বিশ্ব ৰাজনীতিত শীতল যুদ্ধৰ যুগ 


A. Very Short type Questions:

 1. When did Cold War begin? 

 শীতল যুদ্ধ কেতিয়া আৰম্ভ হৈছিল ?

 2.  Where was the first Non-Aligned Movement (NAM) Summit held? 

 গোষ্ঠী-নিৰক্ষেপ আন্দোলন (NAM ) ৰ প্ৰথমখন শীৰ্ষ সন্মিলন ক’ত অনুষ্ঠিত হৈছিল?

 3. In which year was the Berlin wall demolished? 

 বাৰ্লিন প্ৰাচীন কোন চনত ভাঙোন হৈছিল?

4.When was the Nuclear Non-proliferation Treaty Signed?

কোনটো বৰ্ষত পাৰমাণৱিক নিঃপ্ৰসাৰণ চুক্তি স্বাক্ষৰিত হৈছিল? 

5. What was the third bloc that emerged besides the two super power blocs during the Cold War era ?

  শীতল যুদ্ধ যুগত দুই বৃহৎ গোষ্ঠীৰ বাহিৰেওউদ্ভৱ হোৱা তৃতীয় গোষ্ঠীটো কি আছিল?

6. Write the full from on NIEO. ( NIEO ৰ সম্পূৰ্ণ ৰূপটো লিখা।)


B. Short Type Questions:

1. Name two arms control agreements signed by the two Super powers. USA and USSR In the cold war era. 

 শীতল যুদ্ধৰ যুগত দুই বৃহৎ শক্তি আমেৰিকাযুক্তৰাষ্ট আৰু ইউনিয়নৰ মাজত স্বাক্ষৰিত হোৱা দুখন অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তিৰ নাম লিখা।


2. What is meant by allied and axis powers of the Second World War?

দ্বিতীয় বিশ্বযুদ্ধ মিত্ৰ শক্তি বুলিলে কি বূজা?

3. Name two arms control agreements signed by the two super power during cold War era.

শীতল যুদ্ধৰ সময়ত দুই মহাশক্তিয়ে স্বাক্ষৰ কৰা দুখন অস্ত্ৰ নিয়ন্ত্ৰন চুক্তিৰ নাম লিখা।

4. When and where was the first NAM summit held? 

প্ৰথম গোষ্ঠী নিৰক্ষেপ আন্দোলনৰ সন্মিলন কেতিয়া আৰু ক'ত অনুষ্ঠিত হৈছিল?

5. what are the two military alliances signed by the USA and Soviet Union with their respective friendly Countries during cold War?

শীতল যুক্ত সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নে তেওঁলোকৰ বন্ধু দেশসমূহৰ সৈতে আৱদ্ধ হোৱা সামৰিক চুক্তি দুখনৰ নাম কি?


C. Essay Type Questions:

1. Discuss the role of Non Aligned Movement (NAM) During the cold War era.

শীতল যুদ্ধকালীন সময়ছোৱাত গোষ্ঠী নিৰক্ষেপ আন্দোলন (NAM) ৰ ভূমিকা আলোচনা কৰা।

2.  What changes occurred in United Nations Organisation (UNO) After the cold War? 

শীতল যুদ্ধৰ পিছত ৰাষ্ট্ৰসংঘৰ কি কি পৰিৱৰ্তন হৈছে?

3. Discuss the role of India as a leader of NAM during the cold war era.

শীতল যুদ্ধ যুগত গোষ্ঠী নিৰক্ষেপ আন্দোলন (NAM) নেতা হিচাপে ভাৰতৰ ভূমিকা আলোচনা কৰা।

4. ্Discuss briefly about the New International Economic Order (NIEO) 

নতুন আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক শৃংখলাৰ বিষয়ে চমুকৈ আলোচনা কৰা।

5. name four architects of Non aligned Movement.

