জীৱন্ত দলিল হিচাপে ভাৰতীয় সংবিধান Judiciary | lesson ৯ | HS 1st Year Political Science Notes and Model | Class 12 Political Science Question Answer Assamese medium | Higher Secondary First Year Pol. Science  | Political Science Solution Assam | উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ ৰাজনীতি বিজ্ঞানৰ প্ৰশ্ন উত্তৰ | ভাৰতীয় সংবিধান | একাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ সমাধান | নায়অধ্য়াপক ক পাল দত্ত চক্ৰবৰ্তী  

Lesson 9

💥জীৱন্ত দলিল হিচাপে ভাৰতীয় সংবিধান



 ৰচনাধর্মী প্রশ্ন : 

১। ভাৰতীয় সংবিধানখন গতিশীল হয় নে ? যদি হয় তেন্তে এই গতিশীলতা কেনেদৰে ৰক্ষা কৰা হৈছে আলােচনা কৰা ।

 ২। গতিশীলতা ভাৰতীয় সংবিধানৰ অন্যতম বৈশিষ্ট্য আলােচনা কৰা ।

 ৩। ভাৰতীয় সংবিধান সংশােধনী প্রক্রিয়া সম্পর্কে ব্যাখ্যা কৰা ।

 ৪। গতিশীল বনাম অস্থিৰ সংবিধান কি উদাহৰণসহ বুজাই লিখা । 

৫। ভাৰতীয় সংবিধানৰ ৪২ তম সংশােধনীৰ ওপৰত এটা টোকা লিখা । 

৬। ১৯৭৬ চনৰ সংবিধানৰ ৪২ তম সংশােধনী প্রধান ব্যবস্থাসমূহ আলােচনা কৰা ।

 ৭। “ ভাৰতীয় সংবিধানখন এখন জীৱন্ত দলিল " আলােচনা কৰা । 

 ৮। ভাৰতীয় সংবিধানৰ মূল গাঁথনি বুলিলে কি বুজা ? মূল গাথনিৰ গুৰুত্ব আলােচনা কৰা ।

 ৯। সংবিধান সংশােধনত বিশেষ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়ােজন ব্যাখ্যা কৰা । 

১০। ভাৰতীয় সংবিধানৰ বহুবিলাক সংশােধনী ন্যায়ালয় আৰু সংসদৰ ব্যাখ্যাৰ দ্বাৰা স্থপিত হৈছে । উদাহৰণসহ বুজাই লিখা । 

১১। যদি সংবিধান সংশােধনী ক্ষমতা নির্বাচিত প্রতিনিধিৰ তেনে সংশােধনীৰ ওপৰত বৈধতা বিচাৰ ক্ষমতা ন্যায়ালয়ৰ থকা অনুচিত । তুমি মানি লােৱা নে ? ১০০ টা শব্দৰ ভিতৰত তােমাৰ উত্তৰ দিয়া । 

১২। ভাৰতীয় সংবিধানৰ ৰাজনৈতিক দর্শনৰ ওপৰত এটা চমু টোকা লিখা ।

চমু উত্তৰৰ প্ৰশ্ন ( Short Answer Questions ) 

১। ভাৰতীয় সংবিধানৰ গতিশীলতাৰ সপক্ষে চাৰিটা যুক্তি দিয়া । 

২। ভাৰতীয় সংবিধানখন কেনেকৈ সংশােধন কৰা হয় ?

৩। ভাৰতীয় সংবিধানখন কিমানবাৰ সংশােধন কৰা হৈছে ? যিকোনাে দুটা সংশােধনী ব্যাখ্যা কৰা ।

৪। বিশেষ সংখ্যাগৰিষ্ঠতা কেনে ক্ষেত্রত প্রয়ােজন হয় বুজাই লিখা ।

৫। সংবিধানৰ ৪২ তম সংশােধনীৰ চাৰিটা পৰিৱৰ্তন উল্লেখ কৰা । 

৬। ভৰতীয় সংবিধান সংশােধনীৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা । 

