বিশ্ব ৰাজনীতিত পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদ | ENVIRONMENT AND NAT অধ্যায় ৮ | Class 12 Political Science Question And Answer Assamese Medium | Higher Secondary 2nd year Political Science | HS Second Year Political Science Assamese Medium Free Question Answer | শৰ্মা, জামান, বৰুৱা |

 বিশ্ব ৰাজনীতিত পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদ 


Edit This Post


২। কোনবোৰ পৰিৱেশ সম্পর্কে গঢ়ি উঠা আটাইতকৈ ভাল ব্যাখ্যা।

(ক) উন্নত ৰাষ্ট্ৰবােৰ প্ৰকৃতিক ৰক্ষণাবেক্ষণ দিয়াত সমান।


(খ) পৰিৱেশৰ ৰক্ষণাবেক্ষণ দিয়াটো দেশীয় আৰু আদিবাসীসকলৰ বাবে অপৰিহার্য।


(গ) পৰিৱেশন অৱনতি মানুহৰ কার্য-কলাপে ব্যাপক কৰিছে আৰু ই বিপদজনক স্তৰ পাইছে।


(ঘ) ওপৰৰ এটাও নহয়।

 

 ২। বসুন্ধৰা সন্মিলনৰ বিষয়ে তলত উল্লেখ কৰা প্ৰতিটো বাক্যৰ বিপৰীতে শুদ্ধ নে অশুদ্ধ লিখা।

(ক) ইয়াত ১৭০ খন দেশে যােগদান কৰিছিল, হাজাৰ NGO's আৰু বহুত MNC "s

(খ) শীৰ্ষ সন্মিলনখন ৰাষ্ট্ৰসংঘৰ তত্বাৱধানত হৈছিল।

(গ) পােন প্ৰথমবাৰৰ বাবে বিশ্ব পৰিৱেশৰ বিষয় ৰাজনৈতিক স্তৰত দৃঢ়তাৰে একগােট কৰা হৈছিল।

(ঘ) ই এখন শীর্ষ সন্মিলন।


৩। ৰায় ' ( Rio ) শীর্ষ সন্মিলনৰ ফলাফল কি আছিল?


৪। উমৈহতীয়া ( সমুহীয়া ) মানে কি? ইয়াক কেনেকৈ লুণ্ঠন আৰু বিষাক্ত কৰা হৈছে? 


৫। ১৯৯০ চনৰ পৰা ৰাষ্ট্ৰবিলাকে বিশ্ব পাৰিপাশিকতাক ৰক্ষাৰ ক্ষেত্ৰত কিয় সর্বোচ্চ স্থান দিছে?


৬। বিশ্ব পৰিৱেশক আৰু অধিক ধ্বংস নকৰাকৈ অর্থনৈতিক বিকাশ সাধন কৰাটোৰ ক্ষেত্ৰত ৰাষ্ট্ৰবােৰ বিৰাট প্রত্যাহ্বানৰ সন্মুখীন হৈছে । আমি ইয়াক কেনেকৈ অতিক্ৰম কৰিব পাৰো? কেইটামান উদাহৰণৰ সৈতে ব্যাখ্যা কৰা।


৭। বস্তুনিষ্ঠ প্রশ্নঃ

(ক) কোনখন বসুন্ধৰাশীৰ্ষ সন্মিলনে পৰিৱেশৰ বিষয়টো বিশ্ব ৰাজনীতিত গুৰুত্বপূর্ণ বিষয় ৰূপে চিহ্নিত কৰে?


(খ) কোনটো বছৰত ৰায় ' - দে জেনেৰিঅ'ত বসুন্ধৰা শীর্ষ সন্মিলন অনুষ্ঠিত হৈছিল? 


(গ) উমৈহতীয়া বুলিলে কি বুজা? 


(ঘ) বিশ্বত কিমানসংখ্যক খিলঞ্জীয়া লােক আছে?