গোষ্ঠী নিৰক্ষেপ আন্দোলনৰ চাৰিগৰাকীৰ নিৰ্মাতা নাম লিখা।

6. Discuss the role of Non-Aligned Movement (NAM) during the Cold war era. Do you thing that NAM is still relevant in-post Cold War era? Justify your answer. 

 শীতল যুদ্ধৰ যুগত গোষ্ঠী-নিৰপেক্ষ আন্দোলন (NAM) ৰ ভূমিকা আলোচনা কৰা। 

শীতল যুদ্ধোত্তৰ যুগত গোষ্ঠী-নিৰপেক্ষ আন্দোলনৰ প্ৰাসংগ্ৰিকতা থকা বুলি ভাৱানে? তোমাৰ উত্তৰৰ যুক্তিযুক্ততা প্ৰদৰ্শন কৰা।

 7. Write a note on achievements of Non-Aligned Movement (NAM). 

গোষ্ঠী-নিৰপেক্ষ আন্দোলন (NAM) ৰ সফলতা সম্পৰ্কে এটা টোকা লিখা। 

8. Why did big powers need to have alliance with smaller countries? write  four reasons. 

বৃহৎ শক্তিৰ ৰাষ্ট্ৰসমূহক সৰু সৰু ৰাষ্ট্ৰসমূহৰ মিত্ৰতাৰ  কিয় প্ৰয়োজন? চাৰিটা কাৰণ লিখা। 

9. Discuss critically about New International Economic order.

নৱ্য আন্তৰ্জাতিক অৰ্থনৈতিক ব্যৱস্থাৰ সমালোচনাত্মক আলোচনা কৰা।



Additional Important Questions 


A. Very Short Type Questions:

1. In Which Year Baghdad Pact Was Signed ? 

বাগদাদ চুক্তি কিমান চনত স্বাক্ষৰিত হৈছিল?

2. In Which year first Non-aligned Summit Was held at Belgrade ?

বেলগ্ৰেডত কিমান চনত প্ৰথম গোষ্ঠী নিৰপেক্ষ সন্মিলন অনুষ্ঠিত হৈছিল?

3. Write the main countries of Axis powers.

অক্ষ শক্তিৰ দেশসমূহ লিখা।

4. State the full from of CTBT.

CTBT ৰ সম্পূৰ্ণ ৰূপটো লিখা

5.  What do you mean by Cold War ?

শীতল যুদ্ধ বুলিলে তুমি কি বূজা ?

6. What is NATO ? 

নাটো কি?

7. What was the root Cause of the begining of the cold war ?

শীতল যুদ্ধ আৰম্ভণি মুখ্য কাৰণ কি আছিল ? 

8. What is START- II ?

 START কি ?

9. What is the treaty of the Non-proliferation of Nuclear weapons ?

আণৱিক অস্ত্ৰৰ সম্প্ৰসাৰণ ৰোধকাৰী চুক্তি কি ?

10. What do you mean by Non-Alignment ?

গোষ্ঠী নিৰপেক্ষতা বুলিলে তুমি কি বূজা?

11. What is Warsaw Pact ?

ৱাৰশ্ব চুক্তি কি ?

12. What Was the principal function of Warsaw pact ?

ৱাৰশ্ব চুক্তি প্ৰধান কাৰ্য কি?

13. Write the full from of NIEO. 

NIEO ৰ সম্পূৰ্ণ ৰূপটো লিখা। 

14. What do you mean by CENTO? 

CENTO বুলিলে কি বূজা ?

15. What is 'Deterence'? 

'ৰোধকৰণ' বুলিলে কি বূজা?

16. What is LOCS?

LOCS কি?

17. Write the full from of NAM 

NAM সম্পূৰ্ণ ৰূপটো লিখা। 

18.  What was the Cuban Crisis? 

কিউবাৰ সংকট কি আছিল?

19. What is UNETAD?

UNETAD কি?

