কিতাপৰ কথা

A. অতি চমু প্ৰশ্নঃ

১। ছপাখানা আৰু কাগজ কোন দেশৰ আৱিষ্কাৰ?

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰঃ

২। বিদ্যাৰ অনুশীলন নহলে কি হয়?

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰঃ

B.চমু প্ৰশ্নঃ

১। হেলেন কেলাৰৰ আত্মজীৱনীত থকা কথাই মানুহক কি  কিতাপ অধ্যয়নৰ বাবে অনুপ্রাণিত কৰিছিল?

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰঃ

C. ৰচনাধর্মী প্রশ্নঃ 

১। “কিছুমান কিতাপে ৰাইজৰ ওপৰত অদ্ভুত প্ৰভাৱ পেলায়।” কথাষাৰ বুজাই লিখা।

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰঃ

২। যিকোনাে এটাৰ চমু টোকা লিখা

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

প্রফুল্ল দত্ত গােস্বামী  

উত্তৰঃ

৩। “অনাখৰী চহা লােকেও কিতাপৰ পৰা লাভ কৰিব পৰা জ্ঞানক অশ্রদ্ধা নেদেখুৱায়।” — কথাষাৰ বিশ্লেষণ কৰা। [ H.S. '19 ] 

উত্তৰঃ

৪। চমুকৈ লিখাঃ 

প্রফুল্ল দত্ত গােস্বামী

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰঃ

অতিৰিক্ত প্রয়ােজনীয় প্রশ্নাৱলী 

(ক ) অতি চমু প্রশ্নঃ 

১। 'কিতাপৰ কথা' প্রবন্ধটিৰ লেখক কোন? 

উত্তৰঃ

২। ‘কিতাপৰ কথা’ পাঠটি ক'ৰপৰা লােৱা হৈছে? 

উত্তৰঃ

৩। 'কেঁচা পাতৰ কঁপনি' উপন্যাসৰ ৰচক কোন?

উত্তৰঃ

8। ড° প্রফুল্ল দত্ত গােস্বামীৰ গৱেষণা গ্রন্থখনৰ নাম কি? 

উত্তৰঃ

৫। ড° প্রফুল্ল দত্ত গােস্বামীৰ জন্ম কোন চনত হৈছিল? 

উত্তৰঃ

৬। 'নিতে নৱৰূপ তাৰ' গ্ৰন্থখন কোনে ৰচনা কৰিছিল? 

উত্তৰঃ

৭। ড° প্রফুল্ল দত্ত গােস্বামীৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম কি? 

উত্তৰঃ

৮। ড° প্রফুল্ল দত্ত গােস্বামীয়ে কোনখন বিশ্ববিদ্যালয়ৰপৰা এম. এ. উপাধি লাভ কৰে? 

উত্তৰঃ

৯। ড° প্রফুল্ল দত্ত গােস্বামীয়ে কি বিষয়ত ডক্টৰেট ডিগ্রী লাভ কৰিছিল? 

উত্তৰঃ

১০। ড° প্রফুল্ল দত্ত গােস্বামীৰ মৃত্যু কিমান চনত হৈছিল?

উত্তৰঃ

১১। 'শেষ ক’ত' উপন্যাসখন কোনে ৰচনা কৰিছিল? 

উত্তৰঃ

১২। ইংৰাজ দার্শনিক বেকনে কিতাপ অধ্যয়নৰ বিষয়ে কি দিহা দিছিল? 

উত্তৰঃ

১৩। 'কিতাপ ওলােৱাৰ শেষ নাই' বুলি ক'ত উল্লেখ আছে? 

উত্তৰঃ

১৪। জ্ঞানৰ পৰিসৰ বঢ়োৱাজনৰ কি হয় বুলি বাইবেলত কোৱা হৈছে? 

উত্তৰঃ

১৫। গুৰুৰ স্থান আজিৰ যুগত কিহে কাঢ়ি লৈছে? 

উত্তৰঃ

১৬। গাঁৱলীয়া ৰাইজৰ মতামত কিহত বিচাৰি পােৱা যায়? 

উত্তৰঃ

১৭। আগৰ দিনত ছাত্রই কিদৰে গুৰুৰপৰা জ্ঞান আহৰণ কৰিছিল? 

উত্তৰঃ

১৮। ইংৰাজ দার্শনিক বেকনে কিতাপ অধ্যয়নৰ বিষয়ে কি দিহা দিছিল? 

উত্তৰঃ

(খ) চমু প্রশ্নঃ 

১। ড° প্রফুল্ল দত্ত গােস্বামীৰ জন্ম কত আৰু কেতিয়া হৈছিল? 

উত্তৰঃ

২। ড° প্রফুল্ল দত্ত গােস্বামী ৰচিত দুখন গ্ৰন্থৰ নাম লিখা।

 উত্তৰঃ

৩। ড° প্রফুল্ল দত্ত গােস্বামী ৰচিত দুখন উপন্যাসৰ নাম লিখা। 

উত্তৰঃ

৪। ড° প্রফুল্ল দত্ত গােস্বামী ৰচিত দুখন ভ্রমণমূলক গ্রন্থৰ নাম লিখা।

উত্তৰঃ

৫। কিতাপ আৰু কিতাপ অধ্যয়নৰ বিষয়ে কোন কোন দেশত কি কি যােজনা প্রচলিত আছে? 

উত্তৰঃ

৬। 'জ্ঞানৱন্ত লােকৰ মনৰ বােজা গধুৰ।'-- কথাষাৰৰ তাৎপর্য বিচাৰ কৰা।

 উত্তৰঃ

৭। কিতাপ আওকাণ কৰি আমি জীয়াই থাকিব নােৱাৰাে বুলি লেখকে কিয় কৈছে? 