(ঙ) বিশ্বৰ কোনখন ৰাষ্ট্ৰত সর্ববৃহৎ নৱীকৃত শক্তি কার্যসূচী আছে ।


(চ) খিলঞ্জীয়া জনসাধাৰণৰ বিশ্ব পৰিষদ কোন চনত গঠন হয় ।


(ছ) কায়ট ' চুক্তি কোন চনত সম্পাদিত হয়? 


(জ) ১৯৯২ চনৰ বসুন্ধৰা সন্মিলনত কেইখন ৰাষ্ট্ৰই যােগদান কৰিছিল?


(ঝ) বিশ্ব ৰাজনীতিত ২১ শতিকাত কিহক কেন্দ্ৰ কৰি সংঘাতৰ সৃষ্টি হ'ব?


(ঞ) বিশ্ব পৰিৱেশ দিৱস কোনটো দিনত উদযাপন কৰা হয়?


(ট) ভাৰতে ‘ কায়ট ' প্ৰট'কলত কেতিয়া স্বাক্ষৰ আৰু অনুমােদন কৰে?


৮। শুদ্ধ নে অশুদ্ধ লিখা ?

(ক) বসুন্ধৰা সন্মিলন লণ্ডনত অনুষ্ঠিত হৈছিল । 


(খ) ১০ জুনত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়।


(গ) জলবায়ু পৰিৱৰ্তন পাৰিৱেশিক সমস্যা হয় ।


(ঘ) বিশ্বত পাৰিৱেশিক প্রদূষণ ক্ৰমাৎ হ্রাস পাইছে । 


(ঙ) ৰায় সম্মিলনে কাৰ্যসূচী ২১ ' নামেৰে বিকাশমূলক কার্যপন্থাৰ এক তালিকাৰ পৰামর্শ আগবঢ়াইছিল।


৯। খালী স্থান পূৰণ কৰাঃ

(ক) দ্বিতীয় বহনক্ষম বিকাশৰ বিশ্ব সন্মিলন                 ত                   চনৰ ছেপ্তেম্বৰত অনুষ্ঠিত হৈছিল।


(খ) কায়ট ’ চুক্তিৰ পৰা            আৰু                  ক ৰেহাই দিয়া হৈছিল।


(গ) পৃথিৱীৰ ভূমিতকৈ                  ৰ পৰিমাণ বহুত বেছি।


(ঘ)              জুনত বিশ্ব পৰিৱেশ দিৱস উদ্যাপন কৰা হয়। 


(ঙ) বসুন্ধৰা সন্মিলত                 খন ৰাষ্ট্ৰই অংশগ্রহণ কৰিছিল।

 

(চ) ষ্টকহম সন্মিলন            চনত অনুষ্ঠিত হৈছিল।


(ছ) বসুন্ধৰা সন্মিলন              ত                 চনত অনুষ্ঠিত হৈছিল।


 ১০। প্রশ্নঃ

(ক) পৰিৱেশ আইন প্রণয়ন কৰা কিয় প্রয়ােজন? চমুকৈ লিখা। 


(খ) পৰিৱেশ সজাগতা মানে তুমি কি বুজা?


(গ) বিশ্ব খিলঞ্জীয়া বর্ষ হিচাপে কোনটো বর্ষ উদযাপন কৰা হৈছিল।


(ঘ) কায়ট ’ চুক্তি মানে কি?


(ঙ) গ্রীনহাউছ গেছ মানে কি বুজা?


(চ) জলপ্ৰদূষণৰ দুটা কাৰণ উল্লেখ কৰা।


(ছ) নদীবান্ধ সম্পর্কে চমুকৈ লিখা।


(জ) বিশ্ব ৰাজনীতিত পাৰিপাৰ্শ্বিক বিষয়সমূহ গুৰুত্বপূর্ণ বিষয়ত পৰিণত হৈছে কিয় ?


 ১১। চমুটোকা 

(ক) প্রদূষণ নিয়ন্ত্ৰণৰ ৰাষ্ট্ৰসংঘৰ ভূমিকা কেনেধৰণৰ?

