বিশ্ব ৰীজনীতিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰভুত্ব 


A. Very Short Type Questions: 

1. Which event does ' 9/11 ' refer to in the context of contempory world politics?

সমসাময়িক বিশ্ব ৰাজনীতিত ৯ / ১১'বুলি কোনটো ঘটনাক বুজোৱা হয়? 

2. When did India sign and ratify Kyoto Protocol ?

ভাৰতে কায়ট ’ প্রকলত কেতিয়া স্বাক্ষৰ আৰু অনুমােদন কৰে?

3. What is Operation Desert Storm'? 

'অপাৰচন ডেজাৰ্ট ষ্টৰ্ম  অথবা মৰুভূমি ধুমুহা অভিযান ’ মানে কি ?

4. What do you mean by Unipolar World? 

  একমেৰু বিশিষ্ট বিশ্ব বুলিলে কি বুজা?


B. Short Type Questions:

1. When did the US hegemony begin and why?

আমেৰিকা যুক্তৰাষ্ট্ৰৰ অধিপত্য কেতিয়া আৰু কিয় আৰম্ভ হৈছিল ? 

 2. Write two constraints on American hegemony.

মার্কিন আধিপত্যৰ ওপৰত থকা দুটা প্রতিবন্ধকতা লিখা।


C. Essay Type Questions: 

1. What are different types of hegemony ? Give examples of each of them.

 প্রভুত্ব অথবা আধিপত্য কেই প্রকাৰৰ ? প্রত্যেকৰে উদাহৰণ দিয়া।  

2.Write a brief note on India-USA relationship. 

ভাৰত - আমেৰিকা যুক্তৰাষ্ট্ৰ সম্পৰ্কৰ ওপৰত এটা চমু টোকা লিখা।

3. What are the different types of hegemony ? Give examples of each of them. 

অধিপত্যৰ বিভিন্ন ধৰণসমূহ কি কি ? প্রত্যেকৰে উদাহৰণ দিয়া।

4.  Discuss briefly about ' Hegemony as Hard Power'. 

'কঠোৰ ক্ষমতা হিচাপে আধিপত্যৰ বিষয়ে চমুকৈ আলােচনা কৰা। 

5. Discuss about the constraints on US hegemony.

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাধান্যৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাসমূহৰ বিষয়ে আলোচনা কৰা। 

6. Discuss the latest trend in indo-US  relationship.   

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ মাজৰ সম্পৰ্কৰ শেহতীয়া ধাৰৰ বিষয়ে আলোচনা কৰা।

7. Discuss US hegemony as hard power. do you think that US hegemony is good for the World? Give justification.

কঠিন ক্ষমতা হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অধিপত্য আলোচনা কৰা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্বৰ বাবে ভাল বুলি ভাৱানে? যুক্তিযুক্ততা দিয়া।


A. Very Short type Questions:          

1. Who is considered to the responsible for 9/11 Incident?

9/11 ঘটনাটোৰ বাবে কাক দায়বদ্ধ কৰা যায়?

2. What do you Understand  by a unipolar world?

একপক্ষীয় বিশ্ব বুলিলে তুমি  কি বূজা? 

3. What do you understand by first Gulf war?

প্ৰথম উপসাগৰীয়া যুদ্ধ বুলিলে তুমি কি বূজা?

4. When did the US dominance in World politics begin.

বিশ্ব ৰাজনীতিত কেতিয়া আমেৰিকা প্ৰভুত্ব আমেৰিকা হয়?

5. What do you understand by 'Operation Iraqi Freedom'?

অপাৰচন ইৰাক ফ্ৰীডম বুলিলে তুমি কি বূজা?

6. In which year Iraq invaded Kuwait?

কিমান চনত ইৰাকে কুৱেইট আক্ৰমণ কৰিছিল?

7. Who was the president of USA during First Gulf War?

প্ৰথম আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি কোন আছিল?

8. How many persons were killed in the attack of '9/11'?

9/11 ৰ আক্ৰমণত কিমান ব্যক্তি নিহিত হৈছিল? 

