জাতি নিৰ্মাণ আৰু ইয়াৰ সমস্য়াসমূহ 


A. Short Type Questions:

1. When was the State Reorganization Act passed? Name any one state created under this Act.

ৰাজ্য পুনৰগঠন আইন কেতিয়া গঠন কৰা হৈছিল? এই আইনৰ অধীনত গঠন হোৱা যি কোনো ৰাজ্যৰ নাম উল্লেখ কৰা।


2. Before independence, there was a 'two-nation theory' advanced by the Muslim League. What were the two nations included in this theory? 

স্বাধীনতা পৰ্বে মুছলীম লীগে 'দ্বি-জাতি তত্ত্ব'ৰ পোষকতা কৰিছিল। এই তত্ত্বত অন্তৰ্ভুক্ত কৰা ৰাষ্ট্ৰ দুখন কি আছিল?


3. Name the first Home Minister of independent India.

স্বাধীন ভাৰতৰ প্ৰথমগৰাকী গৃহমন্ত্ৰীৰ নাম লিখা।


4. When was the State Reorganization Act adopted? 

ৰাজ্য পুনৰগঠন আইন কেতিয়া গ্ৰহণ কৰা হৈছিল?


5. Write the name of any one State formed on the basis of State Reorganization Act, 1956.

১৯৫৬ চনৰ ৰাজ্য পুনৰ গঠন আইনৰ ভিত্তিত গঠন হোৱা যিকোনো এখন আইনৰ নাম লিখা।



C. Essay Type Questions:

1. Explain the consequences of Parition  of India.

ভাৰত বিভাজনৰ পৰিণতিসমূহ বিশ্লেষণ কৰা।


2. Discuss briefly the two challenges that India had to nface immediately after independence.

স্বাধীনতাৰ পিছত ভাৰতে তাক্ষণিকভাৱে সন্মুখীন হোৱা দুটা প্ৰত্যাহ্বানৰ বিষয়ে চমুকৈ আলোচনা কৰা।


3. Explain briefly about 'Two-Nation Teaory'.

'দ্বি-জাতি তত্ত্ব' সম্পৰ্কে চমুকৈ ব্যাখ্যা কৰা।



Additional Important Questions:

A. Very Short Type Questions:

1. On which date state Re-organization Act was put into practice.

ৰাজ্য পুনৰ সংগঠন অইন কেতিয়া কাৰ্যকৰী হৈছিল?


2. Who was the father of Non-aligned Movement.

গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ পিতৃ কোন?


3. Under which article of the constitution special status is given to Jammu & Kashmir?

সংবিধানৰ কোনটো অনুচ্ছেদত জন্মু আৰু কাশ্মীৰক বিশেষ মৰ্যদা দিয়া হৈছে?


4. Give the names of two provinces which were also divided during the partition of India.

ভাৰতবৰ্ষত বিভাজনৰ সময়ত বিভক্ত হোৱা দুখন প্ৰদেশৰ নাম লিখা।


5. What was the most important recommendation of the states reorganisation commission.

ৰাজ্য পুনৰ সংগঠন আয়োগৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰামৰ্শটো কি?


6. What is the name of first speech of Pt. Jawahar Lal Neheru?

পণ্ডিত জৱাহৰাল নেহেৰুৰ প্ৰথম ভাষণটোৰ নাম কি?


7. How many states and union territories were created under the states Reorganization Act?

ৰাজ্য পুনৰ সংগঠন আয়োগৰ অধীনত কিমান ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সৃষ্টি কৰা হৈছিল? 


8. At Present how many states and union territories are there in the Indian federation?

ভাৰত যুক্তৰাষ্ট্ৰত বৰ্তমান কিমানখন ৰাজ্য আৰু কেন্দ্ৰিয় শাসিত অঞ্চল আছে?


9. ''First things must come first and the first thing is the security and stability of India''- who said this?

