাৰিটা খনিজ সম্পদৰ নাম উল্লেখ াকৰা ।

(এই প্ৰশ্নটো 2020 চনত আহিছিল)

উত্তৰঃ


৯) অসমৰ জল পৰিবহন ব্যৱস্থাৰ সুবিধাবোৰ উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰঃ

 

১০) অসমৰ দুটা ভৈয়াম জনজাতি আৰু দুটা পাৰ্বত্য জনজাতিৰ নাম উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2020 চনত আহিছিল)

উত্তৰঃ


C. ৰচনাধৰ্মী প্ৰশ্নাৱলীঃ


১) অসমৰ মানচিত্ৰৰ নক্সা আঁকি অসমৰ প্ৰধান ভৌগোলিক অঞ্চলকেইটা দেখুওৱা আৰু যিকোনো এটা অঞ্চলৰ চমু বৰ্ণনা দিয়া ।

(এই প্ৰশ্নটো 0211 চনত আহিছিল)

উত্তৰঃ


২) অসমৰ পৰ্য্যটন উদ্যোগৰ সম্ভাৱনা সমূুহৰ বিষয়ে চমুকৈ লিখা ।

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

উত্তৰঃ


৩) অসমৰ কৃষিভিত্তিক উদ্যোগসমূহৰ চমু বৰ্ণনা দিয়া ।

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰঃ


৪) অসমৰ কুটিৰ উদ্যোগৰ এটি খতিয়ান দাঙি ধৰা ।

(এই প্ৰশ্নটো 2013 চনত আহিছিল)

উত্তৰঃ


৫) অসমৰ চাহ উদ্যোগৰ বিষয়ে চমুকৈ লিখা ।

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰঃ


৬) অসমৰ পৰ্যটন উদ্যোগৰ যিকোনো চাৰিটা সমস্যা উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰঃ


৭) অসমৰ পাহাৰীয়া অঞ্চলৰ কৃষিকাৰ্য সম্পৰ্কে চমুকৈ আলোচনা কৰা ।

(এই প্ৰশ্নটো 2011 চনত আহিছিল)

উত্তৰঃ


৮) অসমৰ প্ৰধান কৃষিভিত্তিক উদ্যোগ সমূহ কি কি? অসমৰ চাহ উদ্যোগৰ বিষয়ে চমুকৈ বাখ্যা কৰা ।

(এই প্ৰশ্নটো অসমত ৰে'ল পৰিবহণৰ উন্নয়নৰ বিষয়ে এটি খতিয়ান লিখা ।

(এই প্ৰশ্নটো 2020 চনত আহিছিল)

উত্তৰঃ


৯) অসমৰ এখন নক্সা মানচিত্ৰ অংকন কৰি  তাত তলত দিয়াবোৰ বহুওৱাঃ

ক) মানস ৰাষ্ট্ৰীয় উদ্যান খ) জাটিংগা গ) মাজুলী ।

উত্তৰঃ


১০) অসমৰ প্ৰাকৃতিক সম্পদৰ অৱক্ষয়.ৰ কাৰণবোৰ বৰ্ণনা কৰা ।

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰঃ


১১) অসমৰ অৰ্থনীতিত কৃষিৰ অৱদান সম্পৰ্কে আলোচনা কৰা ।

(এই প্ৰশ্নটো 2013. চনত আহিছিল)

উত্তৰঃ


১২) অসমৰ জনসংখ্যা বিতৰণৰ তাৰতম্যৰ কাৰণবোৰ উপযুক্ত উদাহৰণসহ চমুকৈ আলোচনা কৰা ।

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰঃ


১৩) অসমৰ পাহাৰীয়া অঞ্চলৰ কৃষিকাৰ্য সম্পৰ্কে চমুকৈ আলোচনা কৰা ।

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

উত্তৰঃ


১৪) অসমৰ খনিজ সম্পদভিত্তিক শিল্প-উদ্যোগৰ খতিয়ান দাঙি ধৰা ।

(এই প্ৰশ্নটো 2011 চনত আহিছিল)

উত্তৰঃ


১৫) অসমৰ এখন নক্সা মানচিত্ৰ আঁকা আৰু তাত তলত দিয়াসমূহ নাম সহকাৰে বহুওৱাঃ

a) ৰপ্তানি বৃদ্ধি ঔদ্যোগিক পাৰ্ক ।

b) এটা তেল শোধনাগাৰ )