৭। ভাৰতীয় সংবিধানৰ চাৰিটা মূল গাঁথনি উল্লেখ কৰা । 

৮। ভাৰতীয় সংবিধানৰ বিকাশত ন্যায়পালিকাৰ ভূমিকা আলােচনা কৰা ।

৯। কেশৱানন্দ ভাৰতী গােচৰ চমুকৈ বর্ণনা কৰা । 

১০। ভাৰতীয় সংবিধান ইমান বেছি সংশােধন কৰাৰ চাৰিটা কাৰণ উল্লেখ কৰা । 

১১। ভাৰতীয় সংবিধান সংশােধন পদ্ধতিৰ যিকোনাে চাৰিটা আসোঁৱাহ আঙুলিয়াই দিয়া । 

অতি চমু উত্তৰৰ প্ৰশ্ন ( Vary short answer questions )

১। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ইয়াৰ সংশােধনৰ প্রক্রিয়াক আলােচনা কৰে ?  

২। সংবিধানৰ এটা প্রয়ােজনীয়তা উল্লেখ কৰা ।

৩। ভাৰতীয় সংবিধানখন স্থিতিশীল নে গতিশীল ? 

৪। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত সংবিধান সংশােধনৰ ব্যৱস্থা আছে ? 

৫। উচ্চতম ন্যায়ালয়ে কোনটো গােচৰত ভাৰতৰ সংবিধানৰ মূল গাঁথনিৰ সূত্ৰ আগবঢ়াইছিল ? 

৬। সাধাৰণ আইন প্ৰণয়ন প্ৰক্ৰিয়াৰ দ্বাৰা সংশোধন কৰিব পৰা ভাৰতীয় সংবিধান এটা বিষয়ে -বস্ত্ত উল্লেখ কৰা । 

৭। জৰুৰীকালিন  সময়ত কোনটো সংশোধনী সংঘটিত হৈছিল ?

৮। কোনটো সংশোধনীয়ে সংবিধানত মৌলিক কৰ্তব্য সন্নিবিষ্ট কৰিছে ?

৯। কোনটো সংশোধনী জৰিয়তে ভাৰতীয় সংবিধানৰ পৰা ব্যক্তিগত সম্পত্তিৰ অধিকাৰ উঠাই দিয়া হয় ।

১০। কোন চনত সংবিধানৰ ৭৩ নং সংশোধনী আইন পাছ হৈছে । 

১১। পাকিস্তানৰ সংবিধান কোন চনত প্ৰণয়ন কৰা হৈছিল ?

১২। সংবিধানত এটা মূল গাঁথনিৰ নাম লিখা ।

১৩। ভাৰতৰ সংবিধান সংশোধন কেই প্ৰকাৰে কৰিব পাৰি ?

১৪। ভাৰতীয় সংবিধান কোন চনত প্ৰথম সংশোধন কৰা হৈছিল ?

শুদ্ধ উত্তৰ বাচি উলিওৱা ( Choose The Correct Answer):

১। সংবিধান সময়ে সময়ে সংশোধন কৰিব লগা হয় কাৰ-

(ক) পৰিস্থিতি পৰিৱৰ্তনৰ লগে লগে অনুৰূপ সংশোধনীৰ প্ৰয়োজন হয় ?

(খ) এটা সময়ত লিখা এখন দলিল কিছু বছৰৰ পিছত অপ্ৰচলিত হয় ।

(গ) প্ৰত্যেক পুৰুষৰ ( Generation)  ৰুচি অনুসৰি এখন সংবিধান থাকে । 

(ঘ) ই চলিত চৰকাৰৰ দৰ্শন প্ৰতিফলিত কৰে । 

২। তলত দিয়াবিলাক সঁচা নে মিছা লিখা । 

(ক) এখন সংশোধনী বিধেয় পুনৰ বিবেচনা বাবে ৰাষ্ট্ৰপতিয়ে সংসদলৈ ঘূৰাই পঠিয়াব নোৱাৰে । 

(খ) সংবিধান সংশোধন কৰিবলৈ অকল নিৰ্বাচিত প্ৰতিনিধিসকলৰহে ক্ষমতা আছে ।

(গ) ন্যায়পালিকাই সংবিধান সংশোধনীত আগভাগ লব নোৱাৰে কিন্তু সংবিধান বেলেগ ধৰণে ব্যাখ্যা কৰি ইয়াৰ পৰিৱৰ্তন আনিব পাৰে ।

(ঘ) সংসদে সংবিধানৰ যিকোনো ধাৰা (Section) সংশোধন কৰিব পাৰে ।

৩। তলৰ কোনৰােৰ ভাৰতৰ সংবিধান সংশােধনৰ লগত সংযুক্ত ? কেনে ধৰণে সংযুক্ত ? 

