Lesson: 14

THE VILLAGE SCHOOL MASTER


B. Comprehension. 

1.Answer the following questions. (তলত দিয়াসমূহৰ উত্তৰ দিয়া) 

(a) What do you mean by 'yon ? What is furze? ('Yon' বুলিলে কি বুজা? furze কি?) 

Ans: 'Yon' means something distant but within the site. Furze is a kind of shrub. 

('yon' মানে হ’ল দূৰৰ দৃশ্যমান বস্তু৷ furze এবিধ জোপোহা গছ৷)


(b) Whose Mansion' is referred to here? Why is it called 'noisy'?

 (ইয়াত কাৰ ঘৰৰ কথা কোৱা হৈছে? ই কিয় হূলস্থূলীয়া?) 

Ans: The 'mansion' referred to here is of the village school master's. It is called 'noisy' because it is actually a school.

(ইয়াত স্কুলৰ শিক্ষকৰ ঘৰৰ কথা কোৱা হৈছে৷ ই হূলস্থূলীয়া কাৰণ প্ৰকৃততে ই এখন স্কুল)


(c) What is thought to be skirting the way? How does it skirt the way?

 (ৰাস্তাটো কিহে ঘেৰি আছিল?ই কেনেদৰে ঘেৰি আছিল?) 

Ans: A fence of furze is thought to be skirting the way. It skirts the way in a straggling manner.

(ফাৰ্জ গছে ৰাস্তাটো ঘেৰি আছিল৷ ই ৰাস্তাটো অসমানভাৱে ঘেৰি আছিল)


(d) What type of man was the village school master? 

(গাৱঁৰ শিক্ষকজন কেনেধৰণৰ ব্যক্তি আছিল?) 

Ans: The village school master was a stern but good humoured person. He was kind and loved to learn.

(শিক্ষকজন দৃঢ় কিন্ত ধেমেলীয়া স্বভাৱৰ আছিল৷তেওঁ দয়ালু আছিল আৰু শিকিবলৈ ভাল পাইছিল)


(e) How did the poet know him well?  

(কবিয়ে তেওঁক কেনেদৰে ভালদৰে জানে?) 

Ans: The poet knew him well because he have undergone the teacher's rage. By seeing his face in the morning the students can assume his temperament for the day.

(কবিয়ে তেওঁক ভালদৰে জানে কাৰণ তেওঁ শিক্ষকজনৰ ক্ৰোধৰ সন্মুখীন হৈছে৷ তেওঁৰ মূখখন ৰাতিপুৱা দেখিয়েই ছাত্ৰসকলে দিনটোৰ বাবে তেওঁৰ মন কেনেকুৱা হৈ থাকিব সেয়া অনুমান কৰিব পাৰে৷)


f) Who is a truant? Was the poet a truant also?  

(কোনে ধেমালি কৰিছিল? কবিও ধেমেলীয়া আছিল নেকি?) 

Ans: The village school master was a traunt. The poet was not a traunt.

(শিক্ষকজন ধেমালীয়া আছিল৷কবি ধেমেলীয়া নাছিল)


(g) Quote a line from the poem to show the poet's feelings about the teacher. 

(কবিতাটিৰ পৰা এটা উক্তি দিয়া য’ত কবিৰ শিক্ষকজনৰ প্ৰতি থকা মনোভাৱ প্ৰকাশ পায়) 

Ans: "Amazed they gazed, and still the wonder grew  That one small head could carry all he knew."


(h) What is 'busy whisper' referred to in the poem? Why was there such a busy whisper? 

(''ব্যস্ত আলোচনা' বুলি কি বুজোৱা হৈছে? তাত কিয় এনে ব্যস্ত আলোচনা হৈছিল?) 

Ans: The 'busy whisper' referred to in the poem is the discussions of students about the class teacher. There was such a busy whisper in small circles of students to talk about the gloomy attitude that the teacher was carrying on that day.

(ব্যস্ত আলোচনা বুলি ইয়াত ছাত্ৰসকলৰ মাজত শিক্ষকজনৰ বিষয়ে হোৱা আলোচনা বুজোৱা হৈছে৷ তাত এনে ব্যস্ত আলোচনা হৈছিল যিদিনা শিক্ষকজনে এটা গোমোঠা মন লৈ আহিছিল)


(i) What is 'tidings'? Why is it called 'dismal? 

('tidings' মানে কি?ইয়াক কিয় গোমোঠা বুলি কোৱা হৈছে?)