(এই প্ৰশ্নটো 0219 চনত আহিছিল)

উত্তৰঃ


১৬) অসমৰ এখন নক্সা মানচিত্ৰ অংকন কৰি তলত দিয়াসমূহ যথাস্থানত বহুওৱা ।

a) ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ এখন ৰাষ্ট্ৰীয় উদ্যান ।

b) অসমৰ প্ৰথম তেল শোধনাগাৰ ।

(এই প্ৰশ্নটো 0216 চনত আহিছিল)

উত্তৰঃ


১৭) অসমৰ এখন নক্সা মানচিত্ৰ আঁকা আৰু তলত দিয়াবোৰ মানচিত্ৰত বহুওৱা ।
i) হাফলং নগৰ ।

ii) ব্ৰহ্মপুত্ৰ নদী ।

iii) ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ।

(এই প্ৰশ্নটো  চনত আহিছিল)

উত্তৰঃ


১৮) অসমৰ অৰ্থনীতিত কৃষিৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা ।

(এই প্ৰশ্নটো  2020 চনত আহিছিল)

উত্তৰঃ


১৯) অসমৰ এখন নক্সা মানচিত্ৰ আঁকি পাঁচখন ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থান দেখুওৱা আৰু যিকোনো এখন ৰাষ্ট্ৰীয় উদ্যানৰ চমু বিৱৰণ দিয়া ।

(এই প্ৰশ্নটো 2012 চনত আহিছিল)

উত্তৰঃ


২০) অসমৰ ঔদ্যোগিক বিকাশ এতিয়াও কিয় মন্থৰ হৈ আচে তাৰ চাৰিটা কাৰণ লিখা ।

(এই প্ৰশ্নটো 2018 চনত ঈআহিছিল)

উত্তৰঃ


২১) অসমৰ প্ৰধান খনিজ সম্পদবোৰৰ নাম লিখা । অসমৰ তৈল ক্ষেত্ৰবোৰৰ বিষয়ে চমুকৈ বাখ্যা কৰা ।

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

উত্তৰঃ


২২) অসমৰ এখন নক্সা আঁকা আৰু তকাৰ তলত দিয়াবোৰ যথাস্থানত বহুওৱা ।

a) বৰপেটা b) মাজুলী c) সোৱণসিৰী d) চন্দ্ৰপুৰ ।

(এই প্ৰশ্নটো 2 চনত আহিছিল )

উত্তৰঃ


২৩) অসমৰ এখন নক্সা মানচিত্ৰ আঁকা আৰু তাত তলত দিয়াসমূহৰ যিকোনো দুটা নামসহ বহুওৱা ।

a) এখন পক্ষী অভয়াৰণ্য ।

b) জৈৱ প্ৰযুক্তি পাৰ্ক ।

c) এচিয়া মহাদেশৰ সৰ্ববৃহৎ চাহ বাগিছা ।

(এই প্ৰশ্নটো  2020 চনত আহিছিল)

উত্তৰঃ


২৪) অসমলৈ প্ৰাচীন কালৰ পৰা বৰ্তমান সময়লৈকে হোৱা জনপ্ৰব্ৰজনৰ সোঁতবোৰ একাদিক্ৰমে উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰঃ


২৫) অসমৰ এখন নক্সা মানচিত্ৰ আঁকা আৰু তলত দিয়া সমূহ যথাস্থানত বহুওৱা ঃ

a) লোকপ্ৰিয় বদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ ।

b) এখন ৰাষ্ট্ৰীয় উদ্যান ।

c) মোনাবাৰী চাহ বাগিছা ।

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

উত্তৰঃ


২৬) অসমৰ এখন নক্সা মানচিত্ৰ আঁকা আপৰু তাত তলত দিয়াসমূহ নাম সহকাৰে বহুওৱা ।

a) এখন চিকিৎসা মহাবিদ্যালয় ।

b) এখন কয়লাক্ষেত্ৰ ।

c) এটা সংহত আন্তঃগাঁথনি উন্নয়ন কেন্দ্ৰ ।

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰঃ


অতিৰিক্ত প্ৰয়োজনীয় প্ৰশ্নাৱলীঃ

A. অতি চমু উত্তৰৰ প্ৰশ্ন ।


১) অসমৰ দ্বিতীয় জনজাতিটোৰ নাম কি?

উত্তৰঃ


২) অসমৰ উদ্যোগ বোৰক কেই ভাগত ভাগ কৰিব পাৰি ।

উত্তৰঃ


৩) ২০১০ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্য়া কিমান?

