অধ্যায়- ১

ভাৰতবৰ্ষৰ আৰু অসমৰ মাধ্যমিক শিক্ষা (স্বাধীনোত্তৰ কালৰ) 


 প্রশ্নঃ  উত্তৰ দিয়াঃ

 ১। মাধ্যমিক শিক্ষা আয়ােগৰ অধ্যক্ষ কোন আছিল ?

উত্তৰঃ 


২। স্বাধীন ভাৰতৰ প্ৰথমখন শিক্ষা আয়ােগ কোন চনত গঠন কৰা হৈছিল ? 

উত্তৰঃ 


৩। মাধ্যমিক শিক্ষা আয়ােগ গঠনৰ আঁৰৰ কাৰণবােৰ কি কি ? 

উত্তৰঃ 


৪। মাধ্যমিক শিক্ষা আয়ােগৰ প্রতিবেদনত সৰ্বমুঠ কেইটা অধ্যায় আছিল ? 

উত্তৰঃ 


৫। প্রচলিত মাধ্যমিক শিক্ষাৰ আসোঁৱাহবােৰ কি কি আছিল ? 

উত্তৰঃ 


৬। মাধ্যমিক শিক্ষাৰ লক্ষ্য হিচাপে গণতান্ত্রিক নাগৰিকত্বৰ বিকাশ সাধনৰ বিষয়ে লিখা ।

উত্তৰঃ 

 

৭। মাধ্যমিক শিক্ষা আয়ােগে আগবঢ়োৱা মাধ্যমিক শিক্ষাৰ লক্ষ্যবােৰ উল্লেখ কৰা । 

উত্তৰঃ 


৮। মাধ্যমিক শিক্ষা আয়ােগৰ আন এটা নাম কি ? 

উত্তৰঃ 


৯। ১৯৬৪ চনৰ শিক্ষা আয়ােগৰ অধ্যক্ষ কোন আছিল ?

উত্তৰঃ 


১০ । কোন আয়ােগ ১০ + ২ + ৩ শিক্ষাৰ গাঠনিৰ পৰামৰ্শ আগবঢ়াইছিল ?

উত্তৰঃ 


১১ । ১৯৬৪-৬৬ চনৰ শিক্ষা আয়ােগৰ আন এটা নাম কি ? 

উত্তৰঃ 


১২। শিক্ষা আৰু উৎপাদনমুখিতাৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ 


১৩। কোঠাৰী আয়ােগে আগবঢ়োৱা প্ৰাথমিক শিক্ষাৰ গাঁথনি উল্লেখ কৰা ।

উত্তৰঃ 


 ১৪। কোঠাৰী আয়ােগৰ প্রতিবেদনক কি নামেৰে জনা যায় ?

উত্তৰঃ 


১৫ । ‘ এখন দেশৰ ভাগ্য এটা শ্ৰেণীকোটাত গঢ় লৈ উঠে ’ কোন প্রতিবেদনত এই বাক্যশাৰী লিখা আছিল ? 

উত্তৰঃ 


১৬। কোঠাৰী আয়ােগৰ মতে মাধ্যমিক শিক্ষাৰ লক্ষ্যবােৰ উল্লেখ কৰা । 

উত্তৰঃ 


১৭ । ১০ + ২ + ৩ - ৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ 


১৮। কোঠাৰী আফগৰ মতে প্রথম বাবা পৰীক্ষা কোন শ্ৰেণীৰ  পিছত হোৱ  উচিত ?

উত্তৰঃ 


 ১৯। মাধ্যমিক শিক্ষাৰ বৃষ্টিমুখীকৰণৰ ক্ষেত্ৰত কোঠাৰী আয়োগ অংশঢ়োৱা ছয়টা পৰামৰ্শ উল্লেখ কৰা ।

উত্তৰঃ 


 ২০। কোঠাৰী আয়ােগৰ মতে বৃত্তিমুখী শিক্ষাৰ মাধ্যম কি হােৱা উচিত ?

উত্তৰঃ 


২১। বাষ্ট্ৰীয় শিক্ষানীতি কোন চনত গৃহীত হয় ? 

উত্তৰঃ 


২২। নবােদয় বিদ্যালয় কি ?

উত্তৰঃ 


 ২৩। অপাৰেচন ব্লেকবাের্ড মানে কি ?

উত্তৰঃ 


 ২৪।  OBB- ৰ সম্পূৰ্ণ ৰূপটো লিখা । 

উত্তৰঃ 


২৫। নবােদয় বিদ্যালয় স্থাপনৰ উদ্দেশ্য কি ? 

উত্তৰঃ 


২৬। ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পাচটা বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰঃ 


২৭। মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰামৰ্শ আলােচনা কৰা । 

উত্তৰঃ 


২৮। অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ কোন চনত গঠিত হৈছিল ? 

উত্তৰঃ 


২৯। SEBA আৰু AHSEC- ৰ সম্পূৰ্ণ ৰূপটো লিখা । 

উত্তৰঃ 


৩০। স্বাধীনােত্তৰ কালত অসমৰ মাধ্যমিক শিক্ষাৰ বিকাশৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ 


৩১। অসমৰ মাধ্যমিক শিক্ষাৰ প্রধান সমস্যাবােৰ কি কি ? 

উত্তৰঃ 


৩২। অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যাৰবােৰ সমাধানৰ উপায়বােৰ আলােচনা কৰা ।

উত্তৰঃ