এটা দলৰ অধিপত্যৰ যুগ 

A. Very Short Type Questions: 

1. In India, Which decade was labelled as the dangerous decade'?

 ভাৰতত কোনটো দশকক ‘ভয়ংকৰ দশক হিচাবে চিহ্নিত কৰা হৈছে? 

2. Who was the first Chief Election Commissioner of India? 

 ভাৰতৰ প্ৰথমগৰাকী মুখ্য নির্বাচনী আয়ুক্ত কোন আছিল?

3. Discuss briefly about the reasons of Congress domination in the early years of India's independence.

ভাৰতৰ স্বাধীনতাৰ আৰম্ভণিৰ সময়ছােৱাত কংগ্ৰেছ দলৰ আধিপত্যৰ কাৰণসমূহ চমুকৈ আলােচনা কৰা। 


B. Short Type Questions: 

1. When was the Bharatiya Jana Sangh formed and who was the founder President of the party? 

 ভাৰতীয় জনসংঘ কেতিয়া গঠন কৰা হৈছিল আৰু এই দলৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল?

2. Write two features of party system in India. 

 ভাৰতৰ দলীয় ব্যৱস্থাৰ দুটা বৈশিষ্ট্য লিখা।

3. When was Election Commission in India formed? Who was the first Chief Election Commissioner of India? 

 ভাৰতত নির্বাচনী আয়ােগ কেতিয়া গঠন কৰা হৈছিল? ভাৰতৰ প্ৰথমগৰাকী মুখ্য নির্বাচনী আয়ুক্ত কোন আছিল? 


C. Essay Type Questions: 

1. Explain the Congress dominance in the first three general elections.

 প্রথম তিনিটা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলৰ আধিপত্য বিশ্লেষণ কৰা। 


 Additional Important Questions: 

 A. Very Short Type Questions: 

 1. When was the Election commission set up in India?

 ভাৰতত কেতিয়া নির্বাচন আয়ােগ প্রতিষ্ঠা কৰা হৈছিল? 

 2. Name the full form of EVM 

 E.V.M ৰ সম্পূৰ্ণ ৰূপটো কি? 

3. When was the Congress Party founded in India? 

 ভাৰতত কংগ্ৰেছ দল কেতিয়া প্রতিষ্ঠা হৈছিল? 

4. Who lead the Indian National Contress in the first general election? 

 প্রথম সাধাৰণ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছক কোনে নেতৃত্ব দিছিল? 

5. In which year first general election was held in India? 

 ভাৰতত প্রথম সাধাৰণ নির্বাচন কোন বছৰত অনুষ্ঠিত হৈছিল?

6. Who was the first Prime Minister of Independent India? 

 স্বাধীন ভাৰতৰ প্রথম প্রধানমন্ত্রী কোন আছিল?

7. How many political parties participated in the first general election? 

প্রথম সাধাৰণ নিৰ্বাচনত কিমানটা ৰাজনৈতিক দলে অংশগ্রহণ কৰিছিল?  

8. When was communist Party of India founded?  

 ভাৰতত সাম্যবাদী দল কেতিয়া প্রতিষ্ঠা হৈছিল?

9. How many seats were secured by the Indian National Congress in the first Lok Sabha election?

প্রথম লােকসভা নির্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছে কিমানখন আসন লাভ কৰিছিল?

 10. In which year Socialist Party was formed? 

 সমাজবাদী দল কিমান চনত গঠন কৰা হৈছিল? 

11. Who was the founder of Labour Party in India? 

 ভাৰতৰ শ্ৰমিক দলৰ প্রতিষ্ঠাতা কোন? 

 12. Which Indian Party is the oldest party in Asia?

 ভাৰতৰ কোনটো দল এছিয়াৰ আটাইতকৈ পুৰণি দল?

13. Where and when did the communist party come to power in the world for the first time I through democratic elections? 

 বিশ্বৰ ক'ত আৰু কেতিয়া সাম্যবাদী দলে পােন প্রথমবাৰৰ বাবে গণতান্ত্রিক নির্বাচনৰ জৰিয়তে শাসন ক্ষমতালৈ আহিছিল? 

 14. Write two names of the leaders of communist party of India.

 ভাৰতৰ সাম্যবাদী দলৰ দুজন নেতাৰ নাম লিখা। 

15. Who founded the Indian National Congress? 

 কোনে ভাৰতীয় জাতীয় কংগ্ৰেছ প্রতিষ্ঠা কৰিছিল?

