ভাৰতৰ বৈদেশিক সম্পৰ্ক


A. Very Short Type Questions:

1. Write the full form or NEFA 

 NEFA ৰ সম্পূৰ্ণ ৰূপটো লিখা।


2. Name the agreement which was signed by Indira Gandhi and Zulfikar Ali Bhutto in 1972. 

1972 চনত ইন্দিৰা গান্ধী আৰু জুলাংক জব আলী ভুট্টোৰ মাজত স্বাগৰিত হােৱা চুক্তি খনৰ নাম লিখা।



B. Short Type Questions: 

1. Mention two important basic principles of India's Foreign Policy.

ভাৰতৰ বৈদেশিক নীতিৰ দুটা গুৰুত্বপূর্ণ মূল নীতি উল্লেখ কৰা। 


2. What do you mean by Panchseel? 

পঞ্চশীল মানে কিবুজা?


3. Mention the two challenges faced by India from 1964 to 1966 during Lal Bahadur Shastri's brief Prime Mnistership. 

 লাল বাহাদুৰ শাস্ত্ৰীৰ চমু প্রধান মন্ত্রিৰ সময়ছােৱাত ভাৰতে ১৯৬৪ চনৰ পৰা ১৯৬৬ চনলৈ সম্মুখীন হােৱা দুটা প্রত্যাহ্বান উল্লেখ।


4. Write two most important basic principles of India's foreign policy. 

ভাৰতৰ বৈদেশিক নীতিৰ দুটা অতি গুৰুত্বপূর্ণ মূল নীতি লিখা। 


5.  Mention two points of tension in India's relations with Pakistan. 

পাকিস্তানৰ সৈতে ভাৰতৰ সম্পৰ্কত থকা দুটা উদ্বিগ্নতাপূর্ণ দিশ উল্লেখ কৰা।


6. Mention two major objectives of Jawaharlal Nehrus foreign policy. 

জৱাহৰলাল নেহৰুৰ বৈদেশীক নীতিৰ দুটা প্রধান উদ্দেশ্য উল্লেখ কৰা। 

7. Write any two features of India's foreign policy. 

 ভাৰতৰ বৈদেশিক নীতিৰ যিকোনাে দুটা বৈশিষ্ট্য লিখা।



 B. Essay Type Questions: 

1.  Who was the architect of India's Foreign Policy? Explain the basic objectives of Jawaharlal Nehru's foreign policy. 

 ভাৰতৰ বৈদেশিক নীতিৰ স্থপতি কোন আছিল ? জৱাহৰলাল নেহৰুৰ বৈদেশিক নীতিৰ মূল উদ্দেশ্যসমূহ ব্যাখ্যা কৰা। 


2. Why did India adopt the policy of Non - Alignment? Discuss. 

ভাৰতে কিয় গােষ্ঠী - নিৰপেক্ষ নীতি গ্ৰহণ কৰিছিল? আলােচনা কৰা।


3. Who is regarded as pioneer of India's Nuclear Policy? Discuss India's Nuclear Policy. 

 ভাৰতৰ পাৰমাণৱিক নীতিৰ পথপ্রদর্শক হিচাপে কোন ব্যক্তিক আখ্যা দিব পাৰি? ভাৰতৰ পাৰমাণৱিক নীতিৰ আলােচনা।


4. Discuss about India's changing relations with Pakistan. 

পাকিস্তানৰ সৈতে ভাৰতৰ পৰিৱর্তনশীল সম্পর্ক বিষয়ে আলােচনা কৰা। 


 5. Discuss briefly about India's Nuclear Policy. 

 ভাৰতৰ পাৰমাণৱিক নীতিৰ বিষয়ে চমুকৈ আলােচনা কৰা।


Additional Important Questions

A. Very Short Type Questions:


1. Who is the Chief architect of Indias Foreign Policy? 

 ভাৰতৰ বৈদেশিক নীতিৰ প্ৰধান স্থপতি কোন? 


2. Which state of the world is called the fun friendly friend of India'? 

বিশ্বৰ কোনখন ৰাষ্ট্রক ভাৰতৰ অপ্রসন্ন বন্ধু' বুলি কোৱা হয়?


3. When was the Panchasheel agreement signed with China? 

 কেতিয়া চীনৰ সৈতে পঞ্চশীল চুক্তি স্বাক্ষৰিত হৈছিল? 


 4. ls India a supporter of colonialism?

