শীতল যুদ্ধোত্তৰ কালৰ দক্ষিণ এছিয়া


A. Very Short type Questions:

1. Write the full from SAARC. 

SAARC (ছাৰ্ক) ৰ সম্পূৰ্ণ অৰ্থ লিখা।


2. Where was the First SAARC Summit held?

ছাৰ্ক ( SAARC ) ৰ প্ৰথমখন শীৰ্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল?


3. Write the full from of SAFTA. 

SAFTA  ৰ সম্পূৰ্ণ নাম লিখা।


B. Short Type Questions:

1. Mention two areas of conflict between India and Pakistan.

ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাতৰ দুটা ক্ষেত্ৰ উল্লেখ কৰা।


2. Mention one area each of cooperation and disagreement between India and Bangladesh.

ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতা আৰু সংঘাত এটাকৈ দনিশ উল্লেশ কৰা।


3. Write the name of the two conflicting communities in Sri Lanka.

শ্ৰীলংকাত সংঘাতত লিপ্ত থকা সম্প্ৰদায় দুটা নাম লিখা।


4. Mention two issues on Which India and Bangladesh cooperate. 

ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতা থকা দুটা ক্ষেত্ৰ উল্লেখ কৰা।


5. When was ASEAN established and how many members were there at the beginning?



C. Essay Type Questions: 

1.  Discuss the role and limitation of SAARC as a forum of regional cooperation.

আঞ্চলিক সহযােগিতামূলক সংগঠন হিচাপে ছার্ক ( SAARC ) ৰ ভুমিকা আৰু সীমাবদ্ধতা আলােচনা কৰা। 


2. Write a note on India - China relations. 

 চীন সম্পর্কৰ ওপৰত এটা টোকা লিখা।


3.  Discuss two factors which have contributed to Pakistan's failure in building a stable democracy.

 সুস্থিৰ গণতন্ত্র প্রতিষ্ঠাৰ ক্ষেত্ৰত পাকিস্তানৰ ব্যর্থতাৰ দুটা কাৰণ আলােচনা কৰা।


4. What does SAFTA stand for? Examine the concept of SAFTA . 

ছাফটা ( SAFTA ) কি উদ্দেশ্যেৰে গঠিত হৈছে। ছাফটাৰ ধাৰণাটো পৰীক্ষা কৰা। 


5. Point out the reasons which ed the people of ! East Pakistan for a liberation movement.

পাকিস্তানৰ জনসাধাৰণে এক মুক্তি আন্দোলনৰ পথ গ্রহণ কৰিবলগীয়া হােৱাৰ কাৰণসমূহ আঙুলিয়াই দেখুওৱা। 


6. How can permanent peace be established in ! South Asia? Discuss. 

দক্ষিণ এছিয়াত স্থায়ী শান্তি প্রতিষ্ঠা কেনেদৰে কৰিব পাৰি? আলােচনা কৰা।


7 . Discuss briefly about the recenti relationship between India and Pakistan.

ভাৰত আৰু পাকিস্তানৰ মাজত শেহতীয়া সম্পর্ক বিষয়ে আলােচনা কৰা।


 Additional Important Questions:

A. Very Short Type Questions:

 1. Who took over the administration of Pakistan after Pakistan framed its first constitution?

 পাকিস্তানে প্রথম সংবিধান প্রস্তুত কৰাৰ পিছত কোনে ইয়াৰ প্ৰশাসনৰ দায়িত্ব লৈছিল? 


2. Name the military ruler of Pakistan during whose regime Pakistan faced the Bangladesh crisis. 

পাকিস্তানৰ সামৰিক শাসকজনৰ নাম লিখা, যাৰ শাসনকালত পাকিস্তানে বাংলাদেশ সংকটৰ সন্মুখীন হৈছিল।

  

3. Mention any two countries in North of India T who are the members of SAARC. 

ভাৰতৰ উত্তৰৰ যিকোনাে দুখন দেশৰ নাম উল্লেখ কৰা যিয়ে ছাৰ্কৰ সদস্য। 

4.  What is the South Asia? 

দক্ষিণ এছিয়া কি? 


5. When Sri Lanka became independent state?

শ্রীলংকা কেতিয়া স্বাধীন হৈছিল? 


6. When SAARC was established? 

ছার্ক কেতিয়া প্রতিষ্ঠা হৈছিল ? 


7. Which Indian Prime Minister undertook bus ! Journey to Lahore?

ভাৰতৰ কোন প্রধান মন্ত্রীয়ে লাহােৰলৈ বাছ যাত্ৰা আৰম্ভ কৰিছিল? 


8. It which year India sent peace keeping force to Sri Lanka?

 কোন বছৰত ভাৰতে শ্রীলংকালৈ শান্তিৰক্ষা বাহিনী প্ৰেৰণ কৰিছিল?