''আমি প্ৰথমতে যিটো কাম কৰিব লাগে প্ৰথমতে সেইটোৱে কৰিবহ লাগিব আৰু চৰকাৰৰ বাবে প্ৰথম কামটো হ'ল ভাৰতবৰ্ষ নিৰাপত্তা আৰু স্থিৰতা'' কোনে কৈছিল?


10. Who was the first Prime Minister of India?

ভাৰতৰ প্ৰথমগৰাকীৰ প্ৰধানমন্ত্ৰী কোন আছিল?


11. How many Kinds of challanges that independent India faced?

স্বাধীন ভাৰতে কিমান ধৰণৰ প্ৰত্যাহবানৰ সন্মুখীন হ'বলগীয়া হৈছিল?


12. On 14-15 August, 1947, two nations state came intoexistence-one is India, what is the other?

1947 চনৰ 14-15 আগষ্টত দুখন ৰাষ্ট্ৰৰ জন্ম হৈছিল- এখন ভাৰত, আনখন কি আছিল?


13. Name the two cities which became divided into existence-one is India, what is the other?

দেশ বিভাজনৰ সময়ত বিভিন্ন সাম্প্ৰদায়িক মণ্ডলত বিভাজিত হৈ পৰা দুখন মহানগৰৰ নাম লিখা।


14. What is princely state 

ৰাজকীয় ৰাষ্ট্ৰ কি?


15. Who was Sardar Vallabhbhai Patel?

ছৰ্দাৰ বল্লভভাই পেটেল কোন আছিল?


16. Who was the Maharaja of Manipur at the time of Independence?

স্বাধীনতা সময়ত মণিপুৰৰ মহাৰজা কোন আছিল?


17. Name two states that were affected by the partition?

দেশ বিভাজনৰ দ্বাৰা কোন দুখন ৰাজ্য ক্ষতিগস্ত হৈছিল?


18. When India got Independence? 

 ভাৰতে কেতিয়া স্বাধীনতা লাভ কৰিছিল?   


20. What do you mean by British Paramountcy? 

 ব্রিটিছ মহাসাম্রাজ্য বুলিলে কি বুজা? 


 21. Give the concept of 'Two Nations Theory'. 

ৰাষ্ট্র সূত্র’ৰ ধাৰণাটো উল্লেখ কৰা। 


22. What were the goals of Pt Nehru?

পণ্ডিত নেহেৰু লক্ষ্য কি আছিল?


23. Why the people of Hyderabad were agsinst the Nizam's rule? 

 হায়দৰাবাদৰ জনসাধাৰণে নিজামৰ শাসনৰ বিৰােধিতা কিয় কৰিছিল?


 24. Who was the victim of oppressive rule of Nazim? 

 নিজামৰ অত্যাচাৰী শাসনৰবলি কোন হৈছিল?


25. Which princely State was the first state to hold T election on the basis of Universal Adult Franchise

সার্বজনীন প্রাপ্তবয়স্ক ভােটাধিকাৰৰ ভিত্তিত কোনখন ৰাজকীয় ৰাজ্যই প্রথমতে নির্বাচন অনুষ্ঠিত কৰিছিল? 


26. Which princely States created some problems in becoming a part of India? 

 ভাৰত অংগৰাজ্য হােৱাৰ ক্ষেত্ৰত কোনখন ৰাজকীয় ৰাজ্যই কিছুমান সমস্যাৰ সৃষ্টি কৰিছিল? 


27. What was the main provision of the Agreement 'the instrument of Accession? 

 চামিলকৰণৰ দলিল’ চুক্তিখনৰ মূল বিধানসমূহ কি আছিল?


28. On which date Maharaja of Jammu and Kashmir signed the Instrument of Accession to India? 

কোন তাৰিখে জন্মু আৰু কাশ্মীৰৰ মহাৰজাই ভাৰতত চামিলকৰণৰ দলিলত স্বাক্ষৰ কৰিছিল? 



 B. Short Type Questions:

1. Why do people migrate? 

মানুহে প্ৰব্ৰজন কিয় কৰে? 


2.What do you understand by the ' Two nation theory of Muslim league'? 

 মুছলীম লীগৰ ‘টু নেচন থিয়’ৰী’ মানে তুমি কি বুজা? 