 16. When was the Bharatiya Jana Sangh formed?  

 ভাৰতীয় জনসংঘ কেতিয়া গঠন হৈছিল?   

17. Give the names and symbols of any two National Parties in India.

 ভাৰতৰ যিকোনাে দুটা ৰাষ্ট্ৰীয় দলৰ নাম আৰু প্রতীক লিখা। 

18. Who was Raj Kumari Amrit Kaur? 

 ৰাজকুমাৰী অমৃত কৌৰ কোন আছিল? 

 19. When was the Swatartra Party formed?  

স্বতন্ত্ৰ দল কেতিয়া গঠন হৈছিল?

 20. What do you know about Deen Dayal Upadhaya? 

 দীন দয়াল উপাধ্যায়ৰ বিষয়ে তুমি কি জানা?

21. Write a fewlines about Shyma Prasad Mukherjee? 

 শ্যামা প্রসাদ মুখার্জীৰ বিষয়ে কেইশাৰীমান লিখা। 

22. What is meant by one - party dominance in the Indian context? 

 ভাৰতীয় প্রেক্ষাপটত একদলীয় আধিপত্যই কি বুজায়? 

 23. Define coalition govt. 

 সংযুক্ত চৰকাৰৰ সংজ্ঞা দিয়া।

24. When was the coalition govt. formed for the first time at the Centre? 

কেতিয়া প্ৰথমবাৰৰ বাবে সংযুক্ত চৰকাৰ গঠন হৈছিল?  

25. When C.P.I. ( M ) was formed?

 কেতিয়া চি.পি. আই ( এম ) গঠন হৈছিল?

26. In which year the Election Commision started using EVM? 

 নির্বাচন আয়ােগে কোন বছৰ EVM ৰ ব্যৱহাৰ আৰম্ভ কৰিছিল?

 27. When was the Indian constitution enforced?  

ভাৰতীয় সংবিধানখন কেতিয়া বলবৎ কৰা হৈছিল?

 28. Why did the leaders of many other countries decide that India could not afford to have democracy?

  অন্যান্য বহুদেশৰ নেতৃবৃন্দই কিয় সিদ্ধান্ত লৈছিল যে ভাৰতে গণতন্ত্রক বাহাল ৰাখিব নােৱাৰিব। 

 29. Why did the Election Commission cancel the first list?

 প্রথমখন ভােটাৰ তালিকা নির্বাচন আয়ােগে কিয় বাতিল কৰিছিল? 

 30. How many terms did the congress get majority to from government? 

 চৰকাৰ গঠন কৰিবৰ বাবে কংগ্ৰেছে কিমানটা কার্যকাল সংখ্যা গৰিষ্ঠতা লাভ কৰিছিল? 

 31. What percentage of the votes did the congress obtained in 1952 Lok Sabha Election?

 1952 চনৰ লােকসভা নির্বাচনত কংগ্ৰেছে কিমান শতাংশ ভােট লাভ কৰিছিল? 

 32. Who was the founder of PRI?

 পি.আৰ.আই. ৰ প্রতিষ্ঠাপক কোন আছিল?

33. Mention two countries in which their constitutions have permitted only a single party?

 দেশৰ নাম উল্লেখ কৰা যাৰ সংবিধানে কেৱল এটা দলকহে অনুমতি দিয়ে?

34. Who was the chairman of the Drafting Commit tee of the Constituent Assembly? 

পৰিষদৰ খচৰা প্রস্তুতি সমিতিৰ অধ্যক্ষ কোন আছিল?

35. In which country did the Bolshevik Revolution take place?

কোন দেশত বলছেভিক বিপ্লৱ হৈছিল?  

36. Who was the founder president of Bharitiya Jana Sangh? 

 ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল? 

 37. What did the Swatantra party want from the Government? 

 স্বতন্ত্র পার্টীয়ে চৰকাৰৰ পৰা কি বিচাৰিছিল? 

38. What will happen to the grass when two buffa los fight? 

দুই ম'হৰ যুঁজত বিৰিণাৰ কি গতি হয়?

39. Under what conditions did the Indian Party System Originate? 

 কি অৱস্থাত ভাৰতীয় দলীয় ব্যৱস্থাৰ সৃষ্টি হৈছিল?

  40. Mention one characteristic of the Party System in India 

 ভাৰতৰ দলীয় ব্যৱস্থাৰ এটা বৈশিষ্ট্য উল্লেখ কৰা। 

41. In 1957 which party formed the Government in Kerala? 

 1957 চনত কেৰালাত কোন দলে চৰকাৰ গঠন কৰিছিল?