9. Which American President ordered operation 1 Enduring Freedom?

 আমেৰিকাৰ কোনজন ৰাষ্ট্ৰপতিয়ে | 1 অপাৰেচন এণ্ডৰিং ফ্রীডম ঘােষণা কৰিছিল ?

 10. What is Uni - polar system?

এককেন্দ্রীক পদ্ধতি কি ?

11. What is soft power?

 নৰম শক্তি কি ?

 12. When did first gulf war break out?   

 প্ৰথম  উপসাগৰীয়া যুদ্ধ কেতিয়া সংঘটিত হৈছিল?

13. What is hard power? 

কঠিন শক্তি কি ? 

14. Give an example of hegemony as structural power

গঠন বিষয়ক ক্ষমতা হিচাপে আধিপত্যৰ এটা উদাহৰণ দিয়া?

 15. Write one constraint on American power. 

আমেৰিকান ক্ষমতাৰ সন্দৰ্ভত এটা বাধ্যবাধকতা লিখা। 

16. In which year US Military research project began? 

 কোন বছৰত মার্কিন সামৰিক গৱেষণা প্রকল্প আৰম্ভ হৈছিল? 

17. Give one Example of a global public goods. 

গােলকীয় ৰাজহুৱা পণ্যৰ এটা উদাহৰণ দিয়া। 

18. What is Global village ?

 গোলকীয় গাওঁ কি? 

 19. When the first MBA course outside USA was established?  মার্কিন যুক্তৰাষ্ট্ৰৰ বাহিৰত প্রথম এমবিএ পাঠ্যক্রম কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল? 

20. 1881 Name the first business school which was established USA in 

 1881 চনত মার্কিন যুক্তৰাষ্ট্ৰত  প্রতিষ্ঠা কৰা প্ৰথমখন বাণিজ্যিক স্কুলৰ নাম লিখা।


B. Short Type Questions:

1. Explain the term Hegemony. 

 প্রভুত্বৰ অর্থ ব্যাখ্যা কৰা। 

2. What do you understand by operation Desert Storm?

অপাৰচন ডিজাৰ্ট ষ্ট্ৰ'ম'ৰ দ্বাৰা তুমি কি বূজা

3. How can NATO be a constraint in the exercise of the US hegemony? 

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰভূত্বৰ ক্ষেত্ৰত নাটো ' কেনেদৰে বাধা হৈছে ? 

4.What are the two causes of tension between India and USA? 

 ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত সংঘাত সৃষ্টিৰ দুটা কাৰণ কি কি ?

5.Write a note on Al - Queda? 

আল - কায়দাৰ ওপৰত এটা টোকা লিখা।

6. What do you understand by Global war on Ter- ror. 

সন্ত্রাসৰ ওপৰত পৃথিৱী জোৰা যুদ্ধৰ দ্বাৰা তুমি কি  বুজা ? 

7. What do you understand by ' baudwagon strategy'?

 সাহসী কামৰ কৌশলৰ দ্বাৰা তুমি কি বুজা ? 

8. Write a short note on Cultural Dimension of U.S. Hegemony.

 আমেৰিকাৰ প্রভুত্বৰ সাংস্কৃতিক আয়তনৰ ওপৰত এটা চমুটোকা লিখা।  

9. What was the Kosovo Crisis?

 কছ’ভ’সংকট কি? 

10. What was the reason of the first Gulf War?

প্ৰথম উপসাগৰীয় যুদ্ধৰ কাৰণ কি?

 11. What does history teach us about hegemony 

প্রভুত্ব / আধিপত্য সম্বন্ধে বুৰঞ্জীয়ে আমাক কি শিকায়?

12. Mention about some features of the Gulf War.

উপসাগৰীয় যুদ্ধৰ কিছুমান বৈশিষ্ট্যৰ বিষয়ে উল্লেখ কৰা। 

13. Give two example of public goods ৰাজহুৱা পণ্যৰ দুটা উদাহৰণ দিয়া।

14. Who set up Bretton Woods System and when? 

কোনে ব্রেটন উডছ পদ্ধতি প্রতিষ্ঠা কৰিছিল আৰু কেতিয়া কৰিছিল? 