 ভাৰতবর্ষ উপনিৱেশবাদৰ সমর্থনকাৰী নে? 


 5. Who was the Chief Intiator of the Policy of non - alignment? 

গােষ্ঠী নিৰপেক্ষ নীতিৰ মুখ্য উদ্যোক্তা কোন আছিল? 


6. In which year Mc Mohan Line was determined between India and China?

 কিমান চনত চীন আৰু ভাৰতৰ মাজত মেক মােহন সীমা নির্ধাৰণ কৰা হৈছিল?


7. In which year China invaded India? 

 কিমান চনত চীনে ভাৰত আক্ৰমণ কৰিছিল? 


8. Write one principle of Indias foreign Policy. 

ভাৰতৰ বৈদেশিক নীতিৰ এটা আদর্শ লিখা। 


9. Where the first non - aligned summit was held? 

 প্রথম গােষ্ঠী নিৰপেক্ষ সন্মিলন কত হৈছিল?


10. In which year Shimla agreement took place? 

চিমলা চুক্তি কিমান চনত হৈছিল?


11. What is meant by Foreign policy?  

বৈদেশিক নীতি বুলিলে কি বুজায়? 


 12. When was Bangladesh established as an in dependent state? 

 বাংলাদেশ কেতিয়া স্বাধীন ৰাষ্ট্র হিচাপে প্রতিষ্ঠিত হয়?


13. How did India support China in her post independence era?

 স্বাধীনতাৰ পৰৱৰ্তী সময়ত চীনৰ প্রতি ভাৰতৰ সমর্থন কেনেকুৱা? 


14. What is India's stand on internatinal treaties like Non- proliferation? 

 নি-প্ৰসাৰণ চুক্তিৰ ক্ষেত্ৰত ভাৰতৰ অৱস্থিতি কি?


15. Who signed Shimla Agreement? 

চিমলা চুক্তিত কোনে স্বাক্ষৰ কৰিছিল? 


16. Who was the founder of Indian National Army? 

 আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাপক কোন আছিল? 


17. Which Article of the Constitution of India lays down about the Forign policy? 

ভাৰতীয় সংবিধানৰ কোন অনুচ্ছেমত বৈদেশীক নীতিৰ উল্লেখ আছে? 


18. Name the two Super power countries which led two blocs at global level.

গোলকীয় স্তৰত দুটা ৰাষ্ট্ৰগোটক নেতৃত্ব দিয়া মহাশক্তিধৰ দুই দেশৰ নাম লিখা।


19. In which year did China annex Tibet?

কোন বছৰত চীনে তিব্বতক চামিল কৰি লয়?


20. What does NEFA imply?

NEFA ই কি সূচায়?


21. Who was the first Prime Minister after Neheru to visit China?

নেহেৰুৰ পিছত চীন ভ্ৰমণ কৰা প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী কোন আছিল?


22. Name the agreement which was signed by Lal Bahadur Shastri and General Ayubkhan in 1996.

1996 চনত লাল বাহাদুৰ শাস্ত্ৰী আৰু জেনেৰেল আয়ুব খনৰ দ্বাৰা স্বাক্ষৰিত চুক্তিখনৰ নাম কি?


23. In which year was Bangladesh war started?

কোন চনত বাংলাদেশৰ যুদ্ধ আৰম্ভ হৈছিল?


24. Who proposed partition of Kashmir?

কাশ্মীৰ বিভাজনৰ প্ৰস্তাৱ কোনে দিছিল?


25. What do you mean by foreign policy?

বৈদেশীক নীতি বুলিলে কি বূজা?


26. What are the ingredients of foreign policy?

বৈদেশীক নীতিৰ উপাদানসমূহ কি কি?


27. Which is a major issue of dispute between India and Pakistan?

ভাৰত আৰু পাকিস্তানৰ মাজৰ বিবাদৰ এটা প্ৰধান বিষয় কি?


28. What was the significance of Bandung Conference?

বেনদাং সন্মিলনৰ তাৎপৰ্যটো কি?