3. What is Nation? 

 জাতি কি? 


4. Explain the meaning of Nation building

 Nation building- ৰ অর্থ ব্যাখ্যা কৰা।


5. Explain any three factors which determine Nation building.

 Nation building য়ে যিকোনাে তিনিটা উপাদান ব্যাখ্যা কৰা। 


6. Explain three challenges that India faced after independence.

 স্বাধীনতাৰ পিছত ভাৰতে সম্মুখীন হােৱা তিনিটা ভাবুকি ব্যাখ্যা কৰা।


What was the provision in the Indian Independence Act 1947 relating to princely states? 

 ১৯৪৭ চনৰ ভাৰতৰ স্বাধীনতা আইনত ‘প্রিন্সলি ষ্টেটৰ বিষয়ে কি ব্যৱস্থা কৰা হৈছিল? 


3. Who was responsible for the integration of princely states? 

 প্রিন্সলি ষ্টেটৰ সংহতিৰ বাবে কোন দায়ী? 


 9. Mention any two provision which reflect special. status to Jammu and Kashmir? 

 জম্মু আৰু কাশ্মীৰৰ বাবে বিশেষ মর্যাদা থকা যিকোনাে দুটা ব্যৱস্থাৰ উল্লেখ কৰা ৷ 


 10. Mention four features of the Indian language problem. 

 ভাৰতৰ ভাষা সমস্যাৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।


11. Describe briefly any three problems faced in the process of partition of India. 

ভাৰত বিভাজনত সন্মুখীন হােৱা যিকোনাে তিনিটা সমস্যা চমুকৈ বর্ণনা কৰা। 


 12. Discuss the role of constituent Assembly in solving language problem. 

 ভাষা সমস্যা সমাধানত সংবিধান সভাৰ ভূমিকা আলােচনা কৰা।

 

 13. During 1990's what did India expect from Western countries?

 ১৯৯০ চনত ভাৰতে পশ্চিমীয়া দেশৰ পৰা কি আশা কৰিছিল? 


 14. Mention any two oppositional function of the democracy. 

 গণতন্ত্ৰৰ যিকোনাে দুটা বিপৰীতধর্মী কার্য উল্লেখ কৰা।


15.  Why did Kashmir become a bone of contention?

  কাশ্মীৰ কিয় এক বিবাদৰ কাৰণ হৈ পৰিছে? 


16. What is the role of US in Kashmir problem during the period of Nehru? 

নেহৰুৰ সময়ত কাশ্মীৰ সমস্যাৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূমিকা কি আছিল? 


17. Which states decided not to join India but remain independent? 

 কোনখন ৰাষ্ট্ৰই ভাৰতত চামিল নােহােৱাকৈ স্বাধীন হােৱাৰ সিদ্ধান্ত লৈছিল? 


18. What was the main provision of the Agreement' the instrument of Accession?  

প্ৰৱেশযন্ত্ৰৰ প্রধান দফাসমূহ কি? 


19. Under what circumstances did India gain independence? 

 ভাৰতবৰ্ষই কি পৰিস্থিতিত স্বাধীনতা লাভ কৰিছে? 


20. Examine the role of Sardar Vallabhbhai Patel in the integration of Princely States. 

 ৰাষ্ট্ৰসমূহৰ একত্ৰিকৰণত চৰ্দাৰ বল্লভভাই পেটেলৰ ভূমিকা পৰিক্ষা কৰা। 


21.What was the government's approach towards the integration of Princely States? 

ৰাষ্ট্ৰসমূহৰ একত্ৰিকৰণত চৰকাৰৰ দৃষ্টিভংগী কি?


22. What were the reasons bing used by Nehru for keeping India secular? Do you think these reasons were only ethical and sentimental? Or, T were there some prudential reasons as well? 

 ভাৰতবৰ্ষক ধর্মনিৰপেক্ষ কৰিবলৈ গান্ধীজীৰ যুক্তিসমূহ কি কি আছিল? তুমি এই যুক্তিসমূহ নৈতিক আৰু বিবেক জড়িত বুলি ভাবানে? অথবা তাত সঠিক যুক্তি আছেনে? 