20. Name the two Super powers 

দুটা মহাশক্তিৰ নাম লিখা।

21. Does NAM stand for isolation? 

NAM উদ্দেশ্য পৃথকীকৰণ নে?

22. In Which Year USA dropped two atomic bombs on the Japanese cities of Nagasaki and Hiroshima?

কোন বছৰত মাৰ্কিন যুক্তৰাষ্ট্ৰই জাপানৰ মহানগৰ নাগাছাকি আৰু হিৰোছিমাত দুটা আণৱিক বোমা নিক্ষেপ কৰিছিল?


B. Short Type 


1. Name the member State of NATO.

NATO ৰ সদস্য ৰাষ্ট্ৰবোৰৰ নাম লিখা।

2. Name the three agreement that were signed between USSR and USA  to maintain arms control.

ছোভিয়েট ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ মাজত অস্ত্ৰ সীমিতকৰণৰ বাবে স্বাক্ষৰিত হোৱা তিনিওখন চুক্তি নাম লিখা।

3. Give any two cause of the beginning of cold war .

শীতল যুদ্ধৰ আৰম্ভণি হোৱাৰ যিকোনো দুটা কাৰণ দিয়া।

4. What do you mean by Non alignment?

গোষ্ঠী নিৰপেক্ষতা বুলিলে তুমি কি বূজা?

5. Mention any three principles of the policy of Non - alignment.

গোষ্ঠী নিৰপেক্ষ নীতিৰ যিকোনো তিনিটা আৰ্দশ উল্লেখ কৰা।

6. Write a note on Nuclear Non-proliferation.

আণৱিক সম্প্ৰসাৰণ ৰোধকাৰী চুক্তিৰ ওপৰত এটা টোকা লিখা।

7. What do you mean by New International Economic order ?

নতুন আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক নীতি বুলিলে তুমি কি বূজা?

8. What is the relevance of the Non-Alignment Movement in the present world?

বৰ্তমান বিশ্বত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰাসঙ্গিকতা কি?

9. Write three principles of New International Economic order. 

নতুন আন্তৰাষ্ট্ৰীয় অৰ্থনৈতিক নীতিৰ তিনিটা আৰ্দশ / নীতি লিখা।

10. Write the note on Neheru's role in cold war.

শীতল যুদ্ধত নেহেৰুৰ ভূমিকাৰ ওপৰত এটি টোকা লিখা।

11. Write a Short note on Bandung conference.

বেনডাং সন্মিলনৰ ওপৰত এটি চমুটোকা লিখা। 

12. Write any three cause of cold war.

শীতল যুদ্ধৰ যিকোনো তিনিটা কাৰণ লিখা। 

13. Give two definition of cold war. 

শীতল যুদ্ধ দুটা সংজ্ঞা দিয়া।

14. What is meant by allied and axis powers of the second World War?

দ্বিতীয় বিশ্বযুদ্ধৰ মিত্ৰ শক্তি আৰু বিৰোধী শক্তি বুলিলে কি বূজা?

15. How did Second World War come to and end? 

দ্বিতীয় বিশ্বযুদ্ধ পৰিসমাপ্তি কিদৰে ঘটিছিল?

16. Name the two Super Powers Which emerged after the second World War.

দ্বিতীয় বিশ্বযুদ্ধৰ পিছত মূৰ দাঙি উঠা দুই মহাশক্তিৰ নাম লিখা।

17. Name the two places where atom bomb were dropped in the second World war.

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আণৱিক বোমা নিক্ষেপ কৰা ঠাই দুখনৰ নাম লিখা।

18. Why did the superpowers need small allies?

দুই মহাশক্তিক সৰু সৰু সহযোগী প্ৰয়োজন কিয় হৈছিল?

19. What is meant by Western alliance and Eastern alliance?

পশ্চিমীয়া মিত্ৰ শক্তি আৰু প্ৰাচ্যৰ মিত্ৰ শক্তি মানে কি?

