অসমৰ পুৰণি খেল ধেমালি

 A. অতি চমু প্রশ্নঃ

১। কনুৱা চৰাইৰ প্রিয় খাদ্য কি?

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

উত্তৰঃ

২। আহােম যুগত কোন ৰজাৰ দিনত ক্রীড়াই সর্বাধিক পৃষ্ঠপােষকতা পাইছিল?

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

উত্তৰঃ

৩। 'বিহু আকৌ আহিল' গ্ৰন্থখন কোনে ৰচনা কৰা? 

(এই প্ৰশ্নটো 2019চনত আহিছিল)

উত্তৰঃ

B. চমু প্রশ্নঃ

১। আহােম যুগত শেন মেলাৰ বাবে কাক কাক নিযুক্তি দিয়া হৈছিল?

 (এই প্ৰশ্নটো 2015 চনত আহিছিল)

উত্তৰঃ

২। ধেমনা খেল কোন অঞ্চলৰ? এই খেল কেতিয়া অনুষ্ঠিত হয়?  (এই প্ৰশ্নটো 2016 চনত আহিছিল)

উত্তৰঃ

৩। বৰপেটা অঞ্চলৰ কি কি দুবিধ থলুৱা খেলৰ লগত ক্রিকেট খেলৰ সাদৃশ্য আছে? 

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

উত্তৰঃ

৪। ৰং ঘৰৰ বাকৰিত অনুষ্ঠিত হােৱা খেলসমূহৰ নাম লিখা।

উত্তৰঃ

ৰচনাধর্মীপ্ৰশ্নঃ

১। চমুটোকা লিখা 

অসমৰ লােক-ক্রীড়া 

(এই প্ৰশ্নটো 2016 আৰু 2018 চনত আহিছিল)

উত্তৰঃ

আহােম যুগৰ খেল - ধেমালি।

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

উত্তৰঃ

২। পুৰণি কালত বিহুৰ সময়ত কেনে ধৰণৰ খেল অনুষ্ঠিত হৈছিল?(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰঃ

৩। আহােম যুগৰ আটাইতকৈ জনপ্রিয় খেলবিধ কি? এই খেল সম্পর্কে চমুকৈ লিখা। (এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰঃ

অতিৰিক্তপ্রয়ােজনীয় প্রশ্নাৱলী 

A. অতি চমু প্রশ্নঃ

১। লেখক সুবােধ মল্লবৰুৱাৰ ৰচিত ক্রীড়া সম্পর্কীয় এখন গ্রন্থৰ নাম লিখা। 

উত্তৰঃ

২। কোনাে এটা জাতিৰ অমূল্য সম্পদ কি বুলি পাঠটোত উল্লেখ কৰিছে? 

উত্তৰঃ

৩। বিশ্বৰ সবাতােকৈ জনপ্রিয় খেলবিধ কি?

উত্তৰঃ

৪। অসমৰ ক্রীড়া ইতিহাসৰ বৰ্ণময় আৰম্ভণি কেতিয়াৰ পৰা হােৱা বুলি ক'ব পাৰি? 

উত্তৰঃ

৫। কাৰ অবিহনে অসমৰ ক্ৰীড়াই পূর্ণতা নাপায়? 

উত্তৰঃ

৬। 'বিহু উৎসৱৰ খেলা-ধূলা' গ্ৰন্থখনৰ প্রণেতা কোন? 

উত্তৰঃ

৭। ৰংঘৰ ক'ত আছে? 

উত্তৰঃ

৮। কোনজনা স্বৰ্গদেৱে ৰংঘৰবােৰক পূর্ণ ৰূপ দিছিল? 

উত্তৰঃ

৯। কোনগৰাকী শাসনকর্তাই ইংৰাজ ৰাজত্বকালত ৰংঘৰক নিচ্ছিন্ন কৰাৰ পৰিকল্পনা কৰিছিল? 

উত্তৰঃ

১০। পৰাগধৰ চলিহাৰ ৰচিত গ্রন্থখন কি? 

উত্তৰঃ

১১। প্রথম আহােম ৰজাজনৰ নাম লিখা।

উত্তৰঃ

১২। আহােম যুগৰ জনপ্রিয় খেলবিধ কি? 

উত্তৰঃ

১৩। শেনৰ যুঁজ কাৰ মাজত হৈছিল? 

উত্তৰঃ

১৪। চীন ছু-চু খেলাৰ প্ৰচলন থকাৰ সময়ত অসমত কি কি খেলৰ প্ৰচলন আছিল? 

উত্তৰঃ

১৫। হাতী যুঁজৰ বাবে হাতীশাল ক’ত স্থাপন কৰিছিল? 

উত্তৰঃ

১৬। ধেমনা খেলৰ খেলুৱৈৰ সংখ্যা কিমান? 