 23. Bring out two major differences between the challenge of nation building for eastern and western regions of the country at the time of independence. 

স্বাধীনতাৰ সময়ত পূর্বোত্তৰ আৰু পশ্চিমৰ ৰাষ্ট্ৰসমূহৰ মাজত জাতি নির্মাণৰ ক্ষেত্ৰত দুটা প্রধান পার্থক্য উলিওৱা। 


 24. Discuss the problems involved with the integratin of Princely States. 

 প্রিন্সলি ৰাষ্ট্ৰসমূহৰ একত্ৰিকৰণত জড়িত সমস্যাৰাজি আলােচনা কৰা।  


 25. Write a note on the people's movement of Hyderabad. 

 হায়দৰাবাদৰ গণ আন্দোলনৰ ওপৰত এটা টোকা লিখা। 


26. Explain the three challenges that India faced after independence. স্বাধীনতাৰ পিছত ভাৰতবৰ্ষই সম্মুখীন হােৱা তিনিটা প্রত্যাহ্বান ব্যাখ্যা কৰা।


 27. Mention any two provisions, which reflect special status to Jammu and Kashmir? 

জম্মু আৰু কাশ্মীৰৰ সুকীয়া মর্যদা প্রদানৰ দুটা চর্ত উল্লেখ কৰা।


 28. Who was the founding father of Non - aligned Movement? 

 গােষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰতিষ্ঠাপক পিতৃ কোন আছিল?


 29. Which Princely State was the first state to hold election on the basis of Universal Adult Franchise?

প্রথম সার্বজনীন প্রাপ্তবয়স্ক ভােটাধিকাৰ , ভিত্তিত নির্বাচন অনুষ্ঠিত হােৱা প্রিন্সলি ৰাষ্ট্ৰখনৰ নাম কি?


30. Who was the Chairman of Drafting Commission of the Constituent Assembly?

সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি কোন আছিল? 


 31. "We have a Muslim minority who are so large in numbers that they cannot even if they want, go ! any where else", who said it and when?!

 “আমাৰ মুছলমান সংখ্যালঘু আছে, যিসকল সংখ্যাত ইমান ! বেছি যে তেওঁলােকে যাও বুলিলেও অন্য কোনাে ঠাইলৈ যাব নােৱাৰে।” — কোনে আৰু কেতিয়া কৈছিল? 


 32. Before independence, there was a two nation T theory 'advanced by the Muslim Leagne. What are the two nations included in this theory? 

 স্বাধীনতাৰ পূর্বে মুছলিম লীগে দ্বিৰাষ্ট্ৰৰ সূত্ৰ আগবঢ়াইছিল। এই সূত্রত অন্তভূক্ত ৰাষ্ট্ৰ দুখন কি কি? 


 33. When was Mahatma Gandhi killed and by whom? 

কেতিয়া মহাত্মা গান্ধীক হত্যা কৰা হৈছিল আৰু কোনে কৰিছিল?


 34. British India was divided into two areas. What these two?

 ব্রিটিছ ভাৰতক দুটা অঞ্চলত ভাগ কৰা হৈছিল, সেই অঞ্চল দুটা কি কি আছিল? 


 35. What is meant by ' Nizam'?

 নিজামৰ অর্থ কি? 


  36. Name two states that were affected by the partition of the country 

 দেশ বিভাজনৰ দ্বাৰা ক্ষতিগ্রস্ত হােৱা ৰাজ্য দুখনৰ নাম লিখা। 


 37. Name two State of today that were once a uniton Territory. 

 এসময়ত কেন্দ্রীয় শাসিত অঞ্চল হৈ থকা বর্তমানৰ দুখন ৰাজ্যৰ নাম লিখা। 


 38. When was the States Reorganization Act passed? Name any one state created under this Act. 

 ৰাজ্য পূনৰ গঠন আইন কেতিয়া গৃহীত হৈছিল? এই আইনৰ অধীনত গঠন হােৱা যিকোনাে এখন ৰাজ্যৰ নাম লিখা।


39. What was the immediate outcome of ' Two Nation Theory'? 

 দ্বিৰাষ্ট্র সূত্র’ৰ তাৎক্ষণিক ফল কি আছিল? 