Ans: 'Tiding's are small news. It is called 'dismal' because these news carries information about the teacher's frawnings or bad temperament.

('tiding' মানে হৈছে খবৰ৷ই শিক্ষকজনৰ গোমোঠা মূখৰ বিষয়ে বাতৰি কঢ়িয়াইছিল)


j) What two other things could be done by the village school master? 

(শিক্ষকজনে কৰিব পৰা আন কাম দুটা কি কি?)

Ans: The two other things the village school master can do was to write and to cipher.

(শিক্ষকজনে কৰিব পৰা আন কাম দুটা হ’ল লিখনি আৰু গণনা)


 (k) What do you mean by "Terms and Tides? 

('terms and tides' মানে কি?) 

Ans: By 'Terms and Tides' means the terms of land and measurement determined by the school master and his prediction of important dates.

('terms and tides' ৰ অৰ্থ হ’ল 'terms' ৰ অৰ্থ হ’ল শিক্ষকজনে দিয়া মাটিৰ জোখ আৰু নীতি নিয়ম আৰু 'tides' ৰ অৰ্থ হ’ল গুৰুত্বপূৰ্ণ তাৰিখৰ আগজাননী)


l) What does the poet mean by the term 'words of learned length?

('words of learned length' শব্দৰ অৰ্থ কি?) 

Ans: The term 'words of learned length' means the long or big learned words used by the schoolmaster.(ইয়াৰ অৰ্থ হ’ল হ’ল শিক্ষকজনে ব্যৱহাৰ কৰা দীঘলীয়া তত্বগধূৰ শব্দবোৰ)


(m) Why did the 'rustics' ranged around? 

('গাওঁবাসী' কিয় গোট খাইছিল?) 

Ans: The 'rustics' rang around to watch the village schoolmaster's argument.

(গাওঁবাসী শিক্ষকজনৰ তৰ্ক চাবলৈ গোট খাইছিল৷)


(n) Who is referred to as 'One small head'?

('এটা সৰু মস্তিস্ক' বুলি কাক বুজোৱা হৈছে?) 

Ans: The village schoolmaster is referred to as 'one small head'

('এটা সৰু মস্তিস্ক' বুলি শিক্ষকজনক বুজোৱা হৈছে)


(o) Make a list of things that 'One small head' could carry.

(এটা সৰু মস্তিস্ক' ই বহন কৰা তথ্যসমূহৰ এখন তালিকা প্ৰস্তুত কৰা)

Ans: That 'one small head' of the village schoolmaster could carry a lot of things. He loved learning too much and this was his fault.The villagers accepted him as a learned man. He could write and knew cipher. He could measure lands with terms and predict tides.There were stories that he could measure well also. The schoolmaster owned some speaking skills too. Even though he get defeated ,he still continues his argument.He used wise meaningful words in argument and the villagers gather to witness it .

(স্কুলৰ শিক্ষকজনৰ 'এটা সৰু মস্তিস্ক' ই বহুতো কথা বহন কৰি থাকে৷তেওঁ শিকিবলৈ বৰ ভাল পাইছিল৷গাওঁবাসীয়েও তেওঁক এজন জ্ঞানী ব্যক্তি হিচাপে গ্ৰহণ কৰিছিল৷তেওঁ লিখা মেলা কৰিব জানিছিল আৰু গণনা কৰিবও জানিছিল৷তেওঁ মাটিৰ গণনা কৰিব জানিছিল আৰু তেওঁ গুৰুত্বপূৰ্ণ তাৰিখৰ আগজাননী দিব জানিছিল৷শিক্ষকজন কথনশৈলীত পাকৈত আছিল৷তেওঁ পৰাজিত হ’লেও নিজৰ তৰ্ক দৰ্শাইছিল)


2. Answer in brief(About 50 words) 

(চমু উত্তৰ দিয়া) 

i) Give a character sketch of the village school Master.