 

(খ) কায়ট ' চুক্তিৰ বৈশিষ্ট্যসমূহ ।


(গ) পৰিৱেশ বিনষ্টকৰণ আৰু মানৱ স্বাস্থ্য।


(ঘ) বসুন্ধৰা শীর্ষ সন্মিলন।


(ঙ) কার্যসূচী -২১ 


(চ) বিশ্বজনীন উমৈহতীয়া সুৰক্ষা।


 ১২। ৰচনাধর্মী প্রশ্নঃ

(ক) উমৈহতীয়া অথচ পৃথকীকৰণ দায়বদ্ধতা মানে কি বুজা? ব্যাখ্যা কৰা।


(খ) পৰিৱেশ দূষিত হােৱাৰ কাৰণসমূহ উল্লেখ কৰা।


(গ) পৰিৱেশ সংৰক্ষণত ভাৰতে কেনেধৰণৰ স্থিতি গ্রহণ কৰি আহিছে। 


(ঘ) ভাৰতত সংঘটিত হােৱা পৰিৱেশ আন্দোলনসমূহৰ চমু আলােচনা কৰা।


(ঙ) কায়ট ’ চুক্তিৰ বৈশিষ্ট্যসমূহ আলােচনা কৰা । এই চুক্তিয়ে সফলতা লাভ কৰিছেনে? 


(চ) সম্পদৰ ভূৰাজনীতিৰ এটা আলােচনা কৰা।


(ছ) বিশ্ব উমৈহতীয়া মানে কি বুজা? ‘ বিশ্বজনীন উমৈহতীয়াৰৰক্ষণাবেক্ষণৰ বাবে দুটা ব্যৱস্থাৰ পৰামর্শ দিয়া। 


(জ) সম্পদৰ ভূৰাজনীতি মানে কি? বিশ্ব ৰাজনীতিত প্ৰাসংগিকতা থকা দুটা সম্পদৰ নাম উল্লেখ কৰা।


(ঞ) বিশ্বজনীন পাৰিৱেশিক বিতর্কৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি আলােচনা কৰা।




অতিৰিক্ত সম্ভাৱ্য প্রশ্নাৱলী

• অতি চমু উত্তৰৰ আদর্শ প্রশ্নঃ

১। UNEP ৰ সম্পূর্ণ নামটো লিখা।


২। ধৰিত্ৰী শীর্ষ সন্মিলন কি?


৩। খালী ঠাই পূৰ কৰাঃ

 প্রথম বিশ্ব বুলিলে সাধাৰণতে                বুজায় ।


৪। ভাৰতে কায়ট ’ চুক্তিত কেতিয়া স্বাক্ষৰ কৰিছিল?


৫।  হয় নে নহয় লিখাঃ

 ৰিঅ ' সন্মিলনে ‘ এজেণ্ডা - ২১’নামৰ উন্নয়নমূলক প্রকৰণৰ এক তালিকাত অনুমােদন জনাইছিল?


৬। সেউজ গৃহৰ গেছ নির্গমণে কি সূচায়?


৭ । UNFCCC ৰ পূৰ্ণ ৰূপটো কি?


৮। খিলঞ্জীয়া লােকৰ বিশ্ব পৰিষদ কোন চনত গঠিত হৈছিল?


৯। পৰিৱেশ সচেতনতা দিৱস কোন দিনা উদযাপন কৰা হয়?


১০। কার্যসূচী ২১ মানে কি?


১১। পৰিৱেশ সম্পর্কীয় আইন প্রণয়নৰ প্রয়ােজনীয়তা কিয়?


১২। ১৯৯২ চনৰ ধৰিত্ৰী শীর্ষ সন্মিলনত কিমানখন ৰাষ্ট্ৰই ভাগ লৈছিল?


১৩। ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন শীর্ষক সন্মিলনখন কেতিয়া অনুষ্ঠিত হৈছিল? 