B. Short Type Questions:

1. Mention two determinants of Foreign policy of a country.

দেশ এখনৰ বৈদেশিক নীতিৰ দুটা নিৰ্ধাৰণ উল্লখ কৰা।


2. Mention three ingredients of Foreign policy of India.

ভাৰতৰ বৈদেশীক নীতিৰ তিনিটা উপাদান উল্লেখ কৰা।


3. Write a short note on Panchashal.

পঞ্চশীলৰ ওপৰত এটা চমুটোকা লিখা।


4. Mention two features of Non-alignment policy.

গোষ্ঠী নিৰপেক্ষ নীতিৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।


5. Mention two situational factors of foreign policy.

বৈদেশিক নীতি দুটা পৰিস্থিতিগত উপাদান উল্লেখ কৰা।


6. Mention about various types of Neheru's foreign policy.

নেহেৰুৰ বৈদেশিক নীতিৰ বিভিন্ন প্ৰকাৰৰ বিষয়ে লিখা।


7. Why did India choose the path of Non - alignment? 

 ভাৰতবৰ্ষই কিয় গােষ্ঠী নিৰপেক্ষ নীতিৰ পথ বাছি লৈছিল? 


 8. What is philosophical background of Indian foreign policy? 

 ভাৰতৰ বৈদেশিক নীতিৰ দার্শনিক পটভূমি কি?


 9. Explain Nehru's views about the Pakistani people. 

 পাকিস্তানী জনসাধাৰণ সম্পর্কে নেহৰুৰ মতামত ব্যাখ্যা কৰা। 


10. What was the relation between India and Nepal during Nehru period? 

  নেহৰুৰ সময়ছােৱাত ভাৰত আৰু নেপালৰ মাজৰ সম্পর্ক কেনে আছিল? 


 11. How does political leadership of a nation affect its foreign policy? 

 এখন দেশৰ ৰাজনৈতিক নেতৃত্বই কেনেদৰে ইয়াৰ বৈদেশিক নীতিত প্ৰভাৱ পেলায়? 


 12. Write in brielf about the policy of non-alignment. 

 গোষ্ঠী নিৰপেক্ষ নীতিৰ বিষয়ে চমুকৈ লিখা।


13. Mention your views on Kargil Crisis.  

কাৰ্গিল সংকটৰ ওপৰত তােমাৰ মতামত উল্লেখ কৰা।


 14. Explain about commonwelth membership. 

কমনৱেলথৰ সদস্যপদ সম্পর্কে ব্যাখ্যা কৰা। 


15. Describe the relation between India and Sri Lanka. 

 ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ সম্পর্ক বর্ণনা কৰা।


 16. Write a short note on India - China relations. 

 ভাৰত আৰু চীন সম্পর্কৰ ওপৰত এটা চমটোকা লিখা।


17. Mention two major subject regarding dispute with China.

নৰ সৈতে সংঘাতৰ ক্ষেত্ৰত দুটা মুখ্য বিষয় উল্লেখ কৰা। 


18. Write any two Directive Principles of state! policy relating to foreign affairs.  

বৈদেশিক পৰিক্ৰমাৰ ক্ষেত্ৰত ৰাষ্ট্ৰ পৰিচালনাৰ যিকোনাে দুটা নিৰ্দেশাত্মাক নীতি লিখা।


 19. Mention any two examples of International issues where India took an Independent stand.

আন্তঃষ্ট্রীয় যিকোনাে দুটা বিষয় উল্লেখ কৰা যত ভাৰতে এটা নিৰপেক্ষ ভূমিকা লৈছে। 


20. When was Pakistan established as an inderade state? 

 পাকিস্তানক কেতিয়া এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল?


 21. Write any two causes of conflict between India and China.

ভাৰত আৰু চীনৰ মাজৰ সংঘাতৰ যিকোনো দুটা কাৰণ লিখা।


  22. How does political leadership of a nation affect its foreign policy? Give examples.

এখন ৰাষ্ট্ৰৰ ৰাজনৈতিক নেতৃত্বই ইয়াৰ বৈদেশিক নীতিত কেনেদৰে প্ৰভাৱ পেলাই? উদাহৰণ দিয়া।


 23. Explain Nehru's Foreign Policy. 

নেহৰুৰ বৈদেশিক নীতি ব্যাখ্যা কৰা।


24. Why India accepted the policy of Non - alignment? 

ভাৰতে কিয় গােষ্ঠী নিৰপেক্ষ নীতি গ্রহণ কৰিছে? 


25. Describe about the importance of Nor - alignment in India's Foreign policy. 

ভাৰতৰ বৈদেশিক নীতিত গোষ্ঠী নিৰপেক্ষতাৰ গুৰুত্বৰ বিষয়ে বৰ্ণনা কৰা। 


26. What are the constitutional bases of the Indian Foreign policy?

ভাৰতৰ বৈদেশীক নীতিৰ সাংবিধানিক ভিত্তি কি?