15. Mention two products of US hegemony. 

মাৰ্কিন আধিপত্যৰ দুটা ফচল উল্লেখ কৰা।

16. Do You think that alternative centres of political and economic power can limit US hegemony? Justify your answer.

 তুমি ভাবানে যে ৰাজনৈতিক আৰু অর্থনৈতিক ক্ষমতাৰ বিকল্প কেন্দ্রসমূহে সীমিত কৰিব পাৰে মার্কিন আধিপত্য? তােমাৰ উত্তৰৰ যুক্তিযুক্ততা নির্ণয় কৰা।

17. Who won the US presidential election in 1992 and in1996? 

 1992 আৰু 1996 চনৰ মার্কিন যুক্তৰাষ্ট্ৰীয় নির্বাচনত কোন জয়ী হৈছিল? 

18. What is the US share in the world economy? 

 বিশ্ব অর্থনীতিত মার্কিন যুক্তৰাষ্ট্ৰৰ অংশ কিমান? 

19. Examine the process by which US hegemony got established. 

 কি প্রক্রিয়াৰে মার্কিন আধিপত্য প্ৰতিষ্ঠিত হৈছিল নিৰ্ণয় কৰা। 

20. What do you understand by Bandwagean strategy?

ৰাজনৈতিক প্ৰচাৰভিমানৰ কৌশল বুলিলে কি বুজা? 

21. What means by PPP? 

PPP এ কি বূজায়?

22. Mention the constraints that operate on the US hegemony.

 মার্কিন আধিপত্য প্রতিবন্ধকতাবােৰ উল্লেখ কৰা।

 23. What is 'Hegemony as Soft Power'?

'সহজ ক্ষমতা হিচাপে আধিপত্য' কি? 

24. What is Guantanams Bay? Discuss its significance. 

গুৱান্টানাম উপসাগৰ কি ? ইয়াৰ তাৎপর্য আলােচনা কৰা৷ 

25. Why did US launch its invasion of Iraq?

মাৰ্কিন যুক্তৰাষ্ট্ৰই ইৰাক আক্রমণ কিয় কৰিছিল ?

6. Suggest some measures to resist hegemony. 

আধিপত্য প্রতিহত কৰাৰ কেইটামান উপায়ৰ পৰামর্শ!দিয়া

27. What does US hegemony mean in today's world? Mention any two constraints that operate on US hegemoney.

আজিৰ বিশ্বত মার্কিন আধিপত্যই কি বুজায় ? মার্কিন আধিপত্যৰ ক্ষেত্ৰত থকা যিকোনাে দুটা প্রতিবন্ধতা উল্লেখ কৰা। 

28 . Discuss the role of State in a globall village. 

 গােলকীয় গাঁৱত ৰাষ্ট্ৰৰ ভূমিকা আলােচনা কৰা।

29. How can Hegemony be overcome?

 কিদৰে আধিপত্যক অতিক্রম কৰিব পাৰি?

 30. Discuss US Hegemony under Jefferson Bill clinton,

 জেফাৰছন বিল ক্লিণ্টনৰ অধীনত মার্কিন আধিপত্যৰ বিষয়ে আলােচনা কৰা।

31. What was 'Operation Iraqi Freedom'? List out its outcome.  ইৰাকী স্বাধীনতাৰ অভিযান’ কি ? ইয়াৰ ফলাফলসমূহ উল্লেখ কৰা। 

32. What do you mean by public goods? List out T the examples of global public goods. 

ৰাজহুৱা পণ্য বুলিলে কি বুজা ? গােলকীয় ৰাজহুৱা পণ্যৰ উদাহৰণৰ তালিকা দিয়া।

33. Write a note on ; 9 / 1I . 

 9 / 11’ৰ বিষয়ে এটা টোকা লিখা।

34. What were the reasons of the first Gulfwar? 

প্ৰথম উপসাগৰীয় যুদ্ধৰ কাৰণবােৰ কি কি আছিল ? 

35. Explain US military action during Clinton Era. 

ক্লিণ্টনৰ যুগত মার্কিন সামৰিক যুদ্ধৰ বিষয়ে ব্যাখ্যা কৰা।

 36. What is 'Hegemony as Hard Power?  'কঠিন শক্তি হিচাপে আধিপত্য' কি ? 


C. Essay Type Questions: 


1. What was the motives of the USA behind the Iraq invasion in 2003? Explain.

2003 আমেৰিকাৰ ইৰাক আক্ৰমণৰ উদ্দেশ্য কি আছিল? ব্যাখ্যা  কৰা। 

2. Explain about present position of USA specially in economic areas.

 বিশেষকৈ অর্থনৈতিক ক্ষেত্ৰত বর্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৱস্থাৰ বিষয়ে ব্যাখ্যা কৰা।

 3. Describe India's relationship with the USA. 

 আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে ভাৰতৰ সম্পর্ক বর্ণনা কৰা।

 4. Describe Hegemony as structural power. 

গঠনমূলক শক্তি হিচাপে আধিপত্যৰ বৰ্ণনা কৰা।

 5. Describe Hegemony as soft power.

নৰম শক্তি হিচাপে আধিপত্যৰ বৰ্ণনা কৰা। 

 6. What does history teach us about hegemony?

আধিপত্য সম্বন্ধে বুৰঞ্জীয়ে আমাক কি শিকায়?

 7. Mention about development in Iraq during the period of Saddam Hussain.

 ছাদ্দাম হুছেইনৰ কার্যকালত ইৰাকৰ উন্নয়নৰ বিষয়ে উল্লেখ কৰ। 

 8. Describe the main causes of tension between | India and USA during the Cold War Period.

শীতল যুদ্ধৰ সময়ছােৱাত ভাৰত আৰু আমেৰিকাৰ মাজত সংঘাতৰ কাৰণসমূহ বর্ণনা কৰা।

 9. Write a note on the proposed nuclear power cooperation agreement between India and USA.

ভাৰত আৰু আমেৰিকাৰ মাজৰ প্রস্তাৱিত আণৱিক শক্তি সহযােগিতা চুক্তিৰ ওপৰত এটা টোকা লিখা।

 10 . What does Hegemony mean? What are its different dimensions?

আধিপত্যই কি বুজায়? ইয়াৰ বিভিন্ন ধাৰণাসমূহ কি কি? 

 11. The Biggest constraints to American hegemoney lie within the heart of hegemony itself— Identify three constratints on American power.

আমেৰিকান আধিপত্যৰ সর্ববৃহৎ প্রতিবন্ধকতাটো ইয়াৰ আভ্যন্তৰতেই আছে'-আমেৰিকান ক্ষমতাৰ তিনিটা প্রতিবন্ধক চিনাক্ত কৰা।

12. Mention the new factors that emerged in Indo ! - US relations inrecent years.

 শেহতীয়া বছৰবােৰত ভাৰত - মার্কিন সম্পর্কক বিকশাই তােলা নতুন কাৰকসমূহ উল্লেখ কৰা।

13. 'A classic example of the structural that emerged power of the US is the academic degree called the Master's Business Administration'. Illustrate.

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ গাঁথনিত ক্ষমতাৰ এটা ধ্ৰুপদী উদাহৰণ হ'ল মাষ্টাৰ্ছ ইন বিজনেছ এডমিনিষ্ট্ৰেশ্যন নামৰ বিদ্যায়নিক ড্ৰিগ্ৰীতো'- বহলাই লিখা।

14. Examine the process by Which US hegemony got established.

মাৰ্কিন অধিপত্য প্ৰতিষ্ঠিত হোৱাৰ প্ৰক্ৰিয়াসমূহ বিশ্লেষণ কৰা।

15. Describe hegemony in the context of International politics.

আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি প্ৰসংগত  অধিপত্যৰ বিষয়ে ব্যাখ্যা কৰা। 

16. How long will Hegemony last? How do we get beyond Hegemony? 

অধিপত্য আৰু কিমান দিনলৈ টিকি থাকিব? অধিপত্যৰ ঊৰ্ধলৈ আমি কিদৰে যাব পাৰোঁ?