( ক ) ভােটাৰ

 ( খ ) ভাৰতৰ ৰাষ্ট্রপতি

 ( গ ) ৰাজ্যিক বিধানমণ্ডল

 ( ঘ ) সংসদ 

( ঙ ) ন্যায়পালিকা

 ৪। এতিয়ালৈ হােৱা সংশােধনীবিলাকৰ ভিতৰত ৪২ তম সংশােধনী আটাইতকৈ বেছি বিতর্কমূলক । তলত উল্লেখ কৰা কোনৰােৰ বিতর্কমূলক কাৰণ ?

 ( ক ) এইটো কৰা হৈছিল জাতীয় জৰুৰী অৱস্থা ঘােষণা কৰা সময়ত আৰু এই জাতীয় জৰুৰী অৱস্থা ঘােষণাই আছিল বিতর্কমূলক ।

 ( খ ) বিশেষ সংখ্যাগৰিষ্ঠতাৰ সমর্থন নােহােৱাকৈ এই সংশোধনী কার্যকৰী কৰা হৈছিল । 

( গ ) ৰাজ্যৰ বিধানমণ্ডলসমূহৰ অনুমােদন নােহােৱাকৈ এইটো কৰা হৈছিল ।

 ( ঘ ) ইয়াত সন্নিবিষ্ট কৰা ব্যৱস্থাসমুহ ( Provisions ) বিতর্কমূলক আছিল ।

 ৫। বিধানমণ্ডল আৰু ন্যায়পালিকাৰ মাজত সংশােধনী লৈ হােৱা মতানৈক্যৰ তলত উল্লেখ কৰা কোনটো ব্যাখ্যা যুক্তিযুক্ত নহয় ?

 ( ক ) সংবিধানৰ বিভিন্ন ব্যাখ্যা সম্ভব

 ( খ ) গণতন্ত্রত বিতর্ক আৰু বিৰােধ স্বাভাবিক

 ( গ ) সংবিধানে কিছুমান উচ্চমানৰ নিয়ম নীতিৰ ওপৰত বেছি গুৰুত্ব দিয়ে আৰু বিশেষ সংখ্যাগৰিষ্ঠতাৰে সংশােধন কৰাৰ অনুমতি দিয়ে 

( ঘ ) বিধানমণ্ডলক নাগৰিকৰ অধিকাৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব অর্পণ কৰিব নােৱাৰি

 ৬। মূল গাঁথনি তত্ত্বৰ শুদ্ধ বাক্যবােৰ চিনাক্ত কৰা । অশুদ্ধ বাক্যবােৰ শুদ্ধ কৰা ?

 ( ক ) সংবিধানে মূল নীতিসমুহ নির্দিষ্ট কৰি দিয়ে

 ( খ ) মুল গাঁথনিৰ বাহিৰে সংবিধানৰ আন যিকোনাে অংশ বিধানমণ্ডলে সংশােধন কৰিব পাৰে 

( গ ) ন্যায়পালিকাই সংবিধানৰ কোনটো বিষয় মুল গাঁথনি হয় আৰু কোনটো নহয় ব্যাখ্যা কৰি দিয়ে 

( ঘ ) এই তত্ত্বটো পােন প্রথম কেশৱানন্দ ভাৰতী গােচৰত উদ্ঘাটন হয় আৰু ইয়াৰ পৰৱর্তী গােচৰৰ ৰায়দানত আলােচনা কৰা হয়

 ( ঙ ) এই তত্ত্বটোৱে ন্যায়পালিকাৰ ক্ষমতা বৃদ্ধি কৰে আৰু বিভিন্ন ৰাজনৈতিক দল আৰু চৰকাৰে মানি চলিবলৈ বাধ্য থাকে ।

Type Sumit Patar .


Post ID : DABP006015