 27. Write a short note on Kashmir problem? 

কাশ্মীৰ সমস্যাৰ ওপৰত এটা চমুটোকা লিখা।


28. Write a note on India's role in UN.

ৰাষ্ট্ৰসংঘত ভাৰতৰ ভূমিকা সম্পৰ্কে এটা চমুটোকা লিখা।


29. Explain the importance of peaceful co-existence in the context of India's foreign policy.

ভাৰতৰ বৈদেশিক নীতিৰ ক্ষেত্ৰত শান্তিপূৰ্ণ সহাৱস্থানৰ গুৰুত্ব ব্যাখ্যা কৰা।


30. Explain about the Korean issue.

কোৰিয়াৰ বিষয়টোৰ বিষয়ে ব্যাখ্যা কৰা।


31. Mention two points of tension in India's relations with Pakistan 

 পাকিস্তানৰ সৈতে ভাৰতৰ সম্পৰ্কৰ ক্ষেত্ৰত উত্তেজনাৰ দুটা বিষয় উল্লেখ কৰা। 


32. Give the full form of N.P.T and C.T.B.T. 

NTP আৰু CTBT ৰ সম্পূৰ্ণ ৰূপ লিখা। 


 33. When was the first nuclear explosion under taken by India? 

 ভাৰতে প্ৰথমটো পাৰমাণৱিক বিস্ফোৰণ কেতিয়া সংঘটিত কৰে? 


 34. What are the factors which influence a country's foreign policy?

 এখন দেশৰ বৈদেশীকনীতিত প্ৰভাৱ পেলােৱা কাৰকসমূহ কি কি?


 35. Mention two conditions of Simla agreement. 

ছিমলা চুক্তিৰ দুটা চর্ত উল্লেখ কৰা।


 36. How far India's Foreign Policy has been able to protect its National interests? 

ভাৰতৰ বিদেশ নীতিয়ে দেশখনৰ ৰাষ্ট্ৰীয় স্বার্থক সুৰক্ষা দিবলৈ কিমানখিনি সক্ষম হৈছে? 


 37. What do you mean by Peaceful Coexistance? 

 শান্তিপূর্ণ সহাৱস্থান বুলিলে কি বুজা?


 38. What was the significance of Bandung Conference?

 বেনদাং সন্মিলনৰ তাৎপর্য কি? 


39. Which step was regarded as cornerstone in India- China relation?

 কোনটো পদক্ষেপক ভাৰত-চীন সম্পর্কৰ ধাৰক বুলি ভবা হয়?


 40. In which year and who declared five principles of Pancheel? 

 পঞ্চশীল পাঁচটানীতি কোন বছৰত আৰু কোনে ঘােষণা কৰিছিল? 


 41. State any directive Principles of State Policy re lating to foreign affairs.

 বৈদেশীকনীতিৰে সম্পর্কিত ৰাষ্ট্রৰ নিৰ্দেশাত্মক নীতিৰ যিকোনাে এটা উল্লেখ কৰা। 


42. Write the short note  চমু টোকা লিখাঃ 

 (ক) Indo - Pak. Relation 

 ভাৰত-পাক সম্পর্ক 


(খ) Non - alignment in India's Foreign Policy.

 ভাৰতৰ বৈদেশীক নীতিত গােষ্ঠী নিৰপেক্ষতা


 (গ) Role of Panchsheel 

 পঞ্চশীলৰ ভূমিকা  


(ঘ) Kargil Confrontation

কার্গিল মতানৈক্য 


(ঙ) India's Nuclear Policy 

ভাৰতৰ পাৰমাণৱিক নীতি


(চ) Consensus in foreign policy matters 

 বৈদেশীক নীতি সন্দৰ্ভত সহমত 


 C. Essay Type Questions:

1. Write an essay on the Wars and Peace with Pakistan.

পাকিস্তানৰ সৈতে যুদ্ধ আৰু শান্তিৰ ওপৰত এখন ৰচনা লিখা।  


2. Discuss the determinants of Indian Foreign Policy.

 ভাৰতৰ বৈদেশিক নীতি নির্ধাৰকসমূহ আলােচনা কৰা। 


 13 . Write an essay on peace and conflict between India and China.