উত্তৰঃ

১৭। লােকগীতসমূহ কিদৰে সৃষ্টি হৈছিল? 

উত্তৰঃ

১৮। ম'হ যুঁজ বর্তমানেও ক'ত প্ৰচলন আছে? 

উত্তৰঃ

১৯। শেন মেলাত শেন চৰাইটোৱে যদি কণুৱাৰ সৈতে যুঁজ নকৰি ক'ৰবালৈ গুচি যায়, তেন্তে শেনৰ গৰাকীক কি কৰা হৈছিল? 

উত্তৰঃ

২০। ঘিলাখেলৰ বৰ্ণনা কোনবােৰ গীতত উল্লেখ আছে?

 উত্তৰঃ

২১। ছােৱালীৰ মাজত প্ৰচলিত পুৰণি খেলবিধ কি? 

উত্তৰঃ

২২। দক্ষিণ কামৰূপৰ জনপ্রিয় উৎসৱটি কি? 

উত্তৰঃ

২৩। বিশ্বৰ সবাতােকৈ জনপ্রিয় ফুটবল খেলক চীনত তাহানি কি আখ্যা দিছিল? 

উত্তৰঃ

২৪। ক্রীড়া কি? 

উত্তৰঃ

B. চমু প্রশ্নঃ

১। প্রাচীন অসমত প্রচলিত কেইবিধমান খেলৰ নাম লিখা।

উত্তৰঃ

২। আহােম ৰাজত্বকালৰ খেলসমূহ কি কি?

 উত্তৰঃ

৩। আহােম যুগৰ কোনবােৰ খেলক বর্তমান জনপ্রিয় খেলৰ সৈতে তুলনা কৰিব পাৰি?

 উত্তৰঃ

৪। ৰংঘৰ নির্মাণ প্রণালী চমুকৈ লিখা।

 উত্তৰঃ

৫। কোনে কিমান টকাত ৰংঘৰটো বিক্ৰী কৰিছিল? 

উত্তৰঃ

৬। কোনে কেতিয়া ক’ত ‘ইণ্ডিজেনাছ গেমছ’ সমাৰােহৰ আয়ােজন কৰিছিল? 

উত্তৰঃ

৭। বৰপেটা অঞ্চলত প্রচলিত কেইবিধমান খেলৰ নাম লিখা। 

উত্তৰঃ

৮। 'মহ যুঁজ'সম্পর্কে চমুকৈ বর্ণনা কৰা।

উত্তৰঃ

৯। ঘিলা খেলৰ সম্পর্কে বর্ণনা দিয়া। 

উত্তৰঃ

১০। অসমৰ কড়ি খেল সম্পর্কে থকা প্রবাদটো কি? 

উত্তৰঃ

১১। অসমৰ কোনবিধ খেল ভাৰতৰ আন ৰাজ্যত আন নামেৰে প্ৰচলিত? 

উত্তৰঃ

C. ৰচনাধর্মী প্রশ্নঃ

১। পাঠটোৰ মূল কথাখিনি তােমাৰ নিজৰ ভাষাত লিখা। 

উত্তৰঃ

২। আহােম যুগৰ খেল-ধেমালিৰ প্রধান বৈশিষ্ট্য কি? 

উত্তৰঃ

৩। আহােম যুগত কোন ৰজাৰ দিনত ক্রীড়াই সর্বাধিক পৃষ্ঠপােষকতা পাইছিল?  তেওঁৰ খেলৰ প্ৰতি থকা মােহ কেনেদৰে প্ৰকাশ পাইছিল তাৰ এটি চমু বর্ণনা দিয়া। 

উত্তৰঃ

৪। বিহু আৰু ক্ৰীড়াৰ মাজত সম্পর্ক আছেনে? অসমীয়া জাতীয় জীৱনৰ সৈতে ক্রীড়াৰ ঐতিহাসিক সম্পৰ্ক কেনেকুৱা এই সম্পর্কে এটি টোকা লিখা। 

উত্তৰঃ

৫। শেল মেলা কেতিয়া অনুষ্ঠিত হয়। সেই মেলাৰ বিশেষত্ব কি তাৰ বৰ্ণনা দিয়া। 

উত্তৰঃ

৬। ঢােপ খেলৰ প্ৰচলন ক’ত, কেনেকৈ হৈছিল বর্ণনা কৰা। 

উত্তৰঃ

৭। ধেমনা অনা খেল কি? এই খেল ক'ত আৰু কেনেদনে অনুষ্ঠিত হয় লিখা। 

উত্তৰঃ

৮। চমুটোকা লিখাঃ 

(ক) ৰংঘৰ

 উত্তৰঃ

(খ) কড়ি খেল

উত্তৰঃ