 40. What was announced by the British Governor General Mountbatten on June 3,1947? 

 গভর্ণৰ জেনেৰেল মাউণ্টবেটেন 1947 চনৰ 3 জুনত কি ঘােষণা কৰিছিল?


 41. Write two negative traits in Nehruvian Policy. 

 নেহৰুৰ নীতিৰ দুটা নেতিবাচক লক্ষণ লিখা। 


 42. Why did the leaders of the national movement cherish the ideal of a secular nation ? Give reason. 

 জাতীয় আন্দোলনৰ নেতৃবৃন্দইকিয় ধর্মনিৰপেক্ষ ৰাষ্ট্ৰৰ ধাৰণাক পােষণ কৰিছিল? কাৰণ দর্শোৱা।  


43. “Goa was not merged with Maharastra as the Central Government did not want it " why

কেন্দ্রীয় চৰকাৰে নিবিচৰা বাবে গােৱাক মহাৰাষ্ট্ৰৰ সৈতে চামিল কৰা হােৱা নাছিল কিয়? 



C. Essay Type Questions: 

1. Discuss in details about partition of India. 

 ভাৰত বিভাজনৰ বিষয়ে বিতংভাৱে আলােচনা কৰা। 


2. Explain about Kashmir problem to India. 

 ভাৰতৰ কাশ্মীৰ সমস্যাৰ বিষয়ে ব্যাখ্যা কৰা। 


 3. Explain how the Indian govt has been pursuing the path of democratic negotiation to solve the Kashmir issue. 

 কাশ্মীৰ বিষয়টো সমাধানৰ বাবে ভাৰত চৰকাৰে কেনেদৰে গণতান্ত্রিক আলােচনাৰ পথ লৈছে ব্যাখ্যা কৰা।


4. What was the state Reorganization commission? What were its important recommendations? 

 ৰাজ্য পুনৰ সংগঠন আয়ােগ কি? ইয়াৰ গুৰুত্বপূর্ণ পৰামৰ্শাৱলী কি কি? 


5.  Describe briefly any five problems faced in the process of partition of India. 

 ভাৰত বিভাজনত সন্মুখীন হােৱা যিকোনাে পাঁচটা সমস্যা চমুকৈ আলােচনা কৰা।


  6. What are the reasons according to Nehru for keeping India Secular?

 নেহৰুৰ মতে ভাৰতক ধর্মনিৰপেক্ষ কৰাৰ কাৰণ কি কি? 


7. Write about on the integration of princely states after the partition of the country. Dis cuss the role of Sardar Patel in the integration of Princely states. 

 দেশ বিভাজনৰ পিছত প্রিন্সলি ষ্টেটসমূহৰ সংহতিৰ বিষয়ে লিখা। প্রিন্সলি ষ্টেটসমূহৰ সংহতিত চৰ্দাৰ পেটেলৰ ভূমিকা আলােচনা কৰা।

 

 8. Briefly describe the problem of Kashmir be tween India and Pakistan.

  ভাৰত আৰু পাকিস্তানৰ মাজৰ কাশ্মীৰ সমস্যাটোৰ বিষয়ে চমুকৈ বর্ণনা কৰা। 


 9. Write a note on the problem of Manipur at the time of independence. 

 স্বাধীনতাৰ সময়ৰ মণিপুৰ সমস্যাটোৰ ওপৰত এটা টোকা লিখা। 


 10. Discuss the history of Indian democracy on the issue of Kashmir problem.

কাশ্মীৰ সমস্যাৰ ক্ষেত্ৰত ভাৰতীয় গণতন্ত্রৰ ইতিহাস আলােচনা কৰা। 


 11. Explain how the Indian Government has been pursuing the path of democratic negotiation to solve the Kashmir Issue.

 মানুহে প্ৰব্ৰজন কিয় কৰে? 

