Lesson-4

গোট-১

ইন্টানেটৰ তিতা মিঠা

A.অতি চমু প্ৰশ্নাৱলী ঃ

১)  ইন্টানেটত সঘনাই ব্যৱহুত  হৈ থকা wwwনো কি জানিবলৈ  কুঁৱলীয়ে কত সন্ধান পাইছিল ?

     (এই প্ৰশ্নটো ২০২০ চনত আহিছিল)

উত্তৰঃ

২) ইন্টানেটৰ তিতা-মিঠা পাঠটিৰ লেখক কোন ?

উত্তৰঃ

২) www বা ৱেব কি ?

উত্তৰঃ

৩) কুৱলীয়ে প্ৰথমে কালৈ ই-মেইল কৰিছিল?

উত্তৰঃ

৪) ভাইৰাচ কি ?

উত্তৰঃ

৫) কুৱলীৰ অন্তৰংগ বান্ধৱীগৰাকী নাম কি ?

উত্তৰঃ

৬) ৱৰ্ল্ড ৱাইড ৱেব ধাৰনাৰ বীজ কত অংকুৰিত হৈছিল ?

উত্তৰঃ

৭) কম্পিউটাৰটো একান্ত নিজৰ সম্পত্তি  হিচাপে পোৱাৰ পাচত তাইৰ মনটো থৌকি-বাথৌ লাগিল।-ইয়াত তাই বুলি কাৰ কথা কোৱা হৈছে ?

উত্তৰঃ

৮) ° প্ৰণয়ী দত্তই কি বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল ?

উত্তৰঃ

৯)  পূজাৰ বন্ধত কুৱলীহঁত কলৈ যোৱাৰ সিন্ধান্ত লৈছিল?

উত্তৰঃ

B. চমু প্ৰশ্নৱলী ঃ

১) ভাইৰাচে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে ?

     (এই প্ৰশ্নটো ২০২০ চনত আহিছিল )

উত্তৰঃ

২) ইন্টাৰনেট কি ?

উত্তৰঃ

৩)  বৰ্তমানৰ ৱেবৰ জনপ্ৰিয়তাৰ মূল কাৰণ কি?

উত্তৰঃ

৪) কুৱলীয়ে ই-মেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা কি কি কথা জানিব পাৰিলে ?

উত্তৰঃ

৫) ইন্টানেটত সঘনীই ব্যৱহুত হৈ থকা কিছুমান শব্দ উল্লেখ কৰা ।

উত্তৰঃ

C. ৰচনাধৰ্মী প্ৰশ্নাৱলী ঃ

১) ইন্টানেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে । - কথাষাৰৰ বক্তা কোন ? ইন্টানেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা ?

(এই প্ৰশ্নটো ২০২০ চনত আহিছিল )

উত্তৰঃ

২)  ° প্ৰণয়ী দত্তৰ পৰিচিত আগবঢ়োৱা ।

উত্তৰঃ

৩) ইন্টানেটৰ তিতা- মিঠা গল্পটোৰ নামকৰণৰ সাৰ্থকতা  বিচাৰ কৰা ?

উত্তৰঃ

৪) ইন্টানেটৰ  অত্যধিক ব্যৱহাৰে ছাত্ৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে পাঠটোৰ আধাৰত বুজাই লিখা ?

উত্তৰঃ

ক) কম্পিউটাৰ খ) ৱাটচএপ গ) টুইটাৰ ঘ) ইউটিউব ঙ) ফেচবুক চ) ই-মেইল ছ) ভিডিঅ কলিং  ঝ) গুগুল ।

৫) ব্যাখ্যা কৰা ঃ

    ক) ইন্টানেটে কুঁৱলীৰ মন-মগজু  সম্পূন্ন অধিকাৰ  কৰি ৰাখিবলৈ ধৰিলে ।

D. পাঠভিত্তিক ব্যাকৰন ঃ

    ১) বাক্য ৰচনা কৰাঃ

         চিনাকি-অচিনাকী , অলীক-সপোন, নাকে- মুখে, পৰীক্ষা- নিৰীক্ষা।

২) অৰ্থ লিখা ।

  ক্ষতি, বিজুতি , গুণা-গঁথা, উদাস, পুঞ্জভূত।


-------------------------------

বেলেগ ধৰণৰ উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 

Click Here Might Learn

-------------------------------