১৪। আন্তঃৰাষ্ট্ৰীয় ভাবুকি এটাৰ নাম লিখা । 


১৫। ৰিঅ ' সন্মিলনে সমর্থন জনোৱা উন্নয়নমূলক কাম - কাজৰ আহিটোক কার্যসূচী ২১ বােলা হয়। ( শুদ্ধ নে অশুদ্ধ )



 • অতি চমু উত্তৰৰ আদর্শ প্রশ্নঃ ( ২ নম্বৰৰ ) 

১। কিয়ট ’ প্ৰট'কলৰ বাধ্যবাধকতাৰ পৰা ভাৰতক কিয় ৰেহাই দিয়া হৈছিল? 


২। গােলকীয় জনসাধাৰণৰ দুটা উদাহৰণ দিয়া। 


৩। গােলকীয় জনসাধাৰণৰ সহযােগিতা সহজ নহয় কিয়?


৪। গােলকীয় উষ্ণতা বৃদ্ধিত সহায় কৰা দুবিধ গেচৰ নাম লিখা।


৫। খিলঞ্জীয়া জনসাধাৰণ সম্পর্কে ৰাষ্ট্ৰসংঘই দিয়া সংজ্ঞাটো লিখা।


৬।  সম্পদৰ ভূ - ৰাজনীতি বুলিলে কি বুজা?


৭। গােলকীয় ৰাজনীতিত পাৰিপাৰ্শ্বিক বিষয়সমূহ গভীৰ উদ্বেগৰ কাৰণ হৈ পৰিছে কিয়?


৮। জল প্ৰদূষণৰ দুটা কাৰণ লিখা।


৯। পাৰিপাৰ্শ্বিক অৱনতিৰ সৈতে সম্পর্কিত দুটা বিষয় লিখা।


১০। খিলঞ্জীয়া লােকৰ মূল বিষয়টো কি?


১১।  ভাৰতবর্ষ আৰু চীন দেশক কায়ট ’ চুক্তিৰ ক্ষেত্ৰত কিয় ৰেহাই প্ৰদান কৰা হৈছিল?


১২। ধৰিত্ৰী শীর্ষ সন্মিলনৰ তাৎপর্য লিখা।


১৩। সমল ভূৰাজনৈতিক সংহতিৰ ধাৰণাটো ব্যাখ্যা কৰা।


১৪। সম্পদ ভূ - ৰাজনীতিৰ ধাৰণা দিয়া।


 ১৫ । বিশ্বজনীন সমূহীয়াৰ দুটা উদাহৰণ দিয়া।


 ১৬। পানী প্ৰদূষণৰ দুটা কাৰণ উল্লেখ কৰা।


 • খালী ঠাই পূৰণ কৰাঃ

(ক) পৃথিৱীৰ এটা বৃহৎ অংশ হ'ল—— তকৈ ত                ।

(খ) ভাৰতৰ অনুসূচিত                হল               ।

(গ)  বহনক্ষম দ্বিতীয় বিশ্ব সন্মিলন অনুষ্ঠিত হৈছে চনৰ ছেপ্টেম্বৰ মাহত।


 ১৭। সাগৰীয় আৰু উপকূলীয় অৱনতি কি?

 ১৮। বিশ্ব জনসংখ্যাৰ কিমানসংখ্যকে উষ্ণতাৰ ভাবুকিৰ সন্মুখীন হৈছে? 


• চমু উত্তৰৰ আদর্শ প্রশ্নঃ ( ৪ নম্বৰৰ ) 

১। গােলীকয় ৰাজনীতিৰ পৰিমণ্ডলৰ ভিতৰত পাৰিপাৰ্শ্বিক বিষয়সমূহ একগােট কৰাত UNO ৰ ভূমিকা আলােচনা কৰা। 


২ । গােলকীয় জনসাধাৰণ বুলিলে কি বুজা? গােলকীয় জনসাধাৰণৰ সুৰক্ষাৰ বাবে দুটা পদক্ষেপৰ পৰামর্শ দিয়া ।


৩।  ৰিঅ ' সন্মিলনৰ ফলাফল কি আছিল?