উত্তৰঃ


৪) চাহ জনজাতিসকল কি ভাষী লোক?

উত্তৰঃ


৫)  অসমৰ প্ৰথম শ্ৰেণীৰ নগৰৰ সংখ্যা কিমান?

উত্তৰঃ


৬) অসমৰ অএৰণ্যৰ মাপ লিখা ।

উত্তৰঃ


৭) ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্য়া কিমান?

উত্তৰঃ


৮) ৰাজ্যিক উদ্যোগ নীতি কেতিয়া ঘোষণা কৰা হয়?

উত্তৰঃ


৯) উত্তৰ-পূব সীমান্ত ৰে'ল মণ্ডলৰ মূখ্য কাৰ্যালয় ক'ত অৱস্থিত?

উত্তৰঃ


১০) ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ শিক্ষিতৰ হাৰ কিমান?

উত্তৰঃ


১১) ঝুম খেতি ক'ত কৰা হয়?

উত্তৰঃ


১২) আহোম সকল ক'ৰ পাৰ অসমলৈ আহিছিল?

উত্তৰঃ


১৩) ভাৰতৰ আটাইতকৈ পূৰণি তেল শোধনাগাৰটো ক'ত আচে?

উত্তৰঃ


১৪) অসমলৈ আগমন ঘটা প্ৰথমটো জনগোষ্ঠী কোনটো আছিল?

উত্তৰঃ


১৫) অসমৰ কিমান শতাংশ লোক কৃষিৰ সৈতে জড়িত?

উত্তৰঃ


১৬) অসমৰ বৃহৎ জনজাতিটোৰ নাম কি?

উত্তৰঃ


১৭) অসমত পোন প্ৰথমে ক'ত খনিজ তেলৰ সন্ধান পোৱা গৈছিল?

উত্তৰঃ


১৮) চাহ বনুৱা সকলক অসমলৈ ক'ৰ পৰা অনা হৈছিল?

উত্তৰঃ


১৯) ভাৰতৰ মুঠ চাহ উৎপাদনৰ কিমান শতাংশ অসমে উৎপাদন কৰে?

উত্তৰঃ


২০) অসমৰ ৰে'ল পৰিবহণৰ দায়িত্ব কোন মণ্লডৰ হাতত আছে?

উত্তৰঃ


২১) আহোম সকল কাৰ নেতৃত্বত অসমলৈ আহিছিল?

উত্তৰঃ


২২) অসমত ক'ত ফেলস্পাৰ পোৱা যায়?

উত্তৰঃ


২৩) পনীয়া সোণ কাক বোলে?

উত্তৰঃ


২৪) উত্তৰ-পূৱ ঔদ্যোগিক বিনিয়োগ বৃদ্ধি নীতি কেতিয়া ঘওষণা কৰা হয়?

উত্তৰঃ


২৫) অসমত মুঠ কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে?

উত্তৰঃ


২৬) অসমৰ আটাইতকৈ বেছি ঘনত্বৰ জনসংখঅযা থকা জিলাখনৰ নাম কি?

উত্তৰঃ


২৭) অসমৰ প্ৰধান শস্য কি?

উত্তৰঃ


২৮) অসমৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম কি?

উত্তৰঃ


২৯) অসম ঔদ্যোগিক আৰু বিনিয়োগ নীতি কেতিয়া ঘোষমা কৰা হয়?

উত্তৰঃ


B. চমু উত্তৰৰ প্ৰশ্নঃ


১) অসমৰ ক'ত ক'ত বিমান বন্দৰ আছে?

উত্তৰঃ


২) অসমত কেই প্ৰকাৰৰ ধানৰ খেতি কৰা হয় আৰু কি কি?

উত্তৰঃ


৩) অসমৰ ক'ত চূণশিল পোৱা যায়?

উত্তৰঃ


৪) অসমত পোৱা মৃত্তিকাৰ প্ৰকাৰ কেইটা লিখা ।

উত্তৰঃ


৫) অসমত প্ৰধানতঃ কেইধৰণৰ ৰেচম উৎপাদন কৰা হয়?

উত্তৰঃ


৬) অসমত জনসংখ্যা বৃদ্ধিৰ এটা কাৰণ লিখা ।

উত্তৰঃ


৭) অসমত ক'ত প্ৰাকৃতিক গেছ পোৱা যায়?