 12. Explain the 'two nation theory'in brief.

দ্বিৰাষ্ট্ৰৰ সূত্ৰটো চমুকৈ ব্যাখ্যা কৰা। 


 13. What did the words ' division of hearts imply? Discuss.

 হৃদয়ৰ বিভাজন ’ শব্দ দুটাই কি বুজায় আলােচনা কৰা। 


 14. Gandhiji's actions were not liked by all. If so why explain. 

গান্ধীজীৰ কামকাজবােৰ সকলােৱে পছন্দ কৰা নাছিল। যদি এয়া সঁচা হয়, কিয় তেনে হৈছিল ব্যাখ্যা কৰা। 


 15. What were British Indian provinces ? How did they differ from the Princely States? 

ভাৰতীয় ৰাজ্যসমূহ কি কি আছিল ? ৰাজকীয় ৰাজ্যসমূহৰ পৰা সিবােৰ কিদৰে পৃথক আছিল।


16. Explain any four factors which determine Natrion-building. 

ৰাষ্ট্ৰ গঠনৰ নিৰ্ণয় কৰা যিকোনো চাৰিটা কাৰকৰ ব্যাখ্যা কৰা। 


 17. Mention four features of the Indian language problem. 

ভাৰতৰ ভাষা সমস্যাৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা। 


 18. Discuss the events related to partition of India. 

 ভাৰত বিভাজনৰ সৈতে সম্পর্কিত ঘটনাৱলী আলােচনা কৰা ৷ 


 19. What were the consequences of the partition of India in 1947. 

 1947 চনত ভাৰত বিভাজিত হােৱাৰ প্রতিফলবােৰ কেনেকুৱা আছিল?


 20. Explain in details Kashmir accession to India.  

ভাৰতৰ সৈতে কাশ্মীৰৰ চামিলকৰণৰ বিশদ ব্যাখ্যা কৰা। 


 21. "Independence for India was not the path of roses" — Explain.

 ’ভাৰতৰ স্বাধীনতা লাভৰ পথটো সেন্দুৰীয়া নাছিল’ — ব্যাখ্যা কৰা।


22. Write a note on Sardar Vallabhabhai Patel. 

 বল্লভভাই পেটেলৰ বিষয়ে এটা টোকা লিখা। 


23. Explain the two goals for the independent India to achieve as it easy to fulfill them?

স্বাধীন ভাৰতে সহজতে উপনীত হ'ব পৰা দুটা লক্ষ্যৰ বিষয়ে ব্যাখ্যা। 


24. Explain the consequences of partition. 

দেশ বিভাজনৰ প্ৰতিফল ব্যাখ্যা কৰা। 


 25. Discuss the three considerations of Governments approach in regard to integration. 

সংহতি ক্ষেত্ৰত চৰকাৰৰ প্ৰচেষ্টাৰ তিনিটা বিবেচনা আলােচনা। 


 26. What is Reorganization of States? When did take? 

ৰাজ্য পুনগঠন কি? সেয়া কেতিয়া সংঘটিত হৈছিল? 


 27. Discuss the principles and difficulties involved in the process of partition. 

 দেশ বিভাজন প্রক্রিয়াত জড়িত নীতি আৰু জটিলতাসমূহ আলােচনা কৰা।


 28. Describe any four lessons drawn, relating to national integration during the last six decades after independence. 

স্বাধীনতাৰ পিছৰ যােৱা ছয়দশকত আহৰিত ৰাষ্ট্ৰীয় সংহতি সম্পৰ্কীয় যিকোনাে চাৰিটা শিকনি ব্যাখ্যা কৰা ৷ 


 29. What were the views of Pt . Jawahar Lal Nehru expressed in his letter to chief Ministers on 15th October , 1947. 

 1947 চনৰ 15 অক্টোবৰত মুখ্যমন্ত্ৰীসকললৈ লিখা পত্ৰত পণ্ডিত জৱাহৰলাল নেহৰুৱে কি মতামত প্রকাশ কৰিছিল?