Lesson-5

Home They Brough Her Warrior Dead

ঘৰ সিহঁতে তাইৰ যোদ্ধাক মৃত বুলি কয়


Word Note

Warrior- Soldier good at fighting

যোদ্ধা- যুদ্ধত পাকৈত সৈনিক

Swooned- became unconscious

হুমুনিয়াহ কাঢ়ি- অচেতন হৈ পৰিল

Uttered- said

উচ্চাৰিত- ক’লে

Stole- moved silently

চুৰি- মনে মনে লৰচৰ কৰিলে

Worthy- deserving

যোগ্য- যোগ্য

Foe- enemy

শত্ৰু- শত্ৰু

Tempest- storm in the ocean

ধুমুহা- সাগৰত ধুমুহা


Comprehension 

I. Answer the following questions in one or two sentences.

(এটা বা দুটা বাক্যত উত্তৰ দিয়া)

1. How did the woman react when she saw the dead warrior? 

(মৃত সৈনিকজনক দেখি মহিলাগৰাকীয়ে কেনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল?)

Ans: The woman neither swooned nor uttered a cry when she saw the dead warrior.

(মহিলাগৰাকীয়ে মৃত সৈনিকজনক দেখি কন্দাকটা কৰা নাছিল) 


2. What did the maidens, at first, do to make her cry?

(সখীসকলে তেওঁক কন্দুৱাবলৈ প্ৰথম কি কৰিছিল?)

Ans: The maidens, at first praised him in soft and low voice to make her cry.

(সখীসকলে তেওঁক কন্দুৱাবলৈ প্ৰথম মৃত সৈনিকজনক মৃদুভাষাৰে প্ৰসংশা কৰিছিল।)


3. What did they do next?

(তাৰ পাছত তেওঁলোকে কি কৰিছিল?)

Ans: They next removed the face-cloth from the face.

(তাৰ পাছত তেওঁলোকে মূখ ঢকা কাপোৰখন আঁতৰাই দিছিল।)


 4. Who succeeded in making the woman cry?

( মহিলাগৰাকীক শেষত কিহে কন্দুৱালে?)

Ans: When an  old nurse set the woman's child on her knees that succeeded in making the woman cry.

(যেতিয়া এগৰাকী বৃদ্ধ সহায়ীকাই মহিলাগৰাকীৰ কোলাত তেওঁৰ সন্তানটি তুলি দিলে, ই মহিলাগৰাকীক শেষত কন্দুৱাই তুলিলে।)


II. Find the words that rhyme with: 

(ছন্দ মিল থকা শব্দ বিচাৰা )

read, kept, cry, fears ,go, key, race 

Ans: 

 read: dead.                          Go: foe/low

Kept: wept                            key: thee

Cry: die.                                 Race: face

Fears: tears /years


III. Which of the following themes is given in the poem? 

(কবিতাটিত কি কি বিষয় আছে?)

1. Courage and sacrifice (সাহস আৰু ত্যাগ)

 2. Mother's love and duty (মাতৃৰ মৰম আৰু কৰ্তব্য) 

3. Mourning the death of a soldier (মৃত সৈনিকৰ শোক)

Ans: All of the above.(ওপৰোক্ত সকলোবোৰ)


 IV. What feeling does the poet evoke in you? 

(কবিতাটিয়ে কি কি ভাৱ উদ্বুদ্ধ কৰে?) 

1) love for country (দেশভক্তি)

2) sorrow (শোক)

 3) praise (প্ৰশংসা)

Ans: All of the above. (ওপৰোক্ত সকলোবোৰ)


Word meaning:

Warrior- যোদ্ধা।

Swooned- মূৰ্চ্ছা যোৱা।

Uttered- উচ্চাৰণ।

Maiden-কুমাৰী।

Weep- কান্দিব।

Praise- প্ৰশংসা কৰা।

Worthy- যোগ্য।

Noblest- উচ্চতম।

Foe- শত্ৰু।

Knee- আঠুঁ।

Tempest- ধুমুহা।

Tears- চকুপানী।


Word meaning by- Punya Hazarika.

Himadri Borah

(M.A in English)