20. When and Where the first Non-aligned Summit was held?

প্ৰথমখন গোষ্ঠী নিৰপেক্ষ শীৰ্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল?

21. What was the declaration of NATO states?

NATO ৰাষ্ট্ৰসমূহৰ ঘোষণা পত্ৰ কি?

22. Does NIEO was just an idea that never became and order? 

NIEO মাথোঁ এটা ধাৰণাই আছিলনে, যি কেতিয়াও শৃংখলা নহয়?

23. What do you mean my logic of deterrence?

ৰোধকৰণৰ যুক্তি বুলিলে কি বূজা?

24. Write the root cause of the beginning of the cold War.

শীতল যুদ্ধৰ আৰম্ভণি মূল কাৰণ কি

25. Why the smaller states were helpful to the superpowers?

মহাশক্তিসমূহৰ বাবে ক্ষুদ্ৰ ৰাষ্ট্ৰবোৰ কিয় সহায়ক কৰিছিল?

26. What is the Allied Forcfes and Axis power?

মিত্ৰ আৰু বিৰোধী শক্তি কি?

27. Identify  three countries which belong to communist block.

কমিউনিষ্ট পৰিমণ্ডলৰ তিনিখন দেশৰ নাম লিখা।

28. Is non alignment a negative policy?

গোষ্ঠী নিৰপেক্ষতা এক নেতিবাচক নীতি নেকি?

29. Name any four Countries Which were decolonized following the end of the Second would war?

দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিৰ পিছত ঔপনিৱেশিকতা পৰা মুক্ত হোৱা যিকোনো চাৰিখন ৰাষ্ট্ৰ নাম লিখা।

30. When and where 20th NATO Summit was held?

20 তম NATO শীৰ্ষ সন্মিলন কেতিয়া আৰু ক'ত অনুষ্ঠিত হৈছিল?

31. Name the Countries that joined the Soviet Block.


C. Essay type Questions.

1. What were the reasons for adopting the policy of Non-alignment by India?

ভাৰতে গোষ্ঠী নিৰপেক্ষ নীতি গ্ৰহণ কৰাৰ কাৰণসমূহ কি কি?

2. Explain India's role in Non-Alignment Movement.

গোষ্ঠী নিৰপেক্ষ আন্দোলনত ভাৰতৰ ভূমিকা ব্যাখ্যা কৰা।

3. Describe the relevence of NAM in the present day world.

বৰ্তমান বিশ্বত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰাসংগিকতা বৰ্ণনা কৰা।

4. What do you think about the statement that NAM has became irrelevent today? Give arguments to support your opinion.

আজি গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ অপ্ৰাসংগিক হৈ পৰা বুলি কৰা মন্তব্যটো সম্পৰ্কে তুমি কি ভাবা? তোমাৰ উত্তৰৰ সমৰ্থনত যুক্তি দিয়া।