42.  In which party lies the roots of Bharatia Janata Party? 

ভাৰতীয় জনতা পাৰ্টীৰ গঠন কোন দলৰ পৰা হৈছিল?

43. In which year the Era of one party dominance began ?

 কোন বছৰত একদূলীয় শাসন ব্যৱস্থাৰ যুগ আৰম্ভ হৈছিল? 

 44. Who addressed Congress as umbrella organisation? 

কংগ্ৰেছক কোনে ছত্র সংগঠন বুলিছিল?  

45. In which year the Nagpur Session held? 

কোন বছৰত নাগপুৰ অধিবেশন বহিছিল? 


Short Type Questions: 

1. What is significant feature of Indian electoral Politics? 

ভাৰতৰ নির্বাচনী ৰাজনীতিৰ গুৰুত্বপূর্ণ বৈশিষ্ট্য কি?

2. Mention about the preparation of our constitution. 

 আমাৰ সংবিধানৰ প্রস্তুতি সম্পর্কে উল্লেখ কৰা। 

3. Who was Narendra Dev? 

 নৰেন্দ্ৰ দেৱ কোন আছিল? 

4. Write a note on Maulana Abdul Kalam Azad? 

 মৌলানা আব্দুল কালাম আজাদৰ ওপৰত এটা টোকা লিখা। 

 5. Who Was Dr. B.R. Ambedkar? 

 ড ” বি আৰ আম্বেদকাৰ কোন? 

6.  Mention three differences between socialist party and communist party. 

সমাজবাদী দল আৰু সাম্যবাদী দলৰ মাজৰ তিনিটা পার্থক্য উল্লেখ কৰা। 

7.  Discuss the changing methods of voting in India . 

 ভাৰতৰ পৰিৱৰ্তিত ভােট পদ্ধতি বর্ণনা কৰা।

8. Write about the Twenty point programme.

 কুৰিদফীয়া আঁচনিৰ বিষয়ে লিখা। 

9. Mention three differences between Bharatiya Jana Sangh and Swatantra Party. 

 ভাৰতীয় জনসংঘ আৰু স্বতন্ত্র দলৰ মাজৰ তিনিটা পার্থক্য উল্লেখ।

10. Write a note on Socialist Party. 

.সমাজবাদী দলৰ ওপৰত এটা টোকা লিখা। 

11. On which date was the daraft of the Indian Constitution signed and when it came into force? 

 কোন তাৰিখে ভাৰতীয় সংবিধানৰ খচৰাত স্বাক্ষৰ কৰা হৈছিল আৰু ই কেতিয়া বলবৎ হৈছিল?

12. Why did the Socialists criticise the Congress? 

 সমাজবাদীসকলে কংগ্ৰেছক কিয় সমালােচনা কৰিছিল?


13. What is the full form of RSS ? Write the name of  founder president .

  আৰএছএছ , ৰ সম্পূৰ্ণ ৰূপটো কি? ইয়াৰ প্ৰতিষ্ঠাপক সভাপতিগৰাকীৰ নাম লিখা।  

 14. When was the CPI party formed ? Name one i personality who led this party?

  চি . পি . আই দলটো কেতিয়া গঠিত হৈছিল? দলটোৰ নেতৃত্ব দিয়া এগৰাকী ব্যক্তিৰ নাম লিখা। 

15. The two things of a candidate were carried in the ballot paper, what were these two things?

 বেলট কাকতত এগৰাকী প্রার্থীৰ দুটা বিষয় উল্লেখ থাকে , সেই দুটা কি কি? 

16. When did the Central Govt . dismiss the Communist Government in Kerala and under which  Article of the constitution? 

 কেতিয়া আৰু সংবিধানৰ কোন অনুচ্ছেদৰ অধীনত কেন্দ্রীয় চৰকাৰে কেৰালাৰ কমিউনিষ্ট চৰকাৰখনক বৰ্খাষ্ট কৰিছিল?

17. Name the two countries which have experienced of the dominance of one party.

 একদলীয় শাসনৰ অভিজ্ঞতা থকা দুখন দেশৰ নাম লিখা। 

 18. Which period of election had been described as the Congress System? 

 কোনটো নির্বাচন কালত কংগ্ৰেছী ব্যৱস্থা হিচাপে ব্যাখ্যা কৰা হৈছে?