(স্কুল শিক্ষকজনৰ চৰিত্ৰ বৰ্ণনা কৰা)

Ans: The village schoolmaster taught in a small school building. He was a stern but humorous man who also cracked jokes in his class. His pupils learnt to trace his mood for the day by watching his face in the morning. If he was in a good mood he cracked jokes and made the students laughed. If he was in a bad mood the students could assume by his frawnings.He was a kind person.His only fault was his too much love for learning.The villagers accepted him as a learned man. He could write and knew cipher. He could measure lands with terms and predict tides.There were stories that he could measure well also. The schoolmaster owned some speaking skills too. Even though he get defeated ,he still continues his argument.He used wise meaningful words in argument and the villagers gather to witness it. The villagers admired him and wondered how could so much knowledge be carried by 'one small head' of the schoolmaster

.(শিক্ষকজনে এটা সৰু স্কুলঘৰত পঢ়াইছিল৷তেওঁ দৃঢ় যদিও ধেমেলীয়া আছিল আৰু পাঠদানৰ সময়ছোৱাত কৌতুকো কৈছিল৷তেওঁৰ ছাত্ৰসকলে তেওঁৰ দিনটোলৈ কেনেধৰণৰ মন লৈ থাকিব সেয়া ৰাতিপুৱাই তেওঁৰ মূখখন চাই ধৰিব পাৰে৷যদিহে তেওঁ হাঁহিমুখীয়া হৈ থাকে তেন্তে তেওঁ কৌতুক কৈ ছাত্ৰসকলক হহুৱায়৷যদিহে তেওঁ গোমোঠামুখীয়া হৈ থাকে তেন্তে সেয়া তেওঁৰ ধমকি শুনি তেওঁলোকে বুজি পায়৷তেওঁ এজন দয়ালু ব্যক্তি আছিল৷তেওঁৰ একমাত্ৰ দোষটো আছিল যে তেওঁ শিকাৰ প্ৰতি খুব আগ্ৰহ আছিল৷গাওঁবাসীয়েও তেওঁক এজন জ্ঞানী ব্যক্তি হিচাপে গ্ৰহণ কৰিছিল৷তেওঁ লিখা মেলা কৰিব জানিছিল আৰু গণনা কৰিবও জানিছিল৷তেওঁ মাটিৰ গণনা কৰিব জানিছিল আৰু তেওঁ গুৰুত্বপূৰ্ণ তাৰিখৰ আগজাননী দিব জানিছিল৷শিক্ষকজন কথনশৈলীত পাকৈত আছিল৷তেওঁ পৰাজিত হ’লেও নিজৰ তৰ্ক দৰ্শাইছিল৷তেওঁ নিজৰ যুক্তি দৰ্শাবলৈ তত্ত্বগধুৰ শব্দৰ ব্যৱহাৰ কৰিছিল৷গাঁওবাসীয়ে তেওঁক খুব সন্মান কৰিছিল আৰু আচৰিত হৈছিল যে তেওঁৰ সৰু মস্তিস্কই কেনেদৰে ইমান জ্ঞান বহন কৰিব পাৰে৷)


ii) Was the village School Master really a learned man? Give reasons for your answer.

(স্কুল শিক্ষকজন সচাকৈয়ে এজন জ্ঞানী লোক আছিল নে?তোমাৰ উত্তৰত যুক্তি দৰ্শোৱা)

Ans: The village school master was really a learned man. He knew how to hold control over the class by not being cruel.He taught students with the help of traunts and jokes.He was admired by the villagers for his knowledge. Moreover,he knew how to measure land. He set the boundaries of lands and can predict important dates. He can argue quite well,even though he was being defeated he still continued his argument. He used tough long words

. (স্কুল শিক্ষকজন এজন জ্ঞানী লোক আছিল৷তেওঁ কঠোৰ নোহোৱাকৈয়ে কেনেদৰে শ্ৰেণীটো শাসন কৰিব লাগে সেয়া জানিছিল৷তেওঁ ছাত্ৰসকলক কৌতুক আদিৰ জৰিয়তে শিক্ষাদান কৰিছিল৷তেওঁ সকলো গাঁওবাসীৰ আদৰণীয় ব্যক্তি আছিল৷ইয়াৰ উপৰিও তেওঁ মাটিৰ জোখ ল’ব জানিছিল৷তেওঁ মাটিৰ পৰিসীমা নিৰ্ধাৰণ কৰি দিছিল আৰু গুৰুত্বপূৰ্ণ তাৰিখৰ আগজাননী দিছিল৷তেওঁ অতি ভালকৈ তৰ্ক কৰিব জানিছিল আৰু পৰাজিত হ’লেও তৰ্ক কৰি থাকিছিল৷তেওঁ কঠিন তত্ত্বগধুৰ শব্দৰ ব্যৱহাৰ কৰিছিল৷)


A)Find rhyming pairs from the following words:

 (তলত দিয়া শব্দসমূহৰ ছন্দযুক্ত শব্দ লিখা)

Ans: Trace :face he :glee  aught: fault

around: sound

skill :still grew: knew


Himadri Borah

(M.A in English)



Post ID : DABP006033