উত্তৰঃ

৮। চীনদেশীয় যােজনা অনুসৰি কিতাপ এখন প্ৰথমবাৰলৈ হাতত লােৱা মানে কি উপলব্ধ বা কি পােৱা যায়? 

উত্তৰঃ

৯। কোনােবাই অতীত আৰু বৰ্তমানৰ বিষয়ে জানিব বিচাৰিলে কি কৰিব লাগে বুলি চীনদেশীয় যােজনাত উল্লেখ আছে? 

উত্তৰঃ

১০। কোনবিলাক কিতাপে পাঠকৰ অন্তৰাত্মাত সঁহাৰি তােলে? 

উত্তৰঃ

১১। বেকন কোন? বেকনে কিতাপৰ সম্বন্ধে কি দিহা দিছিল?  

উত্তৰঃ

১২। লেখকৰ মতে কিতাপ এখনৰ সােৱাদ লােৱা আৰু গিলি থােৱাৰ মাজত পার্থক্য কি? 

উত্তৰঃ

১৩। হেলেন কেলাৰ কোন আছিল? 

উত্তৰঃ

১৪। হেলেন কেলাৰৰ আত্মজীৱনীত থকা কি কথাই মানুহক কিতাপ অধ্যয়নৰ বাবে অনুপ্রাণিত কৰিছিল? 

উত্তৰঃ

১৫। সাহিত্যৰ প্ৰতি থকা প্রীতিয়ে জীৱনক কেনেদৰে উদ্ভাসিত কৰিব পাৰে হেলেন কেলাৰৰ আত্মজীৱনীৰ আঁত ধৰি বিচাৰ কৰা। 

উত্তৰঃ

১৬। লেখকে ‘কিতাপ চোবাই পাগুলিয়াই হজম কৰা’ মানে কি বুজাব বিচাৰিছে? 

উত্তৰঃ

১৭। আনন্দৰাম ঢেকিয়াল ফুকন কোন? 

উত্তৰঃ

১৮। আনন্দৰাম ঢেকিয়াল ফুকনে বিদ্যা আৰু জ্ঞান সন্দৰ্ভত অসমীয়া মানুহক কোৱা কথাখিনি বিশ্লেষণ কৰা।

উত্তৰঃ

১৯। আনন্দৰাম ঢেকিয়াল ফুকনে অজ্ঞানতা আৰু কুসংস্কাৰ নিৰসনৰ অৰ্থে অসমীয়া মানুহক কি কৈছিল? 

উত্তৰঃ

২০। কিতাপ সম্পর্কে দিয়া মিল্টনৰ মন্তব্যটো কি? 

উত্তৰঃ

২১। দেশ আৰু জাতিক গ্রন্থ অধ্যয়নে কিদৰে উপকৃত কৰে, পাঠটোৰ আধাৰত বিচাৰ কৰা। 

উত্তৰঃ

২২। “... কিন্তু যি সজ কিতাপ এখন ধ্বংস কৰে, বিবেচনাক হত্যা কৰে।” কথাষাৰ ব্যাখ্যা কৰা। 

উত্তৰঃ

২৩। চমুটোকা লিখাঃ

বেকন, হেলেন কেলাৰ, আনন্দৰাম ঢেকিয়াল ফুকন, বিবেকানন্দ, ৰামমােহন ৰায়, ৰুছাে, মার্ক্স, মিল্টন। 

উত্তৰঃ

(গ) ৰচনাধর্মী প্রশ্নঃ 

১। ড° প্রফুল্ল দত্ত গােস্বামীৰ চমু পৰিচিতি আগবঢ়োৱা। 

উত্তৰঃ

২। কিতাপৰ কথা পাঠটোত কিতাপ সম্বন্ধে আগবঢ়োৱা মন্তব্যসমূহ চমুকৈ আলােচনা কৰা। 

উত্তৰঃ

৩। 'কিতাপৰ কথা' পাঠটোৰ মূল কথাখিনি তােমাৰ নিজৰ ভাষাত চমুকৈ বর্ণনা কৰা।

 উত্তৰঃ

৪। “কিছুমান কিতাপৰ সােৱাদ লব লাগে, আন কিছুমান লাগে গিলিব, আৰু অলপ সংখ্যক লাগে চোবাব আৰু হজম কৰিব।” — কথাখিনিৰ তাৎপর্য বিশ্লেষণ কৰা। 

উত্তৰঃ

৫। “অনাখৰী চহা লােকেও কিতাপৰ পৰা লাভ কৰিব পৰা জ্ঞানক অশ্রদ্ধা নেদেখুৱায়।” পাঠটিৰ আধাৰত আলােচনা কৰা। 

উত্তৰঃ

৬। “ৰাইজ সজ্ঞান আৰু সজীৱ হ'লে ৰাষ্ট্রৰ শাসনত কেৰােণ নালাগে, শাসন ৰাইজৰ ওপৰত মহাভাৰ হৈ পৰাৰ ভয় নাথাকে।”— বাক্যশাৰীৰ তাৎপর্য পাঠৰ আধাৰত নিজৰ ভাষাত লিখা। 

উত্তৰঃ

৭। “হে মােৰ অসমিয়া মিত্র সকল, বিদ্যা জেনেকৈ ইহকালত উপকাৰক আন একো তেনে নহয়” — কথাষাৰৰ যুক্তিযুক্ততা বিচাৰ কৰা। 

উত্তৰঃ

৮। “কিছুমান কিতাপে ৰাইজৰ ওপৰত অদ্ভুত প্ৰভাৱ পেলায়।”— পাঠটোৰ সহায়ত বুজাই লিখা।

উত্তৰঃ