উত্তৰঃ


৮) ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ পূৰুষ আৰু মহিলাৰ জনসংখ্যা কিমান?

উত্তৰঃ


৯) অসমৰ প্ৰধান নদী দুখনৰ নাম লিখা ।

উত্তৰঃ


১০) অসমত ঔদ্যোগিক প্ৰক্ৰিয়া মন্থৰ হোৱাৰ দুটা কীৰণ লিখা ।

উত্তৰঃ



১১) অসমত বাস কৰা দুচা পাৰ্বত্য জনজাতিৰ নাম লিখা ।

উত্তৰঃ


১২) অসমৰ ক'ত সাজি মাটি পোৱা যায়?

উত্তৰঃ


১৩) ৰেল পৰিবহনৰ তিনিটা সুবিধা লিখা ।

উত্তৰঃ


১৪) অসমৰ বিভিন্ন ধৰণৰ কৃ।িভিত্তিক উদ্য়োগ সমূহৰ নাম লিখা ।

উত্তৰঃ


১৫) অসমৰ আটাইতকৈ বেছি জনবসতি আৰু কম জনবসতি থকা জিলা দুখনৰ নাম লিখা ।

উত্তৰঃ


) অসমৰ ক'ত কয়লা পোৱা যায়?

উত্তৰঃ


১৭) অসম ঔদ্যোগিক আৰু বিনিয়োগ নীতিৰ তিনিটা প্ৰধান লক্ষ্য লিখা ।

উত্তৰঃ


১৮) অসমত পোৱা তিনিবিধ খনিজ সম্পদৰ নাম লিখা ।

উত্তৰঃ


১৯) অসমৰ কৃষিখণ্ডত থকা দুটা অসুবিধা উল্লেখ কৰা ।

উত্তৰঃ


২০) জল পৰিবহনৰ তিনিটা সুবিধা লিখা ।

উত্তৰঃ


২১) অসমত প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণী ৰ নগৰৰ সংখ্যা কিমান?

উত্তৰঃ


২২) অসমত পোৱা অৰণ্যৰ প্ৰকাৰ কেইটা লিখা ।

উত্তৰঃ


২৩) অসমৰ উদ্যোগবোৰৰ প্ৰকাৰসমূহ লিখা ।

উত্তৰঃ


২৪) অসমত বাস কৰা দুটা ভৈয়াম জনজাতিৰ নাম লিখা ।

উত্তৰঃ


২৫) অসমত কিমানটা তেল শোধনাগাৰ আছ? এইবোৰ ক'ত ক'ত অৱস্থিত?

উত্তৰঃ


২৬) অসমত থকা তৈলসত্ৰ সমূহৰ নাম লিখা ।

উত্তৰঃ


২৭) অসমৰ ক'ত চীনা মাটি পোৱা যায়?

উত্তৰঃ


২৮) অসমৰ আটাইতকৈ ঘন জনবসতিপূৰ্ণ আৰু নিম্ন ঘনত্বৰ বসতি থকা জিলা দুখনৰ নাম লিখা ।

উত্তৰঃ


২৯) অসমৰ কৃষি জলবায়ৱীয় অঞ্চলকেইটাৰ নাম লিখা ।

উত্তৰঃ


৩০) পথ পৰিবহনৰ দুটা সুবিধা লিখা ।

উত্তৰঃ


৩১) অসমৰ পৰিবহন ব্যৱস্থাৰ দুটা প্ৰধান সমস্যা লিখা ।

উত্তৰঃ


C. ৰচনাধৰ্মী প্ৰশ্নাৱলীঃ


১) ১৯০১ চনৰ পৰা ২০১১ চনলৈ অসমৰ জনসংখ্যা বৃদ্ধিৰ বিষয়ে আলোচনা কৰা ।

উত্তৰঃ


২) অসমৰ কৃষি উন্নয়নৰ সমস্যাবোৰ উল্লেখ কৰা ।

উত্তৰঃ


৩) অসমৰ অৰ্থনৈতিক উন্নয়নৰ সম্ভাৱনাবোৰ কি কি?

উত্তৰঃ


৪) অসমৰ জলসম্পদৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ


৫) অসমৰ মাটিকালি, জনসংখ্যা আৰু জনসংখ্যা ঘনত্বৰ বিষয়ে তথ্যসহকাৰে চমুকৈ লিখা ।

উত্তৰঃ


৬) অসমৰ জলপৰিবহণৰ বিষয়ে এটা চমু টোকা লিখা ।

উত্তৰঃ


৭) অসমৰ মীন উদ্যোগৰ বৰ্তমান অৱস্থা কেনেকুৱা?