5. Define Non-Alignment and explain the causes of its growth.

গোষ্ঠী নিৰপেক্ষতা সংজ্ঞা দিয়া আৰু ইয়াৰ উপত্তিৰ কাৰণবোৰ ব্যাখ্যা কৰা।

6. Describe the goals and means of New International Economics order. 

নতুন আন্তৰাষ্ট্ৰীয় অৰ্থনৈতিক ব্যৱস্থাৰ লক্ষ্য আৰু উপায়সমূহ বৰ্ণনা কৰা।

7. Write about various causes of cold war.

শীতল যুদ্ধৰ বিভিন্ন কাৰণ সম্পৰ্কে লিখা।

8. Evaluate the New International Economic Order.

নতুন আন্তৰাষ্ট্ৰীয় অৰ্থনৈতিক অৱস্থাৰ মূল্যয়ন কৰা।

9. Discuss the factors that contribute to the emergence of New International political order.

নতুন আন্তৰাষ্ট্ৰীয় ৰাজনৈতিক ব্যৱস্থাত অৰিহণা যোগোৱা উপাদানসমূহ আলোচনা কৰা।

10. Explain the causes of the decline of the cold war.

শীতল যুদ্ধ উপশম হোৱাৰ কাৰণবোৰ ব্যাখ্যা কৰা।

11. Discuss the various phases of cold war.

শীতল যুদ্ধৰ বিভিন্ন পৰ্যায়সমূহ আলোচনা কৰা।

12. Write the meaning and definition of cold war and discuss the basis of cold war.

শীতল যুদ্ধ অৰ্থ আৰু সংজ্ঞা লিখা। ইয়াৰ ভেঁটিৰ বিষয়ে আলোচনা কৰা।

13. Why did cold war remain a cold war and did not escalate into 'hot' war?

শীতল যুদ্ধ কিয় এক 'শীতল' যুদ্ধ হৈ আছিল আৰু উত্তপ্ত যুদ্ধ হোৱাগৈ নাছিল?

14. Do you think that-that alliance system led by the super power divided the entire world into two camps? Justify your answer. 

তুমি ভাৱানে দুই মহাশক্তিয়ে নেতৃত্ব দিয়া মিত্ৰ শক্তি ব্যৱস্থাই সমগ্ৰ বিশ্বকে দুটা শিবিৰত ভাগ কৰিছিল? তোমাৰ উত্তৰৰ যুক্তি যুক্তিযুক্ততা প্ৰতিপন্ন কৰা।

15. How did the smaller states help the super powers?

সৰু সৰু দেশবোৰে দুই মহাশক্তিক কিদৰে সহায় কৰিছিল?

16. The cold War has produced an arms race as well as arms Control. What were the reasons for both these developments? 

শীতল যুদ্ধই অস্ত্ৰ-শস্ত্ৰৰ নিয়ন্ত্ৰণৰ লগতে অস্ত্ৰ-শস্ত্ৰৰ প্ৰতিযোগিতাত সৃষ্টি কৰিছিল। এই দুয়োটাৰে কাৰণবোৰ কি আছিল?

  17. Do you think that ideological differences  contributed to the emergence of cold war?

  ভাবানে যে আদর্শগত পার্থক্যই শীতল যুদ্ধৰ সৃষ্টিত অৰিহণা যােগাইছিল ? 

 18 . Examine the significance of Belgrade Summit. 

 বেলগ্রেড শীর্য সন্মিলনৰ তাৎপর্য বিশ্লেষণ কৰা । 

 19 . Which are the member Countries of NATO? 

 NATO ৰ সদস্য ৰাষ্ট্ৰবােৰ কি কি ? 

 20 , . What is the idealogical reason for Alliance  system ? 

 মিত্র শক্তি ব্যৱস্থাৰ আদৰ্শগত কাৰণ কি ?

 21 . What made the super powers adopt national and responsible attitude?

ৰাষ্ট্ৰীয় আৰু দায়িত্বশীল দৃষ্টিভংগী গ্রহণেৰে দুই বিশ্বশক্তিক কোনে গঢ় দিছিল ? 

 22 . What was the reason of placing nuclear missiles in cuba by USSR in 1962? 

 1962 ছোভিয়েট ৰাছিয়াই কিউবাত পাৰমাণৱিক ক্ষেপণাস্ত্র স্থাপন কৰাৰ কাৰণ কি আছিল ? 

 23.On what grounds India's policy of Non-alignment was criticised?

 কি ভিত্তিত ভাৰতৰ গােষ্ঠী নিৰপেক্ষতাৰ নীতিক সমালােচনা কৰা হৈছিল ?

 24. Write the ideological reasons of Alliance  System. 

মিত্ৰতা ব্যৱস্থাৰ আদৰ্শগত কাৰণসমূহ লিখা । 

25 , What made super powers to collaborate? 