 19. Write names of two leaders of Socialist party.

 ছচিয়েলিষ্ট পার্টীৰ দুগৰাকী নেতাৰ নাম লিখা।

20. Mention the Era of one party dominance in India. 

 ভাৰতৰ একদলীয় শাসনৰ যুগটো উল্লেখ কৰা। 

21.  Mention any two ideologies of Bharatia Jan Sangh.

 ভাৰতীয় জনসংঘৰ দুটা আদর্শ উল্লেখ কৰা ৷ 

 22. Give the names and symbols of any two National Parties in India. 

 ভাৰতৰ যিকোনাে দুটা ৰাষ্ট্ৰীয় দলৰ নাম আৰু প্ৰতীক উল্লেখ কৰা । 

23. List the basic requitements to hold free and fair election in a country like India.

 ভাৰতৰ দৰে এখন দেশত মুক্ত আৰু নিকা নির্বাচন অনুষ্ঠিত কৰিবলৈ মূল প্রয়ােজনীয়তা সমূহৰ তালিকা দিয়া। 

24. Who were the main leaders of the C.P.I? 

 চি.পি.আইৰ মুখ্যনেতা কেইগৰাকী কোন কোন? 

 25. Under what conditions did the Indian party system originate? 

কি পৰিস্থিতিত ভাৰতীয় দলীয় ব্যৱস্থাৰ সৃষ্টি হৈছিল?

 26. List two states where Congress was not in power at some point of time during 1952-67 election. 

 1952-67 চনৰ নিৰ্বাচনৰ ভিতৰত কিছুসময়ৰ বাবে কংগ্ৰেছ ক্ষমতাত নথকা দুখন ৰাজ্যৰ নাম লিখা।


C. Essay Type Questions: 

1. What were the characteristics of Indian Voting System? 

 ভাৰতৰ ভােট পদ্ধতিৰ বৈশিষ্ট্যসমূহ কি কি? 

 2. Explain about participation of minority community candidates in elections. 

 নির্বাচনত সংখ্যালঘু সম্প্রদায়ৰ প্রতিনিধিৰ অংশগ্রহণ সম্পর্কে ব্যাখ্যা কৰা। 

 3. "Election have played a revolutionary role in India.” - Explain. 

 “ভাৰতৰ নির্বাচনে এক বৈপ্লৱিক ভূমিকা পালন কৰি আহিছে।” — ব্যাখ্যা কৰা। 

 4. What is your views in reference of Indo - Pak war and Lok Sabha Elections of 1967.

 ভাৰত-পাক যুদ্ধ আৰু ১৯৬৭ চনৰ নির্বাচন সম্পৰ্কত তােমাৰ মতামত কি?

5. "One party dominant system adversely affect the democracy of Indian politics." - Comment. 

“একদলীয় আধিপত্যই ভাৰতৰ গণতন্ত্রত যথেষ্ট প্রভাৱ পেলাইছে। ” মন্তব্য দিয়া। 

6. Write about the leadership of Charan Singh and Devi Lal, 

চৰণ সিং আৰু দেৱীলালৰ নেতৃত্ব সম্পর্কে লিখা।  

 7. Write about crisis of parties and election from 1952 to 1978 Lok Sabha's elections. 

1952 ৰ পৰা ১৯৭৮ চনৰ ভিতৰত লােকসভাৰ নিৰ্বাচনত হােৱা দল আৰু নিৰ্বাচনৰ সংকট সম্পর্কে লিখা। 

8. Write an essay on the communist part of India. 

ভাৰতৰ সাম্যবাদী দলৰ ওপৰত এখন ৰচনা লিখা।

9. Describe the reasons for the dominance of the Congress Party in Indian politics. 

 ভাৰতীয় ৰাজনীতিত কংগ্ৰেছ দলৰ একাধিপত্যৰ কাৰণসমূহ ব্যাখ্যা কৰা।

 10. What kind of step did the Election commission of India take for holding election? 

 নির্বাচন অনুষ্ঠিত কৰাৰ বাবে ভাৰতৰ নির্বাচন আয়ােগে কেনে ধৰণৰ পদক্ষেপ লৈছিল? 

11. Why did an Indian editor call the election as the biggest gamble in history? 

 এগৰাকী ভাৰতীয় সম্পাদকে কিয় নির্বাচনক বুৰঞ্জীৰ এটা বৃহত্তম জুৱা বুলি কৈছিল?  

 12. Why did the Congress amend its constitution and what happened as a result of amendmant? 

 কংগ্ৰেছে নিজৰ সংবিধানখনক কিয় সংশােধন কৰিছিল আৰু সংশােধনৰ ফলত কি হৈছিল? লৈছিল?