উত্তৰঃ


৮) ২০১১ চনৰ তথ্য মতে অসমৰ জিলাসমূহৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যা আৰু জনসংখ্যৰ ঘনত্ব থকা জিলাৰ নাম উল্লেখ কৰা ।

উত্তৰঃ


৯) অসমত কি কি মাহজাতীয় শৰ খেতি কৰা হয়?

উত্তৰঃ


১০) বৰ্ধিত জনসংখ্যাই প্ৰাকৃতিক সম্পদৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলাইছে?

উত্তৰঃ


১১) ২০১১ চনৰ তথ্য মতে অসমত কেইখন প্ৰথম শ্ৰেণীৰ আৰু কেিখন দ্বিতীয় শ্ৰেণীৰ চহৰ আছে?

উত্তৰঃ


১২) অসমনৰ জনসংখ্যা বৃদ্ধিৰ কাৰণবোৰ চমুকৈ আলোচনা কৰা ।

উত্তৰঃ


১৩) ভৌগোলিক অঞ্চলভেদে উপযুক্ত মানচিত্ৰৰ সহায়ত অসমৰ জনসংখ্যাৰ বিতৰণ পৰ্যালোচনা কৰা ।

উত্তৰঃ


১৪) সেৱা খণ্ডৰ উদ্যোগ বুলিলে কি বুজায়? উদাহৰণ দি বুজাই লিখা ।

উত্তৰঃ


১৫) অসমৰ শিক্ষিত হাৰ কিদৰে বৃদ্ধি হৈছে চমুকৈ উল্লেখ কৰা ।

উত্তৰঃ


১৬) অসমৰ পৰ্যটন উদ্যোগৰ সমস্যাবোৰ উল্লেখ কৰা ।

উত্তৰঃ


১৭) অসমৰ প্ৰধান কৃষিভিত্তিক উদ্যোগবোৰ কি কি?

উত্তৰঃ


১৮) অসমৰ প্ৰধান তৈলসত্ৰস মূহ উল্লেখ কৰা ।

উত্তৰঃ


১৯) পৰিবহণ ব্যৱস্থাই অসমৰ অৰ্থনৈতিক উন্নতিত কিদৰে সহায় কৰিছে চমুকৈ আলোচনা কৰা ।

উত্তৰঃ


২০) অসমত কি কি ধানৰ খেতি কৰা হয়? এইকেইটাৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ


২১) সম্পদ বুলিলে কি বুজা? অসমৰ প্ৰধান প্ৰাকৃতিক সম্পদবোৰ কি কি?

উত্তৰঃ


২২) অসমৰ ঝুম খেতিৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ


২৩) অসমত মানৱ সম্পদ গঢ়িবলৈ কেনে পদক্ষেপ গ্ৰহণ কৰিব লাগে?

উত্তৰঃ


২৪) অসমৰ চাহ উদ্যোগৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ 


২৫) অসমৰ ঔদ্যোগিক বিকাশ এতিয়াও কিয় মন্থৰ হৈ আছে তাৰ কাৰণ লিখা ।

উত্তৰঃ


২৬) ২০১৪ চনৰ অসমৰ ঔদ্যোগিক আৰু বিনিয়োগ নীতিৰ প্ৰধান লক্ষ্যবোৰ কি কি?

উত্তৰঃ


২৭) অসমৰ বৃহৎ জনসংখ্যা ৰাজ্যখনৰ বোজা (সমস্যা) নে সম্পদ? আলোচনা কৰা ।

উত্তৰঃ


২৮) অসমৰ আহোমসকলৰ জনগোষ্ঠীয় পৰিচয় দাঙি ধৰা ।

উত্তৰঃ


২৯) ধান কিয় অসমৰ প্ৰধান শস্য হিচাপে পৰিগণিত হয়?

উত্তৰঃ


৩০) অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া পাঁটা৩া৩ প্ৰধান কাৰণ উল্লেখ কৰা ।

উত্তৰঃ


৩১) অসমৰ কৃষি-জলববায়বীয় অঞ্চলকেইটা কি কি? এইকেইটাৰ বৈশিষ্ট্য চমুকৈ আলোচনা কৰা ।

উত্তৰঃ




দ্বিতীয় খণ্ড ভূগোল