 ভাৰত আৰু চীনৰ মাজৰ শান্তি আৰু সংঘাতৰ ওপৰত এখন ৰচনা লিখা। 


4. Write an essay on Foreign Policy of Nehru. 

নেহৰুৰ বৈদেশিক নীতিৰ ওপৰত এখন ৰচনা লিখা।


5. Write about the salient features of the Indian Foreign Policy. 

 ভাৰতৰ বৈদেশিক নীতিৰ মূল বৈশিষ্ট্যবােৰৰ বিষয়ে লিখা।


 6 . Discuss the main elements of the Foreign Policy of India.

 ভাৰতৰ বৈদেশিক নীতিৰ প্ৰধান উপাদানসমূহ আলােচনা কৰা।


7. Define Foreign Policy. What is the need of Foreign Policy? 

 বৈদেশিক নীতিৰ সংজ্ঞা দিয়া বৈদেশিক নীতিৰ প্ৰয়ােজনীয়তা কি? 


8. What is the basic aim of India's policy towards External  Relations? 

বহিঃ সম্পর্ক বিষয়ক ভাৰতৰ মূল উদ্দেশ্য কি?


9. Describe the difference between Neutrality and non-aligement. 

 নিৰপেক্ষতা আৰু গােষ্ঠী-নিৰপেক্ষতাৰ মাজৰ নিৰ্ণায়কৰ বিষয়ে লিখা।


  10. Discuss India's role in Afro - Asian unity during the Nehru's Era.

 নেহৰ যুগত এছিয়া - আফ্রিকা ঐক্যৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকা আলােচনা কৰা। 


11. Write a short note on Shimla Agreement. 

 ছিমলা চুক্তিৰ বিষয়ে চমু টোকা লিখা।


12. Write a short note on Kashmir Problem. 

 সমস্যা প্রসংগত এটা চমু টোকা লিখা। 


 13. Write a short note on India's role in U.N.O 

ৰাষ্ট্ৰসংঘত ভাৰতৰ ভূমিকাৰ বিষয়ে এটা চমু টোকা লিখা। 


 14. How did the plateau of Tibet become an issue of tension between India and China?  

মালভূমি ভাৰত আৰু চীনৰ মাজৰ উত্তেজনাৰ এটা বিষয় হৈছিল কিদৰে? 


15. What was the significance of Bandung Conference?

 বেনদাং সন্মিলনৰ তাৎপর্য কি? 


16 . What is India's stand on international treaties like non- Proliferation?

 নিৰীস্ত্ৰীকৰণত আন্তঃৰাষ্ট্ৰীয় চুক্তিসমূহৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি কি? 


17. How does political leadership of a nation affect its foreign policy? Explain with the help of examples on India's foreign policy? 

 এখন দেশৰ ৰাজনৈতিক নেতৃত্বই কিদৰে দেশখনৰ বৈদেশীক নীতিক প্ৰভাৱিত কৰে? ভাৰতৰ বৈদেশীকনীতিক উদাহৰণ হিচাপে লৈ ব্যাখ্যা কৰা। 


 18. Examine Indo - Pak Relations in the light of War of 1965 and 1971. 

 1965 আৰু 1971 নৰযুদ্ধৰ প্ৰসংগৰে ভাৰত -পাক সম্পর্ক বিশ্লেষণ কৰা। 


 19. List out the major goals of India's foreign Policy. 

 ভাৰতৰ বৈদেশীকনীতিৰ গুৰুত্বপূৰ্ণ উদ্দেশ্যসমূহৰ তালিকা দিয়া।


20. Write the Tashkent agreement between India and Pakistan.

 ভাৰত আৰু পাকিস্তানৰ মাজৰ তাছখণ্ড চুক্তিৰ বিষয়ে লিখা। 


 21. Write the main of principles Panchsheel. 

 পঞ্চশীলৰ মূল নীতিসমূহ লিখা।


22. What do you mean foreign policy? Explain briefly. 

 বৈদেশীকনীতি বুলিলে কি বুজা? চমুকৈ ব্যাখ্যা কৰা। 


23. How did India support China in her post Independende Era? 

 ভাৰতে নিজৰ স্বাধীনতা -উত্তৰ যুগত চীনলৈ কিদৰে সমর্থন আগবঢ়াইছে? 


 24. "Non alignment does not imply neither neutrality nor quari distance" - Comment. 