13. Explain the view of the Communist groups on the India's freedom struggle. 

 ভাৰতৰ স্বাধীনতা সংগ্রাম সন্দৰ্ভত কমিউনিষ্টসকলৰ দৃষ্টিভংগী ব্যাখ্যা কৰা। 

 14. Explain briefly why we call the Congress party as the Centre of Indian Politics. 

 কংগ্ৰেছ দলক আমি কিয় ভাৰতীয় ৰাজনীতিৰ কেন্দ্ৰ বুলি কওঁ চমুকৈ ব্যাখ্যা কৰা। 

15. Explain the policies and programmes of the Left Parties.

 বাওঁপন্থীদলসমূহৰ নীতি আৰু কাৰ্যসূচীসমূহ ব্যাখ্যা কৰা। 

16. Write any four reasons for the emergence of the T coalition era in the Indian Democratic system. 

ভাৰতীয় গণতান্ত্রিক ব্যৱস্থাত মৰ্চাযুগৰ সৃষ্টি হােৱাৰ যিকোনাে চাৰিটা কাৰণ লিখা।

 17. Write any four features of Indian party system. 

 ভাৰতীয় দলীয় ব্যৱস্থাৰ যিকোনাে চাৰিটা বৈশিষ্ট্য লিখা।

18. How do you describe the nature of the party system in India.

 ভাৰতীয় দলীয় ব্যৱস্থাৰ প্রকৃতি তুমি কিদৰে ব্যাখ্যা কৰিবা। 

19. Write any four reasons for dominantion of one party system in India. 

ভাৰতীয় একদলীয় ব্যৱস্থাৰ শাসনৰ যিকোনাে চাৰিটা কাৰণ লিখা। 

20. List the aims and goals of Socialist Party of India. Why the party did not prove itself as an effective alternative to the Congress. 

 ছচিয়েলিষ্ট পার্টীঅৱ ইণ্ডিয়াৰ লক্ষ্য আৰু উদ্দেশ্যসমূহৰ তালিকা দিয়া। দলটোৱে কিয় নিজকে কংগ্ৰেছৰপ্ৰভাবী বিকল্প হিচাপে প্রমাণ  কৰিব নােৱাৰিলে?  

21.  ''Opposition is a divided house in India" 

“ বিৰােধী পক্ষ হ'ল ভাৰতৰ এক বিভজিত সদন''-ব্যাখ্যা কৰা।

22. Explain briefly the history of elections held in 1952.

1952 চনত অনুষ্ঠিত নির্বাচন সমূহৰ বুৰঞ্জী চমুকৈ ব্যাখ্যা কৰা।  

23. Discuss the National Revolutionary party. 

 নেশ্যনেল ৰিভলিশ্যনাৰী পাৰ্টীৰ বিষয়ে আলােচনা।

24. Explain briefly the Swatantra party 

 স্বতন্ত্র পাৰ্টীৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা। 

25. Describe the origin and spilt of Communist Party ! of India.

 ভাৰতীয় কমিউনিষ্ট পার্টীৰ উদ্ভব আৰু বিভাজন। সম্পর্কে ব্যাখ্যা কৰা। 

 26. Write a note on the Emergence of opposition party in India.

 ভাৰতত বিৰােধী দলৰ উৎপত্তি সম্পর্কত এটা টোকা লিখা।

27. Give the comperative analysis of the nature of Congress dominance. 

 কংগ্ৰেছৰ অধিপত্যৰ প্রকৃতি সম্পর্কে তুলনামূলক বিশ্লেষণ আগবঢ়োৱ। 

28. What is a dominant party system? Give an example of such a system: 

 অধিপত্য দলীয় ব্যৱস্থা কি? এনে ব্যৱস্থাৰ এটা উদাহৰণ দিয়া।

29. Discuss the uneven trend of Congress party at the State level. 

 ৰাজ্যিক স্তৰত কংগ্ৰেছ দলৰ বিষম ধাৰাটো আলােচনা কৰা। 

30. Write a short note on political parties before independence.

 স্বাধীনতাৰ আগৰ ৰাজনৈতিক দলসমূহৰ বিষয়ে চমুটোকা লিখা। 

31. Find out the ideological difference between Bharatia Jana Sangh and the Communist part of India. 

 ভাৰতীয় জনসংঘ আৰু কমিউনিষ্ট পার্টী অৱ ইণ্ডিয়াৰ মাজৰ আদৰ্শগত পার্থক্যবােৰ দেখুওৱা।