দুই মহাশক্তিক কিহে সহযােগী কৰিছিল?

 26 . It is said that Cold war was a simple struggle for power and ideology had nothing to do with it.  Do you agree with this? Support your position ! with example.

 এইটো কোৱা হয় যে শীতল যুদ্ধ হ’ল। ক্ষমতাৰ বাবে এক সাধাৰণ সংগ্ৰাম আৰু এই ক্ষেত্ৰত আদর্শ বুলিবলৈ একো নাছিল। এই মতক তুমি সমর্থন কৰানে ? উদাহৰণসহ তােমাৰ স্থিতি ব্যাখ্যা কৰা।

 27. Why did the super powers adopt national and  responsible attitude 

 মহাশক্তিয়ে কিয় ৰাষ্ট্ৰীয় আৰু  দায়িত্বশীল দৃষ্টিভংগী গ্ৰহণ কৰিছিল? 

 28 . What was Cuban Missile Crisis? ( কিউবাৰ ক্ষেপনাস্ত্র  সংকট কি আছিল? 

 29 Write a note on Cuban Missile Crissis. What is its significance? 

 কিউবাৰ ক্ষেপনাস্ত্র সংকটৰ বিষয়ে এটা টোকা লিখা । ইয়াৰ তাৎপর্য কি ?

 30. Do you think non - alignment is isolationism or neutrality? Why? 

গোষ্ঠী নিৰপেক্ষতা একাকীকত্ব নে নির্লিপ্ততা ? তুমি কি ভাবা আৰু কিয়? 

 31 . Do You think that NAM has lost its relevance ! after the end of the cold war ? Justify your answer

  তুমি ভাবা নেকি যে শীতল যুদ্ধৰ পিছত NAM এ নিজৰ প্ৰাসংগিকতা হেৰুৱাই পেলাইছে? তােমাৰ উত্তৰৰ যুক্তিযুক্ততা নির্ণয় কৰা।  

32. Write a note on Nuclear Non - Proliferation treaty.

  পাৰমাণৱিক নিৰস্ত্রীকৰণ চুক্তি সম্পর্কে এটা টোকা  লিখা । 

 33. What was the realisation behind the orgination of New International Economic Order  NIEO

 নতুন আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক শৃংখলা সংগঠনৰ ( NIEO ) আৰৰ বাস্তৱতা কি আছিল ? 

 34. What was the report of ONCTAC regarding reform of the global System?

 গোলকীয় বাণিজ্য পদ্ধতিৰ সংস্কাৰ সম্পৰ্কীয় ONCTAC প্রতিবেদনখন কি আছিল? 

 35. What was India's Foreign policy towards the US and USSR during the Cold War Era? Is this policy helped India's interest?

 শীতল যুদ্ধৰ সময়ত মার্কিন যুক্তৰাষ্ট্ৰ আৰু ছােভিয়েট ইউনিয়নৰ প্ৰতি ভাৰতৰ বৈদেশীক নীতি কি আছিল? ভাৰতৰ স্বাৰ্থত এই নীতিয়ে সহায় কৰিছিলনে ?

36. Why did this superpower have military alliances  with samller countries? Give three reasons.

এই মহাশক্তিৰ সৰু সৰু ৰাষ্ট্ৰসমূহৰ সৈতে কিয় সামৰিক সহযােগিতা আছিল ? তিনিটা কাৰণ দর্শোৱা 

 37. Explain the three agreements that were signed bewteen the USA and the USSR for I maintainance of arms contral 

 অস্ত্র -শস্ত্ৰৰ নিয়ন্ত্রণ   বজাইৰাখিবলৈ মার্কিন যুক্তৰাষ্ট্ৰ আৰু ছােভিয়েট ইউনিয়ন মাজত স্বাক্ষৰিত চুক্তি তিনিখনৰ বিষয়ে ব্যাখ্যা কৰা।