সমসাময়িক বিশ্বত নিৰাপত্তা



A. Very Short Type Questions:

1. Give an example of global threat.

বিশ্বজনীন ভাবুকিৰ এটা উদাহৰণ দিয়া।


2. Write the full from of WTO.

WTO- ৰ সম্পূৰ্ণ ৰূপটো লিখা।


3. Write any one new threat to h uman security.

মানৱ নিৰাপত্তাৰ প্ৰতি যিকোনো নতুন ভাবুকি এটা লিখা।



B. Short Type Questions:

1. Write two differences between migrants and refugees.

প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজৰ দুটা পাৰ্থক্য লিখা।


2. What is the difference between traditional and non-traditional security?

পৰম্পৰাগত আৰু অপৰম্পৰাগত নিৰাপত্তাৰ মাজত পাৰ্থক্য কি?


3. Write the name of two NGOs which are concerned with protection of Human Rights all over the world.

 সমগ্ৰ বিশ্বত মানৱ অধিকাৰৰ ৰক্ষণাবেক্ষণৰ বাবে কাম কৰি থকা  দুটা বেচৰকাৰী সংগঠনৰ নাম লিখা।


4. Mention two sources of thereats to human being.

মানৱজাতিয়ে সন্মুখীন হোৱা দুটা ভাবুকি উল্লেখ কৰা।



C. Essay Type Questions:

1. What are the four components of traditional notion of security from external threats? Give examplees.

বাহ্যিক আক্ৰমণৰ ভাবুকিৰ প্ৰতিহত কৰাৰ নিৰাপত্তাৰ পৰম্পৰাগত ধাৰণাৰ উপাদান চাৰিটা কি কি? উদাহৰণ দিয়া।


2. What is non-traditional or human security? Discuss two threats to the human security.

অপৰম্পৰাগত অথবা মানৱীয় নিৰাপত্তাৰ বুলিলে কি বূজা? মানৱীয় নিৰাপত্তাৰ প্ৰতি দুটা ভবুকিৰ বিষয়ে আলোচনা কৰা।


3. Write briefly about global poverty.

বিশ্ব দৰিদ্ৰতাৰ বিষয়ে চমুকৈ লিখা।


4. What is the relationship between human security and health? Discuss. 

মানৱীয় নিৰাপত্তা আৰু স্বাস্থ্যৰ মাজৰ সম্পৰ্ক কি? আলোচনা কৰা।


Additional Important Questions:

A. Very Short Type Questions:

1. What is meant by Security? 

নিৰাপত্তাই কি বূজাই?


2. What do you understand by 'Alliance'?

'মিত্ৰতা' বুলিলে তুমি কি বূজা?


3. What is terrorism? 

সন্ত্ৰাসবাদ কি?


4. Mention four components of traditional Security Policy?

পৰম্পৰাগত নিৰাপত্তা পদ্ধতিৰ চাৰিটা উপাদান উল্লেখ কৰা।


5.Write two important powers which are the basis for military power.

দুটা প্ৰয়োজনীয় ক্ষমতা লিখা যিকেইটা সামৰিক ক্ষমতাৰ ভিত্তি।


6. What do you mean by Disarmament?

 নিৰস্ত্ৰীকৰণ বুলিলে তুমি কি বূজা?


7. What do you mean by arms controls?

অস্ত্ৰ সীমিতকৰণৰ দ্বাৰা তুমি কি বূজা?


8. What is Global poverty?

গোলকীয় দৰিদ্ৰতা কি?


9. When Biologic weapons convection was held?

জৈৱিক অস্ত্ৰ সন্মিলন কেতিয়া অনুষ্ঠিত হৈছিল?


10. State the full from CTBT.

CTBT- ৰ সম্পূৰ্ণ ৰূপটো লিখা।


11. When non-proliferation Treaty was signed?

পাৰমাণৱিক নি-প্ৰসাৰণ চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?


12. State full from of NPT.

NPT -ৰ সম্পূৰ্ণ ৰূপটো লিখা।


13. What is the full from of NATO?

NATO ৰ সম্পূৰ্ণ ৰূপটো লিখা।


14. What is Balance of Power?

ক্ষমতাৰ ভাৰসাম্য কি?


15. What do you mean by the tern 'Disarmanent'?

'নিৰস্ত্ৰীকৰণ' বুলিলে কি বূজা?


16. What do you understand by internally displaced people?

আভ্যন্তৰীণভাৱে স্থানান্তৰিত লোক বুলিলে কি বূজা?


17.  What is the purpose of conducting nuclear tests by India?

ভাৰতে পাৰমাণৱিক পৰীক্ষণ সম্পন্ন কৰা উদ্দেশ্যটো কি?


18. What is meant by Human Security? 

মানৱীয় নিৰাপত্তাই কি বুজায়?


19. Give an example of global threat. 

গােলকীয় ভাবুকি এটা উদাহৰণ দিয়া।


20. What is international terrorism? 

 আন্তঃৰাষ্ট্ৰীয় সন্ত্রাসবাদ কি? 


21. What make rich states get richer?

কিহে ধনীৰাষ্ট্ৰক আৰু অধিক ধনী কৰে? 


22. What is cooperative security? 

সহযোগী নিৰাপত্তা কি? 


23. Why do people migrate? 

মানুহে প্ৰব্ৰজন কিয় কৰে?


24 . In which year India first tested a nuclear de vice? 

 ভাৰতে পােন প্রথমে কেতিয়া পাৰমাণৱিক যতনৰ পৰীক্ষণ চলায়?


 25. In which year Global Security has emerged?

 কোন বছৰ গােলকীয় নিৰাপত্তাৰ উদ্ভৱ হয়? 


26. Give one example of Arms Control. 

অস্ত্র নিয়ন্ত্ৰণৰ এটা উদাহৰণ দিয়া।


 27. What is pollution? 

প্ৰদূষণ কি?


 28. What is meant by social safety nets?

 সুৰক্ষা জাল বুলিলে কি বুজা?

29. How many states acceded to chemical weapons convention 

 কিমানখন দেশে ৰসায়নিক অস্ত্র চুক্তিত সন্মতি দিছিল ?

 30. In what way the notion of disarmament help to avoid vialince?

 নিৰস্ত্রীকৰণৰ ধাৰণাই কিদৰে হিংসা এৰাই চলাত সহায় কৰে? 


B. Short Type Questions: 

1. What do you mean by Disarmament? 

 নিৰীকৰণ বুলিলে তুমি কি বুজা? 


 2. Write a short note on Human Rights commission in India. 

 ভাৰতৰ মানৱ অধিকাৰ আয়ােগৰ ওপৰত এটা চমুটোকা লিখা।


3. What is Terrorism? 

 সন্ত্রাসবাদ কি?


4.What are the characteristics of Terrorism? 

 সন্ত্রাসবাদৰ বৈশিষ্ট্যবােৰ কি কি? 


5. What do you understand by Migration?

প্ৰব্ৰজন বুলিলে তুমি কি বুজা?


6. Why do Terrorists indulge in terrorist activities? 

সন্ত্রাসবাদীয়ে কিয় সন্ত্রাসবাদী কার্য সংঘটিত কৰে?


7. Write a note on Co-operative Security ? 

 সহযােগিতামূলক নিৰাপত্তাৰ ওপৰত এটা টোকা লিখা। 


8. Classify the Human Rights. 

মানৱ অধিকাৰৰ শ্রেণীবিভাগ কৰা।


  9. Write a short-note on the problem of refugees. 

ভগনীয়া সমস্যাৰ ওপৰত এটা চমুটোকা লিখা। 


 10. Write a note on Balance of Power.

ক্ষমতাৰ ভাৰসাম্যতাৰ ওপৰত এটা টোকা লিখা।


11. Discuss the problem of religious fundamentalism. 

ধর্মীয় মৌলবাদৰ সমস্যাৰ আলােচনা কৰা। 


12. Discuss the steps taken by India for the protection of Human Rights. 

মানৱ অধিকাৰ সংৰক্ষণৰ বাবে ভাৰতে গ্ৰহণ কৰা ব্যৱস্থাৱলী আলােচনা কৰা।


13. What is Atomic Policy of India? 

 ভাৰতৰ পাৰমাণৱিক নীতি কি ?


14. Mention about the characteristics of Balance of Power.

ক্ষমতাৰ ভাৰসাম্যৰ বৈশিষ্ট্যবোেৰৰ বিষয়ে উল্লেখ কৰা। 


15. Mention any three human rights mentioned in Universal Declaration of Human Rights.

 অধিকাৰৰ সার্বজনীন ঘােষণা পত্ৰত উল্লেখ থকা যিকোনাে তিনিটা মানৱ অধিকাৰ উল্লেখ কৰা। 


 16. Write a note on Disarmanent Commission. 

 নিৰস্ত্রীকৰণ আয়ােগৰ ওপৰত এটা টোকা লিখা। 


17. What do you mean by Global Poverty? 

বিশ্ব দৰিদ্রতা বুলিলে তুমি কি বুজা?


18. Do all societies have the same conception of security? 

সকলাে সমাজতে নিৰাপত্তাৰ ধাৰণাটো একেইনে?


19. Define human security. 

জন-নিৰাপত্তাৰ সংজ্ঞা দিয়া।


20. What is Balance of Power? 

 ক্ষমতাৰ ভাৰসাম্যতা কি?


21. Examine the concept of Traditional Notion of Security. 

 নিৰাপত্তাৰ পৰম্পৰাগত ধাৰণাটো পৰীক্ষা। 


22. What do you mean by Non - traditional notion of security? 

 নিৰাপত্তাৰ অপৰম্পৰাগত ধাৰণাটো বুলিলে তুমি কি বুজা?


  23. Mention new source of threats to Individual. 

মানুহৰ ক্ষেত্ৰত নতুন ভাবুকিৰ উৎসসমূহ উল্লেখ কৰা।


 24. Write two components of traditional security policy. 

 পৰম্পৰাগত নিৰাপত্তা নীতিৰ দুটা উপাদান লিখা।


25. When Al-qaida attached America? 

অল -কাইডাই কেতিয়া আমেৰিকা আক্রমণ কৰিছিল? 


26. What is the basis of Alliance? 

 মিত্ৰতাৰ ভিত্তি কি? 


27. Write one component of India's security strategy. 

ভাৰতবৰ্ষৰ নিৰাপত্তা কৌশলৰ এটা উপাদান লিখা। 


28. What is Millenium Declaration? 

 সহস্রাব্দৰ ঘোষণা পত্র কি? 


29. What are the differences between traditional and non - traditional security?

 পৰম্পৰাগত আৰু অপৰম্পৰাগত নিৰাপত্তাৰ মাজৰ পাৰ্থক্যসমূহ কি কি?


30. Is terrorism a traditional or non - traditional threat to security?

 নিৰাপত্তাৰ ক্ষেত্ৰত সন্ত্রাসবাদ পৰম্পৰাগত নে অপৰম্পৰাগত ভাবুকি? 


31. What are the external threats facing the super-power countries?

 বৃহৎ শক্তিৰ ৰাষ্ট্রসমূহে কি কি বাহ্যিক ভাবুকিৰ সন্মুখীন হৈছে? 


32. What are the four components of traditional notion of security from external threats?

ভাবুৰিপৰা নিৰাপত্তাৰ পৰম্পৰাগত ধাৰণাৰ উপাদান চাৰিটা কি কি? উদাহৰণ দিয়া।


33. What is meant by human rights? What are different types of human rights? 

 মানৱ অধিকাৰ কি ? বিভিন্ন প্রকাৰৰ মানৱ অধিকাৰ সমূহ কি কি? 


34. Do You think to deal with non - traditional threats to security, cooperation is very important? How can international cooperation help to combat non -traditional threats? 

 নিৰাপত্তাৰ প্ৰতি অপৰম্পৰাগত ভাবুকিসমূহৰ মােকাবিলা কৰাৰ ক্ষেত্ৰত সহযোগিতা অতি গুৰুত্বপূৰ্ণ বুলি ভাৱানে? অপৰম্পৰাগত ভাবুকিসমূহৰ বিৰুদ্ধে যুঁজ দিবলৈ আন্তৰাষ্ট্ৰীয় সহযোগিতা কিদৰে সহায়ক হ'ব পাৰ?


35. What are the four components of the security strategy of India.

 ভাৰতৰ নিৰাপত্তা কৌশলৰ উপাদান চাৰিটা কি কি? 


36. Write four components of traditional security policy.

 পৰম্পৰাগত নিৰাপত্তা নীতিৰ চাৰিটা উপাদান।


37. Write a note on the problem of refugees. 

সমস্যা সম্পর্কে এটা টোকা লিখা। 


38. Define health epidemies as a new source of threats.

 ভাবুকিৰ এটা নতুন উৎস হিচাপে স্বাস্থ্য মহামাৰীৰ সংজ্ঞা দিয়া।


 39. Analyse the concept of Human Security. 

 মানুহৰ নিৰাপত্তাৰ ধাৰণাটো বিশ্লেষণ কৰা।


 40. What did BWCC Biological Weapons Convention 1972 decide?

1972 চনৰ জৈৱিক অস্ত্র সম্পর্কীয় সম্মিলনত কি সিদ্ধান্ত লােৱা হৈছিল? 


41. Write a note on ' Territorial Security '.

'ৰাষ্ট্ৰক্ষেত্ৰীয় নিৰাপত্তাৰ সম্পৰ্কত এটা টোকা লিখা।


42. What are the different concepts of protection to the human security? 

 মানুহৰ নিৰাপত্তাৰ প্ৰতি সুৰক্ষাৰ বিভিন্ন ধাৰণাবােৰ কি কি?



Essay Type Questions:

1. Write about necessity of disarmanent in present World.

বর্তমান বিশ্বত নিৰীকৰণৰ প্রয়ােজনীয়তাৰ বিষয়ে লিখা। 


2. What is Balance of power? How could a state achieve this?

 ক্ষমতাৰ ভাৰসাম্য কি? এখন ৰাষ্ট্ৰই ইয়াক কেনেকৈ আহৰণ কৰিব পাৰে? 


3.What do you understand by the terrorism? What are its characteristics?

সন্ত্রাসবাদ বুলিলে তুমি কি বুজা ? ইয়াৰ বৈশিষ্ট্যসমূহ কি কি? 


4. Briefly discuss the characteristies of Balance pf power. 

ক্ষমতাৰ ভাৰসাম্যৰ বৈশিষ্ট্য চমুকৈ আলােচনা।


Discuss the impact of Terrorism on society and economy. 

 সমাজ আৰু অৰ্থনীতিৰ ওপৰত সন্ত্রাসবাদৰ প্ৰভাৱ বৰ্ণনা কৰা।


5. Write an essay on Terrorist Activities in India.

ভাৰতৰ সন্ত্রাসবাদী কার্যকলাপৰ ওপৰত এখন ৰচনা লিখা।


6. the steps taken by the UN for promotion of Human Rights. 

মানৱ অধিকাৰ ৰক্ষাৰ কাৰণে ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰা ব্যৱস্থাসমূহ আলােচনা কৰা।


7. Explain the steps taken by the UN for Disarmament and Arms cotrol.

নিৰস্ত্রীকৰণ আৰু অস্ত্রপাতি নিয়ন্ত্ৰণৰ কাৰণে ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰা  পদক্ষেপসমূহ ব্যাখ্যা কৰা।


8. Mention the main assumption of collective Security. Are these assumption acceptable? 

সামূহিক নিৰাপত্তাৰ ধাৰণাকেইটা উল্লেখ কৰা। এই ধাৰণা গ্রহণযােগ্য নে? 


 10. Examine the efforts made by the Lengue of Nations for establishing International Security.

 আন্তৰাষ্ট্ৰীয় নিৰাপত্তা ৰক্ষা স্বাৰ কাৰণে জাতিসংঘই কৰা চেষ্টাবােৰ পৰীক্ষা কৰা।


 11. Explain the causes for the failure of Disarmament efforts. 

 নিৰস্ত্ৰীকৰণৰ প্রচেষ্টা ব্যর্থ হােৱাৰ কাৰণবােৰ ব্যাখ্যা কৰা। 


12. Explain the role of co - operation in Intemational policy.

 আন্তৰাষ্ট্ৰীয় ৰাজনীতিত সহযােগিতাৰ ভূমিকা ব্যাখ্যা কৰা। 


13. Explain the growth and development of Balance of Power 

 ক্ষমতাৰ ভাৰসাম্যতাৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে আলােচনা কৰা। 


 14. What is meant by Disarmament ? Discuss the argument in favour of Disarmament.

নিৰীকৰণে কি বুজায়? নিৰীকৰণৰ সপক্ষে থকা যুক্তিবােৰ আলােচনা কৰা।


  15. Discuss the world Disarmament conference 1932. 

 ১৯৩২ চনৰ বিশ্ব নিৰীকৰণ সন্মিলনৰ বিষয়ে আলােচনা কৰা। 


 16. Write a note on the techniques of Global Terrorism.

বিশ্ব সন্ত্রাসবাদৰ কার্যপ্রণালী সম্পর্কে এটা টোকা লিখা।


 17. Discuss the activities of the Global Terrorist.

বিশ্ব সন্ত্রাসবাদীসকলৰ কার্যাৱলী আলােচনা কৰা।


 18. Give some suggestions for the eradication of Golbal Terrorism. 

 বিশ্বাসবাদ নির্মূলৰ বাবে কিছুমান পৰামৰ্শ আগবঢ়োৱা। 


19. Explain the problems of Disarmament. 

 নিৰস্ত্রীকৰণৰ সমস্যাবােৰ ব্যাখ্যা কৰা। 


 20. What is human security? Discuss the narrow concept and broad concept of human security. 

 মানব নিৰাপত্তা কি? মানব নিৰাপত্তাৰ সংকীর্ণ আৰু বহল ধাৰণাৰ বিষয়ে আলােচনা কৰা।


21. What are the objectives of military alliances. 

 সামৰিক মিত্ৰতাৰ উদ্দেশ্যসমূহ কি কি? 


22. The non - traditional conception of security fo cus on the changing nature of threats to secu rity ' What are these new threats?

অপৰম্পৰাগত ধাৰণাইনিৰাপত্তাৰ প্ৰতি ভাবুকিৰ পৰিৱর্তিত প্ৰকৃতিৰ ওপৰত আলােকপাত কৰে। এইনতুন ভাবুকিবােৰ ! কি কি? 


23. Suggest some measures to avoid violence. 

হিংসাৰ হাত সৰাৰ কেইটামান উপায়ৰ পৰামর্শ দিয়া।


 24. What is Confidence building ? Is it a means of avoiding violence? 

প্রত্যয় সৃষ্টি কি ? হিংসাৰ হাত সৰাৰ ই এটা উপায়নে?


25. What is non - traditional notion of security? List old its areas of operation.

নিৰাপত্তাৰ অপৰম্পৰাগত ধাৰণা কি? ইয়াৰ ক্রিয়া ক্ষেত্ৰৰ তালিকা দিয়া। 


26. What are the differences in the threats face by the people living in the Third World and in the First World?

 তৃতীয় বিশ্ব আৰু প্রথম বিশ্বত বাস কৰা লােকসকলে সন্মুখীন হােৱা বিভিন্ন ভাবুকিবােৰ কি কি? 


27. Terrorism poses a serious law and order problems and leads to the disintegration of society. Justify the statement giving examples. 

 সন্ত্রাসবাদে গুৰুত্বৰ। আইন শৃংখলা সমস্যাৰ সৃষ্টি কৰে আৰু সমাজৰ সংহতি বিনষ্ট কৰে। উদাহৰণসহ উক্তিটোৰ যুক্তিযুক্ততা প্রতিপন্ন কৰা।

 

28. What is a Global Poverty? List out its complex nature in the Global arena.

গােলকীয় দৰিদ্রতা কি? গােলকীয় পৰিমণ্ডলত জটিল প্রকৃতিৰ তালিকা দিয়া। 


29. Write a note on Arms Control. 

 অস্ত্র নিয়ন্ত্রণ সম্পৰ্কত এটা টোকা লিখা।  


30. Write a note on 'Arms Race and its effects'.

  টোকা লিখাঃ দৌৰ আৰু ইয়াৰ প্ৰভাৱ।


Type:- Nayan Jyoti Bordoloi