নিৰপেক্ষতাই অপক্ষপাতিত্ব বা নিৰাপদ দুৰত্ব এটাকো নুবুজায়”—মন্তব্য দিয়া।


25. Illustrate the major points of dispute with China. 

 চীনৰ সৈতে বিবাদৰ গুৰুত্বপূৰ্ণ কাৰণকেইটা উল্লেখ কৰা।


 26. Analyse directive Principles of State policy on' 'Promotion of International Peace and security'. 

আন্তৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ উন্নীতকৰণ সম্পৰ্কত ৰাষ্ট্ৰৰ নির্দেশাত্মক নীতিৰ ব্যাখা কৰা ৷ 


 27. Write a note on India - China border dispute. 

 ভাৰত-চীন সীমা বিবাদ সম্পৰ্কত এটা টোকা লিখা।


28. Write briefly on India's changing relationa with Pakistan. 

 পাকিস্তানৰ সৈতে ভাৰতৰ পৰিৱর্তিত সম্পর্ক বিষয়ে চমুকৈ লিখা। 


 29.Does India's foreign policy reflect her desire to be an important regional power? Argue your case with the Bangladesh war of 1971 as an example. 

 ভাৰতৰ বৈদেশীক নীতিয়ে এক গুৰুত্বপূৰ্ণ মালিক শক্তি হ’বলৈ কৰা দেশখনৰ আকাংক্ষাকে প্রতিপালিত কৰে নে? লিখা। 1971 চনৰ বাংলাদেশৰ যুদ্ধক এক উদাহৰণ হিচাপে লৈ এই প্রসংগত তােমাৰ মতামত আগবঢ়োৱা ৷


 30. India's foreign policy was build around the principles of peace and co-operation. But India fought three wars in space of ten years between1962 and 1972. Would you say that this was a failure of the foreign policy? 

শান্তিআৰু সহযােগিতাৰ নীতিৰ মাজত প্রণয়ন কৰা হৈছিল ভাৰতৰ বৈদেশীক নীতি কিন্তু 1962 আৰু 1972 চনৰ মাজৰ দহটা বছৰত ভাৰতে তিনিখনকৈ যুদ্ধত অৱতীৰ্ণ হৈছিল। তুমি ইয়াক বৈদেশীক।  নীতিৰ এক ব্যর্থতা বুলি ক’বা নেকি?


31. Describe the internal and external determinates of Indians Foreign Policy. 

ভাৰতৰ বৈদেশীক নীতিৰ আভ্যন্তৰীণ আৰু বহিঃ নির্ধাৰকসমূহ ব্যাখ্যা কৰা ৷ 


32. 'India's relationship with her neighbours has been strained from the beginning Explain. 

 প্রতিবেশী ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক আৰম্ভণিৰে পৰাই নিমজ নাছিল—ব্যাখ্যা কৰা ।


33. The Indian Prime Minister is to visit China and you have been asked to prepare a note for him. Write one point each on the Indian and Chinese positions on the border and economic cooperation. 

 ভাৰতৰ প্ৰধানমন্ত্রীয়ে চীন ভ্রমণলৈ যাব আৰু তেওঁৰ বাবে এটা টোকা প্রস্তুত কৰিবলৈ তােমাক কোৱা হৈছে । সীমান্ত আৰু অর্থনৈতিক সহযােগিতা সম্পর্কত ভাৰতীয় আৰু চীনা উভয়ৰে অৱস্থিতিৰ বিষয়ে এটা দিশ ব্যাখ্যা কৰা। 


 34. Write a note on India's role in U.N 

ৰাষ্ট্ৰসংঘত ভাৰতৰ ভূমিকা সম্পর্কে এটা টোকা লিখা।


35. Explain any two aspect of India's Nuclear Policy.

ভাৰতৰ পাৰমাণৱিক নীতিৰ যিকোনাে দুটা দিশ ব্যাখ্যা কৰা।


 36. Discuss India's role in Afro-Asian unity during the Nehru's Era.

নহেৰু যুগত এচিয়া-আফ্ৰিকা ঐক্যৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকা আলােচনা কৰা।


37. Describe the difference between Neutrality and Non - alignment 

 অপক্ষ পাতিত্ব আৰু গােষ্ঠী নিৰপেক্ষতাৰ মাজৰ পার্থক্য ব্যাখ্যা কৰা। 


Type:-  Nayan Jyoti Bordoloi