 9. In which year India and Pakistan conducted nuclear tests? 

কোন চনত ভাৰত আৰু পাকিস্তানে আণৱিক পৰীক্ষা সংঘটিত কৰিছিল? 


10.  In which year Pakistan and Bangladesh established diplomatic relation ? 

কিমান চনত পাকিস্তান আৰু বাংলাদেশে কূটনৈতিক সম্পর্ক স্থাপন কৰিছিল? 


11.  In which year multi - party system was introduced in Maldives?

কিমান চনত মালদ্বীপত বহুদলীয় ব্যৱস্থাৰ আৰম্ভণি হৈছিল? 


12. Name the countries which signed Shimla agreement

চিমলা চুক্তিত চহী কৰা দেশকেইখনৰ নাম লিখা।


13. Is China a part of South Asia?

 চীন দক্ষিণ এছিয়াৰ এটা অংশনে? 


 14 . Which was the first country to liberalise its economy in the South Asian region?

 মণ্ডলতপ্রথমে কোনখন দেশে নিজৰ অৰ্থনীতিৰ উদাৰীকৰণ কৰিছিল?


16. Why did India send JPKF to Sri Lanka ?  

ভাৰতে শ্রীলংকালৈ কিয় JPKF প্রেৰণ কৰিছিল? 


17.  Which country is a part of India's " Look East Policy'?

ভাৰতৰ পূবলৈ চোৱা নীতি’ৰ এটা অংশ কোনখন দেশ?


 18. Where did India conduct nuclear test in 1998? 

 1998 চনত ভাৰতে ক'ত পাৰমাণৱিক পৰীক্ষণ সম্পন্ন কৰিছিল?


19. What is the main objective of SAARC' ?

SAARC ৰ মূল উদ্দেশ্য কি?


20. At which place 15th SAARC Summit was held?

কোন ঠাইত পঞ্চদশ SAARC শীর্ষ সন্মিলন অনুস্থিত হৈছিল? 


 21.When India and Pakistan became independent states?

ভাৰত আৰু পাকিস্তানৰ কেতিয়া একোখন স্বাধীন ৰাষ্ট্ৰ আছিল?


22. At which place 14 SAARC summit was held?

কোন ঠাইত চতুর্দশ SAARC শীর্ষ সন্মিলন অনুস্থিত হৈছিল?


B. Short Type Questions:

1. What was the root cause of war between India and Pakistan in 1971.

1971 চনৰ পাক-ভাৰত যুদ্ধৰ প্ৰাধান কাৰণ কি আছিল?  

        

2. Mention any two factors that have contributed to Pakistan's failure in building a stable democracy.

 পাকিস্তানে সুস্থিৰ গণতন্ত্র প্রতিষ্ঠা কৰাত ব্যর্থ হােৱাৰ যিকোনাে দুটা উপাদান উল্লেখ কৰা। 


3. What is the current position of Nepal?

নেপালৰ বর্তমান অৱস্থাটো কেনেকুৱা?


4. Name  four countries that form the SAARC.

ছাৰ্ক গঠন কৰা অতি কমেও চাৰিখন দেশৰ নাম লিখা। 


5. Mention three hindrances to democracy in Nepal. 

নেপালৰ গণতন্ত্রৰ তিনিটা প্রতিবন্ধকতা উল্লেখ কৰা।


6. Mention three points of Shimla agreement 

চিমলা চুক্তিৰ তিনিটা দফা উল্লেখ কৰা। 


 7 . Write a short note on Kashmir problem

কাশ্মীৰ সমস্যাৰ ওপৰত এটা চমুটোকা লিখা। 


8. What are the aims and objectives of SAARC?

 ছাকৰ লক্ষ্য আৰু উদ্দেশ্যবোেৰ কি কি? 


 9 . Mention reasons for the demand of autonomy for the eastern region. 

পূর্বোত্তৰৰ অঞ্চলসমূহে স্বায়ত্বশাসন দাবী কৰাৰ কাৰণসমূহ উল্লেখ কৰা। 


10. Write about the relationship between India and Bhutan.

ভাৰত আৰু ভূটানৰ মাজৰ সম্পৰ্কৰ বিষয়ে লিখা। 


11. Describe very briefly the American involvement in South Asia after cold war.

 শীতল যুদ্ধৰ পিছত দক্ষিণ এছিয়াত আমেৰিকা জড়িত হােৱাৰ বিষয়ে অতি চমুকৈ বর্ণনা কৰা।


12. Briefly describe India's relations with China. 

 চীনৰ সৈতে ভাৰতৰ সম্পর্ক চমুকৈ বর্ণনা কৰা। 


13. Write a short note on Panchsheel. 

 পঞ্চশীলৰ ওপৰত এটা চমুটোকা লিখা।


 14 . Write a short note on ' Kargil Conflict ' between India and Pakistan. 

 ভাৰত আৰু পাকিস্তান মাজৰ কার্গিল সংঘাতৰ ওপৰত এটা চমুটোকা লিখা। 


15. Write a note on ' Bus - diplomacy ' between India and Pakistan . 

 ভাৰত আৰু পাকিস্তানৰ মাজৰ বাছ কুটনীতিৰ ওপৰত এটা টোকা লিখা। 


 16. Write a short note on SAFTA. 

SAFTA ৰ ওপৰত এটা চমুটোকা লিখা। 


 17 . Mention the names of any four countries of South Asia.

 দক্ষিণ এছিয়াৰ যিকোনাে চাৰিখন দেশৰ নাম উল্লেখ কৰা। 


18 . Write a short note on 14th SAARC Summit.

১৪ তম ছার্ক অধিৱেশনৰ ওপৰত এটা চমুটোকা লিখা। 


19 . Write a note on LTTE.

এল.টি.টি.ইৰ ওপৰত এটা টোকা লিখা । 


 20. Examine Sri Lanka's position in the present scenario.

সাম্প্রতিক দৃশ্যপটত শ্রীলংকাৰ অৱস্থান পৰীক্ষা কৰা।


 21.  Write a note on Agra Sumit of 2001. 

২০০১ ৰ আগ্ৰ সন্মিলনৰ ওপৰত এটা টোকা লিখা। 


 22.  How did India help Bangladesh to get its independence? 

বাংলাদেশক ইয়াৰ স্বাধীনতা লাভত ভাৰতবৰ্ষই কেনেদৰে সহায় কৰিছিল?


 23. ''Military rule and Democracy are the two sides of the same coin in Pakistan" - Comment.

 “পাকিস্থানত সামৰিক শাসন আৰু গণতন্ত্র এটা মুদ্ৰাৰে দুটা পিঠি মন্তব্য দিয়া।


 24 . How are the external powers influencing bilateral relations in South Asia?

দক্ষিণ এছিয়াত বাহ্যিক শক্তিসমুহে কেনেদৰে দ্বি -পাক্ষিক সম্পর্কসমূহত প্রভাব পেলাইছে?  


25. What has been India's stand towards the Sri Lanka Tamil problem?

শ্রীলংকাৰ তামিল সমস্যাটোৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ স্থিতি কি?


 26. Mention the names of the two conflicting com munities in Sri Lanka. 

শ্রীলংকাৰ বিবাদত লিপ্ত দুটা সম্প্রদায়ৰ নাম লিখা 


27. What is look East Policy ? 

পূবলৈ চোৱা নীতি কি?


28. How did Pakistan respond to Indian nuclear test? 

ভাৰতৰ পাৰমাণৱিক পৰীক্ষণৰ প্রতি পাকিস্তানে কেনে সহাঁৰি দিছিল?


 29. Mention two areas each of co-operation and !disagreement between India and Bangladesh.

ভাৰত আৰু বাংলাদেশৰ মাজৰ সহযােগিতা আৰু বিবাদৰ দুটাকৈ ক্ষেত্ৰৰ উল্লেখ কৰা। 


30. Do You think that India and Nepal have any  special relationship? How?

 ভাৰত আৰু নেপালৰ মাজত কিবা বিশেষ সম্পর্ক আছে বুলি তুমি ভাবানে? কিয় তেনেদৰে ভাবা? 


31. Write any two efforts made by India in making an effactive organization. 

SAARC এটা প্ৰভাৱী সংগঠন কৰি তােলাৰ বাবে ভাৰতে কৰা দুটা প্রচেষ্টাৰ বিষয়ে লিখা। 


32.  Write the meaning of LTTE

 LTTE অৰ্থ কি?


33 . . How was democracy restored in Nepal over ! T I Monarchy 

ৰাজতন্ত্ৰৰ পিছত নেপালত গণতন্ত্র কিদৰে প্ৰৱৰ্তন কৰা হৈছে ?


 34. Mention the names of two observer states of SAARC. 

 1998 চনৰ ডিচেম্বৰত মুক্ত বাণিজ্য চুক্তিত অন্তর্ভুক্ত হােৱা দেশসমূহৰ নাম লিখা।


35. Name the countries who signed Farakka treaty ?

ফাৰাক্কা সন্ধিত স্বাক্ষৰ কৰা দেশসমূহৰ নাম লিখা।


36. Give the significance of Tashkent Agreement.

 তাচখণ্ড চুক্তিৰ তাৎপর্য লিখা।


C. Essay Type Questions :

1.  Describe India's role in SAARC.

ছাৰ্কত ভাৰতৰ ভূমিকা বর্ণনা কৰা। 


2. How are the external powers influencing bilateral relations in South Asia? 

 দক্ষিণ - এছিয়াত দ্বি পাক্ষিক সম্পর্কবােৰ বাহ্যিক শক্তিয়ে কেনেদৰে প্রভাবান্বিত কৰে ?


3. Write a note on Shimla Agreements. 

চিমলা চুক্তিৰ ওপৰত এটা টোকা লিখা। 


4. Write about Indian's relations with Sri Lanka.

শ্ৰীলংকা সৈতে ভাৰতৰ সম্পৰ্কৰ বিষয়ে লিখা।


5. Discuss the main issues of conflicts and cooperation in the relationship between India and Nepal.

ভাৰত আৰু নেপালৰ মাজৰ সম্পৰ্কত সংঘাত আৰু সহযোগিতাৰ প্ৰধান বিষয়সমূহ আলোচনা কৰা।


6. Point out some suggestions to improve the relationship between India and Pakistan.

ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্ক উন্নত কৰিবলৈ কেইটামান পৰামৰ্শ আগবঢ়োৱা।


7. Point out the reasons which led the people of East Pakistan for a liberation movement.

পূব পাকিস্তানৰ লোকসকলে মুক্তি আন্দোলনৰ প্ৰতি ঢাল খোৱাৰ কাৰণবোৰ আঙুলিয়াই দিয়া।


8. Point out the difficulties in the relationship between India and Sri Lanka.


9. What is the basic reasons for the formation of SAARC?

 SAARC গঠনৰ মূল কাৰণসমূহ কি কি?


10. Write the points of differences between India and Nepal. 

 ভাৰত আৰু নেপালৰ পাৰ্থক্যৰ দিশবােৰ লিখা।


 11. Discuss the problems of sharing of river waters with Pakistan. 

 পাকিস্তানত নদীৰ পানীৰ ভাগ-বাটোৱাৰা সম্পর্কীয় সমস্যাবােৰ আলােচনা কৰা।


 12. Mention the issues taken up by SAARC recently. 

 SAARC এ শেহতীয়াকৈগ্ৰহণ কৰা বিষয়বােৰ উল্লেখ কৰা।

 

13. India's neighbours often think that the Indian Government tries to dominate and inter fere in the domestic affairs of the smaller countries of the region'. Do you think it to be a correct impression?

 ভাৰতৰ প্ৰতিবেশীবােৰে প্ৰায়ে ভাবে যে ভাৰত চৰকাৰে অঞ্চলটোৰ সৰু সৰু দেশবােৰৰ ঘৰুৱা বিষয়সমূহত আধিপত্য বিস্তাৰ কৰিবলৈ আৰু হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰে । এই ধাৰণাক তুমি সঠিক বুলি ভাবানে?


14 . When was SAFTA signed ? What is the main objective of SAFTA?

  SAFTA কেতিয়া স্বাক্ষৰিত হৈছিল? SAFTA ৰ মূল উদ্দেশ্যটো কি?


 15. Identify some features common to all the South Asian countries but different from countries in west Asia. 

 দক্ষিণ এছিয়াৰ আটাইবােৰ দেশৰ ক্ষেত্ৰত উমৈহতীয়া, কিন্তু পশ্চিম এছিয়াৰ দেশসমূহৰ পৰা পৃথক কেইটামান বৈশিষ্ট্য উল্লেখ কৰা।


16. Describe the role of India palyed for Promotion of world peace. 

 বিশ্ব শান্তিৰ বাবে ভাৰতে লােৱা ভূমিকা ব্যাখ্যা কৰা। 


 17. Democracy is becoming an accepted norm in the entrie region of South Asia. Exaplain.

দক্ষিণ এছিয়াৰ সমগ্রঅঞ্চলটোত গণতন্ত্র এটা গৃহীত আহি’ — ব্যাখ্যা কৰা ৷ 


18. Name of principle players in the ethnic conflict in Sri Lanka. How do you assess the prospects of the resolution of this conflict? 

 শ্রীলংকাৰ গােষ্ঠীগত দ্বন্দ্বত মূল ভূমিকা লওঁতাসকলৰ নাম লিখা। এই দ্বন্দ্বৰ প্ৰস্তাৱৰ ভবিষ্যৎ সম্ভাবনা ঠাবৰ কৰা ।


 19. What were the demands of East Pakistan (Bangladesh) for setting up Democracy? 

 গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে পূব পাকিস্তানৰ বাংলাদেশ দাবীবোৰ কি কি আছিল?


20. Write a note on monarchy and democracy in Nepal. 

 নেপালৰ ৰাজতন্ত্ৰ আৰু গণতন্ত্রৰ ওপৰত এটা টোকা লিখা। 


21.  Describe causes of conflict between India and Pakistan. 

 ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ কাৰণসমূহ বর্ণনা কৰা।