৪ । ‘ খিলঞ্জীয়া লােকসকলৰ অধিকাৰ সম্পৰ্কীয় বিষয়বােৰ দীর্ঘদিন ধৰি উপেক্ষিত হৈ আছিল । খিলঞ্জীয়া লােকসকলৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা কেইটামান ব্যৱস্থাৰ উল্লেখ কৰা । 


৫। সম্পদ ভূৰাজনীতিয়ে কি সূচায় । গােলকীয় ৰাজনীতিৰ বাবে প্ৰাসংগিক দুটা সম্পদৰ উল্লেখ কৰা।


৬। প্রধান দেশসমূহে স্বাক্ষৰ নকৰা কিয়’ প্রট’কলৰ বিষয়ে ব্যাখ্যা কৰা। এই দেশবােৰে কিয় স্বাক্ষৰ কৰা নাছিল ?


৭। সেউজ গৃহ পৰিঘটনা কি? ইয়াৰ প্ৰভাৱবােৰ কি কি?


৮। পৰিৱেশ বিষয়ক প্রধান সমস্যাবােৰ লিখা । 


৯। জলযুদ্ধৰ ধাৰণাটো উদাহৰণসহ ব্যাখ্যা কৰা।


১০। ৰাষ্ট্ৰসংঘৰ সংজ্ঞা আৰু খিলঞ্জীয়া লােকৰ অধিকাৰৰ বিষয়ে এটা টোকা লিখা।


১১। ধনী আৰু দুখীয়া দেশবােৰে পৃথিৱীখনক সুৰক্ষিত ৰখাৰ বাবে সন্মত হােৱা বিভিন্ন দিশবােৰ কি কি ?


১২। চমুটোকা লিখা ?

(ক) ভূমিৰ অৱনতি 

(খ) প্ৰদূষণ আৰু জলবায়ু পৰিৱর্তন 

(গ) গােলকীয় উষ্ণতা বৃদ্ধি ।


 ১৩। পৰিৱেশ সংক্রান্তীয় আইন প্রণয়নৰ কিয় প্রয়ােজনীয়তা আছে?


 ১৪। প্ৰদূষণ আৰু জলবায়ু পৰিৱৰ্তন মানে কি?


 ১৫। গােলকীয় উষ্ণতা বৃদ্ধি মানে কি? গােলকীয় উষ্ণতা বৃদ্ধিৰ কাৰণবােৰ কি কি?


 দীঘলীয়া উত্তৰৰ আদর্শ প্রশ্নঃ ( ৬ নম্বৰৰ )


১। পৰিৱেশ সংক্রান্তীয় বিষয়ত ভাৰতৰ ভূমিকা আলােচনা কৰা।


২। বহনক্ষম উন্নয়ন মানে কি?


৩। গােলকীয় ৰাজনীতিত তেল আৰু পানীৰ তাৎপর্য কি?


৪। উমৈহতীয়া স্বত্বৰ সম্পদৰ বিষয়ে টোকা লিখা।


৫। গােলকীয় উষ্ণতা বৃদ্ধি আৰু প্ৰদূষণ নির্গমনৰ বিৰুদ্ধে গােলকীয় প্রচেষ্টাত ভাৰত চৰকাৰে অংশগ্রহণ কৰা কেইটামান কার্যসূচী উল্লেখ কৰা। 


৬। বর্তমান সময়ত পাৰিপাৰ্শ্বিক সংকটৰ বিষয়ে সচেতনতা এক বৃহৎ উদ্বেগৰ বিষয় হৈ পৰিছে। যথাযথ উদাহৰণসহ ভাঙি - পাতি লিখা।


৭। পাৰিপাৰ্শ্বিক বিষয়সমূহক লৈ গােলকীয় উত্তৰ আৰু গােলকীয় দক্ষিণৰ বিভিন্ন দৃষ্টিভংগীবােৰ কি?


৮। কিয়ট ’ প্ৰট'কল কি ? ব্যাখ্যা কৰা।


৯। গােলকীয় জনসাধাৰণৰ বিষয়ে লিখা।

  

১০। UNFCCC ৰ বিষয়ে ব্যাখ্যা কৰা।


১১।  পৰিৱেশ আন্দোলনৰ ধাৰণাটো ব্যাখ্যা কৰা ।


Type- Nayan Jyoti Bordoloi